• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শনি আৰু বুধে মালামাল কৰিব ৩ৰাশিক, দৌলৰ পাছতেই জীৱনত বৃহৎ সাফল্য

শনি আৰু বুধে মালামাল কৰিব ৩ৰাশিক, দৌলৰ পাছতেই জীৱনত বৃহৎ সাফল্য

8 months ago
ৰে’ল লাইনত কিয় শিল দিয়া হয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

TTE বিচাৰিলে টিকট, কিন্তু যুৱতীয়ে TTE ৰ লগতে কৰিলে ভয়ংকৰ কাণ্ড!

36 minutes ago
Jayanta Hazarika: ৰাণাদাক সশ্ৰদ্ধ স্মৰণ, আজি চিৰসেউজ শিল্পী জয়ন্ত হাজৰিকাৰ জন্মবাৰ্ষিকী

Jayanta Hazarika: ৰাণাদাক সশ্ৰদ্ধ স্মৰণ, আজি চিৰসেউজ শিল্পী জয়ন্ত হাজৰিকাৰ জন্মবাৰ্ষিকী

2 hours ago
বিশিষ্ট সমাজকৰ্মী অনিল মহন্তৰ দেহাৱসান, শোকৰ ছাঁ নলবাৰীৰ মৰোৱাত

বিশিষ্ট সমাজকৰ্মী অনিল মহন্তৰ দেহাৱসান, শোকৰ ছাঁ নলবাৰীৰ মৰোৱাত

2 hours ago
কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

16 hours ago
8th Pay Commission: মৌলিক দৰমহা ৬৫% বৃদ্ধিৰ প্ৰস্তুতি? HRA, TA আৰু DA একত্ৰীকৰণে সলাব আপোনাৰ পে-স্লিপ

8th Pay Commission: কিমান বাঢ়িব কেন্দ্ৰীয় কৰ্মচাৰীৰ দৰমহা? আহিছে ডাঙৰ আপডেট

17 hours ago
Shruti Haasan: ‘পুৰুষৰো হওক মাহেকীয়া …’, শ্ৰুতি হাছানে কিয় কৰিলে এনে প্ৰাৰ্থনা?

Shruti Haasan: ‘পুৰুষৰো হওক মাহেকীয়া …’, শ্ৰুতি হাছানে কিয় কৰিলে এনে প্ৰাৰ্থনা?

17 hours ago
জুবিনে ৪০টা ভাষাত ৩ হাজাৰ গান গাইছিল!’, জুবিন গাৰ্গক লৈ মন্তব্য কৰি বিপদত বিধায়ক বিজয় গুপ্তা

জুবিনে ৪০টা ভাষাত ৩ হাজাৰ গান গাইছিল!’, জুবিন গাৰ্গক লৈ মন্তব্য কৰি বিপদত বিধায়ক বিজয় গুপ্তা

18 hours ago
বন্ধ হ’ব ৰন্ধন গেছৰ বুকিং, যদি কৰা নাই E-KYC, পূজাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰালয়ৰ ডাঙৰ নিৰ্দেশ

বন্ধ হ’ব ৰন্ধন গেছৰ বুকিং, যদি কৰা নাই E-KYC, পূজাৰ পূৰ্বে কেন্দ্ৰীয় মন্ত্ৰালয়ৰ ডাঙৰ নিৰ্দেশ

18 hours ago
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল

সপোন হ’ব ভংগ, জীৱনে ল’ব গতি! কাইলৈ কোন ৰাশিৰ বাবে আহিব শুভ সুযোগ?

19 hours ago
কেন্দ্ৰীয় চৰকাৰৰ ধামাকা আঁচনি, মাহে মাত্ৰ ৪২ টকা সঞ্চয়ৰে অৱসৰৰ পিছত কৰক আনন্দ!

কেন্দ্ৰীয় চৰকাৰৰ ধামাকা আঁচনি, মাহে মাত্ৰ ৪২ টকা সঞ্চয়ৰে অৱসৰৰ পিছত কৰক আনন্দ!

19 hours ago
ল’ৰা নে ছোৱালী? দ্বিতীয় সন্তানৰ পিতৃৃ-মাতৃ হ’ল ৰণবীৰ-দীপিকা, সকলোৱে দিলে শুভেচ্ছা

ল’ৰা নে ছোৱালী? দ্বিতীয় সন্তানৰ পিতৃৃ-মাতৃ হ’ল ৰণবীৰ-দীপিকা, সকলোৱে দিলে শুভেচ্ছা

20 hours ago
কোষ্ঠকাঠিন্য আৰু পাচনতন্ত্ৰৰ সমস্যাৰ পৰা পাব উপশম, যদি খায় এই পাত!

