• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘মুছলমানসকল বহিৰাগত নহয়, তেওঁলোক ইয়াৰেই খিলঞ্জীয়া’ হঠাতেই মুছলমানৰ প্ৰতি আৰ এছ এছ প্রধান মোহন ভাগৱতৰ দৰদ, আঁৰৰ কাৰণ কি?

4 months ago
আমেৰিকাৰ ৰাষ্ট্ৰপতি বাইডেনেও নাপাব দৰমহা! আমেৰিকাত আকৌ শ্বাট ডাউন

17 hours ago
আমি কোনো ৰাজ্যতেই বিজয় সাব্যস্ত কৰিব নোৱাৰিম, আমাৰ হাতত উপায়ো নাই বুলি মন্তব্য কৰা ৰাহুল গান্ধীয়ে আত্মবিশ্বাসেৰে কৈছে আমি ৪ ৰাজ্য দখল কৰিম! কেনেকৈ আহিল এই আত্মবিশ্বাস?

18 hours ago
নাৰী মানেই কোমল প্ৰকৃতিৰ! শক্তি সাহস এইসমূহত পুৰুষৰ একচেটীয়া অধিকাৰ, এই ধাৰণা সলাবলৈকে সিংহক বাহন হিচাপে লৈছিল নেকি দেৱী দুৰ্গাই?

19 hours ago
সিংহ ৰাশিত প্ৰৱেশ কৰিব শুক্ৰই, অক্টোবৰত ধন সম্পত্তি বাঢ়িব ৩ৰাশিৰ

20 hours ago
সুন্দৰীৰ সৈতে স্কুটিৰ পিছত ৰাহুল গান্ধী! ভাইৰেল ভিডিঅ’ত ৰাহুলৰ সৈতে কোন এই সুন্দৰী?

23 hours ago
দেৱগুৰুৰ ৰাশিত প্ৰৱেশ কৰিব ৰাহুৱে, অক্টোবৰৰ শেষৰ পৰা বেংক বেলেন্স বাঢ়িব ৩ ৰাশিৰ

এতিয়াও সাৰ পোৱা নাই বিক্ৰম আৰু প্ৰজ্ঞান! চন্দ্ৰত আন্ধাৰ নমাৰ আগতে জগাই তুলিব পৰা হ’বনে? কি কৈছে ইছৰো প্ৰধান এছ সোমনাথে?

24 hours ago
খাম বুলিলেও খাব নোৱাৰিব পৰী-ৰাঘৱৰ বিবাহ! ছিকিউৰিটিয়ে নহয়, হাতত ফোন ল’লেও মানিব লাগিব এইকেইটা চৰ্ত

3 days ago
সকলোতকৈ ভাগ্যৱান এই ৫ ৰাশি, বয়স ৩০ পাৰ হ’লেই কোটিপতি হোৱাৰ যোগ আছে এইকেইটা ৰাশিৰ

পতিতালয়ৰ মাটি অবিহনে দুৰ্গাৰ প্ৰতিমা নহয়! পতিতালয়ৰ মাটি লাগিলে চুক্তি মানিব লাগিব, সোনাগাছিৰ পুজাৰ থিমক লৈ আৰম্ভ হৈছে বিতৰ্ক

প্ৰকৃততে গুৰুখুটি প্ৰকল্পৰ নামত চলিছে কি? অসম চৰকাৰৰ কৃষিভিত্তিক গুৰুখুটি প্ৰকল্পৰ নামত চলিছে নেকি ধাপ্পাবাজি?

কাইলৈ ৰাধা অষ্টমী, ৰাধা অষ্টমীত এই কাম কৰক, সংসাৰলৈ সুখ অহাৰ লগতে লাভ কৰিব বিচৰা ধৰণৰ জীৱনসংগী

  • About
  • Advertise
  • Careers
Monday, September 25, 2023
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • লাইভ টিভি
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

‘মুছলমানসকল বহিৰাগত নহয়, তেওঁলোক ইয়াৰেই খিলঞ্জীয়া’ হঠাতেই মুছলমানৰ প্ৰতি আৰ এছ এছ প্রধান মোহন ভাগৱতৰ দৰদ, আঁৰৰ কাৰণ কি?

editor by editor
June 2, 2023
in জীৱনশৈলী, ভাৰত, ৰাজনীতি
0
‘মুছলমানসকল বহিৰাগত নহয়, তেওঁলোক ইয়াৰেই খিলঞ্জীয়া’ হঠাতেই মুছলমানৰ প্ৰতি আৰ এছ এছ প্রধান মোহন ভাগৱতৰ দৰদ, আঁৰৰ কাৰণ কি?
0
SHARES
821
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ এখন তালে নাবাজে। এই অপ্তবাক্যশাৰীৰ সৈতে সকলোৱেই পৰিচিত। দেশৰ সাম্প্ৰদায়িক পৰিস্থিতিক লৈ সৃষ্টি হোৱা উত্তেজনাক লৈ এই অপ্তবাক্যশাৰীকেই কৈছে আৰ এছ এছ প্ৰধান মোহন ভাগৱতে। দেশত সাম্প্ৰদায়িক সম্প্ৰীতি গঢ়ি তুলিবলৈ এটা পক্ষৰ প্ৰচেষ্টা থাকিলেই নহ’ব। হিন্দু-মুছলমানৰ ঐক্য গঢ়ি তুলিবলৈ উভয় পক্ষৰেই প্ৰচেষ্টা লাগিব। এই সমম্বয় গঢ়ি তুলিবলৈ আমি প্ৰত্যেকেই ‘জাতীয় পৰিচয়’ক বিশেষ গুৰুত্ব দিব লাগে বুলিও জনাইছে আৰ এছ এছ প্ৰধান মোহন ভাগৱতে।

