• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মাতৃৰ বিয়োগৰ বাবে ছুটিত থকাৰ সময়তে দুৰ্ঘটনাত প্ৰাণ গ’ল আৰক্ষী পুত্ৰৰো

মাতৃৰ বিয়োগৰ বাবে ছুটিত থকাৰ সময়তে দুৰ্ঘটনাত প্ৰাণ গ’ল আৰক্ষী পুত্ৰৰো

1 year ago
জন্মবাৰ অনুযায়ী জানক আপোনাৰ ভৱিষ্যত!

জন্মবাৰ অনুযায়ী জানক আপোনাৰ ভৱিষ্যত!

36 minutes ago
ৰেড ৱাইন শৰীৰৰ বাবে ভাল নে বেয়া? জানি হ’ব আচৰিত

ৰেড ৱাইন শৰীৰৰ বাবে ভাল নে বেয়া? জানি হ’ব আচৰিত

59 minutes ago
পৰস্ত্ৰীক নিদিব চকু, যমলোকত পাব ভয়ংকৰ শাস্তি!

পৰস্ত্ৰীক নিদিব চকু, যমলোকত পাব ভয়ংকৰ শাস্তি!

13 hours ago
দুৱাৰৰ পিছফালে বস্তু ওলোমাই ৰাখে নেকি? বিপদক দিছে আমন্ত্ৰণ!

দুৱাৰৰ পিছফালে বস্তু ওলোমাই ৰাখে নেকি? বিপদক দিছে আমন্ত্ৰণ!

14 hours ago
গাখীৰৰ পৰা এলাৰ্জী? তেন্তে দৈ খোৱাটো উচিত নে অনুচিত!

গাখীৰৰ পৰা এলাৰ্জী? তেন্তে দৈ খোৱাটো উচিত নে অনুচিত!

15 hours ago
সন্তান জন্ম দিয়ক আৰু পাওক ৪০ হাজাৰ টকা! জানক সবিশেষ

সন্তান জন্ম দিয়ক আৰু পাওক ৪০ হাজাৰ টকা! জানক সবিশেষ

15 hours ago
ভুলতো আওকাণ নকৰিব ডেংগুৰ এই তিনিটা লক্ষণ, হেৰাব লাগিব জীৱন!

ভুলতো আওকাণ নকৰিব ডেংগুৰ এই তিনিটা লক্ষণ, হেৰাব লাগিব জীৱন!

15 hours ago
টোপনিত ভোৰভোৰাই থকা, এয়া কোনো ৰোগৰ লক্ষণ নেকি?

টোপনিত ভোৰভোৰাই থকা, এয়া কোনো ৰোগৰ লক্ষণ নেকি?

16 hours ago
Image credit- AI

মহে কামুৰি ভাল পায় বিয়েৰ সেৱন কৰা লোকক! গৱেষণাত পোহৰলৈ আহিছে ডাঙৰ সত্য

16 hours ago
মাতৃত্বৰ অনন্য ৰূপ! ৬০ লিটাৰ মাতৃদুগ্ধ দান কৰি চৰ্চাত বেডমিণ্টন খেলুৱৈ জ্বালা গুট্টা

মাতৃত্বৰ অনন্য ৰূপ! ৬০ লিটাৰ মাতৃদুগ্ধ দান কৰি চৰ্চাত বেডমিণ্টন খেলুৱৈ জ্বালা গুট্টা

17 hours ago
চেলিব্ৰেটিৰ দৰে কেনেকৈ আকৰ্ষণীয় দেখাব? আজিয়েই শিকক এই ষ্টাইলিং টিপছ

চেলিব্ৰেটিৰ দৰে কেনেকৈ আকৰ্ষণীয় দেখাব? আজিয়েই শিকক এই ষ্টাইলিং টিপছ

18 hours ago
ফ্ৰীজৰ ভিতৰত পলিথিন বেগেৰে বান্ধি পাচলি ৰাখে নেকি? মাতিছে ভয়ংকৰ বিপদ!

ফ্ৰীজৰ ভিতৰত পলিথিন বেগেৰে বান্ধি পাচলি ৰাখে নেকি? মাতিছে ভয়ংকৰ বিপদ!

