• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
যুদ্ধৰ সামৰিক কৌশলৰ অংশ যৌন নিৰ্যাতন! ৰুছ বাহিনীলৈ পঠিওৱা হৈছে কাৰ্টুনে কাৰ্টুনে ‘ভায়েগ্ৰা’

যুদ্ধৰ সামৰিক কৌশলৰ অংশ যৌন নিৰ্যাতন! ৰুছ বাহিনীলৈ পঠিওৱা হৈছে কাৰ্টুনে কাৰ্টুনে ‘ভায়েগ্ৰা’

3 years ago
অক্ষয় তৃতীয়াৰ পূৰ্বেই নামিছে ক’লা ছায়া! শনিৰ ৰাশি পৰিবৰ্তনত বিপদত পৰিব এই ৪ৰাশিৰ জাতক জাতিকা

৪ ৰাশিৰ হ’ব ভাগ্য উদয়! সুখ, সমৃদ্ধি, সফলতা হাতৰ মুঠিত, হাতলৈ আহিব প্ৰচূৰ টকা!

17 minutes ago
বিৰল ৰোগত আক্ৰান্ত বৰুণ ধাৱনৰ কন্যা, হঠাৎ কি হ’ল?

বিৰল ৰোগত আক্ৰান্ত বৰুণ ধাৱনৰ কন্যা, হঠাৎ কি হ’ল?

1 hour ago
জীৱনৰ পৰা আঁতৰিব বিপদ, মাত্ৰ মঙলবাৰে এইদৰে কৰক হনুমানৰ পূজা

হনুমান জয়ন্তী কেতিয়া? সঠিক সময়ত পূজা নকৰিলে নাপাব ফল!

2 hours ago
৩১ মাৰ্চত আয়কৰ অফিচ খোলা থাকিব নে বন্ধ? জানি লওক

৩১ মাৰ্চত আয়কৰ অফিচ খোলা থাকিব নে বন্ধ? জানি লওক

3 hours ago
আপোনাৰ শৌচে দিব স্বাস্থ্যৰ আপডেট, ভুলতো নকৰিব আওকাণ!

আপোনাৰ শৌচে দিব স্বাস্থ্যৰ আপডেট, ভুলতো নকৰিব আওকাণ!

3 hours ago
দশম উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

দশম উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

4 hours ago
হঠাৎ আধা ৰাস্তাতে KitKat চুৰি, অপৰাধী বিচাৰি হাহাকাৰ কোম্পানীৰ!

হঠাৎ আধা ৰাস্তাতে KitKat চুৰি, অপৰাধী বিচাৰি হাহাকাৰ কোম্পানীৰ!

4 hours ago
নিৰ্বাচনৰ পূৰ্বে যোৰহাটত ভয়ংকৰ ঘটনা, বিস্ফোৰণত নিহত পিতা-পুত্ৰ

নিৰ্বাচনৰ পূৰ্বে যোৰহাটত ভয়ংকৰ ঘটনা, বিস্ফোৰণত নিহত পিতা-পুত্ৰ

5 hours ago
চিন্তা নাই, মুখ্যমন্ত্ৰীয়ে দিলে অভয়বাণী, পেট্ৰ’ল-ডিজেলৰ সংকট নাহে ৰাজ্যলৈ

চিন্তা নাই, মুখ্যমন্ত্ৰীয়ে দিলে অভয়বাণী, পেট্ৰ’ল-ডিজেলৰ সংকট নাহে ৰাজ্যলৈ

6 hours ago
কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

কন্যা সন্তানক কিয় ঘৰৰ লক্ষ্মী বুলি কোৱা হয়? ইয়াৰ আঁৰত ৰহস্য জানক

7 hours ago
মমো খাই অসুস্থ, খাদ্য বিষক্ৰিয়াৰ পৰা কেনেকৈ পৰিব ৰক্ষা জানক

মমো খাই অসুস্থ, খাদ্য বিষক্ৰিয়াৰ পৰা কেনেকৈ পৰিব ৰক্ষা জানক

8 hours ago
ৰন্ধনঘৰৰ এই সামগ্ৰীতেই লুকাই থাকে হাজাৰ ৰোগৰ বিষ! আজিয়েই সতৰ্ক হওক, অন্যথা বিপদ বাঢ়িব

ৰন্ধনঘৰৰ এই সামগ্ৰীতেই লুকাই থাকে হাজাৰ ৰোগৰ বিষ! আজিয়েই সতৰ্ক হওক, অন্যথা বিপদ বাঢ়িব

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 28, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অপৰাধ

