• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
চন্দ্ৰাধি যোগত মূল নক্ষত্ৰ, সূৰ্যৰ কৃপাত উজ্জ্বল হ’ব ৫ ৰাশিৰ ভাগ্য

চন্দ্ৰাধি যোগত মূল নক্ষত্ৰ, সূৰ্যৰ কৃপাত উজ্জ্বল হ’ব ৫ ৰাশিৰ ভাগ্য

8 months ago
৮ম দৰমহা আয়োগৰ নতুন আপডেট, ছেপ্টেম্বৰ মাহত হ’ব পাৰে DA ৰ ঘোষণা

৮ম দৰমহা আয়োগৰ নতুন আপডেট, ছেপ্টেম্বৰ মাহত হ’ব পাৰে DA ৰ ঘোষণা

18 minutes ago
Chupa Chupi Box office collection: ‘চুপা চুপি’ৰ সাফল্য, প্ৰথম সপ্তাহত কিমান কৰিলে উপাৰ্জন?

Chupa Chupi Box office collection: ‘চুপা চুপি’ৰ সাফল্য, প্ৰথম সপ্তাহত কিমান কৰিলে উপাৰ্জন?

1 hour ago
চৰকাৰৰ ডাঙৰ সিদ্ধান্ত! ১৬ বিধ ঔষধৰ ওপৰত তাৎক্ষণিক নিষেধাজ্ঞা

চৰকাৰৰ ডাঙৰ সিদ্ধান্ত! ১৬ বিধ ঔষধৰ ওপৰত তাৎক্ষণিক নিষেধাজ্ঞা

2 hours ago
‘ছলমান খান ভগৱান নহয়, তেওঁ মোক ৰখাব নোৱাৰে’- ভৰত এছ শ্ৰীনেট

‘ছলমান খান ভগৱান নহয়, তেওঁ মোক ৰখাব নোৱাৰে’- ভৰত এছ শ্ৰীনেট

3 hours ago
বিশ্ব বজাৰৰ পৰা ১১৫ কোটি বেৰেল খাৰুৱা তেল অন্তৰ্ধান!

বিশ্ব বজাৰৰ পৰা ১১৫ কোটি বেৰেল খাৰুৱা তেল অন্তৰ্ধান!

4 hours ago
বিশ্বৰ শীৰ্ষ বিজ্ঞানীৰ তালিকাত তেজপুৰ বিশ্ববিদ্যালয়ৰ তিনিগৰাকী অধ্যাপক

বিশ্বৰ শীৰ্ষ বিজ্ঞানীৰ তালিকাত তেজপুৰ বিশ্ববিদ্যালয়ৰ তিনিগৰাকী অধ্যাপক

5 hours ago
এইবাৰ বিপৰীত দিশত ব’ব নেকি মধ্য-প্ৰাচ্যৰ যুদ্ধৰ বতাহ?

এইবাৰ বিপৰীত দিশত ব’ব নেকি মধ্য-প্ৰাচ্যৰ যুদ্ধৰ বতাহ?

5 hours ago
কিট ধাৰলৈ লোৱাৰ পৰা টি-২০ বিশ্বকাপলৈ ফুলমালীৰ কণ্টকময় যাত্ৰা

কিট ধাৰলৈ লোৱাৰ পৰা টি-২০ বিশ্বকাপলৈ ফুলমালীৰ কণ্টকময় যাত্ৰা

6 hours ago
শ্ৰেষ্ঠ কোন, ৰোনাল্ডো নে মেছি? স্তিমিত হৈ আহিছে নেকি CR7?

শ্ৰেষ্ঠ কোন, ৰোনাল্ডো নে মেছি? স্তিমিত হৈ আহিছে নেকি CR7?