মহাৰাষ্ট্ৰৰ নাগপুৰত সঙ্ঘৰ এখন সভাত মোহন ভাগৱতে কয়, ‘অতীতৰ কিছু উদাহৰণ আৰু অহংবোধেই হিন্দু-মুছলমানৰ ঐক্যৰ পথত বাধা দিছে। হিন্দু সংগঠিত হৈছে বাবেই অন্যান্য সংখ্যালঘুসকলে ভয় খাব নালাগে। পূৰ্বেও আৰ এছ এছৰ পৰা মুছলমানৰ কোনো বিপদ হোৱা নাই, ভৱিষ্যতেও নহয়।’

উল্লেখ্য যে, এইসমূহৰ মাজতেই এটা কথা ঠিক যে এটা সম্প্ৰদায়ৰ জনসংখ্যা বহু পৰিমানে বৃদ্ধি পাইছে। এইধৰণে জনসংখ্যা বৃদ্ধি পোৱাটো দেশৰ অখণ্ডতাৰ পক্ষে ক্ষতিকাৰক। এই ক্ষতিৰ উদাহৰণ দিবলৈ গৈ মোহন ভাগৱতে টিমোৰ, দক্ষিণ ছুডান, কছোভাৰ দৰে ধৰ্মভিত্তিক ৰাষ্ট্ৰ গঠনৰ উদাহৰণো দাঙি ধৰিছে। ইয়াৰোপৰি মোহন ভাগৱতে কয় যে, ‘ভাৰতত মুছলমানসকল সম্পূৰ্ণ নিৰাপদেই আছে। কিন্তু একাংশই বিষবাষ্প বিয়পোৱাত লাগিছে। যদি দুই সম্প্ৰদায়ৰ মাজত অসুবিধাই দেখা দিছে তেন্তে সেয়া বুজাবুজিৰ মাজেৰেহে সমাধা হ’ব। আলোচনাৰ মাজেৰেহে সেই অবিশ্বাসৰ বাতাবৰণ দূৰ কৰিব পাৰিব। মুছলমানসকল বহিৰাগত নহয়। পূৰ্বে যিসকল বহিৰাগত আহিছিল তেওঁলোকৰ বিৰুদ্ধে আমি যুঁজ কৰি তেওঁলোকক আঁতৰাই পঠিয়াইছো। এতিয়া দেশত কোনো বহিৰাগত নাই। যি ইয়াত আছে তেওঁলোক ইয়াৰেই নাগৰিক।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আমেৰিকাৰ ৰাষ্ট্ৰপতি বাইডেনেও নাপাব দৰমহা! আমেৰিকাত আকৌ শ্বাট ডাউন
Uncategorized

আমেৰিকাৰ ৰাষ্ট্ৰপতি বাইডেনেও নাপাব দৰমহা! আমেৰিকাত আকৌ শ্বাট ডাউন

September 24, 2023
আমি কোনো ৰাজ্যতেই বিজয় সাব্যস্ত কৰিব নোৱাৰিম, আমাৰ হাতত উপায়ো নাই বুলি মন্তব্য কৰা ৰাহুল গান্ধীয়ে আত্মবিশ্বাসেৰে কৈছে আমি ৪ ৰাজ্য দখল কৰিম! কেনেকৈ আহিল এই আত্মবিশ্বাস?
ভাৰত

আমি কোনো ৰাজ্যতেই বিজয় সাব্যস্ত কৰিব নোৱাৰিম, আমাৰ হাতত উপায়ো নাই বুলি মন্তব্য কৰা ৰাহুল গান্ধীয়ে আত্মবিশ্বাসেৰে কৈছে আমি ৪ ৰাজ্য দখল কৰিম! কেনেকৈ আহিল এই আত্মবিশ্বাস?

September 24, 2023
নাৰী মানেই কোমল প্ৰকৃতিৰ! শক্তি সাহস এইসমূহত পুৰুষৰ একচেটীয়া অধিকাৰ, এই ধাৰণা সলাবলৈকে সিংহক বাহন হিচাপে লৈছিল নেকি দেৱী দুৰ্গাই?
জীৱনশৈলী

নাৰী মানেই কোমল প্ৰকৃতিৰ! শক্তি সাহস এইসমূহত পুৰুষৰ একচেটীয়া অধিকাৰ, এই ধাৰণা সলাবলৈকে সিংহক বাহন হিচাপে লৈছিল নেকি দেৱী দুৰ্গাই?

September 24, 2023
সিংহ ৰাশিত প্ৰৱেশ কৰিব শুক্ৰই, অক্টোবৰত ধন সম্পত্তি বাঢ়িব ৩ৰাশিৰ
বিবিধ

Next Post
কথা দি কথা ৰাখিলে ছিদ্দাৰামাইয়া চৰকাৰে, মন্ত্ৰীসভাৰ প্ৰথম বৈঠকেই ২০০ ইউনিটকৈ ফ্ৰি বিদ্যুতৰ লগতে আন ৪ প্ৰতিশ্ৰুতিত অনুমোদন

ক্ৰিকেটৰ ‘নেশ্ব্যনেল ক্ৰাছ’ শুভমন গীলৰ সম্পত্তিৰ পৰিমান জানেনে?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন