• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২০২৫ৰ বিদায়ৰ পূৰ্বেই ধনলাভৰ যোগ ৪ ৰাশিৰ, বছৰৰ শেষত ডাঙৰ মানুহ হ’ব এইকেইটা ৰাশিৰ জাতক

২০২৫ৰ বিদায়ৰ পূৰ্বেই ধনলাভৰ যোগ ৪ ৰাশিৰ, বছৰৰ শেষত ডাঙৰ মানুহ হ’ব এইকেইটা ৰাশিৰ জাতক

1 year ago
কাৰ আশীৰ্বাদত ঘাতক ঘনকান্তই বাহনত লিখিছিল PRESS?

কাৰ আশীৰ্বাদত ঘাতক ঘনকান্তই বাহনত লিখিছিল PRESS?

1 minute ago
আন এক চাঞ্চল্যকৰ হ*ত্যাকাণ্ড, ব্যৱসায়ীক গু*লীয়াই হ*ত্যা দুৰ্বৃত্তৰ

আন এক চাঞ্চল্যকৰ হ*ত্যাকাণ্ড, ব্যৱসায়ীক গু*লীয়াই হ*ত্যা দুৰ্বৃত্তৰ

2 hours ago
মাৰপিট, মৃত্যুৰ ভাবুকি, প্ৰৱঞ্চনা, ডকাইতি, কেতিয়া জোন গগৈৰ পৰা ঘনকান্ত হৈছিল ঘাতকে?

মাৰপিট, মৃত্যুৰ ভাবুকি, প্ৰৱঞ্চনা, ডকাইতি, কেতিয়া জোন গগৈৰ পৰা ঘনকান্ত হৈছিল ঘাতকে?

2 hours ago
‘১৯৯৩ত হোটেলত ট্ৰাম্পে মোৰ সৈতে কু-কাণ্ড কৰিছিল’

‘১৯৯৩ত হোটেলত ট্ৰাম্পে মোৰ সৈতে কু-কাণ্ড কৰিছিল’

2 hours ago
কালিকা লাগিছে নেকি বিলাস INNত?

কালিকা লাগিছে নেকি বিলাস INNত?

3 hours ago
অভিষেক-বৈভৱৰ ধুমুহাত চূৰ্ণ-বিচূৰ্ণ নিউজীলেণ্ড

অভিষেক-বৈভৱৰ ধুমুহাত চূৰ্ণ-বিচূৰ্ণ নিউজীলেণ্ড

4 hours ago
একেৰাহে বন্ধ থাকিব বেংক! শীঘ্ৰে কৰক প্ৰয়োজনীয় কাম

একেৰাহে বন্ধ থাকিব বেংক! শীঘ্ৰে কৰক প্ৰয়োজনীয় কাম

5 hours ago
বাৰে বাৰে পানীৰ পিয়াহ আৰু মূৰৰ বিষ…ভুলতো আওকাণ নকৰিব এনে লক্ষণ

বাৰে বাৰে পানীৰ পিয়াহ আৰু মূৰৰ বিষ…ভুলতো আওকাণ নকৰিব এনে লক্ষণ

6 hours ago
শেষ নোহোৱা ঘনকান্তৰ কু-কীৰ্তিৰ আখ্যান! ভাই-বোৱাৰীয়ে ক’লে, নিজৰ প্ৰাণ ৰক্ষাৰ বাবে গুলীচালনা কৰিছিল মোৰ বৰজনাই!

শেষ নোহোৱা ঘনকান্তৰ কু-কীৰ্তিৰ আখ্যান! ভাই-বোৱাৰীয়ে ক’লে, নিজৰ প্ৰাণ ৰক্ষাৰ বাবে গুলীচালনা কৰিছিল মোৰ বৰজনাই!

