• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সময় থাকোতেই সাৱধান হওক, জানি থওক ব্ৰেইন টিউমাৰৰ ৫টা লক্ষণ কি কি?

6 months ago
প্ৰতি মাহে ১০,০০০কৈ জমা কৰিছে? ৫ বছৰৰ পাছত কিমান ৰিটাৰ্ণ পাব?

33 minutes ago
নক্ষত্ৰ সলনি কৰিব গুৰুগ্ৰহই, এই মাহৰ মাজভাগৰ পৰা সু-সময় আৰম্ভ হ’ব ৫ৰাশিৰ জাতকৰ

56 minutes ago
অন্তঃসত্ত্বা অৱস্থাত শ্বুটিং কৰিছে দীপিকাই, নায়িকাৰ বিশেষ যত্ন লৈছে শ্বাহৰুখে নিজেই? কিয় শ্বাহৰুখে দীপিকাক লাকী চাৰ্ম বুলি ধাৰণা কৰে?

2 hours ago
১ বছৰৰ বাবে বেংক অফ বৰোদাত ৫লাখ জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব?

২০২৬ক লৈ বাবা ভাঙ্গাৰ ভৱিষ্যদ্বাণী, টকাৰ গাদীত বহিব এই ৫ৰাশিৰ জাতক

3 hours ago
প্ৰায় ১৫,৬০০ কোটিত বিক্ৰি হ’ল ৰাজস্থান ৰয়েলছ, শেষ পৰ্যন্ত কোনে অধিগ্ৰহণ কৰিলে এই ফ্ৰেঞ্চাইজি?

4 hours ago
৮মে’ত মৃগশিৰা নক্ষত্ৰত প্ৰৱেশ কৰিব শুক্ৰই, ৩ ৰাশিৰ গল্ডেন টাইম, টকাৰ অভাৱ শেষ হ’ব কাৰ কাৰ?

বিষ্ণুৰ কৃপাত ফুলি উঠিব ৪ৰাশিৰ ভাগ্য, অৰ্থ-প্ৰেমেৰে ভৰিব জীৱন, এই ৬০ দিনত কোনে কোনে লাভ কৰিব সাফল্য?

কোটিপতি হোৱাৰ সহজ উপায়, ডাকঘৰৰ আঁচনিসমূহে দিব অধিক সুবিধা !

6 hours ago
পাকিস্তানত হাহাকাৰ! দুৰ্বল হৈ পৰিছে অৰ্থনীতি

হালধীয়া হৈছে নেকি আপোনাৰ দাঁত? ধুনীয়া হাঁহিৰ বাবে লওক দাঁতৰ যতন

7 hours ago
খাদ্যত অত্যাধিক নিমখ ব্যৱহাৰ কৰে নেকি? বিপদত পৰিব পাৰে আপুনি!

  • About
  • Advertise
  • Careers
  • English Edition
Sunday, May 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সময় থাকোতেই সাৱধান হওক, জানি থওক ব্ৰেইন টিউমাৰৰ ৫টা লক্ষণ কি কি?

সময় থাকোতেই সাৱধান হওক, জানি থওক ব্ৰেইন টিউমাৰৰ ৫টা লক্ষণ কি কি?

editor by editor
October 25, 2025
in জীৱনশৈলী, স্বাস্থ্য
0
সময় থাকোতেই সাৱধান হওক, জানি থওক ব্ৰেইন টিউমাৰৰ ৫টা লক্ষণ কি কি?
0
SHARES
3.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ব্ৰেইন টিউমাৰ এক জটিল অসুখ৷ এই ৰোগৰ ফান্দত পৰিলে প্ৰাণ লৈয়েই টনাআঁজোৰা হয়৷ সেয়ে এই ৰোগক লৈ সাৱধান হোৱা জৰুৰী৷ ভাল খবৰ হৈছে এই ৰোগ আৰম্ভণিতে ধৰা পৰিলে দ্ৰুত চিকিৎসা কৰা সম্ভৱ৷ ইয়াৰ পৰা মুক্তি পোৱাও সম্ভৱ৷ কিন্তু আৰম্ভণিতে কেনেকৈ এই ৰোগ ধৰা পেলাব? জানি থওক ব্ৰেইন টিউমাৰৰ কিছু লক্ষণ৷ এইসমূহ দেখিলেই দ্ৰুত চিকিৎসকৰ পৰামৰ্শ লওক৷

চকুৰে ধোঁৱা ধোঁৱা দেখা

হঠাৎ চকুৰে ধোঁৱা ধোঁৱা দেখিছে নেকি? তেন্তে সাৱধান হওক৷ লগে লগে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰক৷ কাৰণ ইয়াৰ কাৰণ হ’ব পাৰে ব্ৰেইন টিউমাৰ৷ এইক্ষেত্ৰত বহু সময়ত দুটা চকুৰেই আপুনি ধোঁৱা ধোঁৱা দেখিব পাৰে৷ চকুৰ সমস্যা বুলি বহুতে এই বিষয়ক আওকান কৰি চলে৷

বাৰে বাৰে মূৰৰ বিষ

মাইগ্ৰেইন থাকিলে মাজে মাজে মূৰৰ বিষ হয়৷ কোনো কাৰণ অবিহনেই যদি দৈনিক মূৰৰ বিষ আৰম্ভ হৈ যায় তেতিয়া সাৱধান হওক৷ কাৰণ, টিউমাৰৰ বাবে এই অসুবিধা হ’ব পাৰে৷ শীঘ্ৰেই সেয়ে চিকিৎসকৰ পৰামৰ্শ লোৱাটো জৰুৰী৷

বমি হোৱা

মূৰৰ বিষৰ সৈতে বমি হলে ৰৈ নাথাকিব৷ কাৰণ ইও ব্ৰেইন টিউমাৰৰ লক্ষণ হ’ব পাৰে৷ এই পৰিস্থিতিত দ্ৰুত চিকিৎসকৰ পৰামৰ্শ লওক৷

কথা পাহৰি যোৱা

বহু সময়ত টিউমাৰৰ বাবেও বহু কথা মানুহে পাহৰি যায়৷ আনকি কোনো কামত ফকাচ কৰিবলৈ যাওঁতেও সমস্যা হয়৷ সেয়ে দৈনন্দিন এই সমস্যাই দেখা দিলে লগে লগেই চিকিৎসকৰ পৰামৰ্শ লওক৷

হঠাৎ মুড ছুইং

বাৰে বাৰে মুড ছুইঙেও কিন্তু এই সমস্যাৰেই ইংগিত বহন কৰে৷ ইয়াৰ পিছত একাধিক কাৰণ থাকিব পাৰে৷ এটা কাৰণ ব্ৰেইন টিউমাৰো হ’ব পাৰে৷ সেয়ে সাবধান হৈ চিকিৎসকৰ পৰামৰ্শ লওক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

নক্ষত্ৰ সলনি কৰিব গুৰুগ্ৰহই, এই মাহৰ মাজভাগৰ পৰা সু-সময় আৰম্ভ হ’ব ৫ৰাশিৰ জাতকৰ
জীৱনশৈলী

May 3, 2026
অন্তঃসত্ত্বা অৱস্থাত শ্বুটিং কৰিছে দীপিকাই, নায়িকাৰ বিশেষ যত্ন লৈছে শ্বাহৰুখে নিজেই? কিয় শ্বাহৰুখে দীপিকাক লাকী চাৰ্ম বুলি ধাৰণা কৰে?
জীৱনশৈলী

অন্তঃসত্ত্বা অৱস্থাত শ্বুটিং কৰিছে দীপিকাই, নায়িকাৰ বিশেষ যত্ন লৈছে শ্বাহৰুখে নিজেই? কিয় শ্বাহৰুখে দীপিকাক লাকী চাৰ্ম বুলি ধাৰণা কৰে?

May 3, 2026
১ বছৰৰ বাবে বেংক অফ বৰোদাত ৫লাখ জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব?
জীৱনশৈলী

১ বছৰৰ বাবে বেংক অফ বৰোদাত ৫লাখ জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব?

May 3, 2026
২০২৬ক লৈ বাবা ভাঙ্গাৰ ভৱিষ্যদ্বাণী, টকাৰ গাদীত বহিব এই ৫ৰাশিৰ জাতক
জীৱনশৈলী

২০২৬ক লৈ বাবা ভাঙ্গাৰ ভৱিষ্যদ্বাণী, টকাৰ গাদীত বহিব এই ৫ৰাশিৰ জাতক

May 3, 2026
Next Post
সোণৰ দৰে ৰূপৰ গহনা বন্ধক ৰাখিও বেংকৰ পৰা পোৱা যাব ঋণ? কি কৈছে ৰিজাৰ্ভ বেংকৰ নতুন নিৰ্দেশনাই?

চন্দ্ৰাধি যোগত মূল নক্ষত্ৰ, সূৰ্যৰ কৃপাত উজ্জ্বল হ’ব ৫ ৰাশিৰ ভাগ্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন