• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আনন্দৰে লিখিম বুলি ভবা বোৰ বৰ বিষাদেৰে লিখিবলগীয়া হ’ল, মোৰ মৃ***ত্যু বুলি কৈছিলোঁ, কিন্তু তেওঁ গুচি গ’লঃ আঙুৰলতা ডেকা

আনন্দৰে লিখিম বুলি ভবা বোৰ বৰ বিষাদেৰে লিখিবলগীয়া হ’ল, মোৰ মৃ***ত্যু বুলি কৈছিলোঁ, কিন্তু তেওঁ গুচি গ’লঃ আঙুৰলতা ডেকা

8 months ago
সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!

কাইলৈ কেনে যাব আপোনাৰ দিনটো? জানক কাৰ কাৰ সলনি হ’ব ভাগ্য!

8 hours ago
পুৰণি অৱসৰৰ পৰিকল্পনা নকৰিব কাম! বিশেষজ্ঞসকলে প্ৰকাশ কৰিলে নতুন সূত্ৰ

পুৰণি অৱসৰৰ পৰিকল্পনা নকৰিব কাম! বিশেষজ্ঞসকলে প্ৰকাশ কৰিলে নতুন সূত্ৰ

8 hours ago
হাত-ভৰি বাৰে বাৰে ফুলা…ই কি ৰোগৰ লক্ষণ?

হাত-ভৰি বাৰে বাৰে ফুলা…ই কি ৰোগৰ লক্ষণ?

9 hours ago
মাহেকীয়াৰ সময়ত অসহ্যকৰ বিষ, সকাহ পাবলৈ অভিনেত্ৰীয়ে কৰিলে আচৰিত কাম!

মাহেকীয়াৰ সময়ত অসহ্যকৰ বিষ, সকাহ পাবলৈ অভিনেত্ৰীয়ে কৰিলে আচৰিত কাম!

9 hours ago
১০০-১৫০ জন অতিথি, আমিৰ খানৰ তৃতীয় বিবাহত বিশেষ খাদ্য সম্ভাৰ

১০০-১৫০ জন অতিথি, আমিৰ খানৰ তৃতীয় বিবাহত বিশেষ খাদ্য সম্ভাৰ

10 hours ago
চৰকাৰী কৰ্মচাৰীৰ আহিছে ভালদিন! DA সন্দৰ্ভত পাঁচটা ডাঙৰ দাবী উত্থাপন

চৰকাৰী কৰ্মচাৰীৰ আহিছে ভালদিন! DA সন্দৰ্ভত পাঁচটা ডাঙৰ দাবী উত্থাপন

11 hours ago
WhatsAppত এইবোৰ মেছেজ আহিলে সাৱধান! নিমিষতে হ’ব একাউণ্ট খালী

WhatsAppত এইবোৰ মেছেজ আহিলে সাৱধান! নিমিষতে হ’ব একাউণ্ট খালী

12 hours ago
কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ ইমান দিন ১০০ টকাকৈ কৰক সঞ্চয়!

কোটিপতি হোৱাৰ সহজ উপায়! মাত্ৰ ইমান দিন ১০০ টকাকৈ কৰক সঞ্চয়!

12 hours ago
সঘনাই মিছা কোৱাৰ অভ্যাস, এয়া কোনো গ্ৰহৰ দোষ নেকি?

১৩ জুলাইৰ পূৰ্বে সাৱধান হওক ৪ ৰাশিৰ লোক, হ’ব পাৰে সৰ্বনাশ!

14 hours ago
সেও মানিবলৈ বাধ্য বৰঝাৰ বিমানবন্দৰ কৰ্তৃপক্ষ, যাত্ৰীৰ সুবিধাৰ্থে আৰম্ভ কৰিলে অসমীয়া ভাষাত ঘোষণা

সেও মানিবলৈ বাধ্য বৰঝাৰ বিমানবন্দৰ কৰ্তৃপক্ষ, যাত্ৰীৰ সুবিধাৰ্থে আৰম্ভ কৰিলে অসমীয়া ভাষাত ঘোষণা

15 hours ago
চাকৰিত বাৰে বাৰে বাধা? তেন্তে দেওবাৰে কৰক এই কাম

চাকৰিত বাৰে বাৰে বাধা? তেন্তে দেওবাৰে কৰক এই কাম

16 hours ago
জুলাই মাহত সপোন পূৰণ হ’ব এইকেইটা ৰাশিৰ! আপুনিও নেকি সৌভাগ্যবান?

জুলাই মাহত সপোন পূৰণ হ’ব এইকেইটা ৰাশিৰ! আপুনিও নেকি সৌভাগ্যবান?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, July 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

আনন্দৰে লিখিম বুলি ভবা বোৰ বৰ বিষাদেৰে লিখিবলগীয়া হ’ল, মোৰ মৃ***ত্যু বুলি কৈছিলোঁ, কিন্তু তেওঁ গুচি গ’লঃ আঙুৰলতা ডেকা

আনন্দৰে লিখিম বুলি ভবা বোৰ বৰ বিষাদেৰে লিখিবলগীয়া হ'ল, মোৰ মৃ***ত্যু বুলি কৈছিলোঁ, কিন্তু তেওঁ গুচি গ’লঃ আঙুৰলতা ডেকা

editor by editor
October 27, 2025
in জীৱনশৈলী, বিবিধ
0
আনন্দৰে লিখিম বুলি ভবা বোৰ বৰ বিষাদেৰে লিখিবলগীয়া হ’ল, মোৰ মৃ***ত্যু বুলি কৈছিলোঁ, কিন্তু তেওঁ গুচি গ’লঃ আঙুৰলতা ডেকা
0
SHARES
5.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email
জুবিন গাৰ্গৰ ন্যায় বিচাৰি সামাজিক মাধ্যমত পোষ্ট আঙুৰলতা ডেকাৰ৷ ৰৈ ৰৈ বিনালেৰ প্ৰসংগ সামৰি আঙুৰলতা ডেকাই সামাজিক মাধ্যমত লিখিছে-
“ৰৈ ৰৈ বিনালে…”
জুবিন দাৰ সৈতে মোৰ শ্বুটিঙৰ শেষৰটো দিনৰ এপলক হাঁহি, প্ৰাপ্তি আৰু সুখ সাঁচি ৰাখিছিলোঁ কেমেৰাত।
এই ফটো কেইখন আজিৰ এই সময়খিনিতেই পোষ্ট কৰা কথা আছিল… মাথোঁ আনন্দৰে লিখিম বুলি ভবা বোৰ বৰ বিষাদেৰে লিখিবলগীয়া হ’ল৷
জীৱনৰ ধুমুহাবোৰৰ মাজত নিজৰ স্থিতি অটল ৰাখিবলৈ যুঁজি থকাৰ সময়তে কেইবছৰমানৰ আগতে এবাৰ এক ঘণ্টামান সময় জুবিন দাক মনৰ সকলো কথা খুলি কৈছিলোঁ৷ বহুবোৰ কথাৰ মাজতে বিশেষ ভাৱে কৈছিলো যে, মোৰ মৃত্যুৰ আগত তেওঁৰ লগত এখন ছবি অথবা এটা গান হলেও কৰিবলৈ ইচ্ছা আছে৷ সেই মতেই তেওঁ প্ৰতিশ্ৰুতি দিছিল কিবা এটা কৰিব লাগিব বুলি৷ কেইমাহ মানৰ পিছতে জুবিন দাই ‘ৰৈ ৰৈ বিনালে’ ছবিখনৰ বিষয়ে অসমবাসীক অৱগত কৰিছিল। সেই নিদিৰ্ষ্ট দিনটোতেই মই ছবিখনৰ পৰিচালক ৰাজেশ দাক আৰু গৰিমা বৌক মোৰ মনৰ কথাটো ব্যক্ত কৰিছিলোঁ। কেইদিনমানৰ পিছত শ্বুটিং আৰম্ভ হ’ল আৰু মোৰ সপোন পূৰণ হোৱাৰ মনৰ সীমাহীন আনন্দত শ্বুটিং কৰিছিলোঁ৷ ছবিখনৰ ডাবিং হ’ল আৰু মুক্তিৰ দিনটো নিৰ্ধাৰণ কৰা হ’ল৷ কিন্তু ২১ তাৰিখে বিদেশৰ পৰা ঘুৰি আহিম বুলি আমাক কৈ যোৱা মূল মানুহজন আৰু ঘুৰি নাহিল৷ কিমান যে পৰিকল্পনা… আৰু সপোন আছিল… তেওঁৰো… আমাৰো…৷ ভাঙিচিঙি চুৰমাৰ হৈ গ’ল সকলো…৷ এতিয়া মাত্ৰ এটা কথাই মনলৈ আহিছে… মোৰ মৃত্যু বুলি কৈছিলোঁ…কিন্তু তেওঁৰ মৃত্যুৰ আগে আগে মোৰ সপোন পূৰণ কৰি থৈ গ’ল৷
এতিয়া মাথোঁ উচুপিছো আৰু উচুপিছো…৷
চকুৰ সন্মুখত এতিয়া কলীয়া ডাৱৰৰ ইপাৰ আৰু সিপাৰ…..৷’
#JusticeForZubeenGarg

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

সিদ্ধান্ত লোৱাৰ পূৰ্বে নকৰিব দৌৰাদৌৰি, কাইলৈ বিপদত পৰিব পাৰে ৩ ৰাশি!
জীৱনশৈলী

কাইলৈ কেনে যাব আপোনাৰ দিনটো? জানক কাৰ কাৰ সলনি হ’ব ভাগ্য!

July 5, 2026
পুৰণি অৱসৰৰ পৰিকল্পনা নকৰিব কাম! বিশেষজ্ঞসকলে প্ৰকাশ কৰিলে নতুন সূত্ৰ
বাণিজ্য

পুৰণি অৱসৰৰ পৰিকল্পনা নকৰিব কাম! বিশেষজ্ঞসকলে প্ৰকাশ কৰিলে নতুন সূত্ৰ

July 5, 2026
হাত-ভৰি বাৰে বাৰে ফুলা…ই কি ৰোগৰ লক্ষণ?
জীৱনশৈলী

হাত-ভৰি বাৰে বাৰে ফুলা…ই কি ৰোগৰ লক্ষণ?

July 5, 2026
মাহেকীয়াৰ সময়ত অসহ্যকৰ বিষ, সকাহ পাবলৈ অভিনেত্ৰীয়ে কৰিলে আচৰিত কাম!
বিনোদন

মাহেকীয়াৰ সময়ত অসহ্যকৰ বিষ, সকাহ পাবলৈ অভিনেত্ৰীয়ে কৰিলে আচৰিত কাম!

July 5, 2026
Next Post
যিকোনো পৰিস্থিতিত যুদ্ধ কৰাৰ ক্ষমতা ৰাখে, এই ৪ৰাশিৰ দৰে শক্তিশালী আৰু কোনো নাই

যিকোনো পৰিস্থিতিত যুদ্ধ কৰাৰ ক্ষমতা ৰাখে, এই ৪ৰাশিৰ দৰে শক্তিশালী আৰু কোনো নাই

চাকৰি হেৰুৱালে, অসুস্থ হৈ পৰিছে? বিভিন্ন কাৰণত প্ৰয়োজন ইমাৰ্জেন্সি ফাণ্ড, কিন্তু কেনেকৈ তৈয়াৰ কৰিব ইমাৰ্জেন্সি ফাণ্ড?

চাকৰি হেৰুৱালে, অসুস্থ হৈ পৰিছে? বিভিন্ন কাৰণত প্ৰয়োজন ইমাৰ্জেন্সি ফাণ্ড, কিন্তু কেনেকৈ তৈয়াৰ কৰিব ইমাৰ্জেন্সি ফাণ্ড?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.