• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কোন হয় বিশ্বজুৰি চৰ্চিত ছালৱান মমিকা, টিকটকত লাইভ ষ্ট্ৰীমিঙৰ সময়তে ঘটে ঘটনা

কোন হয় বিশ্বজুৰি চৰ্চিত ছালৱান মমিকা, টিকটকত লাইভ ষ্ট্ৰীমিঙৰ সময়তে ঘটে ঘটনা

2 years ago
হিমাশ্ৰী বড়োৰ হ*ত্যাকাৰী কোন? পোহৰলৈ কেতবোৰ চাঞ্চল্যকৰ তথ্য

হিমাশ্ৰী বড়োৰ হ*ত্যাকাৰী কোন? পোহৰলৈ কেতবোৰ চাঞ্চল্যকৰ তথ্য

20 minutes ago
ভাল সময়ে আৱৰি ৰাখিব এই ৩ ৰাশিৰ লোকক!

ভাল সময়ে আৱৰি ৰাখিব এই ৩ ৰাশিৰ লোকক!

1 hour ago
প্ৰকৃততে কি কাৰণ মৃত্যু হৈছিল নানা পাটেকাৰৰ?

প্ৰকৃততে কি কাৰণ মৃত্যু হৈছিল নানা পাটেকাৰৰ?

1 hour ago
বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ত ভয়ংকৰ ঘটনা!

বঙাইগাঁও চিকিৎসা মহাবিদ্যালয়ত ভয়ংকৰ ঘটনা!

2 hours ago
ভাৰতৰ বাবে কিয় বিপজ্জ্বনক হ’ব পাৰে STARLINK?

ভাৰতৰ বাবে কিয় বিপজ্জ্বনক হ’ব পাৰে STARLINK?

2 hours ago
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

3 hours ago
পুনৰ প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ, থানবান নেপাল

পুনৰ প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ, থানবান নেপাল

4 hours ago
চৰকাৰী চিকিৎসালয়ৰ কৰ্মচাৰীৰ ঘৰতেই নিষিদ্ধ ঔষধৰ ভঁৰাল!

চৰকাৰী চিকিৎসালয়ৰ কৰ্মচাৰীৰ ঘৰতেই নিষিদ্ধ ঔষধৰ ভঁৰাল!

4 hours ago
‘দিল্লীত লগাব নোৱাৰিব আৰক্ষীৰ বেৰিকেড’, ‘মেট্ৰ’ ষ্টেশ্যন কিয় বন্ধ ৰখা হৈছিল?’

‘দিল্লীত লগাব নোৱাৰিব আৰক্ষীৰ বেৰিকেড’, ‘মেট্ৰ’ ষ্টেশ্যন কিয় বন্ধ ৰখা হৈছিল?’

4 hours ago
বিৰল ত্ৰিগ্ৰহী যোগ! ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ!

বিৰল ত্ৰিগ্ৰহী যোগ! ভাগ্য সলনি হ’ব এই ৩ ৰাশিৰ!

22 hours ago
এইবাৰ সোণম ৱাংচুকৰ হুংকাৰ

এইবাৰ সোণম ৱাংচুকৰ হুংকাৰ

22 hours ago
নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!

নৱৰাত্ৰিৰ ৯ দিনত ভুলতো নকৰিব এই ৫টা কাম!

23 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

কোন হয় বিশ্বজুৰি চৰ্চিত ছালৱান মমিকা, টিকটকত লাইভ ষ্ট্ৰীমিঙৰ সময়তে ঘটে ঘটনা

editor by editor
January 31, 2025
in বিবিধ, বিশ্ব, ৰাজনীতি
0
কোন হয় বিশ্বজুৰি চৰ্চিত ছালৱান মমিকা, টিকটকত লাইভ ষ্ট্ৰীমিঙৰ সময়তে ঘটে ঘটনা
0
SHARES
92
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কেন হয় বিশ্বজুৰি চৰ্চিত ছালৱান মমিকা, টিকটকত লাইভ ষ্ট্ৰীমিঙৰ সময়তে ঘটে ঘটনা

বৰ্তমানে সমগ্ৰ বিশ্বতে বিশেষভাৱে চৰ্চাৰ বিষয় হৈ আছে এজন ব্যক্তি। নাম ছালৱান মমিকা। ছালৱান আছিল ইৰাকৰ নাগৰিক, যাৰ মৃতদেহ ছুইডেনত উদ্ধাৰ হৈছিল।

আচলতে কিছুদিন পূৰ্বে ছালৱানে ইছলামৰ পবিত্ৰ গ্ৰন্থ কোৰাণৰ কেইবাটাও কপি জ্বলাই দিছিল। সেই ঘটনাৰ পাছতে ২৯ জানুৱাৰী তাৰিখে মৃতদেহ উদ্ধাৰ হৈছিল ছালৱানৰ, উদ্ধাৰ হোৱা মৃতদেহত গুলীৰ চিন স্পষ্ট আছিল।

জানিব পৰা মতে, ক্ষমতা সংগ্ৰামৰ পিছত ইৰাকৰ পৰা পলায়ন কৰা এজন প্ৰাক্তন ইৰাকী মিলিচীয়া নেতা আছিল ছালৱান মমিকা। যোৱা বুধবাৰে ছালৱানক গুলীয়াই হত্যা কৰে। ষ্টকহোমৰ সমীপৰ ছ’ডেটেলে অঞ্চলত গুলীবিদ্ধ হৈছিল ৩৮ বছৰীয়া ছালৱান মমিকা।

ছুইডেনৰ সংবাদ মাধ্যমৰ বাতৰি অনুসৰি মমিকাক টিকটকত লাইভ ষ্ট্ৰীমিং কৰি থকাৰ সময়তে তেওঁক গুলীয়াই হত্যা কৰে। ভাইৰেল হোৱা এক ভিডিঅ’ত দেখা গৈছে য’ত আৰক্ষীয়ে তেওঁৰ ফোন কাঢ়ি লৈ​লাইভষ্ট্ৰিম শেষ কৰা দেখা গৈছে।

উল্লেখ্য যে, ২০২৩ চনত মমিতাই ঈদৰ সময়ত মুছলমান ধৰ্মীয় গ্ৰন্থ কোৰাণক অপমান কৰি বাতৰিৰ মাজলৈ আহিছিল। ছুইডেনৰ ৰাজধানী ষ্টকহ’মৰ সৰ্ববৃহৎ মছজিদৰ সন্মুখত কোৰাণৰ কপি জ্বলাই দিছিল ছালৱানে।

ছালৱানৰ কোৰান জ্বলোৱাৰ ভিডিঅ’ সমগ্ৰ বিশ্বতে ভাইৰেল হৈ পৰিছিল। ফলত বহু মুছলমান দেশত ক্ষোভৰ সৃষ্টি হৈছিল। এই বিষয়ত ষ্টকহ’মৰ আদালততো ছালৱানৰ বিৰুদ্ধে গোচৰ চলি আছিল, যাৰ ৰায়দান বৃহস্পতিবাৰে দিয়া কথা আছিল যদিও তাৰ পূৰ্বে বুধবাৰে ছালৱানৰ মৃত্যু হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ভাল সময়ে আৱৰি ৰাখিব এই ৩ ৰাশিৰ লোকক!
জীৱনশৈলী

ভাল সময়ে আৱৰি ৰাখিব এই ৩ ৰাশিৰ লোকক!

October 11, 2026
ভাৰতৰ বাবে কিয় বিপজ্জ্বনক হ’ব পাৰে STARLINK?
প্ৰযুক্তি

ভাৰতৰ বাবে কিয় বিপজ্জ্বনক হ’ব পাৰে STARLINK?

October 11, 2026
বাবা ভাংগাৰ ভৱিষ্যদ্বাণী
জীৱনশৈলী

বাবা ভাংগাৰ ভৱিষ্যদ্বাণী

October 11, 2026
পুনৰ প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ, থানবান নেপাল
বিশ্ব

পুনৰ প্ৰকৃতিৰ ৰুদ্ৰ ৰূপ, থানবান নেপাল

October 11, 2026
Next Post
সৰস্বতী পূজাৰ পাছতে ভাগ্য জিলিকি উঠিব ৫ ৰাশিৰ লোকৰ

সৰস্বতী পূজাৰ পাছতে ভাগ্য জিলিকি উঠিব ৫ ৰাশিৰ লোকৰ

দেশৰ এনে এটা বিশেষ ষ্টেচন, য’ৰ পৰা সকলো ঠাইলৈ পোৱা যায় ট্ৰেইন

দেশৰ এনে এটা বিশেষ ষ্টেচন, য'ৰ পৰা সকলো ঠাইলৈ পোৱা যায় ট্ৰেইন

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.