• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বছৰৰ ১২ টা চিলিণ্ডাৰৰ দুটা হোলী-দীপাৱলী বুলি ফ্ৰী, বাকি ১০টা ৫০০ টকাত, নতুন চৰকাৰৰ বিশেষ অফাৰ

বছৰৰ ১২ টা চিলিণ্ডাৰৰ দুটা হোলী-দীপাৱলী বুলি ফ্ৰী, বাকি ১০টা ৫০০ টকাত, নতুন চৰকাৰৰ বিশেষ অফাৰ

2 years ago
বিৰল ত্ৰিগ্ৰহী যোগ! ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ!

বিৰল ত্ৰিগ্ৰহী যোগ! ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ!

16 hours ago
এইবাৰ সোণম ৱাংচুকৰ হুংকাৰ

এইবাৰ সোণম ৱাংচুকৰ হুংকাৰ

16 hours ago
নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!

নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!

17 hours ago
কেতিয়া শান্ত হ’ব মণিপুৰ? পুনৰ হিং*সাৰ দাবানলত জ্বলিছে মণিপুৰ

কেতিয়া শান্ত হ’ব মণিপুৰ? পুনৰ হিং*সাৰ দাবানলত জ্বলিছে মণিপুৰ

17 hours ago
পত্নী অবিহনে শূন্য এই জীৱন! পত্নীৰ মৃত্যুৰ পিছতে স্বামীয়েও এৰিলে প্ৰাণ

পত্নী অবিহনে শূন্য এই জীৱন! পত্নীৰ মৃত্যুৰ পিছতে স্বামীয়েও এৰিলে প্ৰাণ

18 hours ago
কৰ্মচাৰীক মালিকে দিলে ৪৩ লাখ টকীয়া BMW বাহন

কৰ্মচাৰীক মালিকে দিলে ৪৩ লাখ টকীয়া BMW বাহন

18 hours ago
‘গেৰুৱাময় হৈছে মোৰ প্ৰাণ’! অৰিজিৎ সিঙৰ ৰহস্যময় পোষ্টক লৈ ব্যাপক চৰ্চা

‘গেৰুৱাময় হৈছে মোৰ প্ৰাণ’! অৰিজিৎ সিঙৰ ৰহস্যময় পোষ্টক লৈ ব্যাপক চৰ্চা

19 hours ago
তীব্ৰ যান-জঁট, বন্ধ সকলো দোকান, ২০০০ কোটি টকাৰ লোকচানৰ আশংকা

তীব্ৰ যান-জঁট, বন্ধ সকলো দোকান, ২০০০ কোটি টকাৰ লোকচানৰ আশংকা

20 hours ago
তিলক বৰ্মাই যি কৰিলে, T20 ক্ৰিকেটত কোনেও কৰিব পৰা নাই সেই কাম

তিলক বৰ্মাই যি কৰিলে, T20 ক্ৰিকেটত কোনেও কৰিব পৰা নাই সেই কাম

21 hours ago
প্ৰিয়ংকা গান্ধীৰ আইচক্ৰীম, ৰাহুল গান্ধীৰ হাফ ৰুটী!

প্ৰিয়ংকা গান্ধীৰ আইচক্ৰীম, ৰাহুল গান্ধীৰ হাফ ৰুটী!

21 hours ago
Flipkart-Amazonক লৈ চাইবাৰ প্ৰৱঞ্চকৰ নতুন জাল

Flipkart-Amazonক লৈ চাইবাৰ প্ৰৱঞ্চকৰ নতুন জাল

22 hours ago
‘দেশক ভয়ংকৰভাৱে অস্থিৰ কৰাৰ ষড়যন্ত্ৰ’

‘দেশক ভয়ংকৰভাৱে অস্থিৰ কৰাৰ ষড়যন্ত্ৰ’

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

বছৰৰ ১২ টা চিলিণ্ডাৰৰ দুটা হোলী-দীপাৱলী বুলি ফ্ৰী, বাকি ১০টা ৫০০ টকাত, নতুন চৰকাৰৰ বিশেষ অফাৰ

editor by editor
February 21, 2025
in বিবিধ, ভাৰত, ৰাজনীতি
0
বছৰৰ ১২ টা চিলিণ্ডাৰৰ দুটা হোলী-দীপাৱলী বুলি ফ্ৰী, বাকি ১০টা ৫০০ টকাত, নতুন চৰকাৰৰ বিশেষ অফাৰ
0
SHARES
812
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বছৰৰ ১২ টা চিলিণ্ডাৰৰ দুটা হোলী-দীপাৱলী বুলি ফ্ৰী, বাকি ১০টা ৫০০ টকাত, নতুন চৰকাৰৰ বিশেষ অফাৰ

দিল্লীত নতুন চৰকাৰ গঠন হোৱাৰ পাছতে দিল্লী বাসীলৈ এটাৰ পাছত এটাকৈ সুখবৰ আহি আছে। মহিলা আৰু বয়োজ্যেষ্ঠ সকললৈ মাহে ২৫০০ টকা দিয়াৰ কথা কোৱাৰ পাছতে এইবাৰ ৰন্ধন গেছৰ সন্দৰ্ভত দিছে আন এক সুখবৰয

নতুন চৰকাৰ গঠন হোৱাৰ পাছত বৃহস্পতিবাৰে নিশাও প্ৰথমখন কেবিনেট বৈঠক অনুষ্ঠিত হয়। এতিয়া বিজেপি চৰকাৰে প্ৰতিশ্ৰুতি পূৰণৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে। এই সন্দৰ্ভত চৰকাৰত আলোচনা আৰম্ভ হৈছে।

মাহে ২৫০০ টকাৰ পাছত এইবাৰ হোলী আৰু দীপাৱলীৰ সময়ত দিল্লীবাসীক বিনামূলীয়া চিলিণ্ডাৰ দিয়াৰ প্ৰস্তুতি আৰম্ভ কৰিছে চৰকাৰে।

কেবিনেট মন্ত্ৰী ছিৰছাই কয় যে অহা দুদিনত অনুষ্ঠিত হ’বলগীয়া কেবিনেট বৈঠকত এই সন্দৰ্ভত সিদ্ধান্ত লোৱা হ’ব। ইয়াৰ উপৰিও বছৰৰ আন ১০টা চিলিণ্ডাৰ ৫০০ টকাৰ মূল্যত উপলব্ধ কৰাৰ পৰিকল্পনা প্ৰস্তুত কৰা হৈছে।

নতুন চৰকাৰে প্ৰথমখন কেবিনেট বৈঠকতে নিজৰ অগ্ৰাধিকাৰ সিদ্ধান্ত লয়। আগন্তুক ৩০ দিনত দিল্লীৰ এক লাখ লোকক আয়ুষ্মান ভাৰত আঁচনিৰ সৈতে সংযোগ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছিল। ইয়াৰ ভিতৰত ৭০ বছৰ বা তাতকৈ অধিক বয়সৰ জ্যেষ্ঠ নাগৰিকসকলো অন্তৰ্ভুক্ত।

ইায়াৰ বাহিৰে সচিবালয়ৰ এগৰাকী জ্যেষ্ঠ বিষয়াৰ মতে, পৌৰ নিগম আৰু ৰাজ্য চৰকাৰৰ ডিচপেনচাৰী উন্নীতকৰণ কৰি আয়ুষ্মান আৰোগ্য মন্দিৰ-পিএইচচিলৈ ৰূপান্তৰিত কৰা হ’ব। প্ৰথম ৩০ দিনত ১১খন ঔষধৰ দোকান খোলাৰ লক্ষ্য।

দিল্লীত মুঠ ১১৩৯ টা নগৰীয়া আয়ুষমান আৰোগ্য মন্দিৰ কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন লাভ কৰিছে। বৰ্তমান ৫৫৩খন মহল্লা ক্লিনিক আছে, যিবোৰ উন্নীতকৰণ কৰা হ’ব আৰু বাকী ৪১৩খন নতুন নগৰীয়া আয়ুষ্মান আৰোগ্য মন্দিৰ স্থাপন কৰা হ’ব বুলি সদৰি।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: delhiDelhi Cm Rekha GuptaDelhi New CMDelhi New Government
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিৰল ত্ৰিগ্ৰহী যোগ! ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ!
জীৱনশৈলী

বিৰল ত্ৰিগ্ৰহী যোগ! ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ!

October 10, 2026
এইবাৰ সোণম ৱাংচুকৰ হুংকাৰ
ভাৰত

এইবাৰ সোণম ৱাংচুকৰ হুংকাৰ

October 10, 2026
নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!
জীৱনশৈলী

নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!

October 10, 2026
কেতিয়া শান্ত হ’ব মণিপুৰ? পুনৰ হিং*সাৰ দাবানলত জ্বলিছে মণিপুৰ
উত্তৰ-পূব

কেতিয়া শান্ত হ’ব মণিপুৰ? পুনৰ হিং*সাৰ দাবানলত জ্বলিছে মণিপুৰ

October 10, 2026
Next Post
২৫ ফেব্ৰুৱাৰীৰ পূৰ্বে ৩ ৰাশি হৈ পৰিব মালামাল, চন্দ্ৰই কৰিব শনিৰ ৰাশিত প্ৰৱেশ

২৫ ফেব্ৰুৱাৰীৰ পূৰ্বে ৩ ৰাশি হৈ পৰিব মালামাল, চন্দ্ৰই কৰিব শনিৰ ৰাশিত প্ৰৱেশ

‘স্বামীৰ সৈতে থাকিব বিচাৰো’, ন্যায় বিচাৰি পাৰিবাৰিক আদালতৰ কাষ চাপিল উদিত নাৰায়নৰ প্ৰথমা পত্নী

'স্বামীৰ সৈতে থাকিব বিচাৰো', ন্যায় বিচাৰি পাৰিবাৰিক আদালতৰ কাষ চাপিল উদিত নাৰায়নৰ প্ৰথমা পত্নী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.