যুদ্ধৰ সামৰিক কৌশলৰ অংশ যৌন নিৰ্যাতন! ৰুছ বাহিনীলৈ পঠিওৱা হৈছে কাৰ্টুনে কাৰ্টুনে ‘ভায়েগ্ৰা’

editor by editor
October 17, 2022
in অপৰাধ, বিশ্ব
0
যুদ্ধৰ সামৰিক কৌশলৰ অংশ যৌন নিৰ্যাতন! ৰুছ বাহিনীলৈ পঠিওৱা হৈছে কাৰ্টুনে কাৰ্টুনে ‘ভায়েগ্ৰা’
0
SHARES
583
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ ২৪ঃ বিগত ৮ মাহে অব্যাহত আছে ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধ। গণহত্যা, শিশু হত্যা, বিদ্যালয়, হাস্পতাল আদিত কৰা ভয়াৱহ আক্ৰমণৰ সাক্ষী হৈছে ইউক্ৰেইনৰ লগতে সমগ্ৰ বিশ্ববাসী। যুদ্ধ অব্যাহত থকাৰ সময়তে যুদ্ধৰ ন’ ন’ কৌশল উলিয়াইছে ৰুছ বাহিনীয়ে। যুদ্ধৰ মাজতেই ইউক্ৰেনিয়ান মহিলাক ধৰ্ষণো কৰিছে ৰুছ সেনাই বুলি ইউক্ৰেইনৰ সংবাদমাধ্যমত প্ৰকাশিত হৈছে। ধৰ্ষণকো সামৰিক কৌশলৰ অংশ হিচাপে লৈছে ৰুছ বাহিনীয়ে। ৰুছ সেনাক ইউক্ৰেনিয়ান যুৱতীক ধৰ্ষণৰ বাবে যোগান ধৰা হৈছে ভায়েগ্ৰাকে ধৰি বহু যৌন উত্তেজন ঔষধ।

যুদ্ধৰ মাজতেই যৌন জিঘাংসা বৃদ্ধি পোৱাকলৈ সৰব হৈছে ৰাষ্ট্ৰসংঘ। ৰাষ্ট্ৰসংঘৰ বিশেষ প্ৰতিনিধি প্ৰমীলা পাটেনৰ দাবী, ৰুছ চৰকাৰে তেওঁলোকৰ সৈন্যক যোগান ধৰিছে যৌন উত্তেজক ঔষধ। এইদৰে যৌন উত্তেজক ঔষধ প্ৰেৰণকো সামৰিক কৌশলৰ ভিতৰৰে এটা বুলি ধৰিছে ৰুছ বাহিনীয়ে। যুদ্ধৰ অংশ হিচাপেই প্ৰতিদিনে ইউক্ৰেনিয়ান যুৱতী-মহিলাক ধৰ্ষণ কৰিছে ৰুছ সেনাই। ৰাষ্ট্ৰসংঘৰ প্ৰতিনিধি প্ৰমীলাই প্ৰকাশ কৰা অনুসৰি এগৰাকী ইউক্ৰেনিয়ান যুৱতীয়ে এই সম্পৰ্কে সংবাদ মাধ্যমৰ আগত মন্তব্যও তুলি ধৰিছে। ইউক্ৰেনিয়ান যুৱতীগৰাকীয়ে তেওঁৰ ভাষ্যত প্ৰকাশ কৰা অনুসৰি,’এইয়া ৰুছ বাহিনীৰ সামৰিক কৌশল। চৰকাৰীভাৱেই ৰুছ বাহিনীক ভায়েগ্ৰা যোগান ধৰা হৈছে।’

ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধকলৈ ৰাষ্ট্ৰসংঘৰ প্ৰতিনিধি প্ৰমীলাই কয়, ‘যুদ্ধ চলি থকাৰ সময়তে ৰাষ্ট্ৰসংঘত বহুকেইটা যৌন নিৰ্যাতনৰ গোচৰ ৰুজু হৈছে। এই যুদ্ধৰ মাজত যৌন হিংসাৰ স্বীকাৰ কেৱল মহিলাই হৈছে এনে নহয়। বহু পুৰুষকো যৌন নিৰ্যাতন চলোৱা হৈছে। কেইটামান গোচৰ ৰুজু হোৱা মানেই যে আৰু নিৰ্যাতন হোৱা নাই এনে নহয়। এনে বহু ঘটনাৰ সাক্ষী ইউক্ৰেনিয়ানবাসী। বৰ্তমানলৈ যৌন নিৰ্যাতনৰ স্বীকাৰ হোৱা লোকৰ সঠিক তথ্য যোগান ধৰা সম্ভৱ হোৱা নাই কিয়নো প্ৰত্যেক দিনেই ইউক্ৰেনত যৌন নিৰ্যাতনৰ বলি হৈছে বহুলোক।’

উল্লেখ্য যে সকলো প্ৰকাৰে ৰুছবাহিনীয়ে ইউক্ৰেইন দখল কৰিব বিচাৰিছে যদিও আজিকোপতি হাৰ মনা নাই ইউক্ৰেইন চৰকাৰে। ৰুছ সৈন্যই ধৰ্ষণ, যৌন উৎপীৰণৰ লগতে অন্যান্য বহু বেআইনী কাৰ্যকলাপেৰে ইউক্ৰেনিয়ানক পৰাভূত কৰিব বিচাৰিছে। ৰাষ্ট্ৰসংঘই প্ৰস্তুত কৰা প্ৰতিবেদনত যৌন নিৰ্যাতন স্বীকাৰ হোৱা ব্যক্তিৰ তালিকাত আছে ৮ বছৰীয়া শিশুৰ পৰা ৮২ বছৰীয়া বৃদ্ধাও। যৌন নিৰ্যাতন কৰিয়েই ৰুছ সেনা শান্ত হৈছে এনে নহয় কোনো কোনো ইউক্ৰেনিয়ান পৰিয়ালত ৰুছ সেনাই পৰিয়ালৰ ব্যক্তিৰ সন্মুখতেই যৌন উৎপীৰণ চলোৱাৰ কথাও উত্থাপন হৈছে ৰাষ্ট্ৰসংঘৰ বিশেষ প্ৰতিবেদনত।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

হঠাৎ আধা ৰাস্তাতে KitKat চুৰি, অপৰাধী বিচাৰি হাহাকাৰ কোম্পানীৰ!
বিশ্ব

হঠাৎ আধা ৰাস্তাতে KitKat চুৰি, অপৰাধী বিচাৰি হাহাকাৰ কোম্পানীৰ!

March 28, 2026
নিৰ্বাচনৰ পূৰ্বে যোৰহাটত ভয়ংকৰ ঘটনা, বিস্ফোৰণত নিহত পিতা-পুত্ৰ
অসম

নিৰ্বাচনৰ পূৰ্বে যোৰহাটত ভয়ংকৰ ঘটনা, বিস্ফোৰণত নিহত পিতা-পুত্ৰ

March 28, 2026
বসন্ততেই পোৱা যায়! খাদ্য তালিকাত ৰাখক এইবিধ খাদ্য, বাঢ়িব যৌ* ক্ষমতা, আৰু কি কি গুণ আছে এই খাদ্যৰ?
খাদ্য

বসন্ততেই পোৱা যায়! খাদ্য তালিকাত ৰাখক এইবিধ খাদ্য, বাঢ়িব যৌ* ক্ষমতা, আৰু কি কি গুণ আছে এই খাদ্যৰ?

March 28, 2026
প্ৰধানমন্ত্ৰীৰ আসনত বহিয়েই জনতাক দিয়া প্ৰতিশ্ৰুতি পূৰণ, নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী কে পি অলি শৰ্মাক গ্ৰেপ্তাৰ, গ্ৰেপ্তাৰ বিদায়ী গৃহমন্ত্ৰী ৰমেশ লেখককো
জীৱনশৈলী

প্ৰধানমন্ত্ৰীৰ আসনত বহিয়েই জনতাক দিয়া প্ৰতিশ্ৰুতি পূৰণ, নেপালৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী কে পি অলি শৰ্মাক গ্ৰেপ্তাৰ, গ্ৰেপ্তাৰ বিদায়ী গৃহমন্ত্ৰী ৰমেশ লেখককো

March 28, 2026
Next Post
গীতাত হাত হৈ মাৰ্কিন ৰাষ্ট্ৰদূত হিচাপে শপত ল’লে ছেফালী ৰাজজান দুগ্গলে

গীতাত হাত হৈ মাৰ্কিন ৰাষ্ট্ৰদূত হিচাপে শপত ল’লে ছেফালী ৰাজজান দুগ্গলে

চৰিত্ৰ ঘৰতেই গঢ় লয়! সন্তানৰ কু-কৰ্মৰ বাবে এতিয়াৰে পৰা পিতৃ-মাতৃয়ে লাভ কৰিব ন্যায়িক শাস্তি

চৰিত্ৰ ঘৰতেই গঢ় লয়! সন্তানৰ কু-কৰ্মৰ বাবে এতিয়াৰে পৰা পিতৃ-মাতৃয়ে লাভ কৰিব ন্যায়িক শাস্তি

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.