• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ক্ৰিকেটৰ ‘নেশ্ব্যনেল ক্ৰাছ’ শুভমন গীলৰ সম্পত্তিৰ পৰিমান জানেনে?

ক্ৰিকেটৰ ‘নেশ্ব্যনেল ক্ৰাছ’ শুভমন গীলৰ সম্পত্তিৰ পৰিমান জানেনে?

3 years ago
নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

নিৰ্বাচনী প্ৰচাৰ সভাত মহাভুল কৰি বিপদত চৰকাৰী কৰ্মচাৰীয়ে

2 hours ago
এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

এই ৪টা ৰাশিৰ জীৱনলৈ আহিব সুখবৰ

4 hours ago
বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

4 hours ago
যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

যুৱতীক বিবস্ত্ৰ কৰি প্ৰহাৰ, মূৰত ১৩টাকৈ চিলাই

4 hours ago
এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

এইবাৰ দুৰ্গাপূজাত ভুলতো নকৰিব এইকেইটা কাম

5 hours ago
হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

5 hours ago
মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

7 hours ago
শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

শুকুৰবাৰে ১০৮ বাৰ জপ কৰক লক্ষ্মী মন্ত্ৰ

8 hours ago
মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

8 hours ago
গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?

গান্ধী জয়ন্তীত কিয় DRY DAY ঘোষণা কৰা হয়?

9 hours ago
শীঘ্ৰেই দ্বিতীয় ৰাউণ্ডত ভৰি দিব নেকি স্বৰ্ণকন্যা লাভলীনাই?

শীঘ্ৰেই দ্বিতীয় ৰাউণ্ডত ভৰি দিব নেকি স্বৰ্ণকন্যা লাভলীনাই?

9 hours ago
চীনক পূৰ্ণশক্তিৰ ঘোচা শোধাই অসমকন্যাৰ স্বৰ্ণজয়

চীনক পূৰ্ণশক্তিৰ ঘোচা শোধাই অসমকন্যাৰ স্বৰ্ণজয়

10 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, October 2, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

ক্ৰিকেটৰ ‘নেশ্ব্যনেল ক্ৰাছ’ শুভমন গীলৰ সম্পত্তিৰ পৰিমান জানেনে?

editor by editor
June 2, 2023
in ক্ৰীড়া, ভাৰত
0
ক্ৰিকেটৰ ‘নেশ্ব্যনেল ক্ৰাছ’ শুভমন গীলৰ সম্পত্তিৰ পৰিমান জানেনে?
0
SHARES
4k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ২০২৩ৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL)ত ভাল পাৰফৰ্মেন্সেৰে সমগ্ৰ দেশবাসীৰ নজৰ কাঢ়িছে শুভমন গীলে৷ খুব কম সময়ৰ ভিতৰতেই নিজৰ পাৰফৰ্মেন্সৰ জৰিয়তে ভাৰতীয় ক্ৰিকেট দলত নিজা স্থান বনাবলৈকো সক্ষম হৈছে৷ IPLৰ টুৰ্ণামেণ্টত শুভমনৰ উন্নত বেটিঙৰ বাবেই মাত্ৰ চাৰি-পাঁচ বছৰৰ ভিতৰতেই দলৰ অপেনাৰ হিচাপেও ঠাই বনাবলৈ সক্ষম হৈছে৷ যদি শুভমনৰ আয়ৰ দিশটো চোৱা হয় তেন্তে বিগত কেইবছৰমানৰ ভিতৰতেই শুভমনৰ সম্পত্তিৰ পৰিমান কেইবাকোটিলৈ বৃদ্ধি হৈছে৷

৩১ কোটিৰো অধিক সম্পত্তিৰ মালিক শুভমন

১৯৯৯ চনৰ ৮ ছেপ্টেম্বৰত এক কৃষক পৰিয়ালত জন্ম লাভ হৈছিল শুভমনৰ৷ প্ৰাথমিক শিক্ষা শুভমনে পঞ্জাৱতেই গ্ৰহণ কৰিছিল৷ আইপিএলৰ কেৰিয়াৰত তেওঁৰ ভাল পাৰফৰ্মেন্সৰ বাবেই প্ৰতিবছৰেই আয়ৰ হাৰ বৃদ্ধি পাব ধৰিছে৷ ২০১৮ চনত আইপিএলত প্ৰথম ভৰি দিছিল শুভমনে৷ সূত্ৰৰ খবৰ অনুসৰি, ২০২৩ চনত শুভমন গীলৰ মুঠ সম্পত্তিৰ পৰিমান আছিল প্ৰায় ৪ মিলিয়ন ডলাৰ অৰ্থাৎ প্ৰায় ৩১ কোটি টকা৷ যদি প্ৰতিমাহৰ হিচাপ কৰা হয় তেন্তে শুভমনৰ মাহিলী ইনকাম প্ৰায় ৬৬ লাখ টকা৷

গেৰেজত আছে দামী দামী গাড়ীৰ কালেকছন

ক্ৰিকেটাৰ শুভমন গীলৰ আছে বিলাসী গাড়ীৰ চখ৷ তেওঁৰ গেৰেজত একাধিক দামী দামী গাড়ী আছে৷ খুব কম বয়সতে তেওঁ ক্ৰিকেটাৰ হিচাপে কেৰিয়াৰ আৰম্ভ কৰিছে৷ ক্ৰিকেটৰ সফলতাৰে আয় কৰা ধনেৰেই শুভমনে ক্ৰয় কৰিছে Ranger Rover Velar, এই বাহনখনৰ দাম প্ৰায় ১.০৫ কোটি টকা৷ ইয়াৰোপৰি শুভমনৰ হাতত আছে Mahindra Thar সহ কেইবাখনো বাহন৷

উল্লেখ্য যে ২০২৩ৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ফাইনেলত সোমবাৰে চেন্নাই চুপাৰ কিংছৰ বিৰুদ্ধে খেলত নামিছিল গুজৰাট টাইটানছ৷ দুই দলৰ মাজত অনুষ্টিত ফাইনেল মেচখন আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত আয়োজন কৰা হৈছিল৷ এই মেচত চেন্নাইয়ে টছত জিকি গুজৰাটে প্ৰথমে বেটিং কৰে৷ CSK আশা কৰিছিল যে আৰম্ভণিতেই তেওঁলোকে উইকেট ল’ব পাৰিব৷ কিন্তু শুভমন গীল আৰু ঋদ্ধিমান সাহাই ধোনী ব্ৰিগেডৰ যাৱতীয় পৰিকল্পনাত পানী ঢালে৷ তেওঁলোক দুয়োজন মিলিয়েই ৬৭ ৰান কৰিবলৈ সক্ষম হয়৷ শুভমনে মেচত ২০ বলত ৩৯ ৰান কৰে৷ ইয়াৰ মাজতেই ৭টা বাউণ্ডাৰী আছিল৷

IPLত ৰানেৰে দ্বিতীয় স্থানত আছে শুভমন

IPLৰ ইতিহাসত সৰ্বাধিক ৰান কৰা ক্ৰিকেটাৰৰ লিষ্টত দ্বিতীয় স্থানত আছে শুভমন গীল৷ জছ বাটলাৰক পিছপেলাই দ্বিতীয় স্থান দখল কৰিছে শুভমনে৷ ২০২৩ বৰ্ষৰ আইপিএলত শুভমনে ১৭ খন মেচত ৫৯.৩৩ অৰ্থাৎ গড়ে ৮৯০ ৰান কৰিবলৈ সক্ষম হৈছে৷ ইতিমধ্যে শুভমনে ৩টা শতৰান আৰু ৪ টা হাফ চেঞ্চুৰিও মাৰিছে৷ এইবাৰ খেলত শুভমনে অৰেঞ্জ কেপো লাভ কৰিবলৈ সক্ষম হৈছে৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ
বিনোদন

বলীউডৰ অভিনেতা ডিনো মাৰিয়াক গ্ৰেপ্তাৰ

October 2, 2026
হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি
ভাৰত

হিটলাৰলৈ মহাত্মা গান্ধীয়ে লিখিছিল দুখনকৈ চিঠি

October 2, 2026
মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন
অপৰাধ

মাতৃক হ*ত্যা কৰি নাবালকৰ আৰক্ষীলৈ ফোন

October 2, 2026
মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা
ভাৰত

মহিলাৰ বাবে বিনামূলীয়া বাছসেৱা

October 2, 2026
Next Post
এই তিনিটা কাৰণতেই পত্নীৰ প্ৰতি আগ্ৰহ কমি যায় স্বামীৰ, প্ৰেমতো বাধা আহে এইকেইটা কাৰণতেই…

এই তিনিটা কাৰণতেই পত্নীৰ প্ৰতি আগ্ৰহ কমি যায় স্বামীৰ, প্ৰেমতো বাধা আহে এইকেইটা কাৰণতেই...

কাৰ ভুলৰ বাবে সংঘটিত হ’ল বালাচোৰৰ ভয়ংকৰ ৰে’ল দুৰ্ঘটনা? ট্ৰেজিক ৰে’ল দুৰ্ঘটনাৰ AtoZ

কাৰ ভুলৰ বাবে সংঘটিত হ'ল বালাচোৰৰ ভয়ংকৰ ৰে'ল দুৰ্ঘটনা? ট্ৰেজিক ৰে'ল দুৰ্ঘটনাৰ AtoZ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.