• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কৰ্কট ৰোধ সম্ভৱ! যুগান্তকাৰী কৰ্কটৰ ভেকছিনৰ ট্ৰায়েল আৰম্ভ ৰাছিয়াত, ৰাছিয়াত ফ্ৰি এই ভেকচিনৰ দাম ভাৰতত কিমান হ’ব?

কৰ্কট ৰোধ সম্ভৱ! যুগান্তকাৰী কৰ্কটৰ ভেকছিনৰ ট্ৰায়েল আৰম্ভ ৰাছিয়াত, ৰাছিয়াত ফ্ৰি এই ভেকচিনৰ দাম ভাৰতত কিমান হ’ব?

8 months ago
ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!

ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!

14 hours ago
পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা

পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা

14 hours ago
মুকেশ আম্বানীয়ে ক্ৰয় কৰিলে প্ৰিয়ংকা চোপ্ৰাৰ কোম্পানী

মুকেশ আম্বানীয়ে ক্ৰয় কৰিলে প্ৰিয়ংকা চোপ্ৰাৰ কোম্পানী

15 hours ago
চলনাময়ী নাৰীৰ চকুত পৰাৰ পূৰ্বে পুৰুষসকল সাৱধান! মনত ৰাখক এইকেইটা কথা

চলনাময়ী নাৰীৰ চকুত পৰাৰ পূৰ্বে পুৰুষসকল সাৱধান! মনত ৰাখক এইকেইটা কথা

16 hours ago
কেৱল শৰীৰৰ নহয়, পাকঘৰৰ সমস্যাও দূৰ কৰক নেমুৰে!

কেৱল শৰীৰৰ নহয়, পাকঘৰৰ সমস্যাও দূৰ কৰক নেমুৰে!

17 hours ago
মংগলৰ কৃপাত ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, পূৰ্ণ হ’ব সকলো সপোন!

মংগলৰ কৃপাত ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, পূৰ্ণ হ’ব সকলো সপোন!

17 hours ago
আলহী আহিলে কিয় পানী খাবলৈ দিয়ে? আঁৰত আছে ধৰ্মীয় কাৰণ

আলহী আহিলে কিয় পানী খাবলৈ দিয়ে? আঁৰত আছে ধৰ্মীয় কাৰণ

18 hours ago
পূজাত ফুল ধুই দিয়াটো উচিত নে অনুচিত? ভুল কৰিলে নহয় ইচ্ছা পূৰণ!

পূজাত ফুল ধুই দিয়াটো উচিত নে অনুচিত? ভুল কৰিলে নহয় ইচ্ছা পূৰণ!

19 hours ago
বিপদে লগ নেৰা হৈছে ৰিয়ানক! BCCIৰ শাস্তিৰ সন্মুখীন ক্ৰিকেটাৰগৰাকী

বিপদে লগ নেৰা হৈছে ৰিয়ানক! BCCIৰ শাস্তিৰ সন্মুখীন ক্ৰিকেটাৰগৰাকী

19 hours ago
হঠাৎ অসুস্থ ভিক্টৰ দাস, কি হৈছিল জে’লৰ ভিতৰত?

হঠাৎ অসুস্থ ভিক্টৰ দাস, কি হৈছিল জে’লৰ ভিতৰত?

20 hours ago
দশম-দ্বাদশ উত্তীৰ্ণৰ বাবে ওলাইছে চাকৰি, কিদৰে কৰিব আবেদন?

RBI Recruitment 2026: RBI ত ওলাইছে চাকৰি, অন্তিম তাৰিখৰ পূৰ্বে কৰক আবেদন

21 hours ago
গু*প্তাংগৰ খজুৱতিয়ে অশান্তি কৰিছে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

গু*প্তাংগৰ খজুৱতিয়ে অশান্তি কৰিছে নেকি? এই সহজ উপায়েৰে কৰক ঠিক

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, May 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কৰ্কট ৰোধ সম্ভৱ! যুগান্তকাৰী কৰ্কটৰ ভেকছিনৰ ট্ৰায়েল আৰম্ভ ৰাছিয়াত, ৰাছিয়াত ফ্ৰি এই ভেকচিনৰ দাম ভাৰতত কিমান হ’ব?

