• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘ভাইৰেল ইউটিউব হিষ্ট্ৰী’ৰ সত্যতা প্ৰকাশ ৰিয়ান পৰাগৰ, বিতৰ্কৰ ওপৰত প্ৰথমবাৰৰ বাবে মৌনতা ভংগ

‘ভাইৰেল ইউটিউব হিষ্ট্ৰী’ৰ সত্যতা প্ৰকাশ ৰিয়ান পৰাগৰ, বিতৰ্কৰ ওপৰত প্ৰথমবাৰৰ বাবে মৌনতা ভংগ

1 year ago
বহু সময়লৈ গাখীৰ কেনেকৈ সতেজ কৰি ৰাখিব?

বহু সময়লৈ গাখীৰ কেনেকৈ সতেজ কৰি ৰাখিব?

34 minutes ago
এতিয়াৰে পৰা বজাৰত নাপাব কোনো ধৰণৰ Energy Drink

এতিয়াৰে পৰা বজাৰত নাপাব কোনো ধৰণৰ Energy Drink

1 hour ago
কেনে যাব আজি আপোনাৰ দিনটো?

কেনে যাব আজি আপোনাৰ দিনটো?

2 hours ago
শীঘ্ৰে পাব ৫ ৰাশিৰ লোকে সুখবৰ, জানক দৈনিক ৰাশিফল

কাইলৈ নতুন খবৰ পাব ৪ ৰাশিৰ লোকে, জানক কাৰ কাৰ উদয় হ’ব ভাগ্য!

10 hours ago
৫ মিনিটতে WhatsAppত উপলব্ধ হ’ব আয়ুষ্মান কাৰ্ড, এইদৰে কৰক আবেদন

৫ মিনিটতে WhatsAppত উপলব্ধ হ’ব আয়ুষ্মান কাৰ্ড, এইদৰে কৰক আবেদন

10 hours ago
পুৰণি ৫০ বা ১০০ টকীয়া নোট আছে নেকি? তেন্তে হ’ব পাৰিব কোটিপতি!

পুৰণি ৫০ বা ১০০ টকীয়া নোট আছে নেকি? তেন্তে হ’ব পাৰিব কোটিপতি!

11 hours ago
‘কেৰিয়াৰ বচাবলৈ দীপিকাক ত্যাগ কৰিলো!’ ক’লে দীপিকা পাডুকনৰ প্ৰাক্তন প্ৰেমিকে

‘কেৰিয়াৰ বচাবলৈ দীপিকাক ত্যাগ কৰিলো!’ ক’লে দীপিকা পাডুকনৰ প্ৰাক্তন প্ৰেমিকে

12 hours ago
২২ জুলাইৰ পূৰ্বে হওক সাৱধান, হ’ব পাৰে দুৰ্ঘটনা!

২২ জুলাইৰ পূৰ্বে হওক সাৱধান, হ’ব পাৰে দুৰ্ঘটনা!

12 hours ago
ডায়েবেটিছ ৰোগীৰ বাবে ডাঙৰ সকাহ, সপ্তাহত এবাৰহে মাত্ৰ প্ৰয়োজন হ’ব ইনচুলিন!

ডায়েবেটিছ ৰোগীৰ বাবে ডাঙৰ সকাহ, সপ্তাহত এবাৰহে মাত্ৰ প্ৰয়োজন হ’ব ইনচুলিন!

13 hours ago
সংগীৰ নাকৰ শব্দই নিশা টোপনিত ব্যাঘাত জন্মাইছে নেকি? ব্যয়ামেৰে কৰক দূৰ

সংগীৰ নাকৰ শব্দই নিশা টোপনিত ব্যাঘাত জন্মাইছে নেকি? ব্যয়ামেৰে কৰক দূৰ

15 hours ago
নেটৱৰ্ক অবিহনেও এতিয়াৰে পৰা পাতিব পাৰিব কথা, কিন্তু কেনেকৈ?

নেটৱৰ্ক অবিহনেও এতিয়াৰে পৰা পাতিব পাৰিব কথা, কিন্তু কেনেকৈ?

15 hours ago
‘মই খুলিলোঁ, আপুনিও কাপোৰ খুলি লওক!’ এয়া কি কাণ্ড কৰিলে ছেইফ আলী খানে?

‘মই খুলিলোঁ, আপুনিও কাপোৰ খুলি লওক!’ এয়া কি কাণ্ড কৰিলে ছেইফ আলী খানে?

16 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

‘ভাইৰেল ইউটিউব হিষ্ট্ৰী’ৰ সত্যতা প্ৰকাশ ৰিয়ান পৰাগৰ, বিতৰ্কৰ ওপৰত প্ৰথমবাৰৰ বাবে মৌনতা ভংগ

editor by editor
February 11, 2025
in অসম, ক্ৰীড়া, জীৱনশৈলী, বিনোদন, ভাৰত
0
‘ভাইৰেল ইউটিউব হিষ্ট্ৰী’ৰ সত্যতা প্ৰকাশ ৰিয়ান পৰাগৰ, বিতৰ্কৰ ওপৰত প্ৰথমবাৰৰ বাবে মৌনতা ভংগ
0
SHARES
3.4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

‘ভাইৰেল ইউটিউব হিষ্ট্ৰী’ৰ সত্যতা প্ৰকাশ ৰিয়ান পৰাগৰ, বিতৰ্কৰ ওপৰত প্ৰথমবাৰৰ বাবে মৌনতা ভংগ

IPL ২০২৪ ৰ ঠিক পিছতেই ৰিয়ান পৰাগৰ ইউটিউব ইতিহাসৰ এটা ভিডিঅ’ জুইৰ দৰে বিয়পি পৰিছিল সকলোফালে। ভাইৰেল ভিডিঅ’টোত ৰিয়ানৰ ইউটিউব চাৰ্চ হিষ্ট্ৰী তথা ইতিহাসত অনন্যা পাণ্ডে আৰু চাৰা আলী খান সম্পৰ্কীয় আপত্তিজনক কথা বিচাৰি উলিওৱা বুলি ভাইৰেল হৈ পৰিছিল এক ভিডিঅ’।

ভিডিঅ’ ভাইৰেল হোৱাৰ পাছত ছ’চিয়েল মিডিয়াত অনুৰাগীয়ে তীব্ৰ সমালোচনা কৰিছিল ৰিয়ানক। অৱশ্যে সেই সময়ত এই সন্দৰ্ভত ৰিয়ানৰ পৰা কোনো ধৰণৰ বক্তব্য অহা নাছিল।

এতিয়া প্ৰায় ৯ মাহৰ পাছত এই বিতৰ্কক লৈ ৰিয়ানে নিজৰ মৌনতা ভংগ কৰিছে। ভাইৰেল ইউটিউব ইতিহাসৰ আঁৰৰ সত্যতা নিজে সমজুৱাকৈ প্ৰকাশ কৰিছে ৰিয়ানে।

এটা ৰেডিঅ’ ষ্টেচনক দিয়া সাক্ষাৎকাৰত এই বিতৰ্কৰ বিষয়ে কোৱাৰ সময়ত ৰিয়ান পৰাগে কয়, ‘মই আই পি এল শেষ কৰি উঠিছিলো, তেতিয়া আমি চেন্নাইত আছিলো। মেচখন মাত্ৰ শেষ হৈছিল আৰু মোৰ ষ্ট্ৰীমিং দলৰ পৰা ডিচকৰ্ড ফোন আহিল আৰু ঠিক তেতিয়াই প্ৰকাশ পাইছিল সেই ভিডিঅ’।

ৰিয়ানে আৰু কয়, “সেই সময়ত মোৰ মোবাইলৰ পৰা সকলো ধৰণৰ মিউজিক এপ ডিলিট হৈ গৈছিল। গতিকে মই ইউটিউবত সংগীত বিচাৰিলোঁ। তাৰ বাহিৰে অন্য একো নাছিল। সেয়ে সেই সময়ত মই ৰাজহুৱাভাৱে ওলাই আহি কথাবোৰ স্পষ্ট কৰাটো উচিত বুলি অনুভৱ কৰা নাছিলো, কাৰণ হয়তো সেই সময়ত মোক কোনেও বুজি নাপালেহেঁতেন।”

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: IPL 2024IPL Playerriyan paragRiyan parag Virak VideoViral Youtube Video
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বহু সময়লৈ গাখীৰ কেনেকৈ সতেজ কৰি ৰাখিব?
জীৱনশৈলী

বহু সময়লৈ গাখীৰ কেনেকৈ সতেজ কৰি ৰাখিব?

July 11, 2026
এতিয়াৰে পৰা বজাৰত নাপাব কোনো ধৰণৰ Energy Drink
জীৱনশৈলী

এতিয়াৰে পৰা বজাৰত নাপাব কোনো ধৰণৰ Energy Drink

July 11, 2026
কেনে যাব আজি আপোনাৰ দিনটো?
জীৱনশৈলী

কেনে যাব আজি আপোনাৰ দিনটো?

July 11, 2026
শীঘ্ৰে পাব ৫ ৰাশিৰ লোকে সুখবৰ, জানক দৈনিক ৰাশিফল
জীৱনশৈলী

কাইলৈ নতুন খবৰ পাব ৪ ৰাশিৰ লোকে, জানক কাৰ কাৰ উদয় হ’ব ভাগ্য!

July 10, 2026
Next Post
AI বাবে চাকৰি হেৰুৱাব নেকি সকলোৱে? পেৰিছৰ পৰা প্ৰধানমন্ত্ৰীয়ে বিশ্ববাসীক বুজাই দিলে ইয়াৰ উপকাৰিতা

AI বাবে চাকৰি হেৰুৱাব নেকি সকলোৱে? পেৰিছৰ পৰা প্ৰধানমন্ত্ৰীয়ে বিশ্ববাসীক বুজাই দিলে ইয়াৰ উপকাৰিতা

এই আখৰেৰে আৰম্ভ হোৱা নামৰ মানুহৰ পত্নী অতিকে ভাগ্যৱান, সদায়ে থাকে সুখত

এই আখৰেৰে আৰম্ভ হোৱা নামৰ মানুহৰ পত্নী অতিকে ভাগ্যৱান, সদায়ে থাকে সুখত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.