• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অভিলেখ গঢ়ি পঞ্চমবাৰৰ বাবে ৰাষ্ট্ৰপতি হোৱাৰ দিশে ব্লাডিমিৰ পুটিন

অভিলেখ গঢ়ি পঞ্চমবাৰৰ বাবে ৰাষ্ট্ৰপতি হোৱাৰ দিশে ব্লাডিমিৰ পুটিন

2 years ago
ৰোমান্টিক দৃশ্যৰ শ্বুটিঙৰ সময়ত নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে নায়িকাই! তাৰ পিছত…

ৰোমান্টিক দৃশ্যৰ শ্বুটিঙৰ সময়ত নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে নায়িকাই! তাৰ পিছত…

12 minutes ago
আকাশৰ পৰা পৰী হৈ উৰি আহি কইনা পৰিলগৈ বেলেগৰ বিয়াত, দৰাই আকাশী পৰী পাই পাতি থাউকতে পাতি থ’লে বিয়া

সলনি হ’ব ভাগ্য, যদি বিয়া পাতে এই ৰাশিৰ যুৱকৰ সৈতে!

35 minutes ago
‘BF এ মোক উপহাৰ দিয়া বাবে লৈছিলো!’, সোণ বিক্ৰী কৰি সঁচাকৈ প্ৰেমিকাক উপহাৰ দিছিল নেকি য়শ আগৰৱালে?

‘BF এ মোক উপহাৰ দিয়া বাবে লৈছিলো!’, সোণ বিক্ৰী কৰি সঁচাকৈ প্ৰেমিকাক উপহাৰ দিছিল নেকি য়শ আগৰৱালে?

1 hour ago
১ ছেপ্টেম্বৰৰ পৰা সলনি হ’ব ৫টা ডাঙৰ নিয়ম, নকৰিব ভুল!

১ ছেপ্টেম্বৰৰ পৰা সলনি হ’ব ৫টা ডাঙৰ নিয়ম, নকৰিব ভুল!

3 hours ago
পি এম আৱাস যোজনাৰ অধীনত ঘৰ পোৱা নাই নেকি? এইদৰে কৰক আবেদন

পি এম আৱাস যোজনাৰ অধীনত ঘৰ পোৱা নাই নেকি? এইদৰে কৰক আবেদন

4 hours ago
কফি খালে বৃক্কত পাথৰ হয় নেকি? বিশেষজ্ঞই কি ক’লে জানো আহক…

কফি খালে বৃক্কত পাথৰ হয় নেকি? বিশেষজ্ঞই কি ক’লে জানো আহক…

6 hours ago
আজি কোন ৰাশিৰ জীৱনলৈ আহিব বৃহৎ পৰিৱৰ্তন?

আজি ভাগ্যৰ দুৱাৰ খোল খাব ৫ ৰাশিৰ! ধন-সম্পদৰ লগতে পাব সুখবৰ

7 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

আজি ৩ ৰাশিৰ ভাগ্যই দেখুৱাব খেল! জানক কাৰ কেনে যাব দিনটো

7 hours ago
হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

হাজাৰ বাধাৰ পিছতো ভাৰতীয় যুৱকৰে সংসাৰ কৰাৰ মন পাক যুৱতীৰ

20 hours ago
মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

মংগলে সলনি কৰিব নক্ষত্ৰ, এই ৪ ৰাশিৰ জীৱনলৈ আহিব শুভ সময়

20 hours ago
Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

Amazon, Swiggy Instamart আৰু BigBasketৰ লাইচেন্স বাতিল, কিন্তু কিয়?

22 hours ago
বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

বেটেৰে নহয়, এইবাৰ বলেৰেও বৈভৱ সূৰ্যবংশীৰ চমক!

22 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, August 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

অভিলেখ গঢ়ি পঞ্চমবাৰৰ বাবে ৰাষ্ট্ৰপতি হোৱাৰ দিশে ব্লাডিমিৰ পুটিন

editor by editor
March 15, 2024
in বিশ্ব
0
অভিলেখ গঢ়ি পঞ্চমবাৰৰ বাবে ৰাষ্ট্ৰপতি হোৱাৰ দিশে ব্লাডিমিৰ পুটিন
0
SHARES
69
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অভিলেখ গঢ়ি পঞ্চমবাৰৰ বাবে ৰাষ্ট্ৰপতি হোৱাৰ দিশে ব্লাডিমিৰ পুটিন

বয়স যিমানে বাঢ়ি গৈ আছে সিমানেই জনপ্ৰিয়তাও বৃদ্ধি পাই গৈ আছে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ব্লাডিমিৰ পুটিনৰ। জনপ্ৰিয়তা হ্ৰাস হোৱাৰ নামেই নাই পুটিনৰ। যাৰ পৰিণতিত অভিলেখ গঢ়ি পঞ্চমবাৰৰ বাবে দেশখনৰ ৰাষ্টপতি হোৱাৰ দিশে অগ্ৰসৰ হৈছে পুটিন।

জয় একপ্ৰকাৰ নিশ্চিতই হৈ পৰিছে পুটিনৰ। কিয়নো বিৰোধত থকা সকলৰ জনপ্ৰিয়তা আৰু শক্তি পুটিনৰ তুলনাত তেনেই নগন্য। কোনো শক্তিশালী প্ৰাৰ্থীয়েই নাই পুটিনৰ বিৰুদ্ধে।

উল্লেখ্য যে, ৰাচিয়াত আজি ১৫ মাৰ্চৰ পৰা আৰম্ভ হৈ ১৭ মাৰ্চলৈ তিনিদিনিয়াকৈ অনুষ্ঠিত হ’ব ৰাষ্ট্ৰপতি নিৰ্বাচন। সাধাৰণ জনতাই প্ৰকাশ কৰা অনুসৰি এয়া কেৱল এক আনুষ্ঠানিকতা মাথোন, পুটিনৰ বিজয় প্ৰায় নিশ্চিত।

আনহাতে ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত হৈ থকা যুদ্ধৰ বাবেও এই নিৰ্বাচনে এক সকৰাত্মক দিশ হিচাপে লগ দিব পুটিনৰ।

ৰাছিয়াত এইবাৰেই প্ৰথম তিনিদিনিয়াকৈ ভোট গ্ৰহণ চলিব। পপুলাৰ ভোটৰ জৰিয়তে ৰাষ্ট্ৰপতি নিৰ্বাচিত হ’ব। অৰ্থাৎ যিগৰাকী প্ৰাৰ্থীয়ে ৫০ শতাংশতকৈ অধিক ভোট লাভ কৰে তেখেতেই জয়ধ্বজা উৰুৱাই। যদিহে তেনে নহয় তেন্তে পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰা হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: President ElectionRussirussiaRussia PresidentVladimir Putin
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!
ভাৰত

আগন্তুক মাহত ভাৰতলৈ আহিব চীনৰ ৰাষ্ট্ৰপতি জিনপিং!

August 25, 2026
ICCৰ ব্যাপক শাস্তিৰ সন্মুখীন যশস্বী জয়ছোৱাল
বিনোদন

ICCৰ ব্যাপক শাস্তিৰ সন্মুখীন যশস্বী জয়ছোৱাল

August 25, 2026
সাগৰৰ পৰা স্থললৈ… ইৰাণক অৰ্থনৈতিকভাৱে আক্ৰমণ কৰিবলৈ ট্ৰাম্পে ৰচনা কৰিছে ‘চক্ৰবেহু’
বিশ্ব

সাগৰৰ পৰা স্থললৈ… ইৰাণক অৰ্থনৈতিকভাৱে আক্ৰমণ কৰিবলৈ ট্ৰাম্পে ৰচনা কৰিছে ‘চক্ৰবেহু’

August 23, 2026
পুনৰ ভুমিকম্প! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৫.৯,  আহত ২৩ গৰাকী
বিশ্ব

পুনৰ ভুমিকম্প! ৰিখটাৰ স্কেলত প্ৰাৱল্য ৫.৯, আহত ২৩ গৰাকী

August 23, 2026
Next Post
শিক্ষকে গুড টাচ্চ-বেড টাচ্চৰ বিষয়ে শিক্ষা দিয়াতহে পোহৰলৈ আহে পিতৃয়ে ২ বছৰে ধৰি কৰি থকা কামৰ কথা

শিক্ষকে গুড টাচ্চ-বেড টাচ্চৰ বিষয়ে শিক্ষা দিয়াতহে পোহৰলৈ আহে পিতৃয়ে ২ বছৰে ধৰি কৰি থকা কামৰ কথা

নিশা লেতেৰা বাচন ধুই থয় নে নথয়…সাৱধান! হ’ব পাৰে এই অপায়-অমংগল

নিশা লেতেৰা বাচন ধুই থয় নে নথয়...সাৱধান! হ'ব পাৰে এই অপায়-অমংগল

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.