6 hours ago
গাড়ীত ‘PRESS’ লিখি VIP ষ্টাইলত ঘূৰিছিল ঘনকান্তই! ৫ গৰাকী লোকক *ত্যা কৰা ঘা*তকৰ প্ৰকৃত পৰিচয় এতিয়াও ৰহস্য আৱৰ্তত

গাড়ীত ‘PRESS’ লিখি VIP ষ্টাইলত ঘূৰিছিল ঘনকান্তই! ৫ গৰাকী লোকক *ত্যা কৰা ঘা*তকৰ প্ৰকৃত পৰিচয় এতিয়াও ৰহস্য আৱৰ্তত

7 hours ago
মাষ্টাৰমাইণ্ড ঘনকান্ত গগৈ কোন? কি শত্ৰুতা আছিল হেলেনা ভৰালীৰ পৰিয়ালৰ সৈতে, জানক ন ন তথ্য

মাষ্টাৰমাইণ্ড ঘনকান্ত গগৈ কোন? কি শত্ৰুতা আছিল হেলেনা ভৰালীৰ পৰিয়ালৰ সৈতে, জানক ন ন তথ্য

8 hours ago
হোটেল বিলাস ইনৰ গু*লী*চা*লনাত জড়িত মাষ্টাৰমাইণ্ড ঘনকান্তৰ ন ন তথ্য পোহৰলৈ

হোটেল বিলাস ইনৰ গু*লী*চা*লনাত জড়িত মাষ্টাৰমাইণ্ড ঘনকান্তৰ ন ন তথ্য পোহৰলৈ

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, October 27, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

২০২৫ৰ বিদায়ৰ পূৰ্বেই ধনলাভৰ যোগ ৪ ৰাশিৰ, বছৰৰ শেষত ডাঙৰ মানুহ হ’ব এইকেইটা ৰাশিৰ জাতক

২০২৫ৰ বিদায়ৰ পূৰ্বেই ধনলাভৰ যোগ ৪ ৰাশিৰ, বছৰৰ শেষত ডাঙৰ মানুহ হ’ব এইকেইটা ৰাশিৰ জাতক

editor by editor
October 27, 2025
in জীৱনশৈলী
0
২০২৫ৰ বিদায়ৰ পূৰ্বেই ধনলাভৰ যোগ ৪ ৰাশিৰ, বছৰৰ শেষত ডাঙৰ মানুহ হ’ব এইকেইটা ৰাশিৰ জাতক
0
SHARES
7.9k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

জ্যোতিষশাস্ত্ৰত ৯টা গ্ৰহৰ কথা কোৱা হৈছে৷ এই গ্ৰহই সময়ে সময়ে ৰাশি পৰিবৰ্তন কৰে৷ এই গ্ৰহৰ ৰাশি পৰিবৰ্তনৰ প্ৰভাৱ ১২ ৰাশিৰ ওপৰত পৰা দেখা যায়৷ ২০২৫ চন শেষ হবলৈ হাতত মাত্ৰ ২মাহ সময় আছে৷ আৰু এই সময়ত কিছু গ্ৰহৰ অৱস্থান পৰিবৰ্তন হোৱাৰ কাৰণে বছৰৰ শেষত ভাল সময় আহিব কেইটামান ৰাশিৰ জাতকৰ৷

মেষ ৰাশি

এই ৰাশিৰ জাতকে এই সময়ত সুখৰ সময় কটাব৷ পৰিয়াল আৰু বন্ধুৰ সৈতে ভাল সময় কটাব পাৰে৷ জীৱনলৈ সৰু সৰু সুখৰ মুহূৰ্ত আহিব৷ পুৰণি ৰৈ থকা কাম সম্পূৰ্ণ হব আৰু মনোবলো বাঢ়িব৷ মানসিক শান্তি আৰু জীৱনৰ ভাৰসাম্য বৰ্তি থাকিব৷ প্ৰতিটো ক্ষেত্ৰত সফলতা পাব৷

