• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ছলমান খানৰ বিয়া ! ৫৮ বৰ্ষীয় ছলমান খানৰ বহু চৰ্চিত বান্ধৱীৰ সৈতে বিশেষ ফটো

ছলমান খানৰ বিয়া ! ৫৮ বৰ্ষীয় ছলমান খানৰ বহু চৰ্চিত বান্ধৱীৰ সৈতে বিশেষ ফটো

1 year ago
চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ

চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ

15 minutes ago
যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

1 hour ago
জন্মৰ তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ! জন্মৰ তাৰিখৰ পৰা জানক আপোনাৰ স্বভাৱ

জন্মৰ তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ! জন্মৰ তাৰিখৰ পৰা জানক আপোনাৰ স্বভাৱ

2 hours ago
মঙলবাৰে ভুলতো ক্ৰয় নকৰিব এইবোৰ বস্তু, নহ’লে বিপদ অনিবাৰ্য!

মঙলবাৰে ভুলতো ক্ৰয় নকৰিব এইবোৰ বস্তু, নহ’লে বিপদ অনিবাৰ্য!

2 hours ago
আজি হনুমানৰ আশীৰ্বাদত সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

আজি হনুমানৰ আশীৰ্বাদত সলনি হ’ব ভাগ্য, পঢ়ক দৈনিক ৰাশিফল

3 hours ago
বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

বয়সে ৩০ অতিক্ৰম কৰিছে? এই ৫ টা স্বাস্থ্য পৰীক্ষা নকৰিলেই বিপদত পৰিব পাৰে মহিলাসকল

12 hours ago
SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

SBI-ত ২১১ দিনৰ FDত ২,০০,০০০ টকা জমা ৰাখিলে কিমান সুদ পাব? জানি থওক হিচাপ

12 hours ago
স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

স্থান সলনি কৰিব সূৰ্যই, আৰম্ভ হ’ব নতুন সৌৰবছৰ, ব্যাপক উন্নতি ৩ৰাশিৰ, বিপদত কোন কোন?

13 hours ago
পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

পোষ্ট অফিচৰ ধামাকা স্কিম! ৩৫০০ টকাকৈ জমা কৰিলেই পাব লাখ লাখ টকা

13 hours ago
মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

মুম্বাইত বিলাসী ফ্লেট কিনিলে শ্ৰেয়াই, কিমান কোটি দাম জানেনে?

14 hours ago
৩০ বছৰৰ পাছত মীন ৰাশিত সূৰ্য-শনি-মঙ্গল-বুধ, সাৱধান! ভয়ংকৰ সময় আহিছে ৪ৰাশিৰ বাবে

৩০ বছৰৰ পাছত মীন ৰাশিত সূৰ্য-শনি-মঙ্গল-বুধ, সাৱধান! ভয়ংকৰ সময় আহিছে ৪ৰাশিৰ বাবে

14 hours ago
গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ

গ্ৰীষ্মকাল আহি আছে! গৰমত চৰ্ট চাৰ্কিট হৈ ফ্ৰিজো বি**স্ফোৰণ হ’ব পাৰে, এই ভুল কৰিলেই বিপদ বাঢ়িব আপোনাৰ

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, April 7, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

ছলমান খানৰ বিয়া ! ৫৮ বৰ্ষীয় ছলমান খানৰ বহু চৰ্চিত বান্ধৱীৰ সৈতে বিশেষ ফটো

editor by editor
December 8, 2024
in চিনেমা, বিবিধ, বিশ্ব, ভাৰত
0
ছলমান খানৰ বিয়া ! ৫৮ বৰ্ষীয় ছলমান খানৰ বহু চৰ্চিত বান্ধৱীৰ সৈতে বিশেষ ফটো
0
SHARES
443
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ছলমান খানৰ বিয়া ! ৫৮ বৰ্ষীয় ছলমান খানৰ বহু চৰ্চিত বান্ধৱীৰ সৈতে বিশেষ ফটো

বলীউডৰ ছুপাৰষ্টাৰ ছলমান খানৰ কিছু বিশেষ ফটো বৰ্তমানে ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। য’ত ছলমানক তেওঁৰ বহু চৰ্চিত বিশেষ বান্ধৱী ইউলিয়া ভান্টুৰৰ পৰিয়ালৰ সৈতে।