কৰ্কট ৰোধ সম্ভৱ! যুগান্তকাৰী কৰ্কটৰ ভেকছিনৰ ট্ৰায়েল আৰম্ভ ৰাছিয়াত, ৰাছিয়াত ফ্ৰি এই ভেকচিনৰ দাম ভাৰতত কিমান হ’ব?

editor by editor
September 8, 2025
in জীৱনশৈলী, বিবিধ, লেখা
0
কৰ্কট ৰোধ সম্ভৱ! যুগান্তকাৰী কৰ্কটৰ ভেকছিনৰ ট্ৰায়েল আৰম্ভ ৰাছিয়াত, ৰাছিয়াত ফ্ৰি এই ভেকচিনৰ দাম ভাৰতত কিমান হ’ব?
0
SHARES
2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কেৱল ইউক্ৰেইন নহয়, কৰ্কটৰ সৈতেও যুদ্ধ কৰিছে ৰাছিয়াই৷ স্পুটনিক পাঁচ ভিৰ পাছত আকৌ এবাৰ বিশ্বক চমক দিবলৈ প্ৰস্তুত ৰাছিয়া৷ এইবাৰৰ যুদ্ধত নামিছে কৰ্কটৰ বিৰুদ্ধে৷ ক্ৰেমলিন সূত্ৰৰ খবৰ অনুসৰি প্ৰায় একেই সময়তে তেওঁলোকে তৈয়াৰ কৰিছে দুটা ভিন্নধৰ্মী কিন্তু যুগান্তকাৰী কৰ্কটৰ ভেকছিন৷ দুটাৰেই মানৱশৰীৰত পৰীক্ষামূলক প্ৰয়োগৰ বাবে বিশেষ লাইচেন্সো তেওঁলোকে লাভ কৰিছে৷ চলিত বছৰৰ শেষত এই ট্ৰায়েল আৰম্ভ হোৱাৰ কথা৷

এই খবৰ আশাৰ কিৰণ আনিছে সমগ্ৰ বিশ্বত৷ সকলোতকৈ বেছি আলোচনা চলিছে মস্কোৰ বিখ্যাত গেমেলিয়া ৰিচাৰ্ছ চেণ্টাৰক লৈ৷ ক’ভিডৰ সময়ত তেওঁলোকে দ্ৰুত ভেকছিন তৈয়াৰ কৰি খ্যাতি অৰ্জন কৰিছিল এইবাৰ তেওঁলোকে কৃত্ৰিম বুদ্ধিমত্তা ব্যৱহাৰ কৰি এক পাৰ্ছনেলাইজড মেছেঞ্জাৰ আৰ এন এ ভেকছিন তৈয়াৰ কৰিছে৷ বিজ্ঞানীসকলৰ দাবী, এই ভেকছিন প্ৰত্যেক ৰোগীৰ বাবেই পৃথককৈ তৈয়াৰ কৰা হৈছে৷ ৰোগীৰ টিউমাৰৰ জেনেটিক গঠন বিশ্লেষণ কৰি এ আইৰ সহায়ত এনে এক নক্সা তৈয়াৰ হব যিয়ে ৰোগীৰ নিজস্ব ৰোগ প্ৰতিৰোধ ক্ষমতাক কৰ্কটৰ কোষ বিচাৰি ওলিয়াই ধ্বংস কৰাৰ বাবে প্ৰশিক্ষিত কৰিব৷

প্ৰাথমিকভাৱে মেলানোমা বা ছালৰ কৰ্কটত আক্ৰান্তসকলৰ ওপৰত এই ট্ৰায়েল আৰম্ভ হলেও অগ্নাশয়, হাওঁফাওঁ আৰু মস্তিষ্কৰ কৰ্কটৰ ক্ষেত্ৰতো ইয়াৰ কাৰ্যকাৰিতা পৰীক্ষা কৰা হব৷ প্ৰায় নিঃশব্দেই আৰু এঢাপ আগুৱাইছে ৰাছিয়াৰ ফেডাৰেল মেডিকেল এণ্ড বায়োলজিকেল এজেন্সি নামৰ এটা সংস্থাও৷ তেওঁলোকে তৈয়াৰ কৰা ভেকছিনৰ নাম এণ্টেৰোমিক্স৷ ইও এক এম আৰ এন এ ভেকছিন৷ এই ভেকছিন ৰোগীৰ শৰীৰ অনুসৰি বিশেষভাৱে তৈয়াৰ হব৷ ইয়াৰ প্ৰাথমিক লক্ষ্য কলৰেক্টাল বা মলদ্বাৰৰ কৰ্কট ৰোধ কৰা৷ ফেডাৰেল মেডিকেল এণ্ড বায়োলজিকেল এজেন্সি প্ৰধান ভেৰোনিকা স্কভোৰৎচভাই জনাইছে যে প্ৰি ক্লিনিকেল বা প্ৰাণীদেহত পৰীক্ষাৰ পৰ্যায়ত এণ্টেৰোমিক্সে অভাৱনীয় সাফল্য পাইছে৷

