• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ঘৰত থাকিব সমৃদ্ধি, ভাগ্যৰ দুৱাৰ খুলিব এই ৫বাস্তু টিপছে

ঘৰত থাকিব সমৃদ্ধি, ভাগ্যৰ দুৱাৰ খুলিব এই ৫বাস্তু টিপছে

1 year ago
আন এক চাঞ্চল্যকৰ হ*ত্যাকাণ্ড, ব্যৱসায়ীক গু*লীয়াই হ*ত্যা দুৰ্বৃত্তৰ

আন এক চাঞ্চল্যকৰ হ*ত্যাকাণ্ড, ব্যৱসায়ীক গু*লীয়াই হ*ত্যা দুৰ্বৃত্তৰ

6 minutes ago
মাৰপিট, মৃত্যুৰ ভাবুকি, প্ৰৱঞ্চনা, ডকাইতি, কেতিয়া জোন গগৈৰ পৰা ঘনকান্ত হৈছিল ঘাতকে?

মাৰপিট, মৃত্যুৰ ভাবুকি, প্ৰৱঞ্চনা, ডকাইতি, কেতিয়া জোন গগৈৰ পৰা ঘনকান্ত হৈছিল ঘাতকে?

45 minutes ago
‘১৯৯৩ত হোটেলত ট্ৰাম্পে মোৰ সৈতে কু-কাণ্ড কৰিছিল’

‘১৯৯৩ত হোটেলত ট্ৰাম্পে মোৰ সৈতে কু-কাণ্ড কৰিছিল’

56 minutes ago
কালিকা লাগিছে নেকি বিলাস INNত?

কালিকা লাগিছে নেকি বিলাস INNত?

2 hours ago
অভিষেক-বৈভৱৰ ধুমুহাত চূৰ্ণ-বিচূৰ্ণ নিউজীলেণ্ড

অভিষেক-বৈভৱৰ ধুমুহাত চূৰ্ণ-বিচূৰ্ণ নিউজীলেণ্ড

2 hours ago
একেৰাহে বন্ধ থাকিব বেংক! শীঘ্ৰে কৰক প্ৰয়োজনীয় কাম

একেৰাহে বন্ধ থাকিব বেংক! শীঘ্ৰে কৰক প্ৰয়োজনীয় কাম

4 hours ago
বাৰে বাৰে পানীৰ পিয়াহ আৰু মূৰৰ বিষ…ভুলতো আওকাণ নকৰিব এনে লক্ষণ

বাৰে বাৰে পানীৰ পিয়াহ আৰু মূৰৰ বিষ…ভুলতো আওকাণ নকৰিব এনে লক্ষণ

4 hours ago
শেষ নোহোৱা ঘনকান্তৰ কু-কীৰ্তিৰ আখ্যান! ভাই-বোৱাৰীয়ে ক’লে, নিজৰ প্ৰাণ ৰক্ষাৰ বাবে গুলীচালনা কৰিছিল মোৰ বৰজনাই!

শেষ নোহোৱা ঘনকান্তৰ কু-কীৰ্তিৰ আখ্যান! ভাই-বোৱাৰীয়ে ক’লে, নিজৰ প্ৰাণ ৰক্ষাৰ বাবে গুলীচালনা কৰিছিল মোৰ বৰজনাই!

5 hours ago
গাড়ীত ‘PRESS’ লিখি VIP ষ্টাইলত ঘূৰিছিল ঘনকান্তই! ৫ গৰাকী লোকক *ত্যা কৰা ঘা*তকৰ প্ৰকৃত পৰিচয় এতিয়াও ৰহস্য আৱৰ্তত

গাড়ীত ‘PRESS’ লিখি VIP ষ্টাইলত ঘূৰিছিল ঘনকান্তই! ৫ গৰাকী লোকক *ত্যা কৰা ঘা*তকৰ প্ৰকৃত পৰিচয় এতিয়াও ৰহস্য আৱৰ্তত

6 hours ago
মাষ্টাৰমাইণ্ড ঘনকান্ত গগৈ কোন? কি শত্ৰুতা আছিল হেলেনা ভৰালীৰ পৰিয়ালৰ সৈতে, জানক ন ন তথ্য

মাষ্টাৰমাইণ্ড ঘনকান্ত গগৈ কোন? কি শত্ৰুতা আছিল হেলেনা ভৰালীৰ পৰিয়ালৰ সৈতে, জানক ন ন তথ্য

7 hours ago
হোটেল বিলাস ইনৰ গু*লী*চা*লনাত জড়িত মাষ্টাৰমাইণ্ড ঘনকান্তৰ ন ন তথ্য পোহৰলৈ