7 hours ago
প্লাষ্টিকৰ Bubbleৰ ভিতৰত বন্দী সমগ্ৰ জীৱন, ডেভিদ ভেটাৰৰ কৰুণ কাহিনী

প্লাষ্টিকৰ Bubbleৰ ভিতৰত বন্দী সমগ্ৰ জীৱন, ডেভিদ ভেটাৰৰ কৰুণ কাহিনী

7 hours ago
মেলোনিয়ে মোৰ সৈতে ফটো উঠিবলৈ ব্যাকুল হৈ আছিলঃ ট্ৰাম্প

মেলোনিয়ে মোৰ সৈতে ফটো উঠিবলৈ ব্যাকুল হৈ আছিলঃ ট্ৰাম্প

9 hours ago
২,০০০ বছৰতকৈও পুৰণি মেক্সিকোৰ বিস্ময়কৰ এডাল গছ

২,০০০ বছৰতকৈও পুৰণি মেক্সিকোৰ বিস্ময়কৰ এডাল গছ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, June 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

চন্দ্ৰাধি যোগত মূল নক্ষত্ৰ, সূৰ্যৰ কৃপাত উজ্জ্বল হ’ব ৫ ৰাশিৰ ভাগ্য

চন্দ্ৰাধি যোগত মূল নক্ষত্ৰ, সূৰ্যৰ কৃপাত উজ্জ্বল হ’ব ৫ ৰাশিৰ ভাগ্য

editor by editor
October 25, 2025
in জীৱনশৈলী
0
চন্দ্ৰাধি যোগত মূল নক্ষত্ৰ, সূৰ্যৰ কৃপাত উজ্জ্বল হ’ব ৫ ৰাশিৰ ভাগ্য
0
SHARES
1.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কাইলৈ ২৬ অক্টোবৰ ২০২৫ দেওবাৰে চন্দ্ৰই বৃশ্চিক ৰাশি এৰি ধনু ৰাশিত গোচৰ কৰিব৷ বৈদিক পঞ্জিকাই কৈছে কাইলৈ কাতিৰ শুক্লা পঞ্চমী তিথি৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ থাকিব শোভন যোগ আৰু অতিগণ্ড যোগৰ প্ৰভাৱ৷ কাইলৈ থাকিব জ্যেষ্ঠা নক্ষত্ৰ আৰু মূল নক্ষত্ৰৰ প্রভাৱ৷ এই সকলো যোগৰ প্ৰভাৱত কাইলৈ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হ’ব৷ হিন্দুধৰ্মত দেওবাৰ হৈছে সূৰ্যদেৱতাৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কোন কোন ৰাশিৰ জাতকে জীৱনত প্ৰচুৰ সুখ সাফল্য লাভ কৰিব৷ জানি থওক কাইলৈৰ ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?

মিথুন ৰাশি

কাইলৈ শুক্লা পঞ্চমীত দিনজুৰি সকলো কামতে শুভ এনাৰ্জি থাকিব মিথুন ৰাশিৰ জাতকৰ৷ আপোনাৰ নেতৃত্বত কাইলৈ সকলো কামতেই সফল হ’ব৷ আপোনাৰ কামৰ উৎসাহ দেখি বিৰোধীসকল পিছুৱাই আহিব৷ চেষ্টা কৰিও আপোনাৰ কাম কোনোৱে ৰখাব নোৱাৰিব৷

সিংহ ৰাশি

কাইলৈ সূৰ্যদেৱৰ আশীৰ্বাদত খুবেই সুন্দৰ দিন কটাব সিংহ ৰাশিৰ জাতকে৷ সংগীৰ সৈতে বুজাপৰা বাঢ়িব৷ ইয়াৰ ফলত আপোনাৰ মনত সুখ আৰু শান্তি থাকিব৷ সন্ধিয়া ঘৰলৈ আত্মীয় আহিব পাৰে৷ ব্যৱসায়ত উন্নতিৰ বাবে আপোনাৰ পৰিকল্পনা কাইলৈ সফল হ’ব৷

বৃশ্চিক ৰাশি

কাইলৈ দেওবাৰে চন্দ্ৰাধি যোগৰ প্রভাৱত সুখ আৰু সমৃদ্ধিপূৰ্ণ হ’ব বৃশ্চিক ৰাশিৰ জাতকে৷ ছাত্ৰ ছাত্ৰীসকলে কাইলৈ উচ্চশিক্ষাত বিশেষ সাফল্য লাভ কৰিব পাৰে৷ শিক্ষকৰ পৰা প্ৰয়োজনীয় সহায় পাব৷ বিনিয়োগৰ পৰা মোটা আৰ্থিক লাভ হব পাৰে৷

ধনু ৰাশি

সুকৰ্ম যোগৰ প্ৰভাৱত কাইলৈ দিনটো ধনু ৰাশিৰ জাতকৰ বাবে শুভ হ’ব৷ কাইলৈ আপোনাৰ ঘৰত কোনো আনন্দপূৰ্ণ অনুষ্ঠানৰ আয়োজন হব পাৰে৷ এই অনুষ্ঠানত পৰিয়ালৰ সকলো সদস্যই হাই হুল্লা কৰিব৷ নিজৰ প্ৰিয় মানুহৰ খেয়াল ৰাখিব৷

কুম্ভ ৰাশি

কাইলৈ দিনটো উৎসাহ আৰু আত্মবিশ্বাসেৰে টগবগ কৰিব কুম্ভ ৰাশিৰ জাতক৷ কাইলৈ আপুনি যি কামতেই হাত দিব তাতেই জয়লাভ কৰিব৷ কাইলৈ সন্ধিয়া পুৰণি কেইবাদনো প্ৰিয় বন্ধুৰ সৈতে ভাল সময় কটাব৷ পৰিয়ালৰ সৈতে আপোনাৰ সম্পূৰ্ণ পূৰ্বতকৈ ভাল হব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

প্লাষ্টিকৰ Bubbleৰ ভিতৰত বন্দী সমগ্ৰ জীৱন, ডেভিদ ভেটাৰৰ কৰুণ কাহিনী
জীৱনশৈলী

প্লাষ্টিকৰ Bubbleৰ ভিতৰত বন্দী সমগ্ৰ জীৱন, ডেভিদ ভেটাৰৰ কৰুণ কাহিনী

June 20, 2026
২,০০০ বছৰতকৈও পুৰণি মেক্সিকোৰ বিস্ময়কৰ এডাল গছ
বিশ্ব

২,০০০ বছৰতকৈও পুৰণি মেক্সিকোৰ বিস্ময়কৰ এডাল গছ

June 20, 2026
কাইলৈ কেনে যাব আপোনাৰ দিনটো? ৩ ৰাশিৰ ফুলিব কপাল!
জীৱনশৈলী

কাইলৈ কেনে যাব আপোনাৰ দিনটো? ৩ ৰাশিৰ ফুলিব কপাল!

June 19, 2026
মেষ ৰাশিকে ধৰি এই ৪ ৰাশি সাৱধান, আহি আছে ডাঙৰ বিপদ!
জীৱনশৈলী

মেষ ৰাশিকে ধৰি এই ৪ ৰাশি সাৱধান, আহি আছে ডাঙৰ বিপদ!

June 19, 2026
Next Post
নিশাৰ ভিতৰতে কোটিপতি কৰি তুলিব কেতুৱে, ২০২৬ৰ লাকী ৰাশি কি কি?

নিশাৰ ভিতৰতে কোটিপতি কৰি তুলিব কেতুৱে, ২০২৬ৰ লাকী ৰাশি কি কি?

আনন্দৰে লিখিম বুলি ভবা বোৰ বৰ বিষাদেৰে লিখিবলগীয়া হ’ল, মোৰ মৃ***ত্যু বুলি কৈছিলোঁ, কিন্তু তেওঁ গুচি গ’লঃ আঙুৰলতা ডেকা

আনন্দৰে লিখিম বুলি ভবা বোৰ বৰ বিষাদেৰে লিখিবলগীয়া হ'ল, মোৰ মৃ***ত্যু বুলি কৈছিলোঁ, কিন্তু তেওঁ গুচি গ’লঃ আঙুৰলতা ডেকা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.