• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কোনোৱে যদি আঢ়ৈ লাখ কোনোৱে আকৌ পায় ডেৰ লাখ! ভাৰতীয় সেনাৰ পদমৰ্যাদা অনুসৰি দৰমহা কোনে কিমান পায়?

কোনোৱে যদি আঢ়ৈ লাখ কোনোৱে আকৌ পায় ডেৰ লাখ! ভাৰতীয় সেনাৰ পদমৰ্যাদা অনুসৰি দৰমহা কোনে কিমান পায়?

3 years ago
বিৰাট কোহলিক চেৰ পেলাই দ্বিতীয় স্থানত শুভমন গিল

বিৰাট কোহলিক চেৰ পেলাই দ্বিতীয় স্থানত শুভমন গিল

12 minutes ago
শচীন তেণ্ডুলকাৰৰ দৰে বৈভৱ সূৰ্যবংশীয়ে পালে বিশেষ অনুমতি, BCCI এ কৰিলে নিয়ম সলনি

শচীন তেণ্ডুলকাৰৰ দৰে বৈভৱ সূৰ্যবংশীয়ে পালে বিশেষ অনুমতি, BCCI এ কৰিলে নিয়ম সলনি

30 minutes ago
মছজিদত প্ৰশাসনৰ বুলড’জাৰ, বিদেশী ৰাষ্ট্ৰৰ পতাকাসহ জব্দ বহু আপত্তিজনক নথি

মছজিদত প্ৰশাসনৰ বুলড’জাৰ, বিদেশী ৰাষ্ট্ৰৰ পতাকাসহ জব্দ বহু আপত্তিজনক নথি

45 minutes ago
কাইলৈ ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, হঠাতে হাতলৈ আহিব পাৰে অৰ্থ!

কাইলৈ ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, হঠাতে হাতলৈ আহিব পাৰে অৰ্থ!

1 hour ago
আমি অসমীয়া হ’ম কেতিয়া? বন্ধ দিলেই হ’ব নেকি সমাধান?

আমি অসমীয়া হ’ম কেতিয়া? বন্ধ দিলেই হ’ব নেকি সমাধান?

1 hour ago
টকাৰে হ’ব ঘৰ উভৈনদী, মাথোঁ সূৰ্যাস্তৰ সময়ত নকৰিব এইকেইটা ভুল!

টকাৰে হ’ব ঘৰ উভৈনদী, মাথোঁ সূৰ্যাস্তৰ সময়ত নকৰিব এইকেইটা ভুল!

2 hours ago
আফগানিস্তানৰ বিৰুদ্ধে ভাৰতৰ বেটিং বিক্ৰম

আফগানিস্তানৰ বিৰুদ্ধে ভাৰতৰ বেটিং বিক্ৰম

2 hours ago
জুবিন গাৰ্গৰ ‘হামিং’ কিয় ইমান মৰ্মস্পৰ্শী? প্ৰকাশ বিশ্বৰ আগশাৰীৰ বিজ্ঞান গৱেষণা পত্ৰিকাত

জুবিন গাৰ্গৰ ‘হামিং’ কিয় ইমান মৰ্মস্পৰ্শী? প্ৰকাশ বিশ্বৰ আগশাৰীৰ বিজ্ঞান গৱেষণা পত্ৰিকাত

3 hours ago
আপুনি ভাবিব নোৱাৰা হিং*স্ৰতাৰে ভৰা এক উৎসৱ

আপুনি ভাবিব নোৱাৰা হিং*স্ৰতাৰে ভৰা এক উৎসৱ

4 hours ago
‘মোদী মোৰ ভাল বন্ধু!’ মোদীৰ প্ৰশংসাত পঞ্চমুখ ড’নাল্ড ট্ৰাম্প, আঁৰৰ কাৰণ কি?

‘মোদী মোৰ ভাল বন্ধু!’ মোদীৰ প্ৰশংসাত পঞ্চমুখ ড’নাল্ড ট্ৰাম্প, আঁৰৰ কাৰণ কি?

4 hours ago
FIFA World Cup 2026: ছাকিৰাক চাব নে নোৰাক? ফুটবল বিশ্বকাপত দেখিব দুয়োৰে যাদু!

FIFA World Cup 2026: ছাকিৰাক চাব নে নোৰাক? ফুটবল বিশ্বকাপত দেখিব দুয়োৰে যাদু!

5 hours ago
১ লাখতকৈও অধিক পঁইতাচোৰা জব্দ, যাৰ মূল্য ১.৩ কোটি টকাতকৈও অধিক

১ লাখতকৈও অধিক পঁইতাচোৰা জব্দ, যাৰ মূল্য ১.৩ কোটি টকাতকৈও অধিক

5 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, June 6, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

কোনোৱে যদি আঢ়ৈ লাখ কোনোৱে আকৌ পায় ডেৰ লাখ! ভাৰতীয় সেনাৰ পদমৰ্যাদা অনুসৰি দৰমহা কোনে কিমান পায়?

editor by editor
April 29, 2023
in বিবিধ, ভাৰত
0
কোনোৱে যদি আঢ়ৈ লাখ কোনোৱে আকৌ পায় ডেৰ লাখ! ভাৰতীয় সেনাৰ পদমৰ্যাদা অনুসৰি দৰমহা কোনে কিমান পায়?
0
SHARES
436
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ প্ৰায় প্ৰতি বছৰে দেশৰ বিভিন্ন প্ৰান্তৰ পৰা ভাৰতীয় সেনাত যোগ দিয়ে যুৱকে। উদ্দেশ্য এটাই দেশৰ সেৱা কৰা। শত্ৰু দেশৰ চক্ৰান্তৰ পৰা দেশক ৰক্ষা কৰিবলৈ এই নিযুক্তি দিয়া হয়। কিন্তু দেশ সেৱা কৰাৰ বাবে চৰকাৰৰ পৰা মাহিলী কিমান ধন লাভ কৰে একোজন জোৱানে? সেনাবাহিনীৰ শীৰ্ষস্তৰীয় পদৱীত থকা লোকসকলে কিমান দৰমহা লাভ কৰে? ভাৰতীয় সেনাবাহিনীৰ সদস্যসকলৰ দৰমহা বঢ়োৱা হৈছে বুলি চৰকাৰে সময়ে সময়ে ঘোষণাও কৰি আহিছে।

ভাৰতীয় সেনাৰ লেফটেনেণ্ট পদমৰ্যাদাৰ অধিকাৰীসকলৰ দৰমহাৰ স্তৰ ১০। তেওঁলোকে মাহিলী ৫৬,১০০ ৰ পৰা ১,৭৭,৫০০ টকা পৰ্যন্ত দৰমহা লাভ কৰে। কিন্তু সচৰাচৰ আমি কৈ থকা দৰমহাৰ স্তৰ প্ৰকৃততে কি? দৰমহা স্তৰ বা বেতনস্তৰ হ’ল কোনো এক প্ৰতিষ্ঠানৰ বেতন কাঠামোৰ মৌলিক একক। যাৰ মাধ্যমেৰে এটা প্ৰতিষ্ঠান এজন কৰ্মচাৰীতকৈ আনজন কৰ্মচাৰীৰ দৰমহাৰ পাৰ্থক্যৰ কথা বুজা যায়। ভাৰতত দৰমহাৰ ১৮ টা স্তৰ আছে। ভাৰতীয় সেনা কেপ্টেইনসকলৰ দৰমহাৰ স্তৰ হৈছে ১০ বি। তেওঁলোকৰ মাহিলী দৰমহা ৬১,৩০০ ৰ পৰা ১,৯৩,৯০০ টকা। ভাৰতীয় সেনাৰ মেজৰ পদমৰ্যাদাৰ অধিকাৰীৰ দৰমহাৰ স্তৰ বেলেগ। ভাৰতীয় সেনাৰ মেজৰৰ দৰমহা প্ৰায় ৬৯,৪০০ টকাৰ পৰা ২,০৭,২০০।

লেফটেনেণ্ট কৰ্নেল পদমৰ্যাদাৰ অধিকাৰীৰ দৰমহাৰ স্তৰ ১২ এ। লেফটেনেণ্ট কৰ্নেলৰ নূন্যতম দৰমহাৰ স্তৰ হৈছে ১ লাখৰ ওপৰত। ১,২১,২০০-২,১২,৪০০ পৰ্যন্ত দৰমহা লাভ কৰে লেফটেনেণ্ট কৰ্ণেলে। ভাৰতীয় সেনাৰ কৰ্ণেলে মাহিলী প্ৰায় ১,৩০,৬০০ টকাৰ পৰা ২,১৭,৬০০ টকা লাভ কৰে। কৰ্ণেলৰ দৰমহাৰ স্তৰ হৈছে ১৩এ। মেজৰ জেনেৰেল পদমৰ্যাদাৰ অধিকাৰীসকলৰ দৰমহাৰ স্তৰ হৈছে ১৪। নূন্যতম মাহিলী দৰমহা হৈছে ১,৪৪,২০০ টকা। এজন মেজৰ জেনেৰেলে মাহত ২,১৮,২০০ টকা পৰ্যন্ত লাভ কৰে। লেফটেনেণ্ট জেনেৰেলৰ প্ৰতি মাহৰ নূন্যতম দৰমহা হৈছে ১,৮২,২০০টকা। সৰ্বাধিক এই দৰমহা হয়গৈ ২,২৪,১০০ টকা। লেফটেনেণ্ট জেনেৰেলৰ দৰমহাৰ স্তৰ হৈছে ১৬। এওলোকৰ মাহিলী দৰমহা ২,০৫,৪০০ ৰ পৰা ২,২৪,৪০০টকা।

ভাৰতীয় সেনাৰ ‘ভাইছ চিফ অফ আৰ্মি ষ্টাফৰ দৰমহাৰ স্তৰ হৈছে ১৭। এওঁলোকৰ দৰমহা প্ৰায় ২,২৫,০০০ টকা। ভাৰতৰ বৰ্তমান লেফটেনেণ্ট জেনেৰেল হৈছে এম ভি সুচিন্দ্ৰ কুমাৰ। ভাৰতীয় সেনাৰ সেনা প্ৰধান ‘চিফ অফ আৰ্মি ষ্টাফ’ৰ দৰমহা সকলোতকৈ বেছি। এওঁলোকৰ দৰমহাৰ স্তৰ হৈছে ১৮। ভাৰতীয় সেনাৰ সেনা প্ৰধানে মাহিলী প্ৰায় ২ লাখ ৫০ হাজাৰ দৰমহা লাভ কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিৰাট কোহলিক চেৰ পেলাই দ্বিতীয় স্থানত শুভমন গিল
বিনোদন

বিৰাট কোহলিক চেৰ পেলাই দ্বিতীয় স্থানত শুভমন গিল

June 6, 2026
শচীন তেণ্ডুলকাৰৰ দৰে বৈভৱ সূৰ্যবংশীয়ে পালে বিশেষ অনুমতি, BCCI এ কৰিলে নিয়ম সলনি
বিনোদন

শচীন তেণ্ডুলকাৰৰ দৰে বৈভৱ সূৰ্যবংশীয়ে পালে বিশেষ অনুমতি, BCCI এ কৰিলে নিয়ম সলনি

June 6, 2026
মছজিদত প্ৰশাসনৰ বুলড’জাৰ, বিদেশী ৰাষ্ট্ৰৰ পতাকাসহ জব্দ বহু আপত্তিজনক নথি
ভাৰত

মছজিদত প্ৰশাসনৰ বুলড’জাৰ, বিদেশী ৰাষ্ট্ৰৰ পতাকাসহ জব্দ বহু আপত্তিজনক নথি

June 6, 2026
কাইলৈ ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, হঠাতে হাতলৈ আহিব পাৰে অৰ্থ!
জীৱনশৈলী

কাইলৈ ভাগ্য উদয় হ’ব ৫ ৰাশিৰ, হঠাতে হাতলৈ আহিব পাৰে অৰ্থ!

June 6, 2026
Next Post
‘কংগ্ৰেছে ৯১ বাৰ মোক ব্যক্তিগত আক্ৰমণ কৰিছে!’ কৰ্ণাটকত নিৰ্বাচনী প্ৰচাৰত কংগ্ৰেছৰ বিৰুদ্ধে মোদীৰ অভিযোগ

'কংগ্ৰেছে ৯১ বাৰ মোক ব্যক্তিগত আক্ৰমণ কৰিছে!' কৰ্ণাটকত নিৰ্বাচনী প্ৰচাৰত কংগ্ৰেছৰ বিৰুদ্ধে মোদীৰ অভিযোগ

‘মন কি বাত’ প্রধানমন্ত্ৰীৰ মনৰ কথা দেশবাসীয়ে কিয় শুনে? ‘মন কি বাত’ক লৈ চলা গৱেষণাত পোহৰলৈ অহা তথ্যই কি কয়?

'মন কি বাত’ প্রধানমন্ত্ৰীৰ মনৰ কথা দেশবাসীয়ে কিয় শুনে? 'মন কি বাত’ক লৈ চলা গৱেষণাত পোহৰলৈ অহা তথ্যই কি কয়?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.