• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বিহাৰৰ পৰা তিনিচুকীয়াৰ আত্মীয়ৰ বিয়া খাবলৈ আহি প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ ৪জনে

বিহাৰৰ পৰা তিনিচুকীয়াৰ আত্মীয়ৰ বিয়া খাবলৈ আহি প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ ৪জনে

2 years ago
ৱাৰ্ড মেম্বাৰৰ গেৰেজত ওলাল বস্তাই বস্তাই বান সাহায্য সামগ্ৰী!

ৱাৰ্ড মেম্বাৰৰ গেৰেজত ওলাল বস্তাই বস্তাই বান সাহায্য সামগ্ৰী!

5 seconds ago
বিপদঘণ্টা বাজিছে গৌতম গম্ভীৰৰ!

বিপদঘণ্টা বাজিছে গৌতম গম্ভীৰৰ!

42 minutes ago
তিতা কেৰেলাই ভয়ংকৰ বিপদ মাতিব পাৰে আপোনাৰ

তিতা কেৰেলাই ভয়ংকৰ বিপদ মাতিব পাৰে আপোনাৰ

2 hours ago
মুখৰ পৰা দুৰ্গন্ধ ওলায় নেকি? এইকেইটা সহজ উপায়েৰে দূৰ কৰক মুখৰ দুৰ্গন্ধৰ সমস্যা

মুখৰ পৰা দুৰ্গন্ধ ওলায় নেকি? এইকেইটা সহজ উপায়েৰে দূৰ কৰক মুখৰ দুৰ্গন্ধৰ সমস্যা

2 hours ago
বিচ্ছেদ হ’লেই জৰ্জিয়ানাই লাভ কৰিব কোটি কোটি টকাসহ সম্পত্তিৰ পাহাৰ

বিচ্ছেদ হ’লেই জৰ্জিয়ানাই লাভ কৰিব কোটি কোটি টকাসহ সম্পত্তিৰ পাহাৰ

3 hours ago
অসমৰ সীমামূৰীয়া অঞ্চলসহ বিভিন্ন স্থানত ১০৩টা বো*মা উদ্ধাৰ

অসমৰ সীমামূৰীয়া অঞ্চলসহ বিভিন্ন স্থানত ১০৩টা বো*মা উদ্ধাৰ

3 hours ago
ফটো বা মূৰ্তিত দেখাতকৈও ধুনীয়া নেকি ভগৱান শিৱৰ প্ৰকৃত ৰূপ?

ফটো বা মূৰ্তিত দেখাতকৈও ধুনীয়া নেকি ভগৱান শিৱৰ প্ৰকৃত ৰূপ?

4 hours ago
‘পকেটমাৰৰ দৰে কাপোৰ পিন্ধে…’ বলীউডৰ কোন অভিনেত্ৰীক এইদৰে ক’লে কংগনা ৰানাৱটে?

‘পকেটমাৰৰ দৰে কাপোৰ পিন্ধে…’ বলীউডৰ কোন অভিনেত্ৰীক এইদৰে ক’লে কংগনা ৰানাৱটে?

5 hours ago
বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ সমষ্টিতে অসমৰ জোঁৱাইৰ সমুখত বিজেপিৰ মুখ-ঠেকেচা

বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ সমষ্টিতে অসমৰ জোঁৱাইৰ সমুখত বিজেপিৰ মুখ-ঠেকেচা

5 hours ago
ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ!

ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ!

7 hours ago
কল খাই ভাল পায় নেকি? প্ৰতিদিনে এটা কলে আনিব পাৰে শৰীৰত আচৰিত পৰিৱৰ্তন

কল খাই ভাল পায় নেকি? প্ৰতিদিনে এটা কলে আনিব পাৰে শৰীৰত আচৰিত পৰিৱৰ্তন

7 hours ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

কাইলৈ কেনে যাব আপোনাৰ দিনটো? পঢ়ক ১২টা ৰাশিৰ সম্পূৰ্ণ ভৱিষ্যদ্বাণী

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, August 3, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

বিহাৰৰ পৰা তিনিচুকীয়াৰ আত্মীয়ৰ বিয়া খাবলৈ আহি প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ ৪জনে

editor by editor
November 12, 2024
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
বিহাৰৰ পৰা তিনিচুকীয়াৰ আত্মীয়ৰ বিয়া খাবলৈ আহি প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ ৪জনে
0
SHARES
301
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বিহাৰৰ পৰা তিনিচুকীয়াৰ আত্মীয়ৰ বিয়া খাবলৈ আহি প্ৰাণ হেৰুৱালে একেটা পৰিয়ালৰ ৪জনে

আজি ১২ নৱেম্বৰৰ পুৱাই তিনিচুকীয়াত সংঘটিত হৈছে এক অতিকে শোকাৱহ দুৰ্ঘটনা। বিয়া খাবলৈ বুলি আহি প্ৰাণ হেৰুৱালে একে পৰিয়ালৰে ৪ লোকে। বিহাৰৰ পৰা অসমলৈ বিয়া বুলি আহিছিল পৰিয়ালটো। পাছে বাটতে যেন পৰিয়ালটোৰ প্ৰাণ কাঢ়িবলৈ বুলি ৰৈ আছিল যমদূত।

পুৱা প্ৰায় ৪ মান বজাত তিনিচুকীয়া-ডিব্ৰুগড় সংযোগী দিহিঙীয়া গাঁৱৰ বাইপাচত এই অতিকে শোকাৱহ দুৰ্ঘটনটো সংঘটিত হয়। ঘটনা সন্দৰ্ভত জানিব পৰা অনুসৰি তীব্ৰবেগী বাহনখনে নিয়ত্ৰণ হেৰুৱাই ডিব্ৰুগড়ৰ পৰা তিনিচুকীয়া অভিমুখৰ বাইপাচৰ নিৰ্মীয়মান এটা কালভাৰ্ট সোমাই পৰে।

বিহাৰৰ পৰা তিনিচুকীয়াৰ আত্মীয়ৰ বিয়া খাবলৈ আহিছিল দুৰ্ভগীয়া পৰিয়ালটো। দুৰ্ঘটনাটোত একেটা পৰিয়ালৰ ৪জন থিতাতে নিহত হোৱাৰ লগতে দুজন সংকটজনক অৱস্থাত বুলি জানিব পৰা গৈছে।

মৃত চাৰিওজন লোকৰ নিথৰ দেহ বৰ্তমানে তিনিচুকীয়া অসমাৰিক চিকিৎসালয়ৰ মৰ্গত ৰখা হৈছে। এখন চুইফ্ট ডিজায়াৰ বাহনত বিহাৰৰ পৰা আহিছিল পৰিয়ালটো। তাৰে ভিতৰত এটি ৫ বছৰীয়া শিশু ।

মৃত লোক কেইগৰাকী – মহন্ত শ্বাহ, মিন্টু শ্বাহ, ৰাজেশ গুপ্তা আৰু ৫ বছৰীয়া শিশু অৰ্ধজ গুপ্তা।

স্থানীয় লোকে জনোৱা অনুসৰি, টি টি চি নামৰ এটা পথ নিৰ্মাণকাৰী সংস্থাৰ ভুলৰ কাৰণে মৃত্যুক আঁকোৱালি ল’বলগীয়া হ’ল চাৰিজন লোকে। পথ নিৰ্মাণৰ নাই কোনো সঠছিক দিশ নিৰ্ণয়। মাথো কিছুদিনৰ ভিতৰতে ২০ টাতকৈ অধিক পথ দূৰ্ঘটনা এই স্থানত ।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: accidentassamroad accidenttinsukia
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৱাৰ্ড মেম্বাৰৰ গেৰেজত ওলাল বস্তাই বস্তাই বান সাহায্য সামগ্ৰী!
অসম

ৱাৰ্ড মেম্বাৰৰ গেৰেজত ওলাল বস্তাই বস্তাই বান সাহায্য সামগ্ৰী!

August 3, 2026
অসমৰ সীমামূৰীয়া অঞ্চলসহ বিভিন্ন স্থানত ১০৩টা বো*মা উদ্ধাৰ
উত্তৰ-পূব

অসমৰ সীমামূৰীয়া অঞ্চলসহ বিভিন্ন স্থানত ১০৩টা বো*মা উদ্ধাৰ

August 3, 2026
কিমান আগবাঢ়িছে দীপলিনা ডেকাৰ মিছন ‘১০০টা পৰিয়ালক ১০০টা ঘৰ’?
বিনোদন

কিমান আগবাঢ়িছে দীপলিনা ডেকাৰ মিছন ‘১০০টা পৰিয়ালক ১০০টা ঘৰ’?

August 1, 2026
আজি অসমৰ লাখ লাখ মহিলাৰ একাউণ্টত সোমাব ধন, কিমান টকাকৈ চৰকাৰে দিব?
জীৱনশৈলী

আজি অসমৰ লাখ লাখ মহিলাৰ একাউণ্টত সোমাব ধন, কিমান টকাকৈ চৰকাৰে দিব?

August 1, 2026
Next Post
চেম্পিয়নছ ট্ৰফিত ভাৰত-পাকিস্তান খেলৰ ভৱিষ্যৎ কি? ICCৰ বিশেষ পৰিকল্পনা, পাকিস্তান সৈমান হব’নে

চেম্পিয়নছ ট্ৰফিত ভাৰত-পাকিস্তান খেলৰ ভৱিষ্যৎ কি? ICCৰ বিশেষ পৰিকল্পনা, পাকিস্তান সৈমান হব'নে

সাৱধান হোৱাৰ সময় ৩ ৰাশিৰ বাবে, ৰাহুৱে সলনি কৰিব কেৰিয়াৰৰ লগতে সকলো

সাৱধান হোৱাৰ সময় ৩ ৰাশিৰ বাবে, ৰাহুৱে সলনি কৰিব কেৰিয়াৰৰ লগতে সকলো

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.