• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ট্ৰাম্পৰ ডাঙৰ ঘোষণা, ভাৰতসহ ৭৫ দেশক ৯০ দিনৰ বাবে শুল্ক ৰেহাই, কিন্তু চীনক…

ট্ৰাম্পৰ ডাঙৰ ঘোষণা, ভাৰতসহ ৭৫ দেশক ৯০ দিনৰ বাবে শুল্ক ৰেহাই, কিন্তু চীনক…

1 year ago
আজি কেইবাটাও ৰাশিৰ বাবে হ’ব লাভদায়ক

আজি কেইবাটাও ৰাশিৰ বাবে হ’ব লাভদায়ক

40 minutes ago
SBI গ্ৰাহকৰ বাবে ডাঙৰ খবৰ! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

SBI গ্ৰাহকৰ বাবে ডাঙৰ খবৰ! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

1 hour ago
ৰোহিত শৰ্মাৰ ক্ৰিকেট কেৰিয়াৰক লৈ ডাঙৰ খবৰ!

ৰোহিত শৰ্মাৰ ক্ৰিকেট কেৰিয়াৰক লৈ ডাঙৰ খবৰ!

2 hours ago
ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ সকলোতকৈ আগত, এয়াই মুখ্যমন্ত্ৰীৰ স্পষ্ট বাৰ্তা

ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ সকলোতকৈ আগত, এয়াই মুখ্যমন্ত্ৰীৰ স্পষ্ট বাৰ্তা

2 hours ago
জন্মাষ্টমীৰ দিনা এই ৫ ৰাশিৰ লোকে লাভ কৰিব অপাৰ সফলতা!

জন্মাষ্টমীৰ দিনা এই ৫ ৰাশিৰ লোকে লাভ কৰিব অপাৰ সফলতা!

20 hours ago
অবিশ্বাস্য কৌশলেৰে চাইবাৰ অপৰাধীয়ে লুটিলে ৬.৮ কোটি টকা

অবিশ্বাস্য কৌশলেৰে চাইবাৰ অপৰাধীয়ে লুটিলে ৬.৮ কোটি টকা

20 hours ago
অভিনয় এৰি খেতিত ধৰিলে নেকি বৰুণ ধাৱনে?

অভিনয় এৰি খেতিত ধৰিলে নেকি বৰুণ ধাৱনে?

21 hours ago
শীঘ্ৰেই ৰাজ্যত নতুনকৈ দিয়া হ’ব প্ৰায় ২০ হাজাৰ নতুন নিযুক্তি

শীঘ্ৰেই ৰাজ্যত নতুনকৈ দিয়া হ’ব প্ৰায় ২০ হাজাৰ নতুন নিযুক্তি

21 hours ago
SIRৰ পৰা কৰ্তন হ’ল ৰাঘৱ চাড্ডাৰ নাম

SIRৰ পৰা কৰ্তন হ’ল ৰাঘৱ চাড্ডাৰ নাম

22 hours ago
জন্মাষ্টমীত নকৰিব এই ভুলবোৰ! মানি চলিব লাগে এই বিশেষ সাৱধানতা

জন্মাষ্টমীত নকৰিব এই ভুলবোৰ! মানি চলিব লাগে এই বিশেষ সাৱধানতা

23 hours ago
আজৱ ঘটনা! এগৰাকী মহিলা ৯ মহীয়া গৰ্ভৱতী, কিন্তু গৰ্ভত নাই সন্তান

আজৱ ঘটনা! এগৰাকী মহিলা ৯ মহীয়া গৰ্ভৱতী, কিন্তু গৰ্ভত নাই সন্তান

23 hours ago
ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধত ৫২ ভাৰতীয়ৰ মৃত্যু, কি প্ৰলোভনৰ বলি হৈ যোগ দিছিল ৰাছিয়ান সেনাত?

ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধত ৫২ ভাৰতীয়ৰ মৃত্যু, কি প্ৰলোভনৰ বলি হৈ যোগ দিছিল ৰাছিয়ান সেনাত?

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, September 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

ট্ৰাম্পৰ ডাঙৰ ঘোষণা, ভাৰতসহ ৭৫ দেশক ৯০ দিনৰ বাবে শুল্ক ৰেহাই, কিন্তু চীনক…

editor by editor
April 10, 2025
in বিবিধ, বিশ্ব, ভাৰত, ৰাজনীতি
0
ট্ৰাম্পৰ ডাঙৰ ঘোষণা, ভাৰতসহ ৭৫ দেশক ৯০ দিনৰ বাবে শুল্ক ৰেহাই, কিন্তু চীনক…
0
SHARES
547
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ট্ৰাম্পৰ ডাঙৰ ঘোষণা, ভাৰতসহ ৭৫ দেশক ৯০ দিনৰ বাবে শুল্ক ৰেহাই, কিন্তু চীনক…

শুল্ক সম্পৰ্কে ট্ৰাম্পৰ ডাঙৰ ঘোষণা, ভাৰতসহ মুঠ ৭৫খন দেশত ৯০ দিনৰ শুল্ক ৰেহাই। ৯০ দিনৰ বাবে নতুন শুল্ক আৰোপ নকৰে আমেৰিকাই। কিন্তু তাৰ বিপৰীতে চীনৰ ওপৰত অধিক শুল্ক আৰোপ ট্ৰাম্পৰ। ১০৪ৰ পৰা ১২৫ শতাংশ শুল্ক আৰোপ চীনক।