কোষ্ঠকাঠিন্য আৰু পাচনতন্ত্ৰৰ সমস্যাৰ পৰা পাব উপশম, যদি খায় এই পাত!

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, September 20, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শনি আৰু বুধে মালামাল কৰিব ৩ৰাশিক, দৌলৰ পাছতেই জীৱনত বৃহৎ সাফল্য

শনি আৰু বুধে মালামাল কৰিব ৩ৰাশিক, দৌলৰ পাছতেই জীৱনত বৃহৎ সাফল্য

editor by editor
January 20, 2026
in জীৱনশৈলী
0
শনি আৰু বুধে মালামাল কৰিব ৩ৰাশিক, দৌলৰ পাছতেই জীৱনত বৃহৎ সাফল্য
0
SHARES
2.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৈদিক জ্যোতিষশাস্ত্ৰ অনুসৰি ৰাশিপৰিবৰ্তন আৰু পাৰস্পৰিক সংযোগ বা যুঁটিৰ মাধ্যমেৰে গ্ৰহসমূহ পৰ্যায়ক্ৰমে বিশেষ যোগ তৈয়াৰ কৰিব৷ এই যোগসমূহৰ প্ৰভাৱ কেৱল ব্যক্তিৰ জীৱনতেই সীমাবদ্ধ নহয়, বৰং সমাজ আৰু বিশ্বজুৰি ইয়াৰ প্ৰভাৱ অনুভূত হয়৷ মাৰ্চ মাহত এনে এক বিৰল সংযোগৰ ঘটনা ঘটিব৷ যেতিয়া গ্ৰহৰ ৰাজপুত্ৰ বুধ আৰু কৰ্মৰ দাতা শনি মিলিত হৈ নৱপঞ্চম ৰাজযোগ তৈয়াৰ কৰিব৷ ৭ মাৰ্চত শনি মীন ৰাশিত উদিত হব আৰু এই সময়ত মাজত শনি বুধৰ সৈতে মিলিত হৈ নৱপঞ্চম ৰাজযোগ তৈয়াৰ কৰিব৷

উল্লেখযোগ্যভাৱে এই সংযোগ প্ৰায় ৩০ বছৰ পাছত তৈয়াৰ হৈছে৷ এই সময়ৰ মাজত কিছু ৰাশিৰ জাতকৰ জীৱনত ভাগ্যৰ চকা দ্ৰুত ঘূৰিব পাৰে৷ কৰ্মজীৱনত অগ্ৰগতি, পদমৰ্যাদা আৰু প্ৰতিপত্তি, আৰ্থিক লাভ হোৱাৰ ইংগিত আছে৷ জানি থওক সেই ভাগ্যবান ৰাশিসমূহ কি কি?

মিথুন ৰাশি

মিথুন ৰাশিৰ জাতকে নৱপঞ্চম ৰাজযোগত কেৰিয়াৰ আৰু ব্যৱসায়িক সম্ভাৱনা বৃদ্ধি কৰিব পাৰে৷ বেকাৰ ব্যক্তিসকলে চাকৰি লাভ কৰাৰ সম্ভাৱনা আছে৷ দীৰ্ঘদিনৰ অমীমাংসিত কামসমূহ সম্পন্ন হব৷ কৰ্মৰত ব্যক্তিয়ে পদোন্নতি বা পদ পাব পাৰে৷ ব্যৱসায়িক সম্প্ৰসাৰণৰ সম্ভাৱনা আছে৷ আৰ্থিক পৰিস্থিতি শক্তিশালী হব আৰু এই সময়ত দীৰ্ঘদিনৰ লালিত ইচ্ছা পূৰণ হব পাৰে৷

কৰ্কট ৰাশি

কৰ্কট ৰাশিৰ জাতকৰ বাবে নৱপঞ্চম ৰাজযোগ শুভ প্ৰমাণিত হব পাৰে৷ এই সময়ত ভাগ্য আপোনাৰ পক্ষত থাকিব৷ দীৰ্ঘদিন ধৰি ৰৈ থকা কামে এই সময়ত গতি পাব পাৰে৷ আপোনাৰ আৰ্থিক অৱস্থাৰ উন্নতি হব আৰু নতুন আয়ৰ সুযোগ তৈয়াৰ হব পাৰে৷ কেৰিয়াৰ আৰু ব্যৱসায় উভয় ক্ষেত্ৰতেই অগ্ৰগতিৰ ইংগিত আছে৷ পাৰিবাৰিক জীৱনত শান্তি আৰু সুখে বিৰাজ কৰিব৷ এই সময়ত কম আৰু দীৰ্ঘ দুয়োটা ভ্ৰমণৰেই সম্ভাৱনা আছে৷ হঠাৎ আৰ্থিক লাভ সম্ভৱ আৰু নতুন পৰিচিতি লাভজনক প্ৰমাণিত হব পাৰে৷ চিন্তাশীল পৰিকল্পনা সাফল্য দিশত পৰিচালিত কৰিব৷

কুম্ভ ৰাশি

এই ৰাজযোগে কুম্ভ ৰাশিৰ জাতকৰ বাবে ইতিবাচক পৰিবৰ্তন আনিব৷ আপোনাৰ কামত গতি আহিব আৰু অন্যসকলে আপোনাৰ সম্ভাৱনাক স্বীকৃতি দিব৷ আপুনি আপোনাৰ কৰ্মজীৱন আৰু সামাজিক জীৱনত অগ্ৰগতি দেখা পাব৷ আপোনাৰ কঠোৰ পৰিশ্ৰমে পূৰ্ণ ফল পাব৷ আয়ৰ নতুন উৎস মুকলি হব৷ আপোনাৰ নেতৃত্বৰ দক্ষতা বৃদ্ধি পাব যাৰ পলত আপুনি আৰু দায়িত্বশীল ভূমিকা লব পাৰে৷ নতুন ডিল ব্যৱসায়ীসকলৰ বাবে উপকাৰী প্ৰমাণিত হব পাৰে৷ এই সময়ত এক নতুন উদ্যোগ আৰম্ভ কৰা বা কোনো ডাঙৰ সিদ্ধান্ত লোৱাটো শুভ৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ
জীৱনশৈলী

কাইলৈ ভাগ্যৰ দুৱাৰ মুকলি হ’ব ৫ ৰাশিৰ! লাভ, চাকৰি-ব্যৱসায় আৰু সফলতাৰ যোগ

September 19, 2026
আজি সৌভাগ্যৰ আগমণ ঘটিব আপোনাৰ জীৱনত, জানক দৈনিক ৰাশিফল
জীৱনশৈলী

সপোন হ’ব ভংগ, জীৱনে ল’ব গতি! কাইলৈ কোন ৰাশিৰ বাবে আহিব শুভ সুযোগ?

September 19, 2026
কোষ্ঠকাঠিন্য আৰু পাচনতন্ত্ৰৰ সমস্যাৰ পৰা পাব উপশম, যদি খায় এই পাত!
জীৱনশৈলী

কোষ্ঠকাঠিন্য আৰু পাচনতন্ত্ৰৰ সমস্যাৰ পৰা পাব উপশম, যদি খায় এই পাত!

September 19, 2026
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, ৫ টা ৰাশিয়ে লাভ কৰিব কেৰিয়াৰত উন্নতি
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী, বৃষ ৰাশিকে ধৰি ৫ ৰাশিৰ সম্পূৰ্ণ হ’ব আধৰুৱা কাম!

September 19, 2026
Next Post
পোষ্ট অফিচৰ FDত মাত্ৰ ১২ মাহৰ বাবে ৪লাখ জমা ৰাখিলে কিমান টকা ৰিটাৰ্ণ পাব?

পোষ্ট অফিচৰ FDত মাত্ৰ ১২ মাহৰ বাবে ৪লাখ জমা ৰাখিলে কিমান টকা ৰিটাৰ্ণ পাব?

কাইলৈৰ ৰাশিফলঃ ৰবি যোগত ধনিষ্ঠা নক্ষত্ৰ, সিদ্ধিদাতাৰ কৃপাত সিদ্ধিলাভ কৰিব কোনে কোনে?

কাইলৈৰ ৰাশিফলঃ ৰবি যোগত ধনিষ্ঠা নক্ষত্ৰ, সিদ্ধিদাতাৰ কৃপাত সিদ্ধিলাভ কৰিব কোনে কোনে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.