পাপী গ্ৰহ কেতুৱে ১৮মে ২০২৫ চনত গোচৰ কৰি সিংহ ৰাশিত প্ৰৱেশ কৰিছিল৷ আৰু সূৰ্যৰ ৰাশিত প্ৰৱেশ কৰি খেলাও দেখুৱাইছিল৷ ইয়াৰপাছতেই আগন্তুক বছৰ অৰ্থাৎ ২০২৬ চনৰ ডিচেম্বৰত কেতুৱে গোচৰ কৰে কৰ্কট ৰাশিত প্ৰৱেশ কৰিব৷ ২০২৬ৰ ডিচেম্বৰত চন্দ্ৰমাৰ ৰাশি কৰ্কটত গোচৰ কৰাৰ পূৰ্বে প্ৰথমে কেতু ২০২৬ৰ ১১ মাহত ৪ ৰাশিক সুখ প্ৰদান কৰিব৷ কেতুৱে এই ৰাশিক হঠাৎ অৰ্থলাভ কৰিব, আধ্যাত্মিক জ্ঞান বঢ়াব৷ জানি থওক কেতুৰ সুনজৰত ২০২৬চনত কোন কোন আছে?
বৃষ ৰাশি
২০২৬ চনত বৃষ ৰাশিৰ জাতকে পৈতৃক সম্পত্তিৰ পৰা ডাঙৰ লাভ পাব৷ সম্পত্তিত বিনিয়োগ কৰিলে তাৰপৰা ভাল ৰিটাৰ্ণ পাব৷ মাতৃৰ স্বাস্থ্য ভালে থাকিব৷ হঠাৎ অৰ্থ লাভৰ পাছত বেংক বেলেন্স বাঢ়িব পাৰে৷ কেৰিয়াৰত ডাঙৰ অগ্ৰগতি কৰিব৷ দৰমহা বাঢ়িব৷ ব্যৱসায়ীয়ে লাভ কৰিব৷ কোনো ডাঙৰ সুখ-স্বাচ্ছন্দ্য আহিব পাৰে৷
মিথুন ৰাশি
মিথুন ৰাশিৰ জাতকৰ বাবে কেতু ২০২৬ চনত লাক্সাৰি জীৱন পাব৷ আপুনি আৰামদায়ক আৰু বিলাসিতাৰে ভৰা জীৱন পাব৷ অৰ্থ উপাৰ্জনৰ নতুন ৰাস্তা খুলিব৷ আধ্যাত্মিকতাৰ দিশত ৰুচি বাঢ়িব৷ ধাৰ্মিক যাত্ৰা কৰিব পাৰে৷ সম্পৰ্কৰ বিষয়ে ভাৱি চিন্তি সিদ্ধান্ত লওক৷
বৃশ্চিক ৰাশি
২০২৬ চনত কেতুৱে বৃশ্চিক ৰাশিৰ জাতকৰ দাম্পত্য জীৱনলৈ সুখ আনি দিব৷ আপোনাৰ পাৰিবাৰিক জীৱনত ভৰপুৰ আনন্দ থাকিব৷ কেৰিয়াৰৰ বাবে এই সময় শুভ হব৷ এটাৰ পাছত আনটো সফলতা অৰ্জন কৰিব পাৰে৷ চাকৰি সলনিৰ চিন্তা ভাৱনা কৰিলে ভাল সুযোগ পাব৷ ব্যৱসায়ীয়ে ভাল অৰ্থ উপাৰ্জন কৰিব৷ সমাজত মান সন্মান বাঢ়িব৷
মীন ৰাশি
নতুন বছৰ ২০২৬ত কেতুৱে মীন ৰাশিৰ জাতকৰ বাবে সফলতা কঢ়িয়াই আনিব৷ যদিও এই ৰাশিৰ চাৰেসাতি চলিব সেয়ে সাবধানে থাকিব লাগিব৷ আয় বাঢ়িব৷ বিলাসবহুল জীৱনত আপুনি খৰচ কৰিব৷ আপুনি চেলেঞ্জ আৰু বাধা অতিক্ৰম কৰি কেৰিয়াৰত আগুৱাই যোৱাৰ সুযোগ পাব৷ স্বাস্থ্য ভালে থাকিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















