• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বাতিল হ’ল শ্বেখ হাছিনাৰ কূটনৈতিক পাছপোৰ্ট! এই নিয়মৰ আওঁতাত ভাৰত এৰিব লগা হ’ব পাৰে শ্বেখ হাছিনাই

বাতিল হ’ল শ্বেখ হাছিনাৰ কূটনৈতিক পাছপোৰ্ট! এই নিয়মৰ আওঁতাত ভাৰত এৰিব লগা হ’ব পাৰে শ্বেখ হাছিনাই

1 year ago
ফেব্ৰুৱাৰীৰ আৰম্ভণিতেই লক্ষ্মীনাৰায়ণ ৰাজযোগ, ২৫ দিনত ৰজা হ’ব এই ৪ৰাশিৰ জাতক-জাতিকা

ফেব্ৰুৱাৰীৰ আৰম্ভণিতেই লক্ষ্মীনাৰায়ণ ৰাজযোগ, ২৫ দিনত ৰজা হ’ব এই ৪ৰাশিৰ জাতক-জাতিকা

20 minutes ago
RTI কৰিলেই নথি নাপায় আপুনি! নথি গোপনে ৰাখিব নতুন আইনে, কংগ্ৰেছে অনা ‘তথ্য জনাৰ অধিকাৰ আইন’ৰ সংশোধনৰ সিদ্ধান্ত মোদী চৰকাৰৰ

RTI কৰিলেই নথি নাপায় আপুনি! নথি গোপনে ৰাখিব নতুন আইনে, কংগ্ৰেছে অনা ‘তথ্য জনাৰ অধিকাৰ আইন’ৰ সংশোধনৰ সিদ্ধান্ত মোদী চৰকাৰৰ

55 minutes ago
‘সহায় বিচাৰিছিলো উপেক্ষা কৰিলে!’ গৌৰৱ গগৈয়ে সহায় নকৰা কংগ্ৰেছৰ কৰ্মীৰ সাহস হৈ থিয় দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

‘সহায় বিচাৰিছিলো উপেক্ষা কৰিলে!’ গৌৰৱ গগৈয়ে সহায় নকৰা কংগ্ৰেছৰ কৰ্মীৰ সাহস হৈ থিয় দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

17 hours ago
কুম্ভ ৰাশিত চতুৰ্গ্ৰহী ৰাজযোগ, ফেব্ৰুৱাৰীত ৩ ৰাশিৰ ফুলিব ভাগ্য

কুম্ভ ৰাশিত চতুৰ্গ্ৰহী ৰাজযোগ, ফেব্ৰুৱাৰীত ৩ ৰাশিৰ ফুলিব ভাগ্য

18 hours ago
ভাৰতৰ শিশু-কিশোৰসকলৰ বাবে নিষিদ্ধ হ’ব পাৰে ফেছবুক-ইনষ্টাগ্ৰাম? আৰ্থিক সমীক্ষাত কি ভয়ংকৰ তথ্য

ভাৰতৰ শিশু-কিশোৰসকলৰ বাবে নিষিদ্ধ হ’ব পাৰে ফেছবুক-ইনষ্টাগ্ৰাম? আৰ্থিক সমীক্ষাত কি ভয়ংকৰ তথ্য

19 hours ago
উদ্ধাৰ ব্লেকবক্স! বিমান ভাঙি পৰাৰ ঠিক পূৰ্বে কি ঘটিছিল ককপিটত? পাইলটৰ শেষ কথা কি আছিল?

উদ্ধাৰ ব্লেকবক্স! বিমান ভাঙি পৰাৰ ঠিক পূৰ্বে কি ঘটিছিল ককপিটত? পাইলটৰ শেষ কথা কি আছিল?

20 hours ago
অলপ জ্বৰ হ’লেই Paracetamol খায়? জানি থওক কি কি সমস্যা হ’ব পাৰে আপোনাৰ শৰীৰত

অলপ জ্বৰ হ’লেই Paracetamol খায়? জানি থওক কি কি সমস্যা হ’ব পাৰে আপোনাৰ শৰীৰত

21 hours ago
টোপনি গ’লেই নাকৰ শব্দই চৌদিশে ৰজনজনাই? শৰীৰত এই ভিটামিনৰ ঘাটিৰ ইংগিত নহয়তো?

টোপনি গ’লেই নাকৰ শব্দই চৌদিশে ৰজনজনাই? শৰীৰত এই ভিটামিনৰ ঘাটিৰ ইংগিত নহয়তো?

22 hours ago
ছেটেলাইট ছেফটি গিয়েৰ নাছিল অজিত পাৱাৰৰ বিমানত! কি এই প্ৰযুক্তি? প্ৰাথমিক তদন্তই কি কৈছে?

ছেটেলাইট ছেফটি গিয়েৰ নাছিল অজিত পাৱাৰৰ বিমানত! কি এই প্ৰযুক্তি? প্ৰাথমিক তদন্তই কি কৈছে?

22 hours ago
মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব

মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব

23 hours ago
এমাহ পূৰ্বৰে পৰাই দেখা দিব পাৰে হাৰ্ট এটেকৰ বিপদ সংকেতে! কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

এমাহ পূৰ্বৰে পৰাই দেখা দিব পাৰে হাৰ্ট এটেকৰ বিপদ সংকেতে! কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

24 hours ago
বুধ-শনিয়ে গঠন কৰিব শক্তিশালী দশাংক যোগ, আগন্তুক মাহত কেৰিয়াৰত উন্নতি এই ৪ৰাশিৰ

বুধ-শনিয়ে গঠন কৰিব শক্তিশালী দশাংক যোগ, আগন্তুক মাহত কেৰিয়াৰত উন্নতি এই ৪ৰাশিৰ

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, January 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

বাতিল হ’ল শ্বেখ হাছিনাৰ কূটনৈতিক পাছপোৰ্ট! এই নিয়মৰ আওঁতাত ভাৰত এৰিব লগা হ’ব পাৰে শ্বেখ হাছিনাই

বাতিল হ’ল শ্বেখ হাছিনাৰ কূটনৈতিক পাছপোৰ্ট! এই নিয়মৰ আওঁতাত ভাৰত এৰিব লগা হ’ব পাৰে শ্বেখ হাছিনাই

editor by editor
August 22, 2024
in জীৱনশৈলী, বিশ্ব, ভাৰত, ৰাজনীতি
0
বাতিল হ’ল শ্বেখ হাছিনাৰ কূটনৈতিক পাছপোৰ্ট! এই নিয়মৰ আওঁতাত ভাৰত এৰিব লগা হ’ব পাৰে শ্বেখ হাছিনাই
0
SHARES
144
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা আৰু তেওঁৰ মন্ত্ৰীসভাৰ সকলো সদস্য আৰু জাতীয় সংসদৰ প্ৰাক্তন সাংসদৰ কূটনৈতিক পাছপৰ্ট বাতিল কৰিলে বাংলাদেশৰ অন্তৰ্বৰ্তী চৰকাৰে৷ ইয়াৰ ফলত নতুনদিল্লী-ঢাকাৰ বুজাপৰা অনুসৰি হাছিনা আৰু দেশত্যাগী অন্য আওয়ামী লীগৰ নেতাসকলে ভাৰতত থকাক লৈ অনিশ্চয়তাই দেখা দিছে৷

জনবিক্ষোভৰ জোৰত বিগত ৫ আগষ্টত প্ৰধানমন্ত্ৰী পদৰ পৰা ইস্তাফা দি ভনীয়েক ৰেহানাৰ সৈতে বিমানেৰে ঢাকা এৰি উত্তৰপ্ৰদেশৰ হিন্দন বায়ুসেনা ঘাঁটিলৈ আহে হাছিনা৷ তাৰপৰাই তেওঁ ভাৰতত আছে৷ ইমিগ্ৰেছন ষ্টেটাছত তেওঁ ভাৰতত আছে সেই বিষয়ে বৰ্তমান পৰ্যন্ত নৰেন্দ্ৰ মোদী চৰকাৰে কোনো কথা জনোৱা নাই৷

প্ৰধানমন্ত্ৰী হিচাপে হাছিনাৰ কূটনৈতিক পাছপৰ্ট আছিল৷ ভাৰত-বাংলাদেশৰ বুজাপৰা অনুসৰি কূটনৈতিক বা চৰকাৰী পাছপৰ্ট থাকিলে বাংলাদেশৰ কোনো এজন নাগৰিকে অন্তত ৪৫ দিন কোনো ভিছা অবিহনেই ভাৰতত অৱস্থান কৰিব পাৰে৷ কিন্তু মুহম্মদ ইউনূছৰ নেতৃত্বাধীন অন্তৰ্বতী চৰকাৰে হাছিনাৰ কূটনৈতিক পাছপৰ্ট বাতিল কৰিছে যাৰ বাবে ভাৰতত তেওঁৰ অৱস্থান অনিশ্চিত হৈ পৰিছে৷ হাছিনাৰ ভনীয়েক ৰেহানাৰ ক্ষেত্ৰত অৱশ্যে কোনো কূটনৈতিক জটিলতা নাই৷ কাৰণ তেওঁৰ ওচৰত ব্ৰিটেইনৰ পাছপোৰ্ট আছে৷ ইয়াৰ ফলত তেওঁ সাধাৰণ ভিছা অন এৰাইভেল অনুসৰি ভাৰতত যিমান দিন মন যায় সিমান দিন থাকিব পাৰে৷

উল্লেখ্য যে একাধিক ফৌজদাৰী গোচৰত অভিযুক্ত প্ৰাক্তন প্ৰধানমন্ত্ৰী হাছিনাক বিচাৰৰ বাবে বাংলাদেশলৈ পঠিয়াবলৈ ইতিমধ্যেই ভাৰতক ধমকি দিছে প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদাৰ দল বিএনপিয়ে৷ সম্প্ৰতি মুহাম্মদ ইউনূছৰ নেতৃত্বাধীন বাংলাদেশৰ অন্তৰ্বৰ্তী চৰকাৰৰ বিদেশ উপদেষ্টা তৌহিদ হুছেইনে ৰয়টাৰ্ছক দিয়া সাক্ষাৎকাৰত কয়, ‘শ্বেখ হাছিনা ক্ষমতাচ্যুত হোৱাৰ পাছত তেওঁ বিৰুদ্ধে কেইবাটাও গোচৰ ৰুজু হৈছে৷ দেশৰ স্বৰাষ্ট্ৰ আইনমতে এই দুই মন্ত্ৰীয়ে সিদ্ধান্ত লোৱা উচিত৷ তেওঁলোকক দেশলৈ উভতাই আনক৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ফেব্ৰুৱাৰীৰ আৰম্ভণিতেই লক্ষ্মীনাৰায়ণ ৰাজযোগ, ২৫ দিনত ৰজা হ’ব এই ৪ৰাশিৰ জাতক-জাতিকা
জীৱনশৈলী

ফেব্ৰুৱাৰীৰ আৰম্ভণিতেই লক্ষ্মীনাৰায়ণ ৰাজযোগ, ২৫ দিনত ৰজা হ’ব এই ৪ৰাশিৰ জাতক-জাতিকা

January 30, 2026
RTI কৰিলেই নথি নাপায় আপুনি! নথি গোপনে ৰাখিব নতুন আইনে, কংগ্ৰেছে অনা ‘তথ্য জনাৰ অধিকাৰ আইন’ৰ সংশোধনৰ সিদ্ধান্ত মোদী চৰকাৰৰ
জীৱনশৈলী

RTI কৰিলেই নথি নাপায় আপুনি! নথি গোপনে ৰাখিব নতুন আইনে, কংগ্ৰেছে অনা ‘তথ্য জনাৰ অধিকাৰ আইন’ৰ সংশোধনৰ সিদ্ধান্ত মোদী চৰকাৰৰ

January 30, 2026
‘সহায় বিচাৰিছিলো উপেক্ষা কৰিলে!’ গৌৰৱ গগৈয়ে সহায় নকৰা কংগ্ৰেছৰ কৰ্মীৰ সাহস হৈ থিয় দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
জীৱনশৈলী

‘সহায় বিচাৰিছিলো উপেক্ষা কৰিলে!’ গৌৰৱ গগৈয়ে সহায় নকৰা কংগ্ৰেছৰ কৰ্মীৰ সাহস হৈ থিয় দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

January 29, 2026
কুম্ভ ৰাশিত চতুৰ্গ্ৰহী ৰাজযোগ, ফেব্ৰুৱাৰীত ৩ ৰাশিৰ ফুলিব ভাগ্য
জীৱনশৈলী

কুম্ভ ৰাশিত চতুৰ্গ্ৰহী ৰাজযোগ, ফেব্ৰুৱাৰীত ৩ ৰাশিৰ ফুলিব ভাগ্য

January 29, 2026
Next Post
‘৩০ বছৰত কোনোদিনে এনে ঘটনা দেখা নাই’ ভৱাতকৈ অধিক পাষণ্ড কলিকতা ঘটনাৰ অভিযুক্ত সঞ্জয়

'৩০ বছৰত কোনোদিনে এনে ঘটনা দেখা নাই' ভৱাতকৈ অধিক পাষণ্ড কলিকতা ঘটনাৰ অভিযুক্ত সঞ্জয়

ভয়ংকৰ দুৰ্ঘটনা, ২০০ মিটাৰ দ’ খাৱৈত বাগৰিল স্কুল বাছ, ৬ নিহত, ২২ গুৰুতৰভাৱে আহত

ভয়ংকৰ দুৰ্ঘটনা, ২০০ মিটাৰ দ' খাৱৈত বাগৰিল স্কুল বাছ, ৬ নিহত, ২২ গুৰুতৰভাৱে আহত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.