• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
বান্ধি দিলে বিশেষ তিনিটা চৰ্ত! এই চৰ্ত মানিলেই যুদ্ধ শেষ কৰিব ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধ সামৰিব ৰাছিয়াই

2 years ago
এই বছৰ কেতিয়া পৰিছে মহাশিৱৰাত্ৰি? জানি থওক চাৰি প্ৰহৰৰ পূজাৰ সময়

43 minutes ago
ফেছবুক, ইনষ্টাগ্ৰাম, ইউটিউবত একাউণ্ট খুলিব নোৱাৰিব চৰকাৰী কৰ্মচাৰীয়ে! একাউণ্ট খুলিবলৈ ল’ব লাগিব সংশ্লিষ্ট দফতৰৰ অনুমতি, বিহাৰত নতুন নিয়ম

2 hours ago
সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ পৰা শৰাই, গামোচা, গীটাৰ, keyboard চুৰিৰ অভিযোগ জুবিন গাৰ্গৰ একালৰ বাদ্যযন্ত্ৰী চিৰঞ্জীৱ কাশ্যপৰ বিৰুদ্ধে, কিয় জুবিন ক্ষেত্ৰৰ পৰা এই সামগ্ৰী লৈ আহিছিল চিৰঞ্জীৱে?

3 hours ago
২৩ ফেব্ৰুৱাৰীত তৈয়াৰ হৈছে ধনশক্তি ৰাজযোগ, ৩ৰাশিৰ কপালত আছে অৰ্থপ্ৰাপ্তিৰ যোগ

ফেব্ৰুৱাৰীত উদয় হ’ব শুক্ৰ, ৯মাহ ভাল সময় এই ৪ৰাশিৰ, থাকিব লক্ষ্মীৰ অপাৰ কৃপা

5 hours ago
আনন্দ উদযাপন সকলোৱে কৰক, পিকনিকৰ বাবেই বন্ধ দিয়া হ’ল জিলা আয়ুক্তৰ কাৰ্যালয়, ক’ত এই ঘটনা?

6 hours ago
ৰাহুৰ সৈতে ৪গ্ৰহৰ সংযোগ, উত্থান-পতন থাকিব এই ৫ৰাশিৰ জাতকৰ জীৱনত

ফেব্ৰুৱাৰীৰ আৰম্ভণিতেই লক্ষ্মীনাৰায়ণ ৰাজযোগ, ২৫ দিনত ৰজা হ’ব এই ৪ৰাশিৰ জাতক-জাতিকা

7 hours ago
RTI কৰিলেই নথি নাপায় আপুনি! নথি গোপনে ৰাখিব নতুন আইনে, কংগ্ৰেছে অনা ‘তথ্য জনাৰ অধিকাৰ আইন’ৰ সংশোধনৰ সিদ্ধান্ত মোদী চৰকাৰৰ

‘সহায় বিচাৰিছিলো উপেক্ষা কৰিলে!’ গৌৰৱ গগৈয়ে সহায় নকৰা কংগ্ৰেছৰ কৰ্মীৰ সাহস হৈ থিয় দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

23 hours ago
কুম্ভ ৰাশিত চতুৰ্গ্ৰহী ৰাজযোগ, ফেব্ৰুৱাৰীত ৩ ৰাশিৰ ফুলিব ভাগ্য

1 day ago
ভাৰতৰ শিশু-কিশোৰসকলৰ বাবে নিষিদ্ধ হ’ব পাৰে ফেছবুক-ইনষ্টাগ্ৰাম? আৰ্থিক সমীক্ষাত কি ভয়ংকৰ তথ্য

  • About
  • Advertise
  • Careers
  • English Edition
Friday, January 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

বান্ধি দিলে বিশেষ তিনিটা চৰ্ত! এই চৰ্ত মানিলেই যুদ্ধ শেষ কৰিব ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধ সামৰিব ৰাছিয়াই

বান্ধি দিলে বিশেষ তিনিটা চৰ্ত! এই চৰ্ত মানিলেই যুদ্ধ শেষ কৰিব ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধ সামৰিব ৰাছিয়াই

editor by editor
June 14, 2024
in বিবিধ, বিশ্ব, লেখা
0
বান্ধি দিলে বিশেষ তিনিটা চৰ্ত! এই চৰ্ত মানিলেই যুদ্ধ শেষ কৰিব ইউক্ৰেইনৰ বিৰুদ্ধে যুদ্ধ সামৰিব ৰাছিয়াই
0
SHARES
379
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ইউক্ৰেইনৰ সৈতে যুদ্ধবিৰতি অৱশেষত নিশ্চিত কৰিছে ৰাছিয়াই! পিটিআইয়ে প্ৰকাশ কৰা খবৰ অনুসৰি শুক্ৰবাৰে এই সন্দৰ্ভত ৰাছিয়াৰ প্ৰেছিডেণ্ট ভ্লাডিমিৰ পুটিনে এৰিছে এক বাৰ্তা৷ তেওঁ কয় যে, যুদ্ধবিৰতিৰ বাবে তেওঁ সাঁজু আছে৷ কিন্তু তাৰবাবে ইউক্ৰেইনে কেইটামান চৰ্ত মানিব লাগিব৷’

