• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
সৰস্বতী পূজাৰ পৰাই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতকৰ, অৰ্থসাফল্য আহিব এইকেইটা ৰাশিৰ জাতকৰ

সৰস্বতী পূজাৰ পৰাই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতকৰ, অৰ্থসাফল্য আহিব এইকেইটা ৰাশিৰ জাতকৰ

8 months ago
ঘৰে ঘৰে বাতৰি কাকত বিতৰণৰ পৰা ৰেষ্টুৰেণ্টত কাম কৰালৈ…

ঘৰে ঘৰে বাতৰি কাকত বিতৰণৰ পৰা ৰেষ্টুৰেণ্টত কাম কৰালৈ…

37 minutes ago
আৰক্ষীক হাৰাশাস্তি কৰা ‘নিগনি’ক ধৰিব পাৰিলেই ৫ হাজাৰ টকাৰ পুৰস্কাৰ

আৰক্ষীক হাৰাশাস্তি কৰা ‘নিগনি’ক ধৰিব পাৰিলেই ৫ হাজাৰ টকাৰ পুৰস্কাৰ

56 minutes ago
অসম গ্ৰামীণ বিকাশ বেংকত ওলাইছে চাকৰি!

অসম গ্ৰামীণ বিকাশ বেংকত ওলাইছে চাকৰি!

2 hours ago
‘পুৰুষৰ সকলো ভুল মাফ, কিন্তু নাৰীৰ এটা ভুলেই সৰ্বনাশ!’ কিয় গৰজি উঠিল তাপসী পন্নু

‘পুৰুষৰ সকলো ভুল মাফ, কিন্তু নাৰীৰ এটা ভুলেই সৰ্বনাশ!’ কিয় গৰজি উঠিল তাপসী পন্নু

3 hours ago
মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা

মুখৰ অত্যাধিক দুৰ্গন্ধ? এয়া কোনো ভয়ংকৰ ৰোগৰ ইংগিত নেকি জানক

4 hours ago
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!

ভুল খাদ্যাভ্যাসে বৃদ্ধি কৰে মাহেকীয়াৰ সমস্যা, অন্তৰ্ভুক্ত কৰক এইবোৰ বস্তু

4 hours ago
অপৰাজিতা ফুলে উজ্জ্বল কৰিব আপোনাৰ ছাল, উপকাৰী গুণ জানি হ’ব আচৰিত

অপৰাজিতা ফুলে উজ্জ্বল কৰিব আপোনাৰ ছাল, উপকাৰী গুণ জানি হ’ব আচৰিত

5 hours ago
কন্যাৰ ভৱিষ্যত কৰক সুৰক্ষিত, এনেকৈয়ে যোগ কৰক ৭০ লাখ টকা

কন্যাৰ ভৱিষ্যত কৰক সুৰক্ষিত, এনেকৈয়ে যোগ কৰক ৭০ লাখ টকা

5 hours ago
আজিয়েই পলাই পত্ৰং দিব পঁইতাচোৰা, কেৱল অনুসৰণ কৰক এই উপায়

আজিয়েই পলাই পত্ৰং দিব পঁইতাচোৰা, কেৱল অনুসৰণ কৰক এই উপায়

6 hours ago
দাঁতৰ অসহ্যকৰ বিষ! কি দৰে সহজ ঘৰুৱা পদ্ধতিৰে কৰিব দূৰ জানক

দাঁতৰ অসহ্যকৰ বিষ! কি দৰে সহজ ঘৰুৱা পদ্ধতিৰে কৰিব দূৰ জানক

7 hours ago
উশাহ দীঘল আৰু মানসিক চাপ… এয়া পেনিক এটেকৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

উশাহ দীঘল আৰু মানসিক চাপ… এয়া পেনিক এটেকৰ প্ৰাৰম্ভিক লক্ষণ নেকি?

