• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২৬যাত্ৰীৰে সৈতে ট্ৰেভেলাৰ বাগৰি ১৪গৰাকী নিহত, নিহতৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ আশংকা

2 years ago
এই বছৰ কেতিয়া পৰিছে মহাশিৱৰাত্ৰি? জানি থওক চাৰি প্ৰহৰৰ পূজাৰ সময়

43 minutes ago
ফেছবুক, ইনষ্টাগ্ৰাম, ইউটিউবত একাউণ্ট খুলিব নোৱাৰিব চৰকাৰী কৰ্মচাৰীয়ে! একাউণ্ট খুলিবলৈ ল’ব লাগিব সংশ্লিষ্ট দফতৰৰ অনুমতি, বিহাৰত নতুন নিয়ম

2 hours ago
সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ পৰা শৰাই, গামোচা, গীটাৰ, keyboard চুৰিৰ অভিযোগ জুবিন গাৰ্গৰ একালৰ বাদ্যযন্ত্ৰী চিৰঞ্জীৱ কাশ্যপৰ বিৰুদ্ধে, কিয় জুবিন ক্ষেত্ৰৰ পৰা এই সামগ্ৰী লৈ আহিছিল চিৰঞ্জীৱে?

3 hours ago
২৩ ফেব্ৰুৱাৰীত তৈয়াৰ হৈছে ধনশক্তি ৰাজযোগ, ৩ৰাশিৰ কপালত আছে অৰ্থপ্ৰাপ্তিৰ যোগ

ফেব্ৰুৱাৰীত উদয় হ’ব শুক্ৰ, ৯মাহ ভাল সময় এই ৪ৰাশিৰ, থাকিব লক্ষ্মীৰ অপাৰ কৃপা

5 hours ago
আনন্দ উদযাপন সকলোৱে কৰক, পিকনিকৰ বাবেই বন্ধ দিয়া হ’ল জিলা আয়ুক্তৰ কাৰ্যালয়, ক’ত এই ঘটনা?

6 hours ago
ৰাহুৰ সৈতে ৪গ্ৰহৰ সংযোগ, উত্থান-পতন থাকিব এই ৫ৰাশিৰ জাতকৰ জীৱনত

ফেব্ৰুৱাৰীৰ আৰম্ভণিতেই লক্ষ্মীনাৰায়ণ ৰাজযোগ, ২৫ দিনত ৰজা হ’ব এই ৪ৰাশিৰ জাতক-জাতিকা

7 hours ago
RTI কৰিলেই নথি নাপায় আপুনি! নথি গোপনে ৰাখিব নতুন আইনে, কংগ্ৰেছে অনা ‘তথ্য জনাৰ অধিকাৰ আইন’ৰ সংশোধনৰ সিদ্ধান্ত মোদী চৰকাৰৰ

‘সহায় বিচাৰিছিলো উপেক্ষা কৰিলে!’ গৌৰৱ গগৈয়ে সহায় নকৰা কংগ্ৰেছৰ কৰ্মীৰ সাহস হৈ থিয় দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

23 hours ago
কুম্ভ ৰাশিত চতুৰ্গ্ৰহী ৰাজযোগ, ফেব্ৰুৱাৰীত ৩ ৰাশিৰ ফুলিব ভাগ্য

1 day ago
ভাৰতৰ শিশু-কিশোৰসকলৰ বাবে নিষিদ্ধ হ’ব পাৰে ফেছবুক-ইনষ্টাগ্ৰাম? আৰ্থিক সমীক্ষাত কি ভয়ংকৰ তথ্য

  • About
  • Advertise
  • Careers
  • English Edition
Friday, January 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

২৬যাত্ৰীৰে সৈতে ট্ৰেভেলাৰ বাগৰি ১৪গৰাকী নিহত, নিহতৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ আশংকা

editor by editor
June 15, 2024
in বিবিধ, ভাৰত
0
২৬যাত্ৰীৰে সৈতে ট্ৰেভেলাৰ বাগৰি ১৪গৰাকী নিহত, নিহতৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ আশংকা
0
SHARES
5.5k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২৬যাত্ৰীৰে সৈতে ট্ৰেভেলাৰ বাগৰি ১৪গৰাকী নিহত, নিহতৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ আশংকা

অতিকে শোকাৱহ তথা ভয়ংকৰ ঘটনা ২৬ গৰাকী যাত্ৰীৰে সৈতে কেইবা ফুট তলত বাগৰি পৰিল বাহন। যাৰ ফলত একেলগে প্ৰাণ হেৰুৱালে ১৪ গৰাকীকৈ লোকে। মৃতকৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ আশংকা।

২৫০ ফুট দলত বাগৰি পৰাৰ ফলত এইদৰে মৃত্যুক সাৱটি লয় বহু কেইগৰাকী লোকে। উদ্ধাৰ অভিযান বৰ্তমানেও অব্যাহত ৰাখিছে উদ্ধাৰকীৰ দলে। ট্ৰেভেলাৰ বাহনখনে নিয়ন্ত্ৰণ হেৰুৱাৰ ফলতে এই ভয়ংকৰ দুৰ্ঘটনাটো সংঘটিত হয়।

উত্তৰাখণ্ডৰ ৰুদ্ৰপ্ৰয়াগ জিলাত সংঘটিত হৈছে এই ভয়ংকৰ দুৰ্ঘটনাটো। নিয়ন্ত্ৰণ হেৰুাৱই বাহনখনে অলকানন্দা নদীত বাগৰি পৰে। উদ্ধাৰকাৰী দলে ভাঙি চুৰমাৰ হৈ পৰা বাহনখনৰ পৰা ১৪গৰাকীৰ নিথৰ দেহ টানি উলিওয়াৰ লগতে আন কেইবাগৰাকী লোকক জীৱিত অৱস্থাত উদ্ধাৰ কৰে।

https://x.com/ANI/status/1801888948177785030

অৱশ্যে উদ্ধাৰ কৰা কেউগৰাকী লোকৰ অৱস্থা সংকটজনক। সকলো আহত লোককে ততাতৈয়াকৈ হেলিকপ্টাৰৰ সহায়ত এইমছ আৰু নিকট হাস্পতালত ভৰ্তি কৰোৱা হৈছে। এতিয়া কেইজনমান লোক সেই ভাঙি চেপেটা লগে বাহনৰ ভিতৰত আৱদ্ধ। বাহন কাটিহে তেওঁলোকক উদ্ধাৰ কৰিব পৰা যাব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: accidentHimachal Pradeshroad accident
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই বছৰ কেতিয়া পৰিছে মহাশিৱৰাত্ৰি? জানি থওক চাৰি প্ৰহৰৰ পূজাৰ সময়
জীৱনশৈলী

January 30, 2026
ফেছবুক, ইনষ্টাগ্ৰাম, ইউটিউবত একাউণ্ট খুলিব নোৱাৰিব চৰকাৰী কৰ্মচাৰীয়ে! একাউণ্ট খুলিবলৈ ল’ব লাগিব সংশ্লিষ্ট দফতৰৰ অনুমতি, বিহাৰত নতুন নিয়ম
প্ৰযুক্তি

ফেছবুক, ইনষ্টাগ্ৰাম, ইউটিউবত একাউণ্ট খুলিব নোৱাৰিব চৰকাৰী কৰ্মচাৰীয়ে! একাউণ্ট খুলিবলৈ ল’ব লাগিব সংশ্লিষ্ট দফতৰৰ অনুমতি, বিহাৰত নতুন নিয়ম

January 30, 2026
ফেব্ৰুৱাৰীত উদয় হ’ব শুক্ৰ, ৯মাহ ভাল সময় এই ৪ৰাশিৰ, থাকিব লক্ষ্মীৰ অপাৰ কৃপা
জীৱনশৈলী

ফেব্ৰুৱাৰীত উদয় হ’ব শুক্ৰ, ৯মাহ ভাল সময় এই ৪ৰাশিৰ, থাকিব লক্ষ্মীৰ অপাৰ কৃপা

January 30, 2026
আনন্দ উদযাপন সকলোৱে কৰক, পিকনিকৰ বাবেই বন্ধ দিয়া হ’ল জিলা আয়ুক্তৰ কাৰ্যালয়, ক’ত এই ঘটনা?
জীৱনশৈলী

আনন্দ উদযাপন সকলোৱে কৰক, পিকনিকৰ বাবেই বন্ধ দিয়া হ’ল জিলা আয়ুক্তৰ কাৰ্যালয়, ক’ত এই ঘটনা?

January 30, 2026
Next Post
বিয়া নামিছে মনোৰঞ্জন জগতত, এইবাৰ কইনা উৰ্ফি, দৰা কোন ?

মাথো এটা সপ্তাহতে লাভ কৰক উজ্জলতা, মুলতানি মাটিৰ সৈতে ব্যৱহাৰ কৰক এবিধ মাত্ৰ সামগ্ৰী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন