• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ফাঁট মেলিছে দলত… IPLৰ মাজতেই মুম্বাই ইণ্ডিয়ানছ এৰিব ৰোহিত শৰ্মাই? তোলপাড় ক্ৰিকেট বিশ্ব

ফাঁট মেলিছে দলত… IPLৰ মাজতেই মুম্বাই ইণ্ডিয়ানছ এৰিব ৰোহিত শৰ্মাই? তোলপাড় ক্ৰিকেট বিশ্ব

2 years ago
অৱশেষত CJPৰ প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ, কোনবোৰ দাবী মানি ল’লে চৰকাৰে?

অৱশেষত CJPৰ প্ৰতিবাদী কাৰ্যসূচী প্ৰত্যাহাৰ, কোনবোৰ দাবী মানি ল’লে চৰকাৰে?

36 minutes ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, পূৰ্বে দিছিল নেকি পেট্ৰ’ল-ডিজেল সংকটৰ আগজাননী?

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃশ্চিক ৰাশিসহ ৫ ৰাশিৰ হ’ব আৰ্থিক লাভ!

1 hour ago
কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগৰ পিছতে CJPৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে কৰিলে ডাঙৰ মন্তব্য

কেন্দ্ৰীয় শিক্ষামন্ত্ৰীৰ পদত্যাগৰ পিছতে CJPৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে কৰিলে ডাঙৰ মন্তব্য

2 hours ago
কোন হ’ব ভাৰতৰ পৰৱৰ্তী কেন্দ্ৰীয় শিক্ষামন্ত্ৰী?

কোন হ’ব ভাৰতৰ পৰৱৰ্তী কেন্দ্ৰীয় শিক্ষামন্ত্ৰী?

3 hours ago
ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ! এতিয়া CJPৰ আন্দোলন সমাপ্ত হবনে?

ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ! এতিয়া CJPৰ আন্দোলন সমাপ্ত হবনে?

3 hours ago
‘ৰামায়ণ’ৰ ৰণবীৰ নে ‘আদিপুৰুষ’ৰ বাবে প্ৰভাস?

‘ৰামায়ণ’ৰ ৰণবীৰ নে ‘আদিপুৰুষ’ৰ বাবে প্ৰভাস?

4 hours ago
এখন বুলেটৰ বাবেই পত্নীক নিৰ্মমভাৱে হ*ত্যা স্বামীৰ

এখন বুলেটৰ বাবেই পত্নীক নিৰ্মমভাৱে হ*ত্যা স্বামীৰ

5 hours ago
ছোনম ৱাংচুকৰ পিছত এইবাৰ চিকিৎসাধীন অভিজৎ দীপকে

ছোনম ৱাংচুকৰ পিছত এইবাৰ চিকিৎসাধীন অভিজৎ দীপকে

6 hours ago
এই ৫ টা ৰাশিৰ লোকৰ বাবে আহি আছে উত্তম সময়

এই ৫ টা ৰাশিৰ লোকৰ বাবে আহি আছে উত্তম সময়

7 hours ago
দেহ ব্যৱসায়ত জড়িত বাংলাদেশী মহিলাৰ Gangক গ্ৰেপ্তাৰ

দেহ ব্যৱসায়ত জড়িত বাংলাদেশী মহিলাৰ Gangক গ্ৰেপ্তাৰ

8 hours ago
ৱাংচুকৰ অনশন ভংগৰ পিছত CJPৰ পৰৱৰ্তী পদক্ষেপ কি হ’ব?

ৱাংচুকৰ অনশন ভংগৰ পিছত CJPৰ পৰৱৰ্তী পদক্ষেপ কি হ’ব?

8 hours ago
শেষকৃত্যৰ খৰচ গোটাব নোৱাৰি ৩ দিন ধৰি স্বামীৰ মৃ*তদেহৰ কাষতে বহি থাকিল পত্নী

শেষকৃত্যৰ খৰচ গোটাব নোৱাৰি ৩ দিন ধৰি স্বামীৰ মৃ*তদেহৰ কাষতে বহি থাকিল পত্নী

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 25, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

ফাঁট মেলিছে দলত… IPLৰ মাজতেই মুম্বাই ইণ্ডিয়ানছ এৰিব ৰোহিত শৰ্মাই? তোলপাড় ক্ৰিকেট বিশ্ব

editor by editor
April 3, 2024
in ক্ৰীড়া
0
ফাঁট মেলিছে দলত… IPLৰ মাজতেই মুম্বাই ইণ্ডিয়ানছ এৰিব ৰোহিত শৰ্মাই? তোলপাড় ক্ৰিকেট বিশ্ব
0
SHARES
503
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ হাৰ্দিক পাণ্ডিয়াক অধিনায়ক কৰাৰ পাছতেই সৃষ্টি হৈছে এটাৰ পাছত আনটো সমস্যা। মুম্বাই ইণ্ডিয়ানছৰ শিবিৰত এতিয়া এটাৰ পাছত আনটো বিতৰ্ক। প্ৰথমে হাৰ্দিয়াক মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক হিচাপে ঘোষণা কৰাৰ পাছতেই সূৰ্যকুমাৰ যাদৱ আৰু জছপ্ৰীত বুমৰাহে নাম নোলোৱাকৈয়ে ক্ষোভ ভৰা পোষ্ট সামাজিক মাধ্যমত শ্বেয়াৰ কৰিছিল। বহুতেই তেওঁলোকৰ এই বিশেষ পোষ্টক সমৰ্থনো জনাইছিল। পাণ্ডিয়া মুম্বাই ইণ্ডিয়ানছৰ অধিনায়ক হোৱাত কোনো এজন সতীৰ্থ ক্ৰিকেটাৰেও তেওঁক শুভেচ্ছা জনাই কোনোধৰণৰ পোষ্ট সামাজিক মাধ্যমত দিয়া নাছিল।

আইপিএল আৰম্ভ হ’ল। আইপিএল আৰম্ভ হোৱাৰ পাছতেই মুম্বাই ইণ্ডিয়ানছৰ অনুৰাগীক নিৰাশ কৰি এখনৰ পাছত আনখন মেচত পৰাজয় বৰণে এতিয়া ক্ৰিকেটপ্ৰেমীৰ মাজত চৰ্চাৰ কাৰণ কৰি তুলিছে পাণ্ডিয়াক। তিনিখন মেচ ইতিমধ্যেই হাৰিছে মুম্বাই ইণ্ডিয়ানছে। এই পৰিস্থিতিত সকলোৱে আকৌ এবাৰ নাম লৈছে প্ৰাক্তন অধিনায়ক ৰোহিত শৰ্মাৰ। ৰোহিত শৰ্মাৰ অধিনায়ক পদ কাঢ়ি লোৱাৰ পৰাই দলটোৰ ৰাজহাঁড় ভাঙি পৰিছে। ৰোহিত শৰ্মাই অৱশ্যে বিষয়টোক লৈ এতিয়ালৈকে কোনোধৰণৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই।

এই পৰিস্থিতিতেই আকৌ এবাৰ বহুতে চৰ্চা চলাইছে যে ৰোহিত শৰ্মাইৱ মুম্বাই ইণ্ডিয়ানছ দল এৰিব। সম্প্ৰতি এক ৰাষ্ট্ৰীয় সংবাদমাধ্যমত সেই ৰিপৰ্ট প্ৰকাশ পাইছে। চলিত বছৰৰ আইপিএল চলি থকাৰ মাজতেই ৰোহিতে এই সিদ্ধান্ত ল’ব বুলিও প্ৰকাশ পাইছে ৰিপৰ্ট। মুম্বাই ইণ্ডিয়ানছ দলত্যাগৰ আঁৰত হাৰ্দিকৰ অধিনায়কত্বত তেওঁ অসুখী সেয়ে দলত্যাগ কৰিব বুলি উল্লেখ কৰিছে।

মুম্বাইৰ ছবি একেবাৰেই বেয়া
প্ৰথম মেচত দেখা গৈছে যে ৰোহিতক হাৰ্দিকে বাউণ্ডৰীৰ কাষলৈ ফিল্ডিঙৰ বাবে পঠিয়াইছে। ৰোহিতে সাধাৰণতে ৩০গজৰ ভিতৰত ফিল্ডিং কৰে। কিন্তু হাৰ্দিকে ৰোহিতৰ সৈতে কোনো আলোচনা নকৰাকৈয়ে তেওঁক বাউণ্ডেৰীৰ কাষত ফিল্ডিঙৰ বাবে দায়িত্ব দিয়ে। সকলো সিদ্ধান্তই নিজৰ ইচ্ছানুসৰি লৈছে হাৰ্দিকে। প্রথম মেচত ভুল হ’ব পাৰে বুলি একাংশ অনুৰাগীয়ে তেওঁক মাফ কৰি দিলেও দ্বিতীয় আৰু তৃতীয় মেচতো একে কামেই কৰিছে হাৰ্দিকে। দ্বিতীয় মেচৰ পৰাজয়ৰ পাছতেই ৰোহিতৰ সৈতে বিশেষ বৈঠক অনুষ্ঠিত কৰিছে আকাশ আম্বানীয়ে। আইপিএল চলি থকাৰ সময়ত কোনোৱে দলত্যাগ কৰিব নোৱাৰাটো আইপিএলৰ নিয়ম সেয়েহে এই ছিজন শেষ হ’লেই দলত্যাগ কৰিব পাৰে ৰোহিত শৰ্মাই বুলি বহুতেই চৰ্চা কৰা পৰিলক্ষিত হৈছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

CWGৰ আৰম্ভণিৰ পূৰ্বেই ১০০% পদক নিশ্চিত কৰিলে লাভলীনাই, জানক ইয়াৰ সমীকৰণ
বিনোদন

CWGৰ আৰম্ভণিৰ পূৰ্বেই ১০০% পদক নিশ্চিত কৰিলে লাভলীনাই, জানক ইয়াৰ সমীকৰণ

July 24, 2026
আজিৰে পৰা জিম্বাবুৱেৰ বিৰুদ্ধে টীম ইণ্ডিয়াৰ T20 শৃংখলা
বিনোদন

আজিৰে পৰা জিম্বাবুৱেৰ বিৰুদ্ধে টীম ইণ্ডিয়াৰ T20 শৃংখলা

July 23, 2026
Captian Coolৰ নতুন ব্যৱসায়ত বিনিয়োগ
বিনোদন

Captian Coolৰ নতুন ব্যৱসায়ত বিনিয়োগ

July 22, 2026
এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?
বিনোদন

এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?

July 21, 2026
Next Post
সঁচায়ে দেৱদূত! পোহনীয়া কুকুৰৰ তৎপৰতাতে প্ৰাণ ৰক্ষা পৰিল গৃহস্থৰ, চাওক ভিডিঅ’

সঁচায়ে দেৱদূত! পোহনীয়া কুকুৰৰ তৎপৰতাতে প্ৰাণ ৰক্ষা পৰিল গৃহস্থৰ, চাওক ভিডিঅ’

৪ এপ্ৰিলৰ আজিৰ দিনটোৰ ৰাশিফল,- এই তিনি ৰাশিৰ খোল খাব সৌভাগ্যৰ দুৱাৰ

৪ এপ্ৰিলৰ আজিৰ দিনটোৰ ৰাশিফল,- এই তিনি ৰাশিৰ খোল খাব সৌভাগ্যৰ দুৱাৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.