8 hours ago
ITR দাখিল কৰা নাই নেকি? তেন্তে এই তথ্য আপোনাৰ বাবে…

ITR দাখিল কৰা নাই নেকি? তেন্তে এই তথ্য আপোনাৰ বাবে…

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

সৰস্বতী পূজাৰ পৰাই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতকৰ, অৰ্থসাফল্য আহিব এইকেইটা ৰাশিৰ জাতকৰ

সৰস্বতী পূজাৰ পৰাই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতকৰ, অৰ্থসাফল্য আহিব এইকেইটা ৰাশিৰ জাতকৰ

editor by editor
January 20, 2026
in জীৱনশৈলী
0
সৰস্বতী পূজাৰ পৰাই ভাগ্য সলনি হ’ব এই ৪ৰাশিৰ জাতকৰ, অৰ্থসাফল্য আহিব এইকেইটা ৰাশিৰ জাতকৰ
0
SHARES
2.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বসন্ত পঞ্চমী উৎসৱক অত্যন্ত গুৰুত্বপূৰ্ণ আৰু বিশেষ বুলি ধাৰণা কৰা হয়৷ বিদ্যা আৰু জ্ঞানৰ দেৱী সৰস্বতীৰ আৰাধনা কৰা হয় এইদিনটোত৷ পঞ্জিকা অনুসৰি বসন্ত পঞ্চমী ২৩ জানুৱাৰীত পালিত হ’ব আৰু বুধ গ্ৰহই এই একেই দিনটোত নক্ষত্ৰ পৰিবৰ্তন কৰিব৷

দৃক পঞ্চাঙ্গ অনুসৰি বুধ গ্ৰহই ২৩ জানুৱাৰী ২০২৬ তাৰিখে পুৱা ১০.২৭ মিনিটত শ্ৰাৱণ নক্ষত্ৰত প্ৰৱেশ কৰিব৷ বুধৰ নক্ষত্ৰ পৰিবৰ্তনৰ ওপৰিও এই দিনটোৰ পৰা দেৱগুৰু বৃহস্পতিয়ে চন্দ্ৰৰ চতুৰ্থ ঘৰ কৰ্কট ৰাশিত অৱস্থান কৰিব৷ যাৰ ফলত গজকেশৰী যোগ তৈয়াৰ হব৷ জ্যোতিষশাস্ত্ৰত গজকেশৰী যোগক অত্যন্ত শক্তিশালী যোগ হিচাপে বিবেচনা কৰা হয় যিয়ে ব্যক্তিৰ আৰ্থিক সুবিধা কঢ়িয়াই আনে৷ জানি থওক বুধৰ নক্ষত্ৰ পৰিবৰ্তন আৰু বসন্ত পঞ্চমীত গজকেশৰী যোগৰ ফলত কোন ৰাশিৰ জাতক উপকৃত হব৷

মেষ ৰাশি

বসন্ত পঞ্চমীত বুধৰ নক্ষত্ৰ পৰিবৰ্তনে মেষ ৰাশিৰ বাবে অনুকূল পৰিস্থিতি কঢ়িয়াই আনিব৷ আপোনাৰ চিন্তাভাৱনা আৰু বোধগম্যতা উন্নত হ’ব৷ সিদ্ধান্ত লোৱা সহজ হব৷ আপোনাৰ কাম বা ব্যৱসায়ত নতুন সুযোগ তৈয়াৰ হব পাৰে৷ আৰ্থিক বিষয়সমূহ লাভজনক হোৱাৰ সম্ভাৱনা আছে৷ ঘৰৰ পৰিবেশ শান্ত আৰু সহায়ক হ’ব৷ আপোনাৰ স্বাস্থ্য ঠিকে থাকিব৷ কেৱল স্বাস্থ্যকৰ ৰুটিন বজায় ৰাখক৷

কৰ্কট ৰাশি

কৰ্কট ৰাশিৰ জাতক জাতিকাৰ বাবে বসন্ত পঞ্চমীয়ে অগ্ৰগতি আৰু স্বীকৃতি কঢ়িয়াই আনিব পাৰে৷ আপোনাৰ বাবে কেৰিয়াৰত উন্নতিৰ সুযোগে অপেক্ষা কৰিছে৷ আপোনাৰ আৰ্থিক অৱস্থাৰ উন্নতিৰ লক্ষণ আছে৷ দেৱী সৰস্বতীৰ আশীৰ্বাদত আপুনি আপোনাৰ পঢ়াশুনা, নতুন দক্ষতাত সাফল্য পাব পাৰে৷ পৰিয়াল আৰু বন্ধুৰ সৈতে সম্পৰ্ক দৃঢ় হব৷ মানসিকভাৱে আপুনি ইতিবাচক বোধ কৰিব৷