পিটিআইৰ খবৰ অনুসৰি, মস্কোৰ বিদেশ মন্ত্ৰণালত এক বক্তৃতাত পুটিনে জনাইছে, অবিলম্বে যুদ্ধবিৰতি ঘোষণা কৰিম৷ আমি যু্দ্ধবিৰতিৰ পক্ষতেই আছো৷ ইউক্ৰেইনে যদি নাটোত যোগদানৰ পৰিকল্পনাৰ পৰা বিৰত থাকে তেতিয়াই আমি যুদ্ধবিৰতি ঘোষণা কৰি আলোচনাত বহিম৷’ ইয়াৰোপৰি ৰুছ প্ৰেছিডেণ্টে লগতে দাবী কৰে যে চাৰিটা ইউক্ৰেইন অধিকৃত অঞ্চলৰ পৰা সকলো সেনাক আঁতৰাই নিব লাগিব ইউক্ৰেইনে৷

পুটিনৰ দাবী ইয়াতেই শেষ নহয়৷ তেওঁৰ কথাত ইউক্ৰেইনৰ সামৰিক শক্তিৰ ওপৰতো কেইটামান বিধিনিষেধ আৰোপ কৰাৰ কথা প্ৰকাশ পাইছে৷ এই যুদ্ধবিৰতিৰ আঁৰত ৰাছিয়ানসকলৰ স্বাৰ্থৰক্ষাৰ কথাও জড়িত হৈ আছে৷ তেওঁৰ মতে এইসমূহ বিষয়ো মৌলিক আন্তৰ্জাতিক চু্ক্তিৰ অংশ হোৱা উচিত৷ ইয়াৰোপৰি ৰাছিয়াৰ বিৰুদ্ধে বিশ্বৰ বিভিন্ন দেশে যি নিষেধাজ্ঞা জাৰি কৰিছে, সেয়া প্ৰত্যাহাৰৰ বাবেও দাবী কৰিছে পুটিনে৷

পুটিনে ইটালীৰ জি-৭ সন্মিলনত অংশ ল’বলৈ আহিছে৷ ইউক্ৰেইনত শান্তি উভতাই অনাৰ বাবে বিশ্বনেতাসকলে এক বিশেষ বৈঠক অনুষ্ঠিত কৰিব৷ এই বৈঠক অনুষ্ঠিত হ’ব ছুইজাৰলেণ্ডত৷ এই সপ্তাহতেই বিশ্বনেতাসকলে বৈঠকত বহিবলৈ সিদ্ধান্তও লৈছে৷ কিন্তু ৰাছিয়াই স্পষ্টৰূপত জনাইছে যে এই বৈঠকত ৰাছিয়াই অংশ নলয়৷

কিয়েভ নাটোৰ অন্তৰ্ভুক্তিৰ বিষয়টোক লৈয়ো আলোচনা চলিছে৷ এই বিষয়টোক মুঠেও ভাল চকুৰে চোৱা নাই ৰাছিয়াই৷ প্রথমৰ পৰাই তেওঁ ইউক্ৰেইনে নাটোত যোগ দিয়াৰ বিৰুদ্ধেই আছে৷ এইবাৰো পুটিনে মুকলিকৈ নাটোক লৈ কিয়েভক  বান্ধি দিছে চৰ্ত৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এই বছৰ কেতিয়া পৰিছে মহাশিৱৰাত্ৰি? জানি থওক চাৰি প্ৰহৰৰ পূজাৰ সময়
জীৱনশৈলী

January 30, 2026
ফেছবুক, ইনষ্টাগ্ৰাম, ইউটিউবত একাউণ্ট খুলিব নোৱাৰিব চৰকাৰী কৰ্মচাৰীয়ে! একাউণ্ট খুলিবলৈ ল’ব লাগিব সংশ্লিষ্ট দফতৰৰ অনুমতি, বিহাৰত নতুন নিয়ম
প্ৰযুক্তি

ফেছবুক, ইনষ্টাগ্ৰাম, ইউটিউবত একাউণ্ট খুলিব নোৱাৰিব চৰকাৰী কৰ্মচাৰীয়ে! একাউণ্ট খুলিবলৈ ল’ব লাগিব সংশ্লিষ্ট দফতৰৰ অনুমতি, বিহাৰত নতুন নিয়ম

January 30, 2026
ফেব্ৰুৱাৰীত উদয় হ’ব শুক্ৰ, ৯মাহ ভাল সময় এই ৪ৰাশিৰ, থাকিব লক্ষ্মীৰ অপাৰ কৃপা
জীৱনশৈলী

ফেব্ৰুৱাৰীত উদয় হ’ব শুক্ৰ, ৯মাহ ভাল সময় এই ৪ৰাশিৰ, থাকিব লক্ষ্মীৰ অপাৰ কৃপা

January 30, 2026
আনন্দ উদযাপন সকলোৱে কৰক, পিকনিকৰ বাবেই বন্ধ দিয়া হ’ল জিলা আয়ুক্তৰ কাৰ্যালয়, ক’ত এই ঘটনা?
জীৱনশৈলী

আনন্দ উদযাপন সকলোৱে কৰক, পিকনিকৰ বাবেই বন্ধ দিয়া হ’ল জিলা আয়ুক্তৰ কাৰ্যালয়, ক’ত এই ঘটনা?

January 30, 2026
Next Post
২৬যাত্ৰীৰে সৈতে ট্ৰেভেলাৰ বাগৰি ১৪গৰাকী নিহত, নিহতৰ সংখ্যা আৰু অধিক বৃদ্ধি পোৱাৰ আশংকা

বিয়া নামিছে মনোৰঞ্জন জগতত, এইবাৰ কইনা উৰ্ফি, দৰা কোন ?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন