• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
গুৰুতৰ অভিযোগ! ভাইৰেল গাৰ্ল মনালিছাক চিনেমা অফাৰ কৰা নিৰ্দেশক গ্ৰেপ্তাৰ

গুৰুতৰ অভিযোগ! ভাইৰেল গাৰ্ল মনালিছাক চিনেমা অফাৰ কৰা নিৰ্দেশক গ্ৰেপ্তাৰ

10 months ago
‘সহায় বিচাৰিছিলো উপেক্ষা কৰিলে!’ গৌৰৱ গগৈয়ে সহায় নকৰা কংগ্ৰেছৰ কৰ্মীৰ সাহস হৈ থিয় দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

‘সহায় বিচাৰিছিলো উপেক্ষা কৰিলে!’ গৌৰৱ গগৈয়ে সহায় নকৰা কংগ্ৰেছৰ কৰ্মীৰ সাহস হৈ থিয় দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

5 hours ago
কুম্ভ ৰাশিত চতুৰ্গ্ৰহী ৰাজযোগ, ফেব্ৰুৱাৰীত ৩ ৰাশিৰ ফুলিব ভাগ্য

কুম্ভ ৰাশিত চতুৰ্গ্ৰহী ৰাজযোগ, ফেব্ৰুৱাৰীত ৩ ৰাশিৰ ফুলিব ভাগ্য

6 hours ago
ভাৰতৰ শিশু-কিশোৰসকলৰ বাবে নিষিদ্ধ হ’ব পাৰে ফেছবুক-ইনষ্টাগ্ৰাম? আৰ্থিক সমীক্ষাত কি ভয়ংকৰ তথ্য

ভাৰতৰ শিশু-কিশোৰসকলৰ বাবে নিষিদ্ধ হ’ব পাৰে ফেছবুক-ইনষ্টাগ্ৰাম? আৰ্থিক সমীক্ষাত কি ভয়ংকৰ তথ্য

7 hours ago
উদ্ধাৰ ব্লেকবক্স! বিমান ভাঙি পৰাৰ ঠিক পূৰ্বে কি ঘটিছিল ককপিটত? পাইলটৰ শেষ কথা কি আছিল?

উদ্ধাৰ ব্লেকবক্স! বিমান ভাঙি পৰাৰ ঠিক পূৰ্বে কি ঘটিছিল ককপিটত? পাইলটৰ শেষ কথা কি আছিল?

8 hours ago
অলপ জ্বৰ হ’লেই Paracetamol খায়? জানি থওক কি কি সমস্যা হ’ব পাৰে আপোনাৰ শৰীৰত

অলপ জ্বৰ হ’লেই Paracetamol খায়? জানি থওক কি কি সমস্যা হ’ব পাৰে আপোনাৰ শৰীৰত

9 hours ago
টোপনি গ’লেই নাকৰ শব্দই চৌদিশে ৰজনজনাই? শৰীৰত এই ভিটামিনৰ ঘাটিৰ ইংগিত নহয়তো?

টোপনি গ’লেই নাকৰ শব্দই চৌদিশে ৰজনজনাই? শৰীৰত এই ভিটামিনৰ ঘাটিৰ ইংগিত নহয়তো?

10 hours ago
ছেটেলাইট ছেফটি গিয়েৰ নাছিল অজিত পাৱাৰৰ বিমানত! কি এই প্ৰযুক্তি? প্ৰাথমিক তদন্তই কি কৈছে?

ছেটেলাইট ছেফটি গিয়েৰ নাছিল অজিত পাৱাৰৰ বিমানত! কি এই প্ৰযুক্তি? প্ৰাথমিক তদন্তই কি কৈছে?

11 hours ago
মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব

মাঘী পূৰ্ণিমাত ৪শুভ যোগৰ সংযোগ, ১ ফেব্ৰুৱাৰীৰ পৰা ৪ৰাশিৰ ভাগ্য চমকিব

11 hours ago
এমাহ পূৰ্বৰে পৰাই দেখা দিব পাৰে হাৰ্ট এটেকৰ বিপদ সংকেতে! কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

এমাহ পূৰ্বৰে পৰাই দেখা দিব পাৰে হাৰ্ট এটেকৰ বিপদ সংকেতে! কি কি লক্ষণ দেখিলে সতৰ্ক হ’ব?

12 hours ago
বুধ-শনিয়ে গঠন কৰিব শক্তিশালী দশাংক যোগ, আগন্তুক মাহত কেৰিয়াৰত উন্নতি এই ৪ৰাশিৰ

বুধ-শনিয়ে গঠন কৰিব শক্তিশালী দশাংক যোগ, আগন্তুক মাহত কেৰিয়াৰত উন্নতি এই ৪ৰাশিৰ

13 hours ago
উৰণৰ ২৪ মিনিটৰ পাছতেই সংকেত বন্ধ! দুৰ্ঘটনাৰ মুহূৰ্তত গতি কিমান আছিল অজিত পাৱাৰে যাত্ৰা কৰা বিমানৰ, কিমান উচ্চতাৰ পৰা পৰিছিল বিমানখন?

উৰণৰ ২৪ মিনিটৰ পাছতেই সংকেত বন্ধ! দুৰ্ঘটনাৰ মুহূৰ্তত গতি কিমান আছিল অজিত পাৱাৰে যাত্ৰা কৰা বিমানৰ, কিমান উচ্চতাৰ পৰা পৰিছিল বিমানখন?

1 day ago
এইবাৰ ATMৰ পৰাই পাব ১০, ২০, ৫০ টকীয়া নোট, ডাঙৰ পদক্ষেপ ঘোষণা RBIৰ

এইবাৰ ATMৰ পৰাই পাব ১০, ২০, ৫০ টকীয়া নোট, ডাঙৰ পদক্ষেপ ঘোষণা RBIৰ

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Friday, January 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

গুৰুতৰ অভিযোগ! ভাইৰেল গাৰ্ল মনালিছাক চিনেমা অফাৰ কৰা নিৰ্দেশক গ্ৰেপ্তাৰ

editor by editor
March 31, 2025
in চিনেমা, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
গুৰুতৰ অভিযোগ! ভাইৰেল গাৰ্ল মনালিছাক চিনেমা অফাৰ কৰা নিৰ্দেশক গ্ৰেপ্তাৰ
0
SHARES
3.8k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

গুৰুতৰ অভিযোগ! ভাইৰেল গাৰ্ল মনালিছাক চিনেমা অফাৰ কৰা নিৰ্দেশক গ্ৰেপ্তাৰ

মহাকুম্ভ ২০২৫’ত ভাইৰেল হোৱা মনালিছাক নিজৰ ছবিখন অভিনয়ৰ প্ৰস্তাৱ দিয়া পৰিচালক সনোজ মিশ্ৰক গ্ৰেপ্তাৰ আৰক্ষীৰ। সনোজ মিশ্ৰাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ। ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে মিশ্ৰাক।

দিল্লী উচ্চ ন্যায়ালয়ে মিশ্ৰাৰ জামিন আবেদন নাকচ কৰাৰ পিছতে গ্ৰেপ্তাৰ হয় পৰিচালকগৰাকী। পৰিচালকগৰাকীৰ বিৰুদ্ধে কেইবাবছৰ ধৰি শাৰীৰিক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন কৰিছে এগৰাকী মহিলাই।

বিগত বৰ্ষৰ ৩০ মাৰ্চত ৪৫ বছৰীয়া সনোজ মিশ্ৰক দিল্লী আৰক্ষীয়ে গাজিয়াবাদৰ পৰা গ্ৰেপ্তাৰ কৰিছিল আৰু তাৰ পিছত নবী কৰিম আৰক্ষীয়ে তেওঁক জিম্মাত ৰাখিছিল। চাৰি বছৰ ধৰি ধৰ্ষণ কৰা বুলি অভিযোগ উত্থাপন হৈছে পৰিচালকজনৰ বিৰুদ্ধে।

চলচ্চিত্ৰ অভিনেত্ৰী হোৱাৰ আকাংক্ষা থকা মহিলাগৰাকীয়ে মুম্বাইত মিশ্ৰৰ সৈতে লিভ ইন ৰিলেচনত থকা বুলি দাবী কৰে। মহিলাগৰাকীৰ মতে, শোষণৰ সময়ত পৰিচালকে তিনিবাৰকৈ গৰ্ভপাত কৰিবলৈও বাধ্য কৰাইছিল মহিলাগৰাকীক।

আৰক্ষীক দিয়া বক্তব্যত ভুক্তভোগী মহিলাগৰাকীয়ে কয় যে প্ৰথমে সনোজ মিশ্ৰই তেওঁক বিয়াৰ প্ৰতিশ্ৰুতি দি শাৰীৰিক সম্পৰ্ক স্থাপন কৰিছিল। ইয়াৰ পিছত চিনেমাত কাম কৰাৰ প্ৰস্তাৱ দি তাইক প্ৰলোভিত কৰি মনে মনে থাকিবলৈ ভাবুকি দিছিল।

পিছত সিও বিয়াৰ প্ৰতিশ্ৰুতিত পুনৰ আগবাঢ়িল। দিল্লী আৰক্ষীৰ মতে, এই গোচৰত ২০২৪ চনৰ ৬ মাৰ্চত সঞ্চালকগৰাকীৰ বিৰুদ্ধে ধৰ্ষণ, আক্ৰমণ, বলপূৰ্বক গৰ্ভপাত আৰু ভাবুকিকে ধৰি কেইবাটাও ধাৰাত এফআইআৰ ৰুজু কৰা হৈছিল।

এতিয়া যিটো গোচৰত পৰিচালকজনক গ্ৰেপ্তাৰ কৰা হৈছে সেয়া ২০২৫ চনৰ ১৮ ফেব্ৰুৱাৰীৰ গোচৰ। যেতিয়া অভিযুক্তই অভিযোগ অনুসৰি ভুক্তভোগীক নবি কৰিমৰ হোটেল শিৱালৈ লৈ