• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
যিকোনো পৰিস্থিতিত যুদ্ধ কৰাৰ ক্ষমতা ৰাখে, এই ৪ৰাশিৰ দৰে শক্তিশালী আৰু কোনো নাই

যিকোনো পৰিস্থিতিত যুদ্ধ কৰাৰ ক্ষমতা ৰাখে, এই ৪ৰাশিৰ দৰে শক্তিশালী আৰু কোনো নাই

9 months ago
অসমৰ বানাক্ৰান্তলৈ ছলমান খানৰ সহায়ৰ হাত!

অসমৰ বানাক্ৰান্তলৈ ছলমান খানৰ সহায়ৰ হাত!

4 hours ago
কমনৱেলথত জিলিকিছে ১২ হাজাৰতকৈও কম জনসংখ্যাৰ এখন দেশে

কমনৱেলথত জিলিকিছে ১২ হাজাৰতকৈও কম জনসংখ্যাৰ এখন দেশে

4 hours ago
পুনৰ আহিব নেকি ক’ভিডৰ সংহাৰ?

পুনৰ আহিব নেকি ক’ভিডৰ সংহাৰ?

5 hours ago
আয়োজন কৰিব নালাগে শিশুসকলৰ বাৰ্থদে’ পাৰ্টি

আয়োজন কৰিব নালাগে শিশুসকলৰ বাৰ্থদে’ পাৰ্টি

5 hours ago
বিৰাট কোহলি-অনুষ্কা শৰ্মাৰ জীৱনৰ এটা ভাল খবৰ

বিৰাট কোহলি-অনুষ্কা শৰ্মাৰ জীৱনৰ এটা ভাল খবৰ

6 hours ago
১ আগষ্টৰ পৰা সলনি হ’ব ৪টা গুৰুত্বপূৰ্ণ নিয়ম! LPGৰ দামৰ পৰা Tatkal টিকট বুকিঙলৈ…

১ আগষ্টৰ পৰা সলনি হ’ব ৪টা গুৰুত্বপূৰ্ণ নিয়ম! LPGৰ দামৰ পৰা Tatkal টিকট বুকিঙলৈ…

7 hours ago
শীঘ্ৰেই আৰম্ভ হ’ব ‘চোৰ পঞ্চক’, ৪ আগষ্টলৈ ভুলতো নকৰিব এইকেইটা কাম

শীঘ্ৰেই আৰম্ভ হ’ব ‘চোৰ পঞ্চক’, ৪ আগষ্টলৈ ভুলতো নকৰিব এইকেইটা কাম

7 hours ago
জীৱনৰ সমগ্ৰ উপাৰ্জন অনাথ শিশুৰ বাবে কৰিলে দান, এতিয়া জীৱিকা নিৰ্বাহৰ বাবে কৰে হোটেলত কাম

জীৱনৰ সমগ্ৰ উপাৰ্জন অনাথ শিশুৰ বাবে কৰিলে দান, এতিয়া জীৱিকা নিৰ্বাহৰ বাবে কৰে হোটেলত কাম

8 hours ago
বাইক-চাৰিচকীয়া বাহনৰ মালিকৰ বাবে সুখবৰ!

বাইক-চাৰিচকীয়া বাহনৰ মালিকৰ বাবে সুখবৰ!

9 hours ago
অৱশেষত টীম ইণ্ডিয়াৰ প্ৰশিক্ষকক বিদায় দিলে BCCI-এ

অৱশেষত টীম ইণ্ডিয়াৰ প্ৰশিক্ষকক বিদায় দিলে BCCI-এ

10 hours ago
এইবাৰ ধৰ্মেন্দ্ৰ প্ৰধানৰ বিৰুদ্ধে এইগৰাকী বিজেপি সাংসদৰ কন্যাৰ পোষ্ট

