• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গ্ৰহৰ সেনাপতি মঙ্গলৰ খুবেই প্ৰিয় ২ ৰাশি, হনুমানৰ কৃপাত বছৰজুৰি ঊৰ্ধ্ব হৈ থাকে কেৰিয়াৰৰ গ্ৰাফ

গ্ৰহৰ সেনাপতি মঙ্গলৰ খুবেই প্ৰিয় ২ ৰাশি, হনুমানৰ কৃপাত বছৰজুৰি ঊৰ্ধ্ব হৈ থাকে কেৰিয়াৰৰ গ্ৰাফ

1 year ago
আগন্তুক ৮৬ দিনলৈ এই ৪ ৰাশিৰ উজলিব ভাগ্য!

আগন্তুক ৮৬ দিনলৈ এই ৪ ৰাশিৰ উজলিব ভাগ্য!

22 minutes ago
ৰাজীৱ গান্ধী কিয় প্ৰধানমন্ত্ৰী হোৱাটো বিচৰা নাছিল ছোনিয়া গান্ধীয়ে?

ৰাজীৱ গান্ধী কিয় প্ৰধানমন্ত্ৰী হোৱাটো বিচৰা নাছিল ছোনিয়া গান্ধীয়ে?

45 minutes ago
ছানিয়া মিৰ্জাই টেনিছ প্ৰশিক্ষণ কেন্দ্ৰৰ ভূমি দান দিলে মছজিদক

ছানিয়া মিৰ্জাই টেনিছ প্ৰশিক্ষণ কেন্দ্ৰৰ ভূমি দান দিলে মছজিদক

1 hour ago
কঁকালৰ বিষত ভোগাসকলৰ বাবে আশাৰ খবৰ!

কঁকালৰ বিষত ভোগাসকলৰ বাবে আশাৰ খবৰ!

2 hours ago
কৰ্মচাৰীৰ DA বৃদ্ধি হ’ব কেতিয়া? DAক লৈ আহি আছে ডাঙৰ খবৰ!

কৰ্মচাৰীৰ DA বৃদ্ধি হ’ব কেতিয়া? DAক লৈ আহি আছে ডাঙৰ খবৰ!

2 hours ago
সদায় হাঁহি থকা ছোৱালীজনীয়ে কিয় ল’লে এই সিদ্ধান্ত?

সদায় হাঁহি থকা ছোৱালীজনীয়ে কিয় ল’লে এই সিদ্ধান্ত?

3 hours ago
কাৰ আশীৰ্বাদত ঘাতক ঘনকান্তই বাহনত লিখিছিল PRESS?

কাৰ আশীৰ্বাদত ঘাতক ঘনকান্তই বাহনত লিখিছিল PRESS?

3 hours ago
আন এক চাঞ্চল্যকৰ হ*ত্যাকাণ্ড, ব্যৱসায়ীক গু*লীয়াই হ*ত্যা দুৰ্বৃত্তৰ

আন এক চাঞ্চল্যকৰ হ*ত্যাকাণ্ড, ব্যৱসায়ীক গু*লীয়াই হ*ত্যা দুৰ্বৃত্তৰ

5 hours ago
মাৰপিট, মৃত্যুৰ ভাবুকি, প্ৰৱঞ্চনা, ডকাইতি, কেতিয়া জোন গগৈৰ পৰা ঘনকান্ত হৈছিল ঘাতকে?

মাৰপিট, মৃত্যুৰ ভাবুকি, প্ৰৱঞ্চনা, ডকাইতি, কেতিয়া জোন গগৈৰ পৰা ঘনকান্ত হৈছিল ঘাতকে?

6 hours ago
‘১৯৯৩ত হোটেলত ট্ৰাম্পে মোৰ সৈতে কু-কাণ্ড কৰিছিল’

‘১৯৯৩ত হোটেলত ট্ৰাম্পে মোৰ সৈতে কু-কাণ্ড কৰিছিল’

6 hours ago
কালিকা লাগিছে নেকি বিলাস INNত?

কালিকা লাগিছে নেকি বিলাস INNত?

6 hours ago
অভিষেক-বৈভৱৰ ধুমুহাত চূৰ্ণ-বিচূৰ্ণ নিউজীলেণ্ড

অভিষেক-বৈভৱৰ ধুমুহাত চূৰ্ণ-বিচূৰ্ণ নিউজীলেণ্ড

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

গ্ৰহৰ সেনাপতি মঙ্গলৰ খুবেই প্ৰিয় ২ ৰাশি, হনুমানৰ কৃপাত বছৰজুৰি ঊৰ্ধ্ব হৈ থাকে কেৰিয়াৰৰ গ্ৰাফ

গ্ৰহৰ সেনাপতি মঙ্গলৰ খুবেই প্ৰিয় ২ ৰাশি, হনুমানৰ কৃপাত বছৰজুৰি ঊৰ্ধ্ব হৈ থাকে কেৰিয়াৰৰ গ্ৰাফ

editor by editor
October 27, 2025
in জীৱনশৈলী
0
গ্ৰহৰ সেনাপতি মঙ্গলৰ খুবেই প্ৰিয় ২ ৰাশি, হনুমানৰ কৃপাত বছৰজুৰি ঊৰ্ধ্ব হৈ থাকে কেৰিয়াৰৰ গ্ৰাফ
0
SHARES
1.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যোতিষ অনুসৰি মঙল গ্ৰহ হৈছে আমাৰ কৰ্মৰ অধিপতি৷ অৰ্থাৎ মঙল ভালে থাকিলে কেৰিয়াৰত উন্নতি কৰা সহজ হয়৷ জাতকৰ কোষ্ঠীত মঙল শক্তিশালী হলে কৰ্মক্ষেত্ৰত নিজৰ আধিপত্য আৰু প্ৰতিপত্তি বিস্তাৰ কৰিব পাৰে জাতকে৷ আকৌ দুৰ্বল মঙলৰ অশুভ প্ৰভাৱত পৰিশ্ৰম কৰিলেও কাঙ্খিত সাফল্য লাভ নকৰে জাতকে৷ মঙল ভালে থাকিলে সমাজতো প্ৰতিপত্তি আৰু সন্মান লাভ কৰা সম্ভৱ৷ কেৰিয়াৰৰ ক্ষেত্ৰতো ডাঙৰ কোনো পুৰস্কাৰ লাভ কৰে সেই ব্যক্তিয়ে৷ ১২ ৰাশিৰ মাজত মাত্ৰ ২ টা ৰাশিৰ ওপৰত সৰ্বদা থাকে মঙ্গলৰ কৃপা৷ জানি থওক সেই ২ ৰাশি কি কি?

কোন ৰাশিত মঙ্গলৰ আশীৰ্বাদ

জ্যোতিষ গণনা অনুসৰি কৰ্কট আৰু কুম্ভ ৰাশিৰ জাতকৰ ওপৰত থাকে মঙ্গলৰ আশীৰ্বাদ৷ এই দুই ৰাশিৰ জাতকে মঙ্গলক তুষ্ট কৰিলেই পেছাগত জীৱনত বহুদূৰ আগুৱাব পাৰে৷

কৰ্কট ৰাশি

এই ৰাশিৰ জাতকৰ ওপৰত মঙ্গলৰ অশেষ কৃপা থাকে৷ সকলো কামতেই এওঁলোকে সাফল্য পায়৷ আৰ্থিক সমস্যাত পৰিলেও সেই সমস্যাৰ পৰা তেওঁলোক উলাই আহিব পাৰে৷ পৰিয়ালৰ সৈতে এওঁলোকৰ সম্পৰ্ক ভালেই থাকে৷ কঠোৰ পৰিশ্ৰম কৰিব পাৰে তেওঁলোকে৷ যাৰ ফলো তেওঁলোকে পায়৷ দাম্পত্য জীৱন সুখৰ হয়৷ স্বাস্থ্যগত দিশৰ পৰাও ভালে থাকে এই ৰাশিৰ জাতক৷

কুম্ভ ৰাশি

এই ৰাশিৰ জাতক মঙ্গলৰ খুবেই প্ৰিয় হয়৷ এওঁলোকৰ জীৱনলৈ অহা সকলো বাধাই নিমিষতে দূৰো হয়৷ কৰ্মক্ষেত্ৰত এওঁলোকে প্ৰশংসা লাভ কৰে৷ কোনো দায়িত্ব পালে সেয়া সুন্দৰভাৱে পালন কৰে৷ আৰ্থিক দিশৰ পৰা তেওঁলোক মজবুত৷ মঙ্গলৰ কৃপাত তেওঁলোকৰ কোনোদিনে ধনৰ অভাৱ নহয়৷ দাম্পত্য জীৱনত সংগীৰ সহযোগিতা সকলো সময়তে লাভ কৰে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আগন্তুক ৮৬ দিনলৈ এই ৪ ৰাশিৰ উজলিব ভাগ্য!
জীৱনশৈলী

আগন্তুক ৮৬ দিনলৈ এই ৪ ৰাশিৰ উজলিব ভাগ্য!

October 27, 2026
কঁকালৰ বিষত ভোগাসকলৰ বাবে আশাৰ খবৰ!
জীৱনশৈলী

কঁকালৰ বিষত ভোগাসকলৰ বাবে আশাৰ খবৰ!

October 27, 2026
বাৰে বাৰে পানীৰ পিয়াহ আৰু মূৰৰ বিষ…ভুলতো আওকাণ নকৰিব এনে লক্ষণ
জীৱনশৈলী

বাৰে বাৰে পানীৰ পিয়াহ আৰু মূৰৰ বিষ…ভুলতো আওকাণ নকৰিব এনে লক্ষণ

October 27, 2026
ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! হাতলৈ আহিব প্ৰচুৰ ধন
জীৱনশৈলী

আজিৰ ভাগ্যৱান ৩ ৰাশি, বাকী ৰাশিৰ জাতক-জাতিকা হওক সাৱধান!

October 27, 2026
Next Post
ঘৰত থাকিব সমৃদ্ধি, ভাগ্যৰ দুৱাৰ খুলিব এই ৫বাস্তু টিপছে

ঘৰত থাকিব সমৃদ্ধি, ভাগ্যৰ দুৱাৰ খুলিব এই ৫বাস্তু টিপছে

২০২৫ৰ বিদায়ৰ পূৰ্বেই ধনলাভৰ যোগ ৪ ৰাশিৰ, বছৰৰ শেষত ডাঙৰ মানুহ হ’ব এইকেইটা ৰাশিৰ জাতক

২০২৫ৰ বিদায়ৰ পূৰ্বেই ধনলাভৰ যোগ ৪ ৰাশিৰ, বছৰৰ শেষত ডাঙৰ মানুহ হ’ব এইকেইটা ৰাশিৰ জাতক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.