• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
হিন্দু মহিলাৰ মৃত্যুত ৰছিদৰ ঘৰত জ্বলা নাই চৌকাঃ কি হৈছে ৰছিদৰ ঘৰত?

হিন্দু মহিলাৰ মৃত্যুত ৰছিদৰ ঘৰত জ্বলা নাই চৌকাঃ কি হৈছে ৰছিদৰ ঘৰত?

2 years ago
চৰকাৰী সংস্থা বা আইনী ক্ষমতা থকা প্ৰতিষ্ঠানৰ পৰা দিয়া হৈছিল বন্ধ কৰাৰ নিৰ্দেশনা! ভাৰতত বন্ধ হ’ল ককৰ’চ জনতা পাৰ্টীৰ এক্স হেণ্ডেল

চৰকাৰী সংস্থা বা আইনী ক্ষমতা থকা প্ৰতিষ্ঠানৰ পৰা দিয়া হৈছিল বন্ধ কৰাৰ নিৰ্দেশনা! ভাৰতত বন্ধ হ’ল ককৰ’চ জনতা পাৰ্টীৰ এক্স হেণ্ডেল

16 minutes ago
বিবাহতকৈ লিভ-ইন সম্পৰ্কত থাকিবলৈ ভালপায় এই ৫ৰাশিৰ জাতকে!

বিবাহতকৈ লিভ-ইন সম্পৰ্কত থাকিবলৈ ভালপায় এই ৫ৰাশিৰ জাতকে!

12 hours ago
চলিত মে মাহতেই ৬ দিন বন্ধ থাকিব SBI বেংক? কিন্তু কিয়?

চলিত মে মাহতেই ৬ দিন বন্ধ থাকিব SBI বেংক? কিন্তু কিয়?

13 hours ago
PNBত ৩ লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব? সুদ কিমান পাব?

PNBত ৩ লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব? সুদ কিমান পাব?

13 hours ago
শুক্ৰৰ সমৃদ্ধি, গুৰুৰ কৃপা পাব ৫ৰাশিয়ে, ২ জুনৰ পৰা ব্যাপক সাফল্য, উন্নতি

শুক্ৰৰ সমৃদ্ধি, গুৰুৰ কৃপা পাব ৫ৰাশিয়ে, ২ জুনৰ পৰা ব্যাপক সাফল্য, উন্নতি

13 hours ago
ট্ৰেফিক আৰক্ষীৰ ইউনিফৰ্মৰ ৰং কিয় বগা? আঁৰৰ কাৰণ জানেনে?

ট্ৰেফিক আৰক্ষীৰ ইউনিফৰ্মৰ ৰং কিয় বগা? আঁৰৰ কাৰণ জানেনে?

14 hours ago
৩১ মেৰ পৰা ৩ ৰাশিৰ সম্পত্তি বৃদ্ধি পাব! ৰাহুৰ গোচৰত ৰজা হ’ব কোন কোন?

৩১ মেৰ পৰা ৩ ৰাশিৰ সম্পত্তি বৃদ্ধি পাব! ৰাহুৰ গোচৰত ৰজা হ’ব কোন কোন?

15 hours ago
ধন জমা কৰি ৰাখিলে তাৰ মূল্য কমি যায়! কিয় এই কথা কৈছিল চাণক্যই? ইয়াৰ অৰ্থ প্ৰকৃততে কি?

ধন জমা কৰি ৰাখিলে তাৰ মূল্য কমি যায়! কিয় এই কথা কৈছিল চাণক্যই? ইয়াৰ অৰ্থ প্ৰকৃততে কি?

15 hours ago
SBI-ত ৩,০০,০০০টকা জমা কৰিলেই পাব ১৫৮,৯৭৮ টকা পৰ্যন্ত নিশ্চিত সুদ! কিমান দিনৰ বাবে বিনিয়োগ কৰিব লাগিব?

SBI-ত ৩,০০,০০০টকা জমা কৰিলেই পাব ১৫৮,৯৭৮ টকা পৰ্যন্ত নিশ্চিত সুদ! কিমান দিনৰ বাবে বিনিয়োগ কৰিব লাগিব?

17 hours ago
পিঁয়াজৰ ৰস নে পিঁয়াজৰ তেল, গৰমত চুলিৰ বাবে কোনটো বেছি উপযোগী?

পিঁয়াজৰ ৰস নে পিঁয়াজৰ তেল, গৰমত চুলিৰ বাবে কোনটো বেছি উপযোগী?

17 hours ago
১২০ ডিগ্ৰীত থাকিব শুক্ৰ-শনি, কেইঘণ্টাৰ বিশেষ যোগত ব্যাপক অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ

১২০ ডিগ্ৰীত থাকিব শুক্ৰ-শনি, কেইঘণ্টাৰ বিশেষ যোগত ব্যাপক অৰ্থলাভৰ যোগ আছে এই ৪ৰাশিৰ

18 hours ago
মাদ্ৰাছাত বন্দেমাতৰম গোৱাটো বাধ্যতামূলক, মাদ্ৰাছা ষ্টাফ এছোচিয়েচনে কি কৈছে?

মাদ্ৰাছাত বন্দেমাতৰম গোৱাটো বাধ্যতামূলক, মাদ্ৰাছা ষ্টাফ এছোচিয়েচনে কি কৈছে?

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, May 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

হিন্দু মহিলাৰ মৃত্যুত ৰছিদৰ ঘৰত জ্বলা নাই চৌকাঃ কি হৈছে ৰছিদৰ ঘৰত?

হিন্দু মহিলাৰ মৃত্যুত ৰছিদৰ ঘৰত জ্বলা নাই চৌকাঃ কি হৈছে ৰছিদৰ ঘৰত?

editor by editor
September 26, 2024
in অসম, জীৱনশৈলী, বিবিধ, লেখা
0
হিন্দু মহিলাৰ মৃত্যুত ৰছিদৰ ঘৰত জ্বলা নাই চৌকাঃ কি হৈছে ৰছিদৰ ঘৰত?
0
SHARES
219
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

এগৰাকী হিন্দু মহিলাক শেষ বিদায় দি শোকত ভাগি পৰিছে এটা মুছলমান পৰিয়াল। পুত্ৰৰ দৰেই ৰচিদ আলিয়ে মুখাগ্নি কৰিলে হিন্দু মহিলাগৰাকীৰ। এক শোকাকূল পৰিৱেশে ছানি ধৰিছে ৰচিদ আলিৰ পৰিয়ালত। লখিমপুৰৰ ৰছিদ আলীৰ ঘৰত জ্বলা নাই চৌকা।

২২ বছৰ পূৰ্বে পৰিচয়বিহীন এগৰাকী অঘৰী হিন্দু মহিলাক পদপথৰ পৰা নিজৰ ঘৰত আশ্ৰয় দিছিল লখিমপুৰৰ এটা মুছলমান পৰিয়ালে। লখিমপুৰৰ লালুকৰ ৰছিদ আলী নামৰ লোকজনে মহিলা গৰাকীক নিজৰ মাতৃৰ দৰে কৰি আহিছিল সেৱা-শুশ্ৰূষা। কিন্তু হঠাৎ মহিলা গৰাকীয়ে কালি শেষ নিশ্বাস ত্যাগ কৰে। মাতৃক হেৰুৱাই শোকত ভাগি পৰে ৰছিদ আলিৰ পৰিয়াল।

ৰছিদ আলীয়ে দুই এজন বন্ধুৰ সহযোগত সম্পূৰ্ণ হিন্দু ধৰ্মীয় ৰীতি নীতিৰে লালুক শ্মাশানলৈ নি অন্তিম সৎকাৰ কৰে মহিলা গৰাকীক। ৰছিদ আলীয়ে পুত্ৰৰ দায়িত্ব পালন কৰি মুখাগ্নি কৰিলে মহিলাগৰাকীৰ। লালুক জামে মছজিদৰ ইমামেও শ্মাশানলৈ গৈ সহযোগ কৰে অন্তিম সৎকাৰত। তথাপিও এইগৰাকী ৰছিদ আলীৰ থাকি গ’ল আক্ষেপ৷  অন্তিম সৎকাৰৰ সময়ত লালুকৰ হিন্দু সমাজে নকৰিলে বিশেষ সহযোগ। মুষ্ঠিমেয় দুই তিনিজনমান হিন্দু বন্ধুৰ সহযোগত নীতি নিয়মৰ মাজেৰে সম্পন্ন কৰিলে সৎকাৰ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চৰকাৰী সংস্থা বা আইনী ক্ষমতা থকা প্ৰতিষ্ঠানৰ পৰা দিয়া হৈছিল বন্ধ কৰাৰ নিৰ্দেশনা! ভাৰতত বন্ধ হ’ল ককৰ’চ জনতা পাৰ্টীৰ এক্স হেণ্ডেল
জীৱনশৈলী

চৰকাৰী সংস্থা বা আইনী ক্ষমতা থকা প্ৰতিষ্ঠানৰ পৰা দিয়া হৈছিল বন্ধ কৰাৰ নিৰ্দেশনা! ভাৰতত বন্ধ হ’ল ককৰ’চ জনতা পাৰ্টীৰ এক্স হেণ্ডেল

May 22, 2026
বিবাহতকৈ লিভ-ইন সম্পৰ্কত থাকিবলৈ ভালপায় এই ৫ৰাশিৰ জাতকে!
জীৱনশৈলী

বিবাহতকৈ লিভ-ইন সম্পৰ্কত থাকিবলৈ ভালপায় এই ৫ৰাশিৰ জাতকে!

May 21, 2026
চলিত মে মাহতেই ৬ দিন বন্ধ থাকিব SBI বেংক? কিন্তু কিয়?
জীৱনশৈলী

চলিত মে মাহতেই ৬ দিন বন্ধ থাকিব SBI বেংক? কিন্তু কিয়?

May 21, 2026
PNBত ৩ লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব? সুদ কিমান পাব?
জীৱনশৈলী

PNBত ৩ লাখ টকা জমা ৰাখিলে কিমান ৰিটাৰ্ণ পাব? সুদ কিমান পাব?

May 21, 2026
Next Post
মা দুৰ্গাৰ আশীৰ্বাদ পাবলৈ দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাই দিয়ক এইকেইপদ সামগ্ৰী

মা দুৰ্গাৰ আশীৰ্বাদ পাবলৈ দুৰ্গাপূজাৰ পূৰ্বেই ঘৰৰ পৰা আঁতৰাই দিয়ক এইকেইপদ সামগ্ৰী

ভাৰতীয় দলৰ সফল অধিনায়ক কোন ! যুৱৰাজে দিলে সুন্দৰ উত্তৰ

ভাৰতীয় দলৰ সফল অধিনায়ক কোন ! যুৱৰাজে দিলে সুন্দৰ উত্তৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.