• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ধূম/পা/ন নকৰিলেও হ’ব পাৰে হাওঁফাওঁৰ কৰ্কট! কি কি উপসৰ্গ দেখিলে সতৰ্ক হ’ব?

ধূম/পা/ন নকৰিলেও হ’ব পাৰে হাওঁফাওঁৰ কৰ্কট! কি কি উপসৰ্গ দেখিলে সতৰ্ক হ’ব?

2 years ago
ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

34 minutes ago
৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

1 hour ago
পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

1 hour ago
শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

3 hours ago
৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

৩১মাৰ্চত খুলিব ভাগ্য, ব্যতিপত যোগত ৪ ৰাশিৰ জীৱনত হ’ব ধনৰ বৰষুণ

3 hours ago
একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

একাউণ্টত ৩০০ কোটিৰ লেনদেন, তাৰপিছতো Rapido চলাই প্ৰদীপে, আঁৰত কি কাৰণ?

20 hours ago
শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

শুক্ৰ-চন্দ্ৰৰ গতিপথ সলনি হ’ব, ১৫ মাৰ্চৰ পৰা এই ৩ ৰাশিৰ জীৱনত সুখবৃষ্টি হ’ব

21 hours ago
পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী

পেনিক নহ’ব, অন্যকো পেনিক নকৰিব! দেশত তেল, গেছ পৰ্যাপ্ত পৰিমাণে মজুত আছেঃ পেট্ৰোলিয়াম মন্ত্ৰী হৰদ্বীপ সিং পুৰী

21 hours ago
ইৰানক ধ্বংসস্তুপত পৰিণত কৰিছে আমেৰিকাই, এইবাৰ ইৰানৰ লক্ষ্য Google, Microsoft, Amazon, বিশ্বজুৰি বৃহৎ সংকটৰ আশংকা

ইৰানক ধ্বংসস্তুপত পৰিণত কৰিছে আমেৰিকাই, এইবাৰ ইৰানৰ লক্ষ্য Google, Microsoft, Amazon, বিশ্বজুৰি বৃহৎ সংকটৰ আশংকা

22 hours ago
১০ বছৰত ১ কোটি জমা কৰাৰ পৰিকল্পনা! মাহত কিমান টকাকৈ বিনিয়োগ কৰিব লাগিব?

১০ বছৰত ১ কোটি জমা কৰাৰ পৰিকল্পনা! মাহত কিমান টকাকৈ বিনিয়োগ কৰিব লাগিব?

23 hours ago
এবছৰৰ পাছত মীন ৰাশিত সূৰ্য, ভাগ্য সলনি হ’ব এই ৫ৰাশিৰ জাতকৰ

এবছৰৰ পাছত মীন ৰাশিত সূৰ্য, ভাগ্য সলনি হ’ব এই ৫ৰাশিৰ জাতকৰ

24 hours ago
কিডনি নষ্ট হোৱাৰ পূৰ্বে শৰীৰে দিয়ে এইকেইটা সংকেত! জানি থওক গুৰুত্বপূৰ্ণ লক্ষণসমূহ কি কি?

কিডনি নষ্ট হোৱাৰ পূৰ্বে শৰীৰে দিয়ে এইকেইটা সংকেত! জানি থওক গুৰুত্বপূৰ্ণ লক্ষণসমূহ কি কি?

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, March 13, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

ধূম/পা/ন নকৰিলেও হ’ব পাৰে হাওঁফাওঁৰ কৰ্কট! কি কি উপসৰ্গ দেখিলে সতৰ্ক হ’ব?

ধূম/পা/ন নকৰিলেও হ’ব পাৰে হাওঁফাওঁৰ কৰ্কট! কি কি উপসৰ্গ দেখিলে সতৰ্ক হ’ব?

editor by editor
August 21, 2024
in জীৱনশৈলী, স্বাস্থ্য
0
ধূম/পা/ন নকৰিলেও হ’ব পাৰে হাওঁফাওঁৰ কৰ্কট! কি কি উপসৰ্গ দেখিলে সতৰ্ক হ’ব?
0
SHARES
144
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আধুনিত জীৱনযাত্ৰা, খাদ্যভাষত অনিয়ম, অতিৰিক্ত প্ৰদূষণৰ বাবে আমাৰ চৌপাশে যিসমূহ অসুখৰ প্ৰকোপ সবাতোকৈ বাঢ়িছে তাৰমাজত অন্যতম হৈছে কৰ্কট৷ দেশত যি হাৰত কৰ্কটৰ প্ৰৱণতা বাঢ়িছে তাৰ ভিতৰত অন্যতম হৈছে হাওঁফাওঁৰ কৰ্কট৷ মূলত ধূমপায়ীসকলৰেই হাওঁফাওঁৰ কৰ্কটত আক্ৰান্ত হোৱাৰ সম্ভাৱনা বেছি থাকে৷ কাৰণ হাওঁফাওঁৰ কৰ্কট হ’লে আমি ধৰি লও তেওঁ ধূমপান কৰিছিল৷ কিন্তু ধূমপান নকৰিলেও হাওঁফাওঁত কৰ্কটে আক্ৰমণ কৰিব পাৰে৷

এই ৰোগৰ মূল যি হেতু নিকোটিনৰ দৰে ক্ষতিকৰ উপাদান ধূমপান নকৰিলেও আমাৰ চৌপাশে উৰি থাকে৷ শিশুৰ বাবে এই ধোঁৱা আৰু ক্ষতিকৰ৷  সেয়ে ধূমপান কৰা ব্যক্তিৰ পৰা শিশুক সদায়ে দূৰত ৰাখিব লাগে৷ ধূমপানত এক টানত যিমান নিকোটিন সোমাই যায় সেই নিকোটিনেই হাওঁফাওঁৰ ওপৰত নিকোটিনৰ আৱৰণ তৈয়াৰ কৰে৷ শৰীৰে সেই সকলো টক্সিন ওলিয়াই পঠিয়াব নোৱাৰে৷ সেয়ে  ধূমপান নকৰিলেও কৰ্কট হোৱাৰ আশংকা থাকে৷

চিকিৎসকৰ মতে হাওঁফাওঁৰ কৰ্কটৰ প্ৰধান সমস্যা হৈছে এই ৰোগ শীঘ্ৰে ধৰা নপৰে৷ এই ৰোগৰ কিছু প্ৰাথমিক উপসৰ্গ থাকে৷ লক্ষণসমূহ সাধাৰণ ভাৱি বহুতেই অৱহেলাও কৰে৷ জানি থওক হাওঁফাওঁৰ কৰ্কটৰ আৰম্ভণি পৰ্যায় আপুনি কেনেকৈ বুজিব?

১. কাঁহ আৰম্ভ হৈছে, কোনো ঔষধতেই কমা নাই, দীৰ্ঘদিন ধৰি কাঁহ হৈ থাকিলে কৰ্কটৰ পৰীক্ষা কৰাটো জৰুৰী৷

২. কফৰ সৈতে ৰক্তপাত হোৱা৷

৩. বুকু বিষ, বিষ পিঠিলৈকে বাগৰি যোৱা, বুকুত কিবা এক অদ্ভুত শব্দৰ উমান পোৱা৷

৪. মাজে মাজে হাওঁফাওঁৰ সংক্ৰমণ হৈ নিউমোনিয়া বা ব্ৰঙ্কাইটিছত আক্ৰান্ত হোৱা৷ শ্বাসকষ্ট৷

৫. মূৰৰ বিষ৷

৬. কাৰণ অবিহনে যদি ওজন কমি যায়ে, ভোক কমি যায়, খাদ্য গিলাত অসুবিধা হোৱা আদি সমস্যাই দেখা দিলে৷

৭. ডিঙি বহি যোৱা বা কণ্ঠস্বৰ সলনি হোৱা৷

৮. বুকুৰ হাঁড়ত বিষ অনুভৱ কৰা৷

সাধাৰণতে এই ধৰণৰ উপসৰ্গই দেখা দিলে বেছিভাগ মানুহেই গুৰুত্ব নিদিয়ে৷ ধূমপায়ী ব্যক্তিৰ ক্ষেত্ৰত যেতিয়া এনে উপসৰ্গই দেখা দিয়ে তেন্তে তাৎক্ষণিকভাৱে চিকিৎসকৰ পৰামৰ্শ লওক৷ প্ৰয়োজন অনুসৰি চিটি স্কেন, এফ এন এচি বা বায়োপচি কৰাব পাৰে৷ কৰ্কটৰ ক্ষেত্ৰত প্ৰাথমিক পৰ্যায়ত ধৰা পৰিলে সুস্থ হৈ উঠাৰ সম্ভাৱনা থাকে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!
জীৱনশৈলী

ছুপ্ৰিম কৰ্টৰ ডাঙৰ পৰ্যবেক্ষণ…ঋতুকালীন ছুটি বাধ্যতামূলক হ’লে মহিলাই কৰ্মসংস্থাপন হেৰুৱাব!

March 13, 2026
৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?
জীৱনশৈলী

৩ৰাশিৰ অৰ্থভাগ্য আজিয়েই ঘূৰিব, সম্পত্তিও বাঢ়িব, শুক্ৰ-মঙ্গলৰ দ্বিদ্বাদশ যোগত কাৰ কাৰ লাভ হ’ব?

March 13, 2026
পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ
ক্ৰীড়া

পাকিস্তানৰ স্পিনাৰ IPLৰ মালিকৰ দলত! আবৰাৰক ক্ৰয় কৰি বিতৰ্কত কাব্য মাৰানৰ ছানৰাইজাৰ্ছ

March 13, 2026
শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ
জীৱনশৈলী

শনি অস্ত গ’লেই ভাগ্য জাগি উঠিব ৩ ৰাশিৰ, আজিৰ পৰাই বেংক বেলেন্স বাঢ়িব এইকেইটা ৰাশিৰ

March 13, 2026
Next Post
বয়সীয়াল পুৰুষৰ প্ৰতি কিয় আকৃষ্ট হয় মহিলা? আঁৰত আছে এইকেইটা কাৰণ

বয়সীয়াল পুৰুষৰ প্ৰতি কিয় আকৃষ্ট হয় মহিলা? আঁৰত আছে এইকেইটা কাৰণ

ৰামৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱাৰ সময়ত সীতাৰ বয়স কিমান আছিল?

ৰামৰ সৈতে বিবাহপাশত আৱদ্ধ হোৱাৰ সময়ত সীতাৰ বয়স কিমান আছিল?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.