কন্যা ৰাশি

কন্যা ৰাশিৰ জাতক জাতিকাৰ বাবে এই সময়ত তেওঁলোকে কঠোৰ পৰিশ্ৰমৰ ফল পাব৷ কৰ্মক্ষেত্ৰত চিনিয়ৰসকলে আপোনাক সমৰ্থন কৰিব৷ দীৰ্ঘদিনৰ অমীমাংসিত কামসমূহ সম্পন্ন হব পাৰে৷ আৰ্থিক বিষয়সমূহত স্বস্তি আনি দিব৷ দেৱী সৰস্বতীৰ আশীৰ্বাদত নতুন প্ৰচেষ্টা সফল হব৷ ঘৰত শান্তি আৰু সুখে বিৰাজ কৰিব৷ স্বাস্থ্য স্বাভাৱিক থাকিব৷ অপ্ৰয়োজনীয় চাপ এৰাই চলক৷

মীন ৰাশি

বুধৰ নক্ষত্ৰ পৰিবৰ্তনত মীন ৰাশিৰ জাতকে কৰ্মক্ষেত্ৰত উৎসাহ পাব৷ ব্যৱসায়ৰ নতুন পথ উন্মোচিত হব পাৰে৷ যিয়ে উন্নতিৰ সুযোগ দিব৷ দেৱী সৰস্বতীৰ আশীৰ্বাদত পঢ়াশুনা আৰু জ্ঞান সম্পৰ্কিত সাধনাৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাব৷ আৰ্থিক পৰিস্থিতিৰ উন্নতি হব৷ পৰিয়াল আৰু সমাজৰ মাজত সম্প্ৰীতিয়ে বিৰাজ কৰিব৷ স্বাস্থ্য ভালে থাকিব আৰু মেডিটেছনে শান্ত মন বজায় ৰখাত সহায় কৰিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

মুখৰ দুৰ্গন্ধ আৰু দাঁতৰ আলু ফুলা? পাকঘৰৰ এই সৰু সামগ্ৰীয়ে দূৰ কৰিব আপোনাৰ সমস্যা
জীৱনশৈলী

মুখৰ অত্যাধিক দুৰ্গন্ধ? এয়া কোনো ভয়ংকৰ ৰোগৰ ইংগিত নেকি জানক

September 2, 2026
ঋতুস্ৰাৱৰ সময়ত অত্যাধিক পেটৰ বিষ, ভুলতো নাখাব এইবোৰ খাদ্য!
জীৱনশৈলী

ভুল খাদ্যাভ্যাসে বৃদ্ধি কৰে মাহেকীয়াৰ সমস্যা, অন্তৰ্ভুক্ত কৰক এইবোৰ বস্তু

September 2, 2026
অপৰাজিতা ফুলে উজ্জ্বল কৰিব আপোনাৰ ছাল, উপকাৰী গুণ জানি হ’ব আচৰিত
জীৱনশৈলী

অপৰাজিতা ফুলে উজ্জ্বল কৰিব আপোনাৰ ছাল, উপকাৰী গুণ জানি হ’ব আচৰিত

September 2, 2026
আজিয়েই পলাই পত্ৰং দিব পঁইতাচোৰা, কেৱল অনুসৰণ কৰক এই উপায়
জীৱনশৈলী

আজিয়েই পলাই পত্ৰং দিব পঁইতাচোৰা, কেৱল অনুসৰণ কৰক এই উপায়

September 2, 2026
Next Post
শনি আৰু বুধে মালামাল কৰিব ৩ৰাশিক, দৌলৰ পাছতেই জীৱনত বৃহৎ সাফল্য

শনি আৰু বুধে মালামাল কৰিব ৩ৰাশিক, দৌলৰ পাছতেই জীৱনত বৃহৎ সাফল্য

পোষ্ট অফিচৰ FDত মাত্ৰ ১২ মাহৰ বাবে ৪লাখ জমা ৰাখিলে কিমান টকা ৰিটাৰ্ণ পাব?

পোষ্ট অফিচৰ FDত মাত্ৰ ১২ মাহৰ বাবে ৪লাখ জমা ৰাখিলে কিমান টকা ৰিটাৰ্ণ পাব?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.