হোটেল বিলাস ইনৰ গু*লী*চা*লনাত জড়িত মাষ্টাৰমাইণ্ড ঘনকান্তৰ ন ন তথ্য পোহৰলৈ

8 hours ago
‘২৪ ঘন্টাৰ ভিতৰত দোষীক এন**ণ্টাৰ কৰক’, হাতযোৰ কৰি অনুৰোধ দেৱৰ্ষি ভৰালীৰ বন্ধুৰ

‘২৪ ঘন্টাৰ ভিতৰত দোষীক এন**ণ্টাৰ কৰক’, হাতযোৰ কৰি অনুৰোধ দেৱৰ্ষি ভৰালীৰ বন্ধুৰ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ঘৰত থাকিব সমৃদ্ধি, ভাগ্যৰ দুৱাৰ খুলিব এই ৫বাস্তু টিপছে

ঘৰত থাকিব সমৃদ্ধি, ভাগ্যৰ দুৱাৰ খুলিব এই ৫বাস্তু টিপছে

editor by editor
October 27, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত
0
ঘৰত থাকিব সমৃদ্ধি, ভাগ্যৰ দুৱাৰ খুলিব এই ৫বাস্তু টিপছে
0
SHARES
971
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

সকলোৱেই বিচাৰে পৰিয়ালটো সুখৰ হওক৷ সংসাৰত শান্তি থাকক৷ সমৃদ্ধিও থাকক৷ সেইমতেই পৰিশ্ৰমো কৰে৷ কিন্তু পৰিশ্ৰমৰ অন্তত বহুতেই কাঙ্খিত ফল লাভ নকৰে৷ ইয়াৰ কাৰণ বাস্তুদোষ বুলি জ্যোতিষশাস্ত্ৰত উল্লেখ আছে৷ বাস্তু দোষৰ বাবেই সংসাৰত অশান্তি আৰম্ভ হব পাৰে৷ জীৱনলৈ আহিব পাৰে নানান বাধা৷ ইয়াৰোপৰি শাৰীৰিক সমস্যাইয়ো ঘেৰি ধৰিব পাৰে৷ সেয়ে বাস্তুক লৈ সাবধান হোৱা জৰুৰী৷ মানি চলক কেইটামান নীতি৷ তেতিয়া সংসাৰত পজিটিভ এনাৰ্জি বিৰাজ কৰিবই৷ আপুন আৰু পৰিয়ালৰ অন্যান্য সদস্যসকলে সুখ আৰু সমৃদ্ধিও লাভ কৰে৷ ঘৰলৈ লক্ষ্মীৰো আগমন হয়৷ সময় নষ্ট নকৰি জানি থওক বাস্তু টিপছ৷

ঘৰৰ সমুখভাগত তুলসী গছ ৰাখক

বাস্তুশাস্ত্ৰমতে তুলসী হৈছে সৌভাগ্যৰ প্ৰতীক৷ ই ঘৰত পজিটিভ এনাৰ্জি আনি দিব পাৰে৷ বাহিৰ কৰিব  যিকোনো নেতিবাচক শক্তি৷ তুলসী হৈছে মা লক্ষ্মী আৰু ভগৱান বিষ্ণুৰ প্ৰতীক৷ সেই কাৰণেই ঘৰত তুলসী গছ ৰখা শুভ৷ বিশেষকৈ ঘৰৰ মূল প্ৰৱেশদ্বাৰত যদি তুলসী গছ লগাই বহু উপকাৰ আপুনি লাভ কৰিব৷

শোৱাৰ দিশ

বাস্তুশাস্ত্ৰ অনুসৰি আপুনি কোন দিশে শোৱে তাৰ ওপৰতো বহু কথা নিৰ্ভৰ কৰে৷ আনকি আপোনাৰ স্বাস্থ্যও নিৰ্ভৰ কৰে তাৰ ওপৰত৷ সেয়ে শোৱাৰ দিশ নিৰ্বাচন কৰক৷ এইক্ষেত্ৰত ভুলতো উত্তৰ দিশৰ মূৰ থৈ নুশুৱ৷ এনেকৈ শুলে ভয়াৱহ স্বাস্থ্যজনিত সমস্যা আহিব পাৰে৷ উত্তৰ দিশত এক বিশেষ শক্তি থাকে৷ সেই শক্তিয়ে আমাৰ শৰীৰৰ শক্তিৰ সৈতে বিপৰীত প্ৰতিক্ৰিয়া তৈয়াৰ কৰিব পাৰে৷ যাৰ ফলত সমস্যা হোৱাৰ আশংকা বাঢ়ে৷ সেয়ে উত্তৰ দিশত মুৰ থৈ নুশুওৱাটো মঙ্গল৷ দক্ষিণ বা পূৰ্ব দিশত মূৰ থৈ শুৱ পাৰে৷

ঘৰৰ খিৰিকি কোন দিশে দিব?