ই কেৱল টিউমাৰৰ বৃদ্ধিয়েই ৰোধ কৰা নাই, ই ৬০ৰ পৰা ৮০ শতাংশ পৰ্যন্ত সংকুচিত কৰিবলৈ সক্ষম হৈছে৷ তেওঁৰ কথাত ‘ভেকছিনটো সম্পূৰ্ণ নিৰাপদ আৰু অত্যন্ত কাৰ্যকৰ প্ৰমাণিত হৈছে৷ আমি মানৱ ট্ৰায়েলৰ বাবেও প্ৰস্তুত৷’ বিশেষজ্ঞসকলৰ মতে এই দুটা ভেকছিনৰ মূল শক্তি হৈছে ইয়াৰ কাৰ্যকাৰিতাৰ ধৰণ৷ কেমোথেৰাপি বা ৰেজিয়েছনৰ দৰে নিৰ্বিচাৰে ভাল আৰু বেয়া কোষক আক্ৰমণ নকৰে এই ভেকছিনে৷ এই ভেকছিনে কেৱল কৰ্কটৰ কোষকেই টাৰ্গেট কৰে৷ ফলত পাৰ্শ্বপ্ৰতিক্ৰিয়া বহু কম হব বুলি আশা কৰা হৈছে৷

ৰাছিয়াৰ স্বাস্থ্য মন্ত্ৰণালয় সূত্ৰৰ পৰা জনা গৈছে ট্ৰায়েল সফল হলে দেশৰ নাগৰিকৰ বাবে এই ভেকছিন সম্পূৰ্ণ বিনামূলীয়া হব৷ যদিও ইয়াৰ আনুমানিক উৎপাদন খৰচ কম নহয়৷ কেৱল নাগৰিকক সেৱা কৰাৰ মানসিকতাৰে এই ভেকছিন ৰাছিয়াত বিনামূলীয়া কৰা হব৷ ৰাছিয়াৰ বাহিৰত এই ভেকছিনৰ দাম কিমান হব সেয়া কোৱা সম্ভৱ নহয়৷ বৰ্তমান সমগ্ৰ বিশ্বই অধীৰ আগ্ৰহেৰে বাট চাইছে ৰাছিয়াৰ কৰ্কট প্ৰতিৰোধী ভেকছিনৰ বাবে যদি সঁচাকৈয়ে সাফল্য আহে তেন্তে কৰ্কটৰ চিকিৎসাত অভূতপূৰ্ব সাফল্য আহিব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!
জীৱনশৈলী

ব্ৰাছ কৰাৰ সঠিক পদ্ধতি, ভুল কৰিলে বিপদ অনিবাৰ্য!

April 30, 2026
পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা
ভাৰত

পশ্চিম বংগত শেষ হ’ব নেকি মমতাৰ ৰাজত্ব! Exit Poll ৰ পিছতে আৰম্ভ চৰ্চা

April 30, 2026
মুকেশ আম্বানীয়ে ক্ৰয় কৰিলে প্ৰিয়ংকা চোপ্ৰাৰ কোম্পানী
বাণিজ্য

মুকেশ আম্বানীয়ে ক্ৰয় কৰিলে প্ৰিয়ংকা চোপ্ৰাৰ কোম্পানী

April 30, 2026
চলনাময়ী নাৰীৰ চকুত পৰাৰ পূৰ্বে পুৰুষসকল সাৱধান! মনত ৰাখক এইকেইটা কথা
জীৱনশৈলী

চলনাময়ী নাৰীৰ চকুত পৰাৰ পূৰ্বে পুৰুষসকল সাৱধান! মনত ৰাখক এইকেইটা কথা

April 30, 2026
Next Post
আধাৰক নথি হিচাপে মান্যতা দিলেও ই নাগৰিকত্বৰ প্ৰমাণ নহয়ঃ উচ্চতম ন্যায়ালয়

আধাৰক নথি হিচাপে মান্যতা দিলেও ই নাগৰিকত্বৰ প্ৰমাণ নহয়ঃ উচ্চতম ন্যায়ালয়

উত্তপ্ত নেপাল, পাৰ্লিয়ামেণ্টত সোমাল প্ৰতিবাদকাৰী, দেখা মাত্ৰকেই গুলিওৱাৰ নিৰ্দেশ চৰকাৰৰ! নেপালত কিয় বন্ধ কৰা হ’ল ফেছবুককে ধৰি ২৬টা প্লেটফৰ্ম?

উত্তপ্ত নেপাল, পাৰ্লিয়ামেণ্টত সোমাল প্ৰতিবাদকাৰী, দেখা মাত্ৰকেই গুলিওৱাৰ নিৰ্দেশ চৰকাৰৰ! নেপালত কিয় বন্ধ কৰা হ’ল ফেছবুককে ধৰি ২৬টা প্লেটফৰ্ম?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.