• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পুনৰ কংগ্ৰেছলৈ আহিব নেকি ৰিপুন বৰা! তৃণমূল কংগ্ৰেছ ত্যাগ কৰিলে দলটোৰ ৰাজ্যিক সভাপতিগৰাকীয়ে

পুনৰ কংগ্ৰেছলৈ আহিব নেকি ৰিপুন বৰা! তৃণমূল কংগ্ৰেছ ত্যাগ কৰিলে দলটোৰ ৰাজ্যিক সভাপতিগৰাকীয়ে

2 years ago
বিহাৰৰ মছনদত সম্ৰাট চৌধুৰী, জানেনে এই বিজেপি নেতাৰ শিক্ষাগত যোগ্যতা আৰু মুঠ সম্পদৰ পৰিমাণ কিমান?

বিহাৰৰ মছনদত সম্ৰাট চৌধুৰী, জানেনে এই বিজেপি নেতাৰ শিক্ষাগত যোগ্যতা আৰু মুঠ সম্পদৰ পৰিমাণ কিমান?

8 hours ago
লতা-আশাৰ স্মৃতিত বৃহৎ উদ্যোগ মঙ্গেছকাৰ পৰিয়ালৰ, এছিয়াৰ সকলোতকৈ ডাঙৰ হাস্পতাল ভাৰততে তৈয়াৰ কৰাৰ কথা ঘোষণা

লতা-আশাৰ স্মৃতিত বৃহৎ উদ্যোগ মঙ্গেছকাৰ পৰিয়ালৰ, এছিয়াৰ সকলোতকৈ ডাঙৰ হাস্পতাল ভাৰততে তৈয়াৰ কৰাৰ কথা ঘোষণা

9 hours ago
দিনজুৰি ক্লান্ত অনুভৱ হয়? শৰীৰত ৫ উপসৰ্গ দেখিলে সতৰ্ক হওক, পুষ্টিৰ ঘাটি হৈছে নেকি, কেনেকৈ জানিব?

দিনজুৰি ক্লান্ত অনুভৱ হয়? শৰীৰত ৫ উপসৰ্গ দেখিলে সতৰ্ক হওক, পুষ্টিৰ ঘাটি হৈছে নেকি, কেনেকৈ জানিব?

9 hours ago
HDFC বেংকৰ পৰা ৭ বছৰৰ বাবে ১১ লাখৰ  Personal Loanত কিমান টকা EMI দিব লাগিব?

HDFC বেংকৰ পৰা ৭ বছৰৰ বাবে ১১ লাখৰ Personal Loanত কিমান টকা EMI দিব লাগিব?

9 hours ago
অক্ষয় তৃতীয়াত একাধিক ৰাজযোগত শ্ৰীবৃদ্ধি, ৫ৰাশিৰ উন্নতি পাক্কা

অক্ষয় তৃতীয়াত একাধিক ৰাজযোগত শ্ৰীবৃদ্ধি, ৫ৰাশিৰ উন্নতি পাক্কা

10 hours ago
অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ

অৱসৰত ৯ কোটি টকা পাবলৈ মাহিলী কিমান ধন বিনিয়োগ কৰিব লাগিব? জানি থওক হিচাপ

11 hours ago
বুধবাৰে গল্ডেন টাইম এই ৫ৰাশিৰ, অৰ্থকষ্ট দূৰ হ’ব, ঘূৰিব অৰ্থভাগ্য

বুধবাৰে গল্ডেন টাইম এই ৫ৰাশিৰ, অৰ্থকষ্ট দূৰ হ’ব, ঘূৰিব অৰ্থভাগ্য

11 hours ago
‘৯০ লাখ নিদিলে কাষলৈ নাহিব…’ ফুলশয্যাৰ নিশা পাত্ৰক ধমকি নৱবিবাহিতাৰ, তাৰপিছত?

‘৯০ লাখ নিদিলে কাষলৈ নাহিব…’ ফুলশয্যাৰ নিশা পাত্ৰক ধমকি নৱবিবাহিতাৰ, তাৰপিছত?

12 hours ago
চন্দ্ৰ, মঙ্গলত মাটি বিক্ৰি কৰে, দিয়ে মাটিৰ দলিলো! ৪৫ বছৰ ধৰি কোটি কোটি ধন আয় কৰা কোন এই ব্যক্তি?

চন্দ্ৰ, মঙ্গলত মাটি বিক্ৰি কৰে, দিয়ে মাটিৰ দলিলো! ৪৫ বছৰ ধৰি কোটি কোটি ধন আয় কৰা কোন এই ব্যক্তি?

13 hours ago
আশাৰ ৫৬ বছৰীয়া কন্যা বৰ্ষাই নিজৰ জীৱন শেষ কৰাৰ পথ কিয় বাচি লৈছিল? কিন্তু কি কাৰণ?

আশাৰ ৫৬ বছৰীয়া কন্যা বৰ্ষাই নিজৰ জীৱন শেষ কৰাৰ পথ কিয় বাচি লৈছিল? কিন্তু কি কাৰণ?

14 hours ago
মে মাহতেই প্ৰমোছন, ব্যৱসায়ত বাম্পাৰ লাভ ৪ৰাশিৰ, পুনৰ্বসু নক্ষত্ৰত গুৰুৱে কৰিব গোচৰ

মে মাহতেই প্ৰমোছন, ব্যৱসায়ত বাম্পাৰ লাভ ৪ৰাশিৰ, পুনৰ্বসু নক্ষত্ৰত গুৰুৱে কৰিব গোচৰ

14 hours ago
নৱবৰ্ষৰ প্ৰথম দিনাই সৌভাগ্যৰ দুৱাৰ খুলিব, মেজিকৰ দৰে ভাগ্য ঘূৰিব এই ৫ৰাশিৰ জাতকৰ

নৱবৰ্ষৰ প্ৰথম দিনাই সৌভাগ্যৰ দুৱাৰ খুলিব, মেজিকৰ দৰে ভাগ্য ঘূৰিব এই ৫ৰাশিৰ জাতকৰ

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, April 15, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

পুনৰ কংগ্ৰেছলৈ আহিব নেকি ৰিপুন বৰা! তৃণমূল কংগ্ৰেছ ত্যাগ কৰিলে দলটোৰ ৰাজ্যিক সভাপতিগৰাকীয়ে

editor by editor
September 1, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
পুনৰ কংগ্ৰেছলৈ আহিব নেকি ৰিপুন বৰা! তৃণমূল কংগ্ৰেছ ত্যাগ কৰিলে দলটোৰ ৰাজ্যিক সভাপতিগৰাকীয়ে
0
SHARES
201
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

পুনৰ কংগ্ৰেছলৈ আহিব নেকি ৰিপুন বৰা! তৃণমূল কংগ্ৰেছ ত্যাগ কৰিলে দলটোৰ ৰাজ্যিক সভাপতিগৰাকীয়ে

অসমৰ তৃণমূল কংগ্ৰেছত খহনীয়া। তৃণমূল কংগ্ৰেছ ত্যাগ কৰিলে ৰাজ্যিক সভাপতি ৰিপুণ বৰাই। ৰিপুণ বৰাৰ লগতে অসম তৃণমূল কংগ্ৰেছ ত্যাগ কৰিলে সাংগঠনিক সাধাৰণ সম্পাদক অৰূপজ্যোতি ভূঞা, প্ৰশাসনিক সাধাৰণ সম্পাদক‌‌‌ গজেন্দ্ৰ প্ৰসাদ উপমন্যু আৰু সাধাৰণ সম্পাদক‌‌‌ জুলফিকৰ হুছেইনে।

আসন্ন বিধানসভা নিৰ্বাচনৰ পূৰ্বেই তৃণমূল কংগ্ৰেছ ত্যাগ কৰিলে ৰাজ্যিক সভাপতি ৰিপুণ বৰাই, অসম ৰাজ্যিক তৃণমূল কংগ্ৰেছৰ সভাপতি পদৰ লগতে প্ৰাথমিক সদস্য পদৰ পৰাও পদত্যাগ কৰে বৰাই। এতিয়া পুনৰ কংগ্ৰেছলৈ আহিব নেকি প্ৰাক্তন কংগ্ৰেছীগৰাকীয়ে, তাকেই লৈ উত্থাপন হৈছে প্ৰশ্ন।

আজি ১ ছেপ্টেম্বৰ তাৰিখ দেওবাৰে বৰাই সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছৰ সভাপতি অভিষেক বেনাৰ্জীলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰি এই কথা প্ৰকাশ কৰে। পদত্যাগ পত্ৰযোগে ৰিপুণ বৰাই কয়- মোৰ প্ৰতি মমতা দিদি তথা দলৰ শীৰ্ষ নেতৃত্বই যি আস্থা দেখুৱাই সভাপতিৰ দৰে এটা সন্মানীয় পদত অধিষ্ঠিত কৰাইছিল, তাকলৈ মই সদায় কৃতজ্ঞ। বিজেপিৰ শাসন ৰোধ কৰাৰ বাবে মই মোৰ বিবেকক সুধি তৃণমূল কংগ্ৰেছত যোগ দিছিলো।

অসম লাইভৰ সৈতে হোৱা কথোপকথনত নেতাগৰাকীয়ে কয় – কাৰো প্ৰতি মোৰ আক্ষেপ নাই। কংগ্ৰেছৰ পৰা গৈ যোগদান কৰিছিলো। পশ্চিমত টিএমচিয়ে যি দৰে বিজেপিৰ বিৰুদ্ধে যুঁজ দিছিল, সেই উদ্দেশ্যে লৈ অসমতো বিজেপিৰ বিৰুদ্ধে যুঁজ দিবলৈ টিএমচিত যোগ দিছিলো। কিন্তু অসমত ৰাইজে টিএমচিক গ্ৰহণ নকৰে। বেংগলৰ দল বুলি ৰাইজে ভাবে। আমি চেষ্টা কৰিও বুজাব নোৱাৰিলো যোৱা আঢ়ৈ বছৰে।

আনহাতে অন্য দলত যোগদান কৰাৰ ক্ষেত্ৰত তেখেতে কয়- কংগ্ৰেছতে হওক বা আন দলতে হওক এতিয়াই যোগদানৰ কথা ভবা নাই । সকলোৰে লগত আলোচনা কৰিব লাগিব।
কংগ্ৰেছ মোৰ পুৰণি ঘৰ ,সেয়ে ঘুৰি যোৱাত আপত্তি নাই। কিন্তু কংগ্ৰেছে মোক বিছাৰিবও লাগিব। অৱশ্যে বিজেপি বিৰোধী স্থিতিত সদায় থাকিম।

উল্লেখ্য যে, ২০২২ চনৰ ১৭ এপ্ৰিলত ভাৰতীয় জাতীয় কংগ্ৰেছ এৰি তৃণমূল কংগ্ৰেছত যোগদান কৰিছিল ৰিপুণ বৰাই। আজি ১ ছেপ্টেম্বৰ ২০২৪ তাৰিখে দলটো ত্যাগ কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam politicsCongressripun boratmctrinamul congress
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা
বিনোদন

৩ খন সফল IPL মেচৰ পিছত গ্ৰাউণ্ড ষ্টাফলৈ ACA ৰ ২৫ লাখ টকাৰ নগদ পুৰস্কাৰ ঘোষণা

April 12, 2026
কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন
অপৰাধ

কংগ্ৰেছ নেতা পৱন খেড়াৰ অগ্ৰিম জামিন মঞ্জুৰ, তেলেংগানা উচ্চ ন্যায়ালয়ে মঞ্জুৰ কৰে জামিন আবেদন

April 10, 2026
প্ৰকাশ পালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত কোন কোন পৰীক্ষাৰ্থী
অসম

প্ৰকাশ পালে হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল, প্ৰথম ৪ স্থানত কোন কোন পৰীক্ষাৰ্থী

April 10, 2026
ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?
অসম

ভোটদানে ভংগ কৰিলে পূৰ্বৰ অভিলেখ, অসমৰ ৰাজসিংহাসনত কোন, হিমন্ত নে গৌৰৱ?

April 9, 2026
Next Post
চিকিৎসকৰ পাছত এইবাৰ নাৰ্চ, অগ্নিগৰ্ভা কলকাতাত পুনৰ নিৰ্লজ্জ কাণ্ড

চিকিৎসকৰ পাছত এইবাৰ নাৰ্চ, অগ্নিগৰ্ভা কলকাতাত পুনৰ নিৰ্লজ্জ কাণ্ড

শনি-ৰাহুৰ মিলনে সংকট আনিব ৩ ৰাশিৰ জীৱনলৈ, অৰ্থ হানিৰ ভয়

শনি-ৰাহুৰ মিলনে সংকট আনিব ৩ ৰাশিৰ জীৱনলৈ, অৰ্থ হানিৰ ভয়

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.