• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
‘নগ্নতা যৌনতাৰ প্ৰচাৰ বন্ধ হওক’ অটিটি প্লেটফৰ্মত মুক্তিপ্ৰাপ্ত কিছু ছবিক লৈ আপত্তি অভিনেতা ছলমান খানৰ

‘নগ্নতা যৌনতাৰ প্ৰচাৰ বন্ধ হওক’ অটিটি প্লেটফৰ্মত মুক্তিপ্ৰাপ্ত কিছু ছবিক লৈ আপত্তি অভিনেতা ছলমান খানৰ

3 years ago
আজি বিশেষকৈ দুটা ৰাশিৰ আছে অভাৱনীয় সফলতা লাভৰ যোগ

আজি বিশেষকৈ দুটা ৰাশিৰ আছে অভাৱনীয় সফলতা লাভৰ যোগ

1 hour ago
PF ৰ নতুন লিমিট কাৰ্যকৰী, দৰমহাৰ স্লিপত কেতিয়া দেখিব অধিক অৱদান?

PF ৰ নতুন লিমিট কাৰ্যকৰী, দৰমহাৰ স্লিপত কেতিয়া দেখিব অধিক অৱদান?

9 hours ago
Bank 5 Day Week: বেংকত ৫ দিন কাম কৰাৰ সপোন ভংগ নেকি? চৰকাৰে স্পষ্ট কৰিলে স্থিতি

Bank 5 Day Week: বেংকত ৫ দিন কাম কৰাৰ সপোন ভংগ নেকি? চৰকাৰে স্পষ্ট কৰিলে স্থিতি

10 hours ago
NPS পেঞ্চনত স্বাস্থ্য বীমাৰ বিকল্প, ১ অক্টোবৰত পাব ভাল খবৰ

NPS পেঞ্চনত স্বাস্থ্য বীমাৰ বিকল্প, ১ অক্টোবৰত পাব ভাল খবৰ

10 hours ago
শাওনত ৪ ৰাশিৰ লোকে পাব ভাল খবৰ, ধনৰ হ’ব উভৈনদী!

কাইলৈ কোন ৰাশিৰ দিনটো হ’ব শুভ, কোনে কোনে হ’ব লাগিব সাৱধান?

11 hours ago
আকাশৰ পৰা পৰী হৈ উৰি আহি কইনা পৰিলগৈ বেলেগৰ বিয়াত, দৰাই আকাশী পৰী পাই পাতি থাউকতে পাতি থ’লে বিয়া

কইনা ৩ বছৰীয়া কিন্তু দৰা ৬০ বছৰীয়া, ৮০ লাখ টকাৰ বিবাহৰ চুক্তি! পোহৰলৈ আহিছে পাকিস্তানৰ ভয়ংকৰ কাণ্ড

12 hours ago
উপকাৰী নে অপকাৰী? কঁঠালৰ গুটি খোৱাৰ পূৰ্বে জানক এই কথা

উপকাৰী নে অপকাৰী? কঁঠালৰ গুটি খোৱাৰ পূৰ্বে জানক এই কথা

13 hours ago
টকা লৈ ধৰা পৰিল ট্ৰেফিক পুলিচ, কেমেৰাত বন্দী সমগ্ৰ দৃশ্য

টকা লৈ ধৰা পৰিল ট্ৰেফিক পুলিচ, কেমেৰাত বন্দী সমগ্ৰ দৃশ্য

13 hours ago
Neck Pain: অত্যাধিক ডিঙিৰ বিষ? গাৰু ৰ’দত দিলে সঁচাকৈ ঠিক হয় নেকি জানক

Neck Pain: অত্যাধিক ডিঙিৰ বিষ? গাৰু ৰ’দত দিলে সঁচাকৈ ঠিক হয় নেকি জানক

14 hours ago
কিবা চাই থাকিলে হঠাতে ‘Page Not Found’ বা ‘404 Error’ কিয় দেখায় জানেনে?

কিবা চাই থাকিলে হঠাতে ‘Page Not Found’ বা ‘404 Error’ কিয় দেখায় জানেনে?

14 hours ago
Financial Fraud: আপুনি QR Code স্কেন কৰি ধন পৰিশোধ কৰে নেকি? প্ৰৱঞ্চনাৰ পৰা হাত সাৰিবলৈ সহজ উপায় জানক

Financial Fraud: আপুনি QR Code স্কেন কৰি ধন পৰিশোধ কৰে নেকি? প্ৰৱঞ্চনাৰ পৰা হাত সাৰিবলৈ সহজ উপায় জানক

15 hours ago
কেতিয়া দাখিল হ’ব অষ্টম দৰমহা আয়োগৰ প্ৰতিবেদন?