সিংহ ৰাশি

সিংহ ৰাশিৰ জাতকৰ বাবে এই সময়কালত অৰ্থ লাভৰ বিশেষ সুযোগ আহিব৷ চাকৰি আৰু ব্যৱসায়ত বিনিয়োগে ইতিবাচক পৰিবৰ্তন আনিব৷ হঠাৎ আয়ৰ নতুন পথ খুলিব৷ আৰ্থিক পৰিস্থিতি মজবুত হব৷ জীৱনলৈ সুখৰ সময় আহিব৷ এই সময়ত খৰচৰ ওপৰত নিয়ন্ত্ৰণ ৰাখক৷ লাভৰ সম্পূৰ্ণ সুযোগ পাব৷

বৃশ্চিক ৰাশি

বছৰৰ শেষ দুটা মাহত বৃশ্চিক ৰাশিৰ জীৱনলৈ সুখ স্বাচ্ছন্দ্য বৰ্তি থাকিব৷ কেৰিয়াৰ আৰু ব্যৱসায়ত নতুন সুযোগ আহিব৷ পুৰণি পৰিশ্ৰমৰ ফল পাব৷ সমাজত আৰু বন্ধুৰ মাজত মান সন্মান বাঢ়িব৷ স্বাস্থ্য আৰু মানসিক পৰিস্থিতি ভালে থাকিব৷ জীৱনত ভাৰসাম্য আৰু সফলতা উভয়েই থাকিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বাৰে বাৰে পানীৰ পিয়াহ আৰু মূৰৰ বিষ…ভুলতো আওকাণ নকৰিব এনে লক্ষণ
জীৱনশৈলী

বাৰে বাৰে পানীৰ পিয়াহ আৰু মূৰৰ বিষ…ভুলতো আওকাণ নকৰিব এনে লক্ষণ

October 27, 2026
ভাগ্যৰ দুৱাৰ খুলিব ৫ ৰাশিৰ! হাতলৈ আহিব প্ৰচুৰ ধন
জীৱনশৈলী

আজিৰ ভাগ্যৱান ৩ ৰাশি, বাকী ৰাশিৰ জাতক-জাতিকা হওক সাৱধান!

October 27, 2026
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ
জীৱনশৈলী

আজি কাৰ জিলিকিব ভাগ্য? জানক ১২টা ৰাশিৰ আৰ্থিক, কেৰিয়াৰ আৰু প্ৰেমৰ বিষয়ে

October 27, 2026
কলৰ সৈতে গাখীৰ একেলগে খালে কি হয়? জানি হ’ব আচৰিত
জীৱনশৈলী

কলৰ সৈতে গাখীৰ একেলগে খালে কি হয়? জানি হ’ব আচৰিত

October 26, 2026
Next Post
সাৱধান হওক! যৌ*** সুখৰ মোহত এই ঔষধ সেৱন কৰিছে? হাৰ্ট এটেকৰ লগতে এইকেইটা ভয়ংকৰ ৰোগত আক্ৰান্ত হ’ব পাৰে শৰীৰ

সাৱধান হওক! যৌ*** সুখৰ মোহত এই ঔষধ সেৱন কৰিছে? হাৰ্ট এটেকৰ লগতে এইকেইটা ভয়ংকৰ ৰোগত আক্ৰান্ত হ’ব পাৰে শৰীৰ

মই এগৰাকী ৰেছপনছিবল মাদাৰ, এগৰাকী ৰেছপনছিবল লেখক হিচাপে মুখ্যমন্ত্ৰীক বিবেচনা কৰিবলৈ কৈছিলো, জুবিন অসুস্থ আছিল যদি ছিংগাপুৰলৈ যাব দিব নালাগিছিলঃ ৰীতা চৌধুৰী

মই এগৰাকী ৰেছপনছিবল মাদাৰ, এগৰাকী ৰেছপনছিবল লেখক হিচাপে মুখ্যমন্ত্ৰীক বিবেচনা কৰিবলৈ কৈছিলো, জুবিন অসুস্থ আছিল যদি ছিংগাপুৰলৈ যাব দিব নালাগিছিলঃ ৰীতা চৌধুৰী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.