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, May 17, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

মাতৃৰ বিয়োগৰ বাবে ছুটিত থকাৰ সময়তে দুৰ্ঘটনাত প্ৰাণ গ’ল আৰক্ষী পুত্ৰৰো

editor by editor
February 27, 2025
in অসম, উত্তৰ-পূব, গুৱাহাটী
0
মাতৃৰ বিয়োগৰ বাবে ছুটিত থকাৰ সময়তে দুৰ্ঘটনাত প্ৰাণ গ’ল আৰক্ষী পুত্ৰৰো
0
SHARES
3.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

মাতৃৰ বিয়োগৰ বাবে ছুটিত থকাৰ সময়তে দুৰ্ঘটনাত প্ৰাণ গ’ল আৰক্ষী পুত্ৰৰো

মহানগৰীৰ লালমাটিত নিশা সংঘটিত হোৱা এক ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে এগৰাকী আৰক্ষী বিষয়াই। মহানগৰীত তীব্ৰবেগী ছুইফ্ট বাহনৰ খুন্দা কৰুণ মৃত্যু হয় আৰক্ষী বিষয়াগৰাকীৰ।

নিমিষতে চূৰ্ণ বিচুৰ্ণ হৈ পৰে ৰঙা প্লেজাৰ স্কুটিখন। দুৰ্ঘটনাটটোত ঘটনাস্থলীতে নিহত স্কুতি খনৰ চালক OC বিৰিঞ্চি দাসৰ।

তাতোকৈ শোকৰ ঘটনা যে, মাতৃৰ বিয়োগৰ বাবে এমাহৰ ছুটিত আছিল OC বিৰিঞ্চি দাস। কিন্তু মাতৃৰ বিয়োগৰ পাছতে এতিয়া পুত্ৰৰো বিয়োগ।

জানিব পৰা মতে, কালি নিশাৰ দুৰ্ঘটনাটোত নিয়ন্ত্ৰণ হেৰুৱাইপ্ৰথমে স্কুটি চালক বিৰিঞ্চি দাসক খুন্দা মাৰে, তাৰ পাছত ড্ৰিভাইডাৰত খুন্দা মাৰে। ছুইফ্ট বাহনখনৰ নম্বৰ AS 01AY 9101, ঘটনা সংঘটিত কৰিয়ে ঘটনা স্থলীৰ পৰা পলায়ন কৰে ছুইফ্ট বাহন খনৰ চালক।

উল্লেখ্য যে, ঘগ্ৰাপাৰ থানাৰ আৰক্ষী বিষয়া আছিল মৃত বিৰিঞ্চি কুমাৰ দাস। একেখন ঘৰতে মাথো এমাহৰ ব্যৱধানত মাতৃ-পুত্ৰ দুয়োৰে মৃত্যু হোৱাত এতিয়া গভীৰ শোকৰ ছাঁ পৰিছে পৰিয়ালটোত।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: accidentlalmati Road AccidentPolice Diedroad accident
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ছোৱালীয়েও পাব সম্পত্তিৰ সম্পূৰ্ণ অধিকাৰ, নাথাকিব লীভ ইন ৰিলেশ্ব্যনশ্বিপ, UCC আহিলে নতুন কি কি নিয়ম বলবৎ হ’ব ৰাজ্যত?
অসম

ছোৱালীয়েও পাব সম্পত্তিৰ সম্পূৰ্ণ অধিকাৰ, নাথাকিব লীভ ইন ৰিলেশ্ব্যনশ্বিপ, UCC আহিলে নতুন কি কি নিয়ম বলবৎ হ’ব ৰাজ্যত?

May 13, 2026
শীঘ্ৰে অসমত বলবৎ হ’ব UCC, প্ৰথমখন কেবিনেট বৈঠকত বহুকেইটা বৃহৎ সিদ্ধান্ত চৰকাৰৰ
অসম

শীঘ্ৰে অসমত বলবৎ হ’ব UCC, প্ৰথমখন কেবিনেট বৈঠকত বহুকেইটা বৃহৎ সিদ্ধান্ত চৰকাৰৰ

May 13, 2026 - Updated on May 15, 2026
শপত গ্ৰহণৰ পূৰ্বে পত্নী ৰিণিকিৰ কি কথা শুনিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?
অসম

শপত গ্ৰহণৰ পূৰ্বে পত্নী ৰিণিকিৰ কি কথা শুনিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

May 12, 2026
আজি শপতগ্ৰহণ, মুখ্যমন্ত্ৰীৰ লগতে শপত গ্ৰহণ কৰিব ৪ মন্ত্ৰীয়ে
অসম

আজি শপতগ্ৰহণ, মুখ্যমন্ত্ৰীৰ লগতে শপত গ্ৰহণ কৰিব ৪ মন্ত্ৰীয়ে

May 12, 2026
Next Post
ছেমি ফাইনেলত কাৰ সৈতে মুখামুখি হ’ব ভাৰত, ফাইনেলত উপস্থিত হ’ব পাৰিবনে

ছেমি ফাইনেলত কাৰ সৈতে মুখামুখি হ'ব ভাৰত, ফাইনেলত উপস্থিত হ'ব পাৰিবনে

হোলীৰ দুদিন পূৰ্বে সোণৰ দৰে জিলিকিব ৩ ৰাশিৰ ভাগ্য, ৰাহুৰ নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশ

হোলীৰ দুদিন পূৰ্বে সোণৰ দৰে জিলিকিব ৩ ৰাশিৰ ভাগ্য, ৰাহুৰ নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.