• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অতিকে শোকাৱহ দুৰ্ঘটনা, পদপথত শুই থাকোতেই ৯ লোকক মহতিয়াই নিলে ডাম্পাৰে

অতিকে শোকাৱহ দুৰ্ঘটনা, পদপথত শুই থাকোতেই ৯ লোকক মহতিয়াই নিলে ডাম্পাৰে

2 years ago
কয়লা মাফিয়াৰ সাম্ৰাজ্যত EDৰ অভিযান

কয়লা মাফিয়াৰ সাম্ৰাজ্যত EDৰ অভিযান

10 minutes ago
ভ্ৰমণৰ সময়ত আপুনি থকা হোটেলখনৰ এই তথ্যটো জানেনে?

ভ্ৰমণৰ সময়ত আপুনি থকা হোটেলখনৰ এই তথ্যটো জানেনে?

48 minutes ago
অভিভাৱকৰ টা ভুলেই কিশোৰ-কিশোৰীক ঠেলি দিছে অন্ধকাৰ জগতলৈ!

অভিভাৱকৰ টা ভুলেই কিশোৰ-কিশোৰীক ঠেলি দিছে অন্ধকাৰ জগতলৈ!

1 hour ago
দেশৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচীবোৰ কিয় কেৱল যন্তৰ মন্তৰতহে হয়?

দেশৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচীবোৰ কিয় কেৱল যন্তৰ মন্তৰতহে হয়?

2 hours ago
স্বামীয়ে ২ কন্যাৰ সৈতে উ*লংগ কৰি উলিয়াই দিছিল ঘৰৰ চৌহদৰ পৰা

স্বামীয়ে ২ কন্যাৰ সৈতে উ*লংগ কৰি উলিয়াই দিছিল ঘৰৰ চৌহদৰ পৰা

3 hours ago
অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ, ৪ লাখ টকা নহয়; পাব ৬ লাখ টকা

অসম চৰকাৰৰ গুৰুত্বপূৰ্ণ পদক্ষেপ, ৪ লাখ টকা নহয়; পাব ৬ লাখ টকা

3 hours ago
শিশুৰো হ’ব পাৰে থাইৰয়ড, অভিভাৱকে কি কি কথাত গুৰুত্ব দিব?

শিশুৰো হ’ব পাৰে থাইৰয়ড, অভিভাৱকে কি কি কথাত গুৰুত্ব দিব?

4 hours ago
‘Asom Live24ত দিয়া মোৰ সাক্ষাৎকাৰৰ একাংশই অপবাখ্যা কৰিছে’

‘Asom Live24ত দিয়া মোৰ সাক্ষাৎকাৰৰ একাংশই অপবাখ্যা কৰিছে’

4 hours ago
অসমৰ বন্যাৰ্তলৈ CarryMinatiৰ ১৩ লাখ টকা

অসমৰ বন্যাৰ্তলৈ CarryMinatiৰ ১৩ লাখ টকা

5 hours ago
মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা

অসহ্যকৰ দাঁতৰ বিষ? সহজ ঘৰুৱা পদ্ধতিৰে কিদৰে পাব উপশম জানক

6 hours ago
জ্বৰৰ লগতে হজম শক্তি উন্নত কৰালৈ… নেমুৰ উপকাৰী গুণৰ বিষয়ে জানো আহক

জ্বৰৰ লগতে হজম শক্তি উন্নত কৰালৈ… নেমুৰ উপকাৰী গুণৰ বিষয়ে জানো আহক

7 hours ago
Mangal Gochar 2026: কন্যা ৰাশিসহ ৬ ৰাশিৰ লোক হওক সতৰ্ক, এটা ভুলে বৃদ্ধি কৰিব উদ্বিগ্নতা!

Mangal Gochar 2026: কন্যা ৰাশিসহ ৬ ৰাশিৰ লোক হওক সতৰ্ক, এটা ভুলে বৃদ্ধি কৰিব উদ্বিগ্নতা!

7 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 29, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

অতিকে শোকাৱহ দুৰ্ঘটনা, পদপথত শুই থাকোতেই ৯ লোকক মহতিয়াই নিলে ডাম্পাৰে

editor by editor
December 23, 2024
in বিবিধ, বিশ্ব, ভাৰত
0
অতিকে শোকাৱহ দুৰ্ঘটনা, পদপথত শুই থাকোতেই ৯ লোকক মহতিয়াই নিলে ডাম্পাৰে
0
SHARES
376
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অতিকে শোকাৱহ দুৰ্ঘটনা, পদপথত শুই থাকোতেই ৯ লোকক মহতিয়াই নিলে ডাম্পাৰে

মহাৰাষ্ট্ৰৰ পুনেত সংঘটিত হৈছে এক অতিকে শোকাৱহ দুৰ্ঘটনা। এখন ডাম্পাৰে ফুটপাথত শুই থকা ৯ জনকৈ লোকক মহতিয়াই নিয়ে। এতিয়ালৈকে এই দুৰ্ঘটনাত তিনিজন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে। আন কেইজনৰো অৱস্থা সংকটজনক।

তথ্য অনুসৰি ডাম্পাৰখনৰ চালকজনে মদ্যপান কৰি আছিল। ডাম্পাৰখন ভাৰ্গৱ বিল্ডৱেইজ এণ্টাৰপ্ৰাইজৰ নামত পঞ্জীয়ন কৰা হৈছে। আহত তিনিজনৰ অৱস্থা গুৰুতৰ বুলি জানিব পৰা গৈছে।

মাজনিশা ১২ বজাৰ পিছত ৱাঘোলীৰ কেছনন্দ নাকাত আৰক্ষী থানাৰ সন্মুখত সংঘটিত হয় এই ঘটনা। পুনে চহৰৰ ৱাঘোলি চক এলেকাত যোৱা নিশা প্ৰায় ১ বজাত ফুটপাথত শুই থকা দুটি শিশুসহ তিনিজন লোকক ডাম্পাৰ ট্ৰাকে চেপি ধৰে আৰু ছয়জন লোক আহত হয়। বৰ্তমানে মটৰ গাড়ী আইন আৰু বিএনএছৰ সংশ্লিষ্ট ধাৰাত অধিক তদন্তৰ বাবে মদ্যপান কৰা চালকজনক গ্ৰেপ্তাৰ কৰা হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: accidentPune Accidentroad accident
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কয়লা মাফিয়াৰ সাম্ৰাজ্যত EDৰ অভিযান
অপৰাধ

কয়লা মাফিয়াৰ সাম্ৰাজ্যত EDৰ অভিযান

July 29, 2026
ভ্ৰমণৰ সময়ত আপুনি থকা হোটেলখনৰ এই তথ্যটো জানেনে?
জীৱনশৈলী

ভ্ৰমণৰ সময়ত আপুনি থকা হোটেলখনৰ এই তথ্যটো জানেনে?

July 29, 2026
অভিভাৱকৰ টা ভুলেই কিশোৰ-কিশোৰীক ঠেলি দিছে অন্ধকাৰ জগতলৈ!
অসম

অভিভাৱকৰ টা ভুলেই কিশোৰ-কিশোৰীক ঠেলি দিছে অন্ধকাৰ জগতলৈ!

July 29, 2026
দেশৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচীবোৰ কিয় কেৱল যন্তৰ মন্তৰতহে হয়?
ভাৰত

দেশৰ বৃহৎ প্ৰতিবাদী কাৰ্যসূচীবোৰ কিয় কেৱল যন্তৰ মন্তৰতহে হয়?

July 29, 2026
Next Post
তোলপাৰ দেশ, চোৰে ৪০ টা লকাৰ ভাঙি বেংকৰ পৰা লৈ গ’ল কোটি কোটি টকা

তোলপাৰ দেশ, চোৰে ৪০ টা লকাৰ ভাঙি বেংকৰ পৰা লৈ গ'ল কোটি কোটি টকা

মাতৃত্বৰ গৌৰৱেৰে গৌৰৱান্বিত বৰষা, কন্যা সন্তানেৰে দুইৰ পৰা তিনি হ’ল বৰষা-ভাস্কৰ

মাতৃত্বৰ গৌৰৱেৰে গৌৰৱান্বিত বৰষা, কন্যা সন্তানেৰে দুইৰ পৰা তিনি হ'ল বৰষা-ভাস্কৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.