• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘কন্যাৰ বিদায় নহয়, পুত্ৰৰ দৰেই নিজাকৈ এখন সংসাৰ হে হয়’, সাহিত্যিক ৰীতা চৌধুৰীয়ে কন্যাৰ বিবাহৰ পাছতেই দিলে বিশেষ ফেছবুক প’ষ্ট

‘কন্যাৰ বিদায় নহয়, পুত্ৰৰ দৰেই নিজাকৈ এখন সংসাৰ হে হয়’, সাহিত্যিক ৰীতা চৌধুৰীয়ে কন্যাৰ বিবাহৰ পাছতেই দিলে বিশেষ ফেছবুক প’ষ্ট

3 years ago
এইবাৰ মিষ্টাৰ পাৰ্ফেকচনিষ্টক হ*ত্যাৰ ভাবুকি

এইবাৰ মিষ্টাৰ পাৰ্ফেকচনিষ্টক হ*ত্যাৰ ভাবুকি

11 minutes ago
ভাৰতত শীঘ্ৰেই প্ৰৱৰ্তন হ’ব পাৰে প্লাষ্টিকৰ নোট!

ভাৰতত শীঘ্ৰেই প্ৰৱৰ্তন হ’ব পাৰে প্লাষ্টিকৰ নোট!

50 minutes ago
হোটেলত আৰক্ষীৰ তালাচী, উ*লংগ হৈ পলায়ন যুৱকৰ

হোটেলত আৰক্ষীৰ তালাচী, উ*লংগ হৈ পলায়ন যুৱকৰ

1 hour ago
‘কেৱল মহিলাই নহয়, পুৰুষেও যৌ*ন নি*ৰ্যাতনৰ বলি হয়’

‘কেৱল মহিলাই নহয়, পুৰুষেও যৌ*ন নি*ৰ্যাতনৰ বলি হয়’

2 hours ago
২০ লাখ টকা আৰু  অবৈধ প্ৰেম কাহিনী, বাৰে বাৰে একেই ঘটনাৰ পুনৰাবৃত্তি

২০ লাখ টকা আৰু অবৈধ প্ৰেম কাহিনী, বাৰে বাৰে একেই ঘটনাৰ পুনৰাবৃত্তি

3 hours ago
শনিবাৰে নকৰিব এইবোৰ কাম

শনিবাৰে নকৰিব এইবোৰ কাম

4 hours ago
ৰাতিটোৰ ভিতৰতে উপাৰ্জন ৭৭ কোটি টকা

ৰাতিটোৰ ভিতৰতে উপাৰ্জন ৭৭ কোটি টকা

5 hours ago
এতিয়াই অৱসৰ নলয় ৰোহিত শৰ্মাই, BCCIৰ স্পষ্টীকৰণ!

এতিয়াই অৱসৰ নলয় ৰোহিত শৰ্মাই, BCCIৰ স্পষ্টীকৰণ!

5 hours ago
কেনে যাব আজি আপোনাৰ দিনটো?

কেনে যাব আজি আপোনাৰ দিনটো?

6 hours ago
কালসৰ্প দোষে ধ্বংস কৰিব আপোনাক, আজিয়েই হওক সাৱধান!

কালসৰ্প দোষে ধ্বংস কৰিব আপোনাক, আজিয়েই হওক সাৱধান!

15 hours ago
বাৰিষা কেনেকৈ বৃক্কৰ বাবে বিপদ সৃষ্টি হ’ব পাৰে? সজাগ হওক এইসকল লোক

বাৰিষা কেনেকৈ বৃক্কৰ বাবে বিপদ সৃষ্টি হ’ব পাৰে? সজাগ হওক এইসকল লোক

15 hours ago
কথা পাহৰাৰ অভ্যাস? তেন্তে ভয়ংকৰ বিপদৰ পূৰ্বে হওক সাৱধান!

কথা পাহৰাৰ অভ্যাস? তেন্তে ভয়ংকৰ বিপদৰ পূৰ্বে হওক সাৱধান!

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

‘কন্যাৰ বিদায় নহয়, পুত্ৰৰ দৰেই নিজাকৈ এখন সংসাৰ হে হয়’, সাহিত্যিক ৰীতা চৌধুৰীয়ে কন্যাৰ বিবাহৰ পাছতেই দিলে বিশেষ ফেছবুক প’ষ্ট

editor by editor
February 25, 2023
in অসম, জীৱনশৈলী
0
‘কন্যাৰ বিদায় নহয়, পুত্ৰৰ দৰেই নিজাকৈ এখন সংসাৰ হে হয়’, সাহিত্যিক ৰীতা চৌধুৰীয়ে কন্যাৰ বিবাহৰ পাছতেই দিলে বিশেষ ফেছবুক প’ষ্ট
0
SHARES
1.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ বিশিষ্ট সাহিত্যিক ৰীতা চৌধুৰীৰ কন্যাৰ বিবাহ৷ বিবাহৰ পাছতেই ৰীতা চৌধুৰীয়ে কন্যাক বিদায় দিয়াৰ এখন ফটোৱে সামাজিক মাধ্যমত লাভ কৰিছে বিশেষ চৰ্চা৷ কন্যাক বিদায় দিয়াক কেন্দ্ৰ কৰিয়েই ৰীতা চৌধুৰীয়ে লিখিছে এটা বিশেষ ফেছবুক প’ষ্ট৷

পষ্টটোত ৰীতা চৌধুৰীয়ে লিখিছে, ‘আমি বিশ্বাস কৰোঁ সন্তান দানৰ বাবেও নহয়, পূণ্যৰ বাবেও নহয়৷ সন্তান আত্মাৰ ঐশ্বৰ্য, মাটিৰ পৃথিৱীৰ অপাৰ্থিৱ মায়া, ঈশ্বৰে পঠিওৱা পোহৰ কঢ়িয়াই অনা অতিথি৷ কন্যাৰ বিদায় নহয়৷ কন্যাৰ বিয়া হ’লে পুত্ৰৰ দৰেই মাত্ৰ নিজাকৈ এখন সংসাৰ হে হয়৷ আন সকলো কথা চিৰদিনৰ বাবে একে থাকে৷ শোক সেয়ে অৰ্থহীন৷ কন্যাৰ না পিতৃ অধিকাৰী না মাতৃ৷ পিতৃয়ে সম্প্ৰদান কৰা প্ৰথাৰ পৰা সম্প্ৰদান শব্দটো আমি আঁতৰাই দিছোঁ৷ পিতৃ-মাতৃ দুয়ো সিদ্ধান্ত লৈ বিবাহৰ কৰ্ম কাণ্ডৰ দায়িত্ব ভগাই লৈছোঁ৷ হোমৰ দায়িত্ব মোৰ হাতত৷ সকলোৰে আশীৰ্বাদ বিচাৰিছোঁ৷’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শনিবাৰে নকৰিব এইবোৰ কাম
জীৱনশৈলী

শনিবাৰে নকৰিব এইবোৰ কাম

July 18, 2026
কেনে যাব আজি আপোনাৰ দিনটো?
জীৱনশৈলী

কেনে যাব আজি আপোনাৰ দিনটো?

July 18, 2026
কালসৰ্প দোষে ধ্বংস কৰিব আপোনাক, আজিয়েই হওক সাৱধান!
জীৱনশৈলী

কালসৰ্প দোষে ধ্বংস কৰিব আপোনাক, আজিয়েই হওক সাৱধান!

July 17, 2026
বাৰিষা কেনেকৈ বৃক্কৰ বাবে বিপদ সৃষ্টি হ’ব পাৰে? সজাগ হওক এইসকল লোক
জীৱনশৈলী

বাৰিষা কেনেকৈ বৃক্কৰ বাবে বিপদ সৃষ্টি হ’ব পাৰে? সজাগ হওক এইসকল লোক

July 17, 2026
Next Post
ঘোষণা হ’ল উত্তৰ-পূবৰ ৩ ৰাজ্যৰ বিধানসভাৰ ফলাফল

ঘোষণা হ’ল উত্তৰ-পূবৰ ৩ ৰাজ্যৰ বিধানসভাৰ ফলাফল

জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাওনা

জামুগুৰিহাটৰ ঐতিহ্যমণ্ডিত বাৰেচহৰীয়া ভাওনা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.