ঘৰৰ খিৰিকি এক গুৰুত্বপূৰ্ণ বিষয়৷ এইক্ষেত্ৰত দক্ষিণ দিশত খিৰিকি থকা জৰুৰী৷ এই দিশত খিৰিকি থাকিলে ঘৰ সমৃদ্ধিৰে ভৰি পৰিব৷ পজিটিভ এনাৰ্জিয়ে বিৰাজ কৰিব সমগ্ৰ স্থানত৷ ইয়াৰোপৰি দক্ষিণ দিশত খিৰিকি থাকিলে উপকাৰ লাভ হয় বুলি শাস্ত্ৰত উল্লেখ আছে৷

ঘড়ী কোন দিশে ৰখা উচিত?

ঘৰৰ ৱাল ঘড়ীৰ মুখ সকলোসময়তে পশ্চিম আৰু উত্তৰ দিশত হ’ব লাগে৷ ঘড়ী প্ৰকৃততে সময়ৰ প্ৰতীক৷ সেয়ে এই দুই দিশত ঘড়ি ৰাখিলে পজিটিভ এনাৰ্জিৰে ঘূৰিবলৈ ধৰে৷ যাৰ ফলত জীৱনলৈ প্ৰশান্তি আহে৷

আচবাব ঠিক দিশত ৰাখক

বাস্তুশাস্ত্ৰমতে সঠিক দিশত আচবাবো ৰখা উচিত৷ তেতিয়াহে পজিটিভ এনাৰ্জি আহে৷ ইয়াৰোপৰি পৰিয়ালৰ সকলোৰে স্বাস্থ্যও ভালে থাকিব৷ এইক্ষেত্ৰত দক্ষিণ পশ্চিম দিশত আচবাব ৰাখিলে সকলোতকৈ বেছি লাভ পাব৷ সংসাৰলৈ উভতি আহিব শান্তি৷ ইয়াৰোপৰি সুৰক্ষিত থাকিব পৰিয়ালৰ সদস্যসকলো৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আন এক চাঞ্চল্যকৰ হ*ত্যাকাণ্ড, ব্যৱসায়ীক গু*লীয়াই হ*ত্যা দুৰ্বৃত্তৰ
অপৰাধ

আন এক চাঞ্চল্যকৰ হ*ত্যাকাণ্ড, ব্যৱসায়ীক গু*লীয়াই হ*ত্যা দুৰ্বৃত্তৰ

October 27, 2026
অভিষেক-বৈভৱৰ ধুমুহাত চূৰ্ণ-বিচূৰ্ণ নিউজীলেণ্ড
বিনোদন

অভিষেক-বৈভৱৰ ধুমুহাত চূৰ্ণ-বিচূৰ্ণ নিউজীলেণ্ড

October 27, 2026
একেৰাহে বন্ধ থাকিব বেংক! শীঘ্ৰে কৰক প্ৰয়োজনীয় কাম
বাণিজ্য

একেৰাহে বন্ধ থাকিব বেংক! শীঘ্ৰে কৰক প্ৰয়োজনীয় কাম

October 27, 2026
বাৰে বাৰে পানীৰ পিয়াহ আৰু মূৰৰ বিষ…ভুলতো আওকাণ নকৰিব এনে লক্ষণ
জীৱনশৈলী

বাৰে বাৰে পানীৰ পিয়াহ আৰু মূৰৰ বিষ…ভুলতো আওকাণ নকৰিব এনে লক্ষণ

October 27, 2026
Next Post
২০২৫ৰ বিদায়ৰ পূৰ্বেই ধনলাভৰ যোগ ৪ ৰাশিৰ, বছৰৰ শেষত ডাঙৰ মানুহ হ’ব এইকেইটা ৰাশিৰ জাতক

২০২৫ৰ বিদায়ৰ পূৰ্বেই ধনলাভৰ যোগ ৪ ৰাশিৰ, বছৰৰ শেষত ডাঙৰ মানুহ হ’ব এইকেইটা ৰাশিৰ জাতক

সাৱধান হওক! যৌ*** সুখৰ মোহত এই ঔষধ সেৱন কৰিছে? হাৰ্ট এটেকৰ লগতে এইকেইটা ভয়ংকৰ ৰোগত আক্ৰান্ত হ’ব পাৰে শৰীৰ

সাৱধান হওক! যৌ*** সুখৰ মোহত এই ঔষধ সেৱন কৰিছে? হাৰ্ট এটেকৰ লগতে এইকেইটা ভয়ংকৰ ৰোগত আক্ৰান্ত হ’ব পাৰে শৰীৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.