• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰোহিত-কোহলিৰ কোটি কোটি টকা দৰমহা কমাই দিছে BCCI য়ে! কিন্তু কিয় এই সিদ্ধান্ত?

ৰোহিত-কোহলিৰ কোটি কোটি টকা দৰমহা কমাই দিছে BCCI য়ে! কিন্তু কিয় এই সিদ্ধান্ত?

2 months ago
কৰ্মচাৰীয়ে চাকৰি এৰাৰ ২ দিনৰ ভিতৰতে পাব সম্পূৰ্ণ দৰমহা! আহিছে নতুন নিয়ম

কৰ্মচাৰীয়ে চাকৰি এৰাৰ ২ দিনৰ ভিতৰতে পাব সম্পূৰ্ণ দৰমহা! আহিছে নতুন নিয়ম

20 minutes ago
তেল নোহোৱাকৈ জ্বলি থাকে এগছি বন্তি, এই মন্দিটোত গ’লে পূৰণ হয় ভক্তৰ মনোকামনা!

তেল নোহোৱাকৈ জ্বলি থাকে এগছি বন্তি, এই মন্দিটোত গ’লে পূৰণ হয় ভক্তৰ মনোকামনা!

50 minutes ago
৮০% সমকামীৰে ভৰিছে পাকিস্তান! পোহৰলৈ আহিছে চাঞ্চল্যকৰ খবৰ

৮০% সমকামীৰে ভৰিছে পাকিস্তান! পোহৰলৈ আহিছে চাঞ্চল্যকৰ খবৰ

1 hour ago
কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

17 hours ago
কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

18 hours ago
ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

19 hours ago
বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

19 hours ago
Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

20 hours ago
শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

21 hours ago
বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

21 hours ago
আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

22 hours ago
ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

ৰোহিত-কোহলিৰ কোটি কোটি টকা দৰমহা কমাই দিছে BCCI য়ে! কিন্তু কিয় এই সিদ্ধান্ত?

ৰোহিত-কোহলিৰ কোটি কোটি টকা দৰমহা কমাই দিছে BCCI য়ে! কিন্তু কিয় এই সিদ্ধান্ত?

editor by editor
January 20, 2026
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত, লেখা
0
ৰোহিত-কোহলিৰ কোটি কোটি টকা দৰমহা কমাই দিছে BCCI য়ে! কিন্তু কিয় এই সিদ্ধান্ত?
0
SHARES
632
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ভাৰতীয় ক্ৰিকেট দলৰ দুই তাৰকা বিৰাট কোহলি আৰু ৰোহিত শৰ্মাৰ উপাৰ্জন কমিবলৈ গৈ আছে৷ কাৰণ হৈছে তাৰকা দুজনৰেই চুক্তিৰ কিছু সালসলনি হৈছে৷ ভাৰতীৰ দলৰ নিৰ্বাচক কমিটিৰ প্রধান অজিত আগাৰকাৰে জনাইছে যে BCCIৰ ওচৰত দুই ক্ৰিকেটাৰক কেন্দ্ৰীয় চুক্তিৰ পৰা A+ বিভাগ আঁতৰোৱাৰ পৰামৰ্শ দিয়া হৈছে৷ ইয়াতেই প্ৰশ্ন হয় A+ কেটেগৰীৰ পৰা আঁতৰালে কোন গ্ৰেডত থাকিব দুই তাৰকা?

ইণ্ডিয়া টুডেৰ সূত্ৰৰ খবৰ অনুসৰি নিৰ্বাচন কমিটিয়ে A+ বিভাগ বাদ দিয়াৰ প্ৰস্তাৱ কৰিছে৷ যিয়ে খেলুৱৈসকলক বাৰ্ষিক ৭ কোটি টকা দিয়ে৷ যদি এই নতুন মডেল বাস্তবায়িত হয় তেতিয়া কেৱল তিনিটা বিভাগ A, B আৰু C থাকিব৷ ইয়াৰ অৰ্থ হৈছে সৰ্বোচ্চ A+ বিভাগ সম্পূৰ্ণৰূপে বাদ দিয়া হব৷ অৱশ্যে এই বিষয়ে BCCIৰ সিদ্ধান্ত এতিয়াও চূড়ান্ত হোৱা নাই৷

এই প্ৰস্তাৱটি বিচিচিআইৰ পৰবৰ্তী এপেক্স কাউন্সিলৰ সভাত আলোচনা কৰা হ’ব৷ বৰ্ডৰ শীৰ্ষ কৰ্মকৰ্তাসকলে বৰ্তমান কেন্দ্ৰীয় চুক্তি কাঠামো পৰিবৰ্তন কৰা হ’ব নে নহয় সেয়া বিবেচনা কৰিব৷ সূত্ৰৰ খবৰ যদি এই নতুন ব্যৱস্থা বাস্তবায়িত হয় তেতিয়া চিনিয়ৰ ভাৰতীয় খেলুৱৈসকল ক্ৰমে বিৰাট কোহলি, ৰোহিত শৰ্মাক A+ কেটেগৰিৰ পৰিবৰ্তনে B কেটেগৰিত ৰখা হ’ব পাৰে৷

কিয় হ’ব পাৰে এই সালসলনি?

প্ৰকৃততে দুই তাৰকাই টেষ্ট আৰু টি২০ ফৰমেটৰ পৰা অৱসৰ লৈছে৷ কেৱল এদিনৰ মেচহে খেলি আছে৷ আৰু সেই কাৰণেই তেওঁলোকক  A+ৰ পৰা B লৈ নমাই অনা হব পাৰে৷ কেন্দ্ৰীয় চুক্তিৰ A+ কেটেগৰিত কেৱলমাত্ৰ নিৰ্বাচিত খেলুৱৈসকলহে অন্তৰ্ভুক্ত যিয়ে নিয়মিত তিনিটা ফৰ্মেটেই খেলে৷ নিৰ্বাচন কমিটিয়ে বিশ্বাস কৰে যে নতুন ক্ৰিকেট কেলেণ্ডাৰ আৰু খেলুৱৈসকলৰ শৰীৰৰ কথা বিবেচনা কৰি চুক্তি বাস্তৱায়িত কৰা উচিত৷ সেয়ে সকলোৰে নজৰ এতিয়া বিচিচিআইৰ এপেক্স কাউন্সিলৰ বৈঠকৰ ওপৰত৷ তাতেই সিদ্ধান্ত লোৱা হব যে ভাৰতীয় ক্ৰিকেটৰ কেন্দ্ৰীয় চুক্তি ব্যৱস্থাত এই সালসলনি বাস্তবায়িত হ’ব নে নহয়৷

BCCIৰ কেন্দ্ৰীয় চুক্তিভুক্ত খেলুৱৈসকলে কেনেকৈ তেওঁলোকৰ অৰ্থ লাভ কৰে?

গ্ৰেড A+ ৰ বাৰ্ষিক ৭কোটি টকা৷

গ্ৰেড A ৰ বাৰ্ষিক ৫ কোটি টকা৷

গ্ৰেড Bৰ বাৰ্ষিক ৩ কোটি টকা৷

গ্ৰেড Cৰ বাৰ্ষিক ১ কোটি টকা৷

BCCI ৰ কেন্দ্ৰীয় চুক্তি 2024-25 খেলুৱৈৰ তালিকা

১. গ্ৰেড A+ খেলুৱৈসকল হৈছে ৰোহিত শৰ্মা, বিৰাট কোহলি, জছপ্ৰিত বুমৰাহ, ৰবীন্দ্ৰ জাদেজা৷

২. গ্ৰেড A খেলুৱৈসকল হৈছে মহম্মদ ছিৰাজ, কে এল ৰাহুল, শুভমন গিল, হাৰ্দিক পাণ্ডিয়া, মহম্মদ ছামী, ঋষভ পন্থ৷

৩. গ্ৰেড Bৰ খেলুৱৈসকল হৈছে সূৰ্যকুমাৰ যাদৱ, কুলদ্বীপ যাদৱ, অক্ষৰ পেটেল, যশস্বী জয়ছোৱাল, শ্ৰেয়ছ আয়াৰ৷

৪. গ্ৰেড Cৰ খেলুৱৈসকল হৈছে ৰিংকু সিং, তিলক ভাৰ্মা, ঋতুৰাজ গায়কোৱাড, শিৱম ডুৱে, ৰবি বিষ্ণোই, ৱাছিংটন সুন্দৰ, মুকেশ কুমাৰ, সঞ্জু ছেমচন, অৰ্শদ্বীপ সিং, প্ৰসিদ্ধ কৃষ্ণ, ৰজত পতিদাৰ, ছৰফৰাজ খান, আকাশদ্বীপ, নীতিশ ৰেড্ডি, ধ্ৰুৱ জুৱেল, বৰুণ কিষাণ শৰ্মা, আব্বাচন শৰ্মা, আমিন চমক ৰানা৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কৰ্মচাৰীয়ে চাকৰি এৰাৰ ২ দিনৰ ভিতৰতে পাব সম্পূৰ্ণ দৰমহা! আহিছে নতুন নিয়ম
বাণিজ্য

কৰ্মচাৰীয়ে চাকৰি এৰাৰ ২ দিনৰ ভিতৰতে পাব সম্পূৰ্ণ দৰমহা! আহিছে নতুন নিয়ম

April 4, 2026
তেল নোহোৱাকৈ জ্বলি থাকে এগছি বন্তি, এই মন্দিটোত গ’লে পূৰণ হয় ভক্তৰ মনোকামনা!
জীৱনশৈলী

তেল নোহোৱাকৈ জ্বলি থাকে এগছি বন্তি, এই মন্দিটোত গ’লে পূৰণ হয় ভক্তৰ মনোকামনা!

April 4, 2026
৮০% সমকামীৰে ভৰিছে পাকিস্তান! পোহৰলৈ আহিছে চাঞ্চল্যকৰ খবৰ
বিশ্ব

৮০% সমকামীৰে ভৰিছে পাকিস্তান! পোহৰলৈ আহিছে চাঞ্চল্যকৰ খবৰ

April 4, 2026
কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?
বাণিজ্য

কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

April 3, 2026
Next Post
সৰস্বতী পূজাৰ পৰাই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতকৰ, অৰ্থসাফল্য আহিব এইকেইটা ৰাশিৰ জাতকৰ

সৰস্বতী পূজাৰ পৰাই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতকৰ, অৰ্থসাফল্য আহিব এইকেইটা ৰাশিৰ জাতকৰ

শনি আৰু বুধে মালামাল কৰিব ৩ৰাশিক, দৌলৰ পাছতেই জীৱনত বৃহৎ সাফল্য

শনি আৰু বুধে মালামাল কৰিব ৩ৰাশিক, দৌলৰ পাছতেই জীৱনত বৃহৎ সাফল্য

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.