• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ছলমান খানৰ ঘৰৰ সমুখত গুলিচালনা কৰা দুৰ্বৃত্তৰ আ**ত্যা, আনহাতে সিদ্ধু মুছেৱালা ঘটনাৰ মাষ্টাৰ মাইণ্ড নিহত

ছলমান খানৰ ঘৰৰ সমুখত গুলিচালনা কৰা দুৰ্বৃত্তৰ আ**ত্যা, আনহাতে সিদ্ধু মুছেৱালা ঘটনাৰ মাষ্টাৰ মাইণ্ড নিহত

2 years ago
বিধায়ক হ’ল ভিক্ষাৰী! কিয় ৰাজপথত এইদৰে দেখা গ’ল দেশৰ ধনী বিধায়কজনক?

বিধায়ক হ’ল ভিক্ষাৰী! কিয় ৰাজপথত এইদৰে দেখা গ’ল দেশৰ ধনী বিধায়কজনক?

22 minutes ago
ডাম্পাৰৰ দৌৰাত্ম‍্য, তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত দুই ছাত্ৰ নিহত

ডাম্পাৰৰ দৌৰাত্ম‍্য, তীব্ৰবেগী ডাম্পাৰৰ খুন্দাত দুই ছাত্ৰ নিহত

1 hour ago
ৰামানুজৰ মৃতদেহ চমজি নলয় পৰিয়ালে! ক’লে- ‘ৰাইজে যি কৰে কৰিব’

ৰামানুজৰ মৃতদেহ চমজি নলয় পৰিয়ালে! ক’লে- ‘ৰাইজে যি কৰে কৰিব’

2 hours ago
Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক

Beltola Case: প্ৰকৃততে কেনেকৈ মৃত্যু ঘটিল ৰামানুজৰ? কি সঁচা কি মিছা জানি লওক

4 hours ago
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু, আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰি পালে সিপুৰী

পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু, আৰক্ষীৰ গাড়ীৰ পৰা পলাবলৈ চেষ্টা কৰি পালে সিপুৰী

5 hours ago
সোঁফাল নে বাওঁফাল? কোনদিশত গণেশৰ শুঁৰ থকা মূৰ্তি ক্ৰয় কৰিলে ভাগ্য উদয় হয় জানক

সোঁফাল নে বাওঁফাল? কোনদিশত গণেশৰ শুঁৰ থকা মূৰ্তি ক্ৰয় কৰিলে ভাগ্য উদয় হয় জানক

5 hours ago
আজি গণেশ চতুৰ্থী, কেতিয়া পূজা কৰিলে সন্তুষ্ট হ’ব বাবা গণেশ?

আজি গণেশ চতুৰ্থী, কেতিয়া পূজা কৰিলে সন্তুষ্ট হ’ব বাবা গণেশ?

6 hours ago
আজি কোন ৰাশিৰ কেনে যাব দিনটো? জানক কাৰ কাৰ ভাগ্যই কৰিব সহায়

আজি ৪ ৰাশিৰ জীৱনত আহিব পৰিৱৰ্তন, ঘূৰিব ভাগ্যৰ চকা!

6 hours ago
প্ৰেমেই হ’ল কাল! মহানগৰীৰ হোটেলত প্ৰেমিকে কৰিলে ভয়ংকৰ কাণ্ড

প্ৰেমেই হ’ল কাল! মহানগৰীৰ হোটেলত প্ৰেমিকে কৰিলে ভয়ংকৰ কাণ্ড

18 hours ago
আজি কেনে যাব আপোনাৰ দিনটো? এইকোইটা ৰাশিয়ে পাব ভাল খবৰ

কাইলৈ ৫ ৰাশিৰ বাবে আহিব শুভ সংবাদ, কোনে কোনে হ’ব সতৰ্ক?

19 hours ago
সঘনাই হিকটি অহাৰ সমস্যা, এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

সঘনাই হিকটি অহাৰ সমস্যা, এয়া কোনো ৰোগৰ লক্ষণ নেকি জানক

19 hours ago
অষ্টম দৰমহা আয়োগৰ আহিছে ডাঙৰ আপডেট, কিদৰে হ’ব লাভ?

অষ্টম দৰমহা আয়োগৰ আহিছে ডাঙৰ আপডেট, কিদৰে হ’ব লাভ?

19 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Monday, September 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ভাৰত

ছলমান খানৰ ঘৰৰ সমুখত গুলিচালনা কৰা দুৰ্বৃত্তৰ আ**ত্যা, আনহাতে সিদ্ধু মুছেৱালা ঘটনাৰ মাষ্টাৰ মাইণ্ড নিহত

editor by editor
May 1, 2024
in ভাৰত
0
ছলমান খানৰ ঘৰৰ সমুখত গুলিচালনা কৰা দুৰ্বৃত্তৰ আ**ত্যা, আনহাতে সিদ্ধু মুছেৱালা ঘটনাৰ মাষ্টাৰ মাইণ্ড নিহত
0
SHARES
315
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ছলমান খানৰ ঘৰৰ সমুখত গুলিচালনা কৰা দুৰ্বৃত্তবৰ আ**ত্যা, আনহাতে সিদ্ধু মুছেৱালা ঘটনাৰ মাষ্টাৰ মাইণ্ড নিহত

বলীউডৰ ভাইজান ছলমান খানৰ ঘৰৰ সমুখত গুলিচালনাৰ ঘটনা সংঘটিত কৰৈ দুই দুৰ্বৃত্তৰ এগৰাকীয়ে আৰক্ষীৰ জিম্মাত থকা অৱস্থাতে আত্ম*ত্যাৰ চেষ্টা কৰে। ততাতৈয়াকৈ হাস্পতাললৈ লৈ যোৱা হয় যদিও চিকিৎসকে মৃত ঘোষণা কৰে।

আনহাতে প্ৰসিদ্ধ পাঞ্জাৱী গায়ক সিদ্ধু মুছেৱালাৰ হত্যাকাণ্ডৰ মাষ্টাৰমাইণ্ড গোল্ডী বৰাড়ৰ মৃত্যু। আমেৰিকাত দুৰ্বৃত্তই গুলিয়াই হত্যা কৰে গোল্ডী বৰাড়ক।

অভিনেতা ছলমান খানৰ বাসগৃহৰ বাহিৰত গুলীচালনাৰ ঘটনাৰে নাম সাঙোৰ খোৱা এজন অভিযুক্তই ল’লে চৰম সিদ্ধান্ত। গুলীচালনাৰ সৈতে জড়িত দুই অস্ত্ৰ যোগানকাৰীক গ্ৰেপ্তাৰ কৰিছিল মুম্বাই আৰক্ষীয়ে। ইয়াৰে অনুজ থাপন নামৰ অভিযুক্তগৰাকীয়ে আৰক্ষীৰ জিম্মাত চৰম সিদ্ধান্ত গ্ৰহণ কৰে।

১৪ এপ্ৰিলত অনুজ থাপনে বলীউডৰ অভিনেতাগৰাকীৰ ঘৰৰ বাহিৰত গুলী চলাবলৈ ব্যৱহাৰ কৰা অস্ত্ৰ যোগান ধৰাৰ অভিযোগ উত্থাপন হৈছিল। ২৬ এপ্ৰিলত পঞ্জাৱৰ পৰা গ্ৰেপ্তাৰ কৰিছিল অনুজ থাপনক।

বিপৰীতে ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে কুখ্যাত গেংষ্টাৰ গোল্ডি বৰাড়ৰ মৃত্যুৰ খবৰ। দাবী কৰা হৈছে যে আমেৰিকাত লৰেন্স গেঙৰ অন্যতম অপাৰেটিভ গোল্ডীক গুলীয়াই হত্যা কৰা হৈছে। সংবাদ মাধ্যমত প্ৰকাশ পাইছে যে তেওঁৰ প্ৰতিদ্বন্দ্বী চক্ৰ দল্লা-লখবীৰে গোল্ডীৰ হত্যাৰ দায়িত্ব স্বীকাৰ কৰিছে।

অৱশ্যে গোল্ডি বৰাড়ৰ মৃত্যু এতিয়াও আনুষ্ঠানিকভাৱে নিশ্চিত হোৱা নাই। সিদ্ধু মুছেৱালা হত্যাকাণ্ডৰ মূল সন্দেহযুক্ত হিচাপে পঞ্জাৱ আৰক্ষীৰ লগতে আন ৰাজ্যৰ আৰক্ষীয়েও বিচাৰিছিল গোল্ডি বৰাড়ক। মন কৰিবলগীয়া যে কিছুদিনৰ আগতে গোল্ডীক কেন্দ্ৰীয় চৰকাৰে আতংকবাদী বুলি ঘোষণা কৰিছিল। ভাৰতৰ লগতে কানাডাতো মোষ্ট ৱাণ্টেড আছিল গোল্ডী।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Firing CaseGoldy Bararmumbaimurder caseSalman KhanSalman Khan firing CaseSiddhu Musawala
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিধায়ক হ’ল ভিক্ষাৰী! কিয় ৰাজপথত এইদৰে দেখা গ’ল দেশৰ ধনী বিধায়কজনক?
ভাৰত

বিধায়ক হ’ল ভিক্ষাৰী! কিয় ৰাজপথত এইদৰে দেখা গ’ল দেশৰ ধনী বিধায়কজনক?

September 14, 2026
কাইলৈৰ পৰা ভাৰত-আফগানিস্তানৰ মাজত T20 শৃংখলা
বিনোদন

কাইলৈৰ পৰা ভাৰত-আফগানিস্তানৰ মাজত T20 শৃংখলা

September 12, 2026
আজি জিনপিঙ-মোদীৰ বৈঠক, সমাধান হ’ব নেকি ভাৰত-চীন সীমা সমস্যা?
ভাৰত

আজি জিনপিঙ-মোদীৰ বৈঠক, সমাধান হ’ব নেকি ভাৰত-চীন সীমা সমস্যা?

September 12, 2026
ভাৰতৰ প্ৰেমত আইৰিছ নাগৰিক
ভাৰত

ভাৰতৰ প্ৰেমত আইৰিছ নাগৰিক

September 12, 2026
Next Post
জানেনে ৰাৱণৰ কেইগৰাকী পত্নী আছিল, এগৰাকীক নিজে হাতে *ত্যা কৰিছিল

জানেনে ৰাৱণৰ কেইগৰাকী পত্নী আছিল, এগৰাকীক নিজে হাতে *ত্যা কৰিছিল

শিৱলিংগত ঢালা পানীৰে কৰক এই কাম, সফলতাই আহি ধৰা দিব আপোনাৰ হাতত

শিৱলিংগত ঢালা পানীৰে কৰক এই কাম, সফলতাই আহি ধৰা দিব আপোনাৰ হাতত

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.