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে তেওঁৰ শুল্ক সিদ্ধান্তৰ ওপৰত ইউ টাৰ্ণ লৈছে। বুধবাৰে তেওঁ ৭৫খনতকৈও অধিক দেশৰ ওপৰত আৰোপ কৰা শুল্ক স্থগিত ৰাখে। পাৰস্পৰিক শুল্কৰ ওপৰত আৰোপ কৰা নিষেধাজ্ঞা ৯০ দিনলৈকে স্থগিত হ’ব যদিও এই নিষেধাজ্ঞা চীনৰ বাবে নহয়, বৰঞ্চ এতিয়া চীনে অধিক শুল্ক দিব লাগিব।

ইয়াৰ পূৰ্বে চীনৰ ওপৰত ১০৪ শতাংশ শুল্ক আৰোপ কৰিছিল আমেৰিকাই, এই শুল্ক এতিয়া ১২৫ শতাংশলৈ বৃদ্ধি কৰাৰ সিদ্ধান্ত লৈছে আমেৰিকাই। চীনে আমেৰিকাৰ ওপৰত ৮৪ শতাংশ শুল্ক আৰোপ কৰিছিল, চীনৰ এই পদক্ষেপৰ বাবেই এই ব্যৱস্থা গ্ৰহণ কৰিছে আমোৰিকাই।

ট্ৰাম্পে নিজৰ সিদ্ধান্ত সলনি কৰাৰ সময়তে লগতে কয় যে ৭৫খন দেশৰ সকলো ৰাষ্ট্ৰৰ মুৰব্বীৰ সৈতে আলোচনা কৰা হৈছিল আৰু তেওঁলোকে আমেৰিকাৰ নীতিৰ বিৰুদ্ধে কোনো ধৰণৰ প্ৰতিশোধমূলক ব্যৱস্থা গ্ৰহণ নকৰাৰ সিদ্ধান্ত লৈছিল, সেয়েহে তেওঁলোকৰ ওপৰত আৰোপ কৰা শুল্ক ৯০ দিনৰ বাবে স্থগিত ৰখা হৈছিল। এই নিষেধাজ্ঞাই সেই দেশসমূহৰ সৈতে নতুন বাণিজ্যিক চুক্তি কৰাৰ সময় আৰু সুযোগ লাভ কৰিব।

আমেৰিকাৰ কোষাগাৰ সচিব স্কট বেছাণ্টে স্পষ্ট কৰি দিয়ে যে যিবোৰ দেশে আমেৰিকাৰ সৈতে মোকাবিলা কৰিব, সেইবোৰ দেশৰ বাবে শুল্ক হ’ব মাত্ৰ ১০ শতাংশ।

উল্লেখ্য যে, আমেৰিকাই ২ এপ্ৰিল তাৰিখে সমগ্ৰ বিশ্বৰদেশ সমূহৰ বাবে নতুন পাৰস্পৰিক শুল্ক ঘোষণা কৰিছিল, সেই নতুন নিৰিখ অনুসৰি ভাৰতৰ ওপৰত ২৬ শতাংশ শুল্ক আৰোপ কৰিছিল আমেৰিকাই, এতিয়া ৯০ দিনৰাববে কেৱল ১০ শতাংশ শুল্ক হে দিব লাগিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: America IndianAmerica Tariff rateDonald TruNew Tariff rateTrump
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আজি কেইবাটাও ৰাশিৰ বাবে হ’ব লাভদায়ক
জীৱনশৈলী

আজি কেইবাটাও ৰাশিৰ বাবে হ’ব লাভদায়ক

September 4, 2026
SBI গ্ৰাহকৰ বাবে ডাঙৰ খবৰ! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম
ভাৰত

SBI গ্ৰাহকৰ বাবে ডাঙৰ খবৰ! ১ অক্টোবৰৰ পৰা সলনি হ’ব এই নিয়ম

September 4, 2026
ৰোহিত শৰ্মাৰ ক্ৰিকেট কেৰিয়াৰক লৈ ডাঙৰ খবৰ!
বিনোদন

ৰোহিত শৰ্মাৰ ক্ৰিকেট কেৰিয়াৰক লৈ ডাঙৰ খবৰ!

September 4, 2026
ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ সকলোতকৈ আগত, এয়াই মুখ্যমন্ত্ৰীৰ স্পষ্ট বাৰ্তা
অসম

ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যৎ সকলোতকৈ আগত, এয়াই মুখ্যমন্ত্ৰীৰ স্পষ্ট বাৰ্তা

September 4, 2026
Next Post
মণিপুৰত পুনৰ সান্ধ্য আইন, শিক্ষানুষ্ঠান-বজাৰ সকলো বন্ধ, ৰাষ্ট্ৰপতিৰ শাসনৰ পাছতো হোৱা নাই শান্ত

মণিপুৰত পুনৰ সান্ধ্য আইন, শিক্ষানুষ্ঠান-বজাৰ সকলো বন্ধ, ৰাষ্ট্ৰপতিৰ শাসনৰ পাছতো হোৱা নাই শান্ত

আজি দুপৰীয়া ভাৰতত উপস্থিত হ’ব তাহাউৰ ৰানা, আজমল কাছাভ থকা কুঠৰিত ৰাখিব

আজি দুপৰীয়া ভাৰতত উপস্থিত হ'ব তাহাউৰ ৰানা, আজমল কাছাভ থকা কুঠৰিত ৰাখিব

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.