ভাইৰেল হোৱা এই ফটোবোৰত ছলমান খানক দেখা গৈছে ইউলিয়াৰ পিতৃৰ সৈতে। ইউলিয়াৰ পিতৃৰ জন্মদিন বিশেষ এই ফটোবোৰ। এই ফটোবোৰেই বৰ্তমানে সামাজিক মাধ্যমত চৰ্চাৰ বিষয় হৈ পৰিছে। এই ফটোবোৰ ভাইৰেল হোৱাৰ পাছতে এতিয়া অনুৰাগীসকলে পুনৰবাৰ ছলমানৰ বিবাহক লৈ বিভিন্ন প্ৰশ্ন উত্থাপন কৰিছে।

https://www.instagram.com/p/DDSfTUFoSat/?utm_source=ig_web_copy_link

ছলমান খান আৰু ইউলিয়া ভান্টুৰৰ সম্পৰ্কক লৈ প্ৰায়ে চৰ্চাৰ বিষয় হৈ আহিছিল যদিও শেহতীয়াকৈ তেওঁলোকৰ ক্ৰমবৰ্ধমান ঘনিষ্ঠতাই পুনৰবাৰ অনুৰাগীৰ মাজত বিভিন্ন প্ৰশ্নই উক দি উঠিছে। ইউলিয়া ভান্টুৰে নিজৰ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে এখন ফটো, য’ত ছলমান খানক তেওঁৰ পৰিয়ালৰ সৈতে দেখা গৈছে। এই ছবিখনত তেওঁলোকৰ মাজৰ ভল সম্পৰ্ক দেখুওৱা হৈছে।

উল্লেখ্য যে, ডুবাইত ইউলিয়াৰ পিতৃৰ জন্মদিন উদযাপন বিশেষে ছলমান খান তাত উপস্থিত হৈছিল। সেই জন্মদিন উদযাপনৰ সময়তে ইউলিয়াৰ পিতৃৰ সৈতে পোজ দিয়ে ছলমানে। যাৰ বাবেই অনুৰাগীসকল ছলমান-ইউলিয়াৰ বিষয়ে অধিক ভাবিবলৈ বাধ্য হয়।

ছলমান খান আৰু ইউলিয়াৰ পিতৃৰ ছবিখনত মন্তব্য কৰি এজন ব্যৱহাৰকাৰীয়ে লিখিছে – বিয়া হওক বন্ধু! অতি সুন্দৰ দম্পতী। আনহাতে আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে – এই আচৰিত কথাটো একেবাৰেই আশা কৰা হোৱা নাছিল। ইউলিয়া মেম। আনএজন ব্যৱহাৰকাৰীয়ে আনকি ছলমান আৰু ইউলিয়াৰ পিতৃক শহুৰেক আৰু জোঁৱাই বুলিও অভিহিত কৰিছে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Salman KhanSalman Khan Marriageviral photo
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ
বাণিজ্য

চিকিৎসাৰ বাবে কিমান টকাৰ Health Insurance যথেষ্ঠ? জানক সঠিক হিচাপ

April 7, 2026
যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া
ভাৰত

যুগ্ম জীৱনৰ আৰম্ভণি কৰিলে IIT বাবাই, পাতিলে ঐতিহাসিক মন্দিৰত বিয়া

April 7, 2026
জন্মৰ তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ! জন্মৰ তাৰিখৰ পৰা জানক আপোনাৰ স্বভাৱ
জীৱনশৈলী

জন্মৰ তাৰিখে খুলিব ভাগ্যৰ দুৱাৰ! জন্মৰ তাৰিখৰ পৰা জানক আপোনাৰ স্বভাৱ

April 7, 2026
মঙলবাৰে ভুলতো ক্ৰয় নকৰিব এইবোৰ বস্তু, নহ’লে বিপদ অনিবাৰ্য!
জীৱনশৈলী

মঙলবাৰে ভুলতো ক্ৰয় নকৰিব এইবোৰ বস্তু, নহ’লে বিপদ অনিবাৰ্য!

April 7, 2026
Next Post
সামাজিক মাধ্যম খলকনি ধাৰ্মিক চোৰৰ, চোৰ কৰাৰ পূৰ্বে পূজা, ভাইৰেল ভিডিঅ’

সামাজিক মাধ্যম খলকনি ধাৰ্মিক চোৰৰ, চোৰ কৰাৰ পূৰ্বে পূজা, ভাইৰেল ভিডিঅ'

বছৰটোৰ শেষত শনিৰ স্থান সলনিয়ে নতুন বছৰত লাভান্বিত কৰিব ৪ ৰাশিৰ লোকক

বছৰটোৰ শেষত শনিৰ স্থান সলনিয়ে নতুন বছৰত লাভান্বিত কৰিব ৪ ৰাশিৰ লোকক

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.