অসম লাইভ২৪ঃ
তৃতীয় দিনাও শ্বেয়াৰ মাৰ্কেটত অব্যাহত আছে আদানীৰ পতন
আদানী টুটেলৰ শ্বেয়াৰ মাৰ্কেটত লৱাৰ চাৰ্কিট
আদানী পাৱাৰেও শ্বেয়াৰ মাৰ্কেটত হেৰুৱাইছে ধন
আদানী পাৱাৰৰো শ্বেয়াৰ মাৰ্কেটতো লৱাৰ চাৰ্কিট
আদানী উইলমাৰৰো একেই অৱস্থা
আদানী গ্ৰীণৰো লৱাৰ চাৰ্কিট
আদানী ট্ৰান্সমিছনৰো শ্বেয়াৰ মাৰ্কেটত ১৫ শতাংশ লোকচান
এনডিটিভিৰো লৱাৰ চাৰ্কিট
অম্বুজা চিমেণ্টত মাত্ৰ ১ শতাংশ লাভ
এচিচিত ১.৫ শতাংশ লাভ
আদানী পৰ্টত ০.৬৪ শতাংশ লাভ
আদানীৰ এই বিপৰ্যয়ৰ বাবে চিন্তাত পৰিছে দেশৰ জনতা
এলআইছি আৰু এছবিআইয়ে বৃহৎ বিনিয়োগ কৰিছে আদানী গ্ৰুপত
কেইবাটাও ৰাজহুৱা বেংকেও ধাৰ দিছে আদানীক
হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনৰ পাছতেই আদানীৰ বিপৰ্যয় অব্যহত
হিণ্ডেনবাৰ্গৰ প্ৰতিবেদনক ভাৰতৰ ওপৰত আক্ৰমণ আখ্যা আদানী গ্ৰুপৰ
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