8th Pay Commission: Level 8 ৰ কৰ্মচাৰীয়ে ১৭.৯৪ লাখ বকেয়া লাভ কৰিব

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, September 26, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

‘নগ্নতা যৌনতাৰ প্ৰচাৰ বন্ধ হওক’ অটিটি প্লেটফৰ্মত মুক্তিপ্ৰাপ্ত কিছু ছবিক লৈ আপত্তি অভিনেতা ছলমান খানৰ

editor by editor
April 6, 2023
in চিনেমা, বিনোদন, ভাৰত
0
‘নগ্নতা যৌনতাৰ প্ৰচাৰ বন্ধ হওক’ অটিটি প্লেটফৰ্মত মুক্তিপ্ৰাপ্ত কিছু ছবিক লৈ আপত্তি অভিনেতা ছলমান খানৰ
0
SHARES
167
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ অটিটি প্লেটফৰ্মৰ জনপ্ৰিয়তা বাঢ়িছে। এখনৰ পিছত আন এখন জনপ্ৰিয় চিনেমাই মুক্তিলাভ কৰিছে অটিটি প্লেটফৰ্মত। অটিটিত মুক্তিলাভ কৰিবৰ বাবে একোখন চিনেমা কোনো চেঞ্চৰ বৰ্ডৰ পৰীক্ষণৰ মাজেৰে আহিব নালাগে তাৰ বাবে যিকোনো চিনেমাই অটিটিত মুক্তিলাভ কৰিব পাৰে। সংলাপ, দৃশ্য, যৌনতা কোনোক্ষেত্ৰতেই কাটিব লগা কথা নাথাকে। যাৰ বাবে প্ৰযোজকে ইচ্ছানুসৰি চিনেমা মুক্তি দিব পাৰে।

সৰু পৰ্দাত CBFC, BCCC আৰু ডাঙৰ পৰ্দাত চেঞ্চৰ বৰ্ড থাকে কিন্তু অটিটিত কোনো ধৰণৰ চেঞ্চৰ বৰ্ড বৰ্তমানলৈ নাই। যাৰ ফলত অটিটিত এতিয়া কিছু যৌনগন্ধী চিনেমাও প্ৰচাৰ হৈছে। বিষয়টোক লৈ সকলোৱে নিমাত হ’লেও শেহতীয়াভাৱে মুখ খুলিছে ভাইজান ছলমানে। বলীউডত ১৯৮৯ ৰ পৰাই আছে ছলমান। কিন্তু চিনেমা একোখন মুক্ত যৌনতা প্ৰচাৰত তেওঁ কাহানিও আগভাগ লোৱা নাই বুলি প্ৰকাশ কৰিছে। তেওঁ এই সন্দৰ্ভত কয়, ‘মই ভাৱো অটিটিতো চেঞ্চৰ বৰ্ডৰ প্ৰয়োজনীতা আছে। অশ্লীলতা, যৌনতা, নগ্নতা, গালিগালাজ আদি বন্ধ হ’ব লাগে।’

উল্লেখ্য এই মন্তব্যৰ স্পষ্টীকৰণত ছলমানে কয়, ‘এইসমূহ মাধ্যমত চিনেমা কেৱল বয়স্ক লোকেই নাচায়। ১৫-১৬ বছৰীয়া কিশোৰেও এই চিনেমা চায়। সেয়ে কিছু ক্ষেত্ৰত এইসমূহ প্ৰচাৰ কৰাটো অনৈতিক। সেয়ে অটিটিত চেঞ্চৰ বৰ্ডৰ প্ৰয়োজনীয়তা নুই কৰিব নোৱাৰি।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিহাৰত সঁচাকৈয়ে মহিলাৰ নিৰাপত্তা আছেনে?
অপৰাধ

বিহাৰত সঁচাকৈয়ে মহিলাৰ নিৰাপত্তা আছেনে?

September 25, 2026
ম’হে গিলিলে ডেৰ লাখটকীয়া সোণৰ মংগলসূত্ৰ
ভাৰত

ম’হে গিলিলে ডেৰ লাখটকীয়া সোণৰ মংগলসূত্ৰ

September 25, 2026
শ্বাহৰুখ-ছলমান নহয়, কোন তাৰকাক দেখি Star-struck হৈছিল প্ৰীতি জিণ্টা?
বিনোদন

শ্বাহৰুখ-ছলমান নহয়, কোন তাৰকাক দেখি Star-struck হৈছিল প্ৰীতি জিণ্টা?

September 25, 2026
বেংক কৰ্মচাৰীৰ দাবীক লৈ ডাঙৰ UPDATE
ভাৰত

বেংক কৰ্মচাৰীৰ দাবীক লৈ ডাঙৰ UPDATE

September 25, 2026
Next Post
ভাতৃৰ সৈতে হতাহতি, খঙত একো নাই হৈ ভগ্নীয়ে গিলিলে মোবাইল! তাৰপিছত…

ভাতৃৰ সৈতে হতাহতি, খঙত একো নাই হৈ ভগ্নীয়ে গিলিলে মোবাইল! তাৰপিছত...

পঞ্জাৱত বন্ধ হৈছে অসমত আৰম্ভ হৈছে! পকেট খালী কৰিবলৈ ঠায়ে ঠায়ে ২৭খন টোলগেট ৰৈ আছে…

পঞ্জাৱত বন্ধ হৈছে অসমত আৰম্ভ হৈছে! পকেট খালী কৰিবলৈ ঠায়ে ঠায়ে ২৭খন টোলগেট ৰৈ আছে...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.