এইবাৰ ধৰ্মেন্দ্ৰ প্ৰধানৰ বিৰুদ্ধে এইগৰাকী বিজেপি সাংসদৰ কন্যাৰ পোষ্ট

10 hours ago
হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য! আজি কিমান হ্ৰাস পালে জানো আহক

হোৰাহোৰে কমিল সোণ-ৰূপৰ মূল্য! আজি কিমান হ্ৰাস পালে জানো আহক

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

যিকোনো পৰিস্থিতিত যুদ্ধ কৰাৰ ক্ষমতা ৰাখে, এই ৪ৰাশিৰ দৰে শক্তিশালী আৰু কোনো নাই

যিকোনো পৰিস্থিতিত যুদ্ধ কৰাৰ ক্ষমতা ৰাখে, এই ৪ৰাশিৰ দৰে শক্তিশালী আৰু কোনো নাই

editor by editor
October 27, 2025
in জীৱনশৈলী
0
যিকোনো পৰিস্থিতিত যুদ্ধ কৰাৰ ক্ষমতা ৰাখে, এই ৪ৰাশিৰ দৰে শক্তিশালী আৰু কোনো নাই
0
SHARES
2.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যোতিষশাস্ত্ৰ অনুসৰি কোনো ব্যক্তিৰ চৰিত্ৰ কেনে হ’ব সেয়া কোৱা হৈছে৷ সম্পৰ্কৰ ক্ষেত্ৰত কেনে, কামত কেনেকুৱা, ব্যক্তিৰ চৰিত্ৰ কেনেকুৱা সেয়াও কৈ দিয়া সম্ভৱ৷ ৰাশি ভেদে সেয়া ভিন্ন ভিন্ন হয়৷ আনকি কিছু ৰাশি আছে যিসকল মানসিক দিশৰ পৰা অত্যন্ত দৃঢ় হয়৷ বিপদৰ সময়তো মূৰ ঠাণ্ডা ৰাখি পৰিস্থিতি চম্ভালিব পাৰে তেওঁলোকে৷

মেষ ৰাশি

জ্যোতিষশাস্ত্ৰই কৈছে, মেষ ৰাশিৰ জাতকক চম্ভালি ৰখা বেছ কঠিন৷ এওঁলোকে যিকোনো পৰিস্থিতিৰ বাবে সদা প্ৰস্তুত থাকে৷ মানসিকভাৱে খুবেই শক্তিশালী৷ বিতৰ্ক আৰু প্ৰতিযোগিতাত তেওঁলোক পিছুৱাই নাথাকে৷ অন্যলোকে তেওঁলোকৰ সম্পৰ্কক লৈ কি ভাৱিছে সেই বিষয়ে পৰোৱাও নকৰে মেষৰ জাতকে৷ সহনশীলতাৰ অভাৱ আৰু হঠকাৰিতাৰ বাবে প্ৰায়েই বিপদতো পৰে তেওঁলোক৷

সিংহ ৰাশি

জ্যোতিষশাস্ত্ৰ মতে সিংহ ৰাশিৰ জাতকৰ ব্যক্তিত্ব বেছ আকৰ্ষণীয়৷ তেওঁলোক বেছ সহানুভূতিশীল হয়৷ সময়ৰ সৈতে আগুৱাই চিন্তাভাৱনা কৰাৰ ক্ষমতা ৰাখে৷ নিজৰ কথাৰে সহজে অন্যক প্ৰভাৱিত কৰিব পাৰে৷ বন্ধু আৰু সংগীৰ হিচাপত তেওঁলোক খুবেই ভৰষাৰ পাত্ৰ৷

বৃশ্চিক ৰাশি

বৃশ্চিক ৰাশিৰ জাতক দৃঢ় মানসিকতাৰ অধিকাৰী হয়৷ তেওঁলোক বহুমুখী ব্যক্তিত্বৰ অধিকাৰী৷ মন বিৰাটেই জটিল হয়৷ সেয়ে কি ভাৱিছে সেয়া বুজা খুবেই কঠিন৷ জীৱনৰ প্ৰতি দৃষ্টিভংগী অন্যতকৈ সম্পূৰ্ণ ভিন্ন৷ ব্যক্তি জীৱনত গোপনীয়তা আৰু ৰহস্যময় জীৱন তেওঁলোকে ভালপায়৷ তেওঁলোকৰ আত্মবিশ্বাসেই হৈছে সাফল্যৰ চাবিকাঠি৷

ধনু ৰাশি

ধনু ৰাশিৰ জাতক চাৰিত্ৰিক দিশৰ পৰা অত্যন্ত কৌতূহলী হয়৷ নতুন বিষয় সম্পৰ্কে জানিবলৈ আগ্ৰহী৷ নিজৰ মতামত ভাৱনা সম্পৰ্কে তেওঁলোক সদায়ে সচেতন৷ কি কৰিব খোজে তাৰ স্পষ্ট ধাৰণা তেওঁলোকৰ থাকে৷ আৱেগতকৈ নীতি তেওঁলোকৰ বাবে বেছি গুৰুত্বপূৰ্ণ৷ তেওঁলোক কথাবাৰ্তাত পাৰদৰ্শী হয়৷ সহজে প্ৰভাৱিত নহয়৷ কঠিন পৰিস্থিতিত বিচলিত নহৈ নিজকে চম্ভালিব পাৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অসমৰ বানাক্ৰান্তলৈ ছলমান খানৰ সহায়ৰ হাত!
জীৱনশৈলী

অসমৰ বানাক্ৰান্তলৈ ছলমান খানৰ সহায়ৰ হাত!

July 28, 2026
পুনৰ আহিব নেকি ক’ভিডৰ সংহাৰ?
জীৱনশৈলী

পুনৰ আহিব নেকি ক’ভিডৰ সংহাৰ?

July 28, 2026
আয়োজন কৰিব নালাগে শিশুসকলৰ বাৰ্থদে’ পাৰ্টি
জীৱনশৈলী

আয়োজন কৰিব নালাগে শিশুসকলৰ বাৰ্থদে’ পাৰ্টি

July 28, 2026
১ আগষ্টৰ পৰা সলনি হ’ব ৪টা গুৰুত্বপূৰ্ণ নিয়ম! LPGৰ দামৰ পৰা Tatkal টিকট বুকিঙলৈ…
জীৱনশৈলী

১ আগষ্টৰ পৰা সলনি হ’ব ৪টা গুৰুত্বপূৰ্ণ নিয়ম! LPGৰ দামৰ পৰা Tatkal টিকট বুকিঙলৈ…

July 28, 2026
Next Post
চাকৰি হেৰুৱালে, অসুস্থ হৈ পৰিছে? বিভিন্ন কাৰণত প্ৰয়োজন ইমাৰ্জেন্সি ফাণ্ড, কিন্তু কেনেকৈ তৈয়াৰ কৰিব ইমাৰ্জেন্সি ফাণ্ড?

চাকৰি হেৰুৱালে, অসুস্থ হৈ পৰিছে? বিভিন্ন কাৰণত প্ৰয়োজন ইমাৰ্জেন্সি ফাণ্ড, কিন্তু কেনেকৈ তৈয়াৰ কৰিব ইমাৰ্জেন্সি ফাণ্ড?

গ্ৰহৰ সেনাপতি মঙ্গলৰ খুবেই প্ৰিয় ২ ৰাশি, হনুমানৰ কৃপাত বছৰজুৰি ঊৰ্ধ্ব হৈ থাকে কেৰিয়াৰৰ গ্ৰাফ

গ্ৰহৰ সেনাপতি মঙ্গলৰ খুবেই প্ৰিয় ২ ৰাশি, হনুমানৰ কৃপাত বছৰজুৰি ঊৰ্ধ্ব হৈ থাকে কেৰিয়াৰৰ গ্ৰাফ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.