• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২৭ অক্টোবৰৰ পৰা মঙ্গলৰ কৃপাত ৪ৰাশিৰ ভাগ্য উদয়, মোটা মুনাফাৰ যোগ

২৭ অক্টোবৰৰ পৰা মঙ্গলৰ কৃপাত ৪ৰাশিৰ ভাগ্য উদয়, মোটা মুনাফাৰ যোগ

9 months ago
এইবাৰ মিষ্টাৰ পাৰ্ফেকচনিষ্টক হ*ত্যাৰ ভাবুকি

এইবাৰ মিষ্টাৰ পাৰ্ফেকচনিষ্টক হ*ত্যাৰ ভাবুকি

11 minutes ago
ভাৰতত শীঘ্ৰেই প্ৰৱৰ্তন হ’ব পাৰে প্লাষ্টিকৰ নোট!

ভাৰতত শীঘ্ৰেই প্ৰৱৰ্তন হ’ব পাৰে প্লাষ্টিকৰ নোট!

50 minutes ago
হোটেলত আৰক্ষীৰ তালাচী, উ*লংগ হৈ পলায়ন যুৱকৰ

হোটেলত আৰক্ষীৰ তালাচী, উ*লংগ হৈ পলায়ন যুৱকৰ

1 hour ago
‘কেৱল মহিলাই নহয়, পুৰুষেও যৌ*ন নি*ৰ্যাতনৰ বলি হয়’

‘কেৱল মহিলাই নহয়, পুৰুষেও যৌ*ন নি*ৰ্যাতনৰ বলি হয়’

2 hours ago
২০ লাখ টকা আৰু  অবৈধ প্ৰেম কাহিনী, বাৰে বাৰে একেই ঘটনাৰ পুনৰাবৃত্তি

২০ লাখ টকা আৰু অবৈধ প্ৰেম কাহিনী, বাৰে বাৰে একেই ঘটনাৰ পুনৰাবৃত্তি

3 hours ago
শনিবাৰে নকৰিব এইবোৰ কাম

শনিবাৰে নকৰিব এইবোৰ কাম

4 hours ago
ৰাতিটোৰ ভিতৰতে উপাৰ্জন ৭৭ কোটি টকা

ৰাতিটোৰ ভিতৰতে উপাৰ্জন ৭৭ কোটি টকা

5 hours ago
এতিয়াই অৱসৰ নলয় ৰোহিত শৰ্মাই, BCCIৰ স্পষ্টীকৰণ!

এতিয়াই অৱসৰ নলয় ৰোহিত শৰ্মাই, BCCIৰ স্পষ্টীকৰণ!

5 hours ago
কেনে যাব আজি আপোনাৰ দিনটো?

কেনে যাব আজি আপোনাৰ দিনটো?

6 hours ago
কালসৰ্প দোষে ধ্বংস কৰিব আপোনাক, আজিয়েই হওক সাৱধান!

কালসৰ্প দোষে ধ্বংস কৰিব আপোনাক, আজিয়েই হওক সাৱধান!

15 hours ago
বাৰিষা কেনেকৈ বৃক্কৰ বাবে বিপদ সৃষ্টি হ’ব পাৰে? সজাগ হওক এইসকল লোক

বাৰিষা কেনেকৈ বৃক্কৰ বাবে বিপদ সৃষ্টি হ’ব পাৰে? সজাগ হওক এইসকল লোক

15 hours ago
কথা পাহৰাৰ অভ্যাস? তেন্তে ভয়ংকৰ বিপদৰ পূৰ্বে হওক সাৱধান!

কথা পাহৰাৰ অভ্যাস? তেন্তে ভয়ংকৰ বিপদৰ পূৰ্বে হওক সাৱধান!

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

২৭ অক্টোবৰৰ পৰা মঙ্গলৰ কৃপাত ৪ৰাশিৰ ভাগ্য উদয়, মোটা মুনাফাৰ যোগ

২৭ অক্টোবৰৰ পৰা মঙ্গলৰ কৃপাত ৪ৰাশিৰ ভাগ্য উদয়, মোটা মুনাফাৰ যোগ

editor by editor
October 25, 2025
in জীৱনশৈলী
0
২৭ অক্টোবৰৰ পৰা মঙ্গলৰ কৃপাত ৪ৰাশিৰ ভাগ্য উদয়, মোটা মুনাফাৰ যোগ
0
SHARES
2.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যোতিষশাস্ত্ৰত মঙল গ্ৰহ এফালে নিষ্ঠুৰ, অন্যফালে শক্তিৰ প্ৰতীক হিচাপে ধৰা হয়৷ এই গ্ৰহ যেতিয়া অশুভ থাকে তেতিয়াই জীৱনলৈ বাধা বিপত্তি আহে৷ খং আৰু সংঘাতো বাঢ়ে৷ কিন্তু শুভ অৱস্থানত থাকিলে মঙ্গলে স্থাবৰ সম্পত্তি, মাটি, ঘৰ আৰু আত্মবিশ্বাস আনি দিয়ে৷ প্ৰতি ৪৫ৰ পৰা ৫৭ দিনৰ অন্তৰে অন্তৰে মঙ্গলে ৰাশি পৰিবৰ্তন কৰে৷ এইবাৰ ২৭ অক্টোবৰত মঙ্গলে তুলা ৰাশি এৰি প্ৰবেশ কৰিছে নিজৰ ঘৰ বৃশ্চিক ৰাশিত৷ জ্যোতিষীৰ মতে মঙ্গলৰ এই গোচৰে চাৰিটা ৰাশিৰ জীৱনলৈ কঢ়িয়াই আনে ইতিবাচক পৰিবৰ্তন৷

মেষ ৰাশি

মেষ ৰাশিৰ অধিপতি নিজেই মঙ্গল, সেয়ে এই ৰাশিৰ জাতক জাতিকাৰ বাবে এই সময় অত্যন্ত শুভ৷ আৰ্থিক উন্নতি আৰু নতুন সম্পত্তি কিনাৰ সম্ভাৱনা আছে৷ পৈতৃক সম্পত্তিক লৈ যদি কোনো অমীমাংসিত বিষয় থাকে তেতিয়া সমাধান হ’ব পাৰে৷ বন্ধুবান্ধৱৰ সহায়ত চাপ আৰু উত্তেজনা কিছু কমিব৷ দীৰ্ঘদিনৰ পৰিকল্পিত কাম সাফল্যৰ সৈতে শেষ হ’ব৷

সিংহ ৰাশি

সিংহ ৰাশিৰ জাতকৰ বাবে এই সময় সাফল্যৰ সময়৷ প্ৰেম জীৱনৰ জটিলতা দূৰ হব৷ সন্তান সংক্ৰান্তিয় সুখবৰ পোৱাৰ সম্ভাৱনা আছে৷ শহুৰেকৰ ঘৰৰ পৰা সম্পত্তি আৰু অৰ্থগত সুবিধা লাভ কৰিব৷ মেজাজ নিয়ন্ত্ৰণত থাকিব, ফলত সিদ্ধান্ত লোৱাত সুবিধা হ’ব৷ পৰিয়ালৰ সৈতে কোনো সৰু যাত্ৰাৰ পৰিকল্পনা কৰিব পাৰে৷

বৃশ্চিক ৰাশি

মঙলত নিজৰ গৃহত প্ৰৱেশ কৰিছে সেয়ে বৃশ্চিক ৰাশিৰ জাতকৰ বাবে এই সময় শক্তিৰ সময়৷ কৰ্মক্ষেত্ৰত উন্নতি, হঠাৎ আৰ্থিক লাভ বা নতুন বিনিয়োগৰ সম্ভাৱনা তৈয়াৰ হ’ব৷ দীৰ্ঘদিনৰ পাৰিবাৰিক টনাআঁজোৰা দূৰ হ’ব পাৰে৷ অবিবাহিতসকলৰ বাবে শুভ সময়, উপযুক্ত সংগীৰ সৈতে দেখা হ’ব পাৰে৷ প্ৰেমৰ সম্পৰ্ক দৃঢ় হব আৰু সন্তানৰ পৰাও সুখ পাব৷

মীন ৰাশি

মীন ৰাশিৰ জাতকৰ জীৱনলৈ আহিব পাৰে সুখবৰ৷ যিসকল চাকৰিহীন তেওঁলোকৰ বাবে নতুন কৰ্মসংস্থানৰ সম্ভাৱনা তৈয়াৰ হ’ব৷ ছাত্ৰ ছাত্ৰীসকলে পৰিশ্ৰমৰ ফল পাব৷ মাটি বা সম্পত্তি সংক্ৰান্তিয় কোনো কামত সাফল্য আহিব৷ স্বাস্থ্য পূৰ্বৰ তুলনাত থাকে থাকিব৷ পিতৃ-মাতৃৰ সহায়ত নতুন উদ্যোগ হাতত ল’ব পাৰে৷ পাৰিবাৰিক সম্পৰ্ক আৰু ঘনিষ্ঠ হ’ব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শনিবাৰে নকৰিব এইবোৰ কাম
জীৱনশৈলী

শনিবাৰে নকৰিব এইবোৰ কাম

July 18, 2026
কেনে যাব আজি আপোনাৰ দিনটো?
জীৱনশৈলী

কেনে যাব আজি আপোনাৰ দিনটো?

July 18, 2026
কালসৰ্প দোষে ধ্বংস কৰিব আপোনাক, আজিয়েই হওক সাৱধান!
জীৱনশৈলী

কালসৰ্প দোষে ধ্বংস কৰিব আপোনাক, আজিয়েই হওক সাৱধান!

July 17, 2026
বাৰিষা কেনেকৈ বৃক্কৰ বাবে বিপদ সৃষ্টি হ’ব পাৰে? সজাগ হওক এইসকল লোক
জীৱনশৈলী

বাৰিষা কেনেকৈ বৃক্কৰ বাবে বিপদ সৃষ্টি হ’ব পাৰে? সজাগ হওক এইসকল লোক

July 17, 2026
Next Post
সময় থাকোতেই সাৱধান হওক, জানি থওক ব্ৰেইন টিউমাৰৰ ৫টা লক্ষণ কি কি?

সময় থাকোতেই সাৱধান হওক, জানি থওক ব্ৰেইন টিউমাৰৰ ৫টা লক্ষণ কি কি?

সোণৰ দৰে ৰূপৰ গহনা বন্ধক ৰাখিও বেংকৰ পৰা পোৱা যাব ঋণ? কি কৈছে ৰিজাৰ্ভ বেংকৰ নতুন নিৰ্দেশনাই?

সোণৰ দৰে ৰূপৰ গহনা বন্ধক ৰাখিও বেংকৰ পৰা পোৱা যাব ঋণ? কি কৈছে ৰিজাৰ্ভ বেংকৰ নতুন নিৰ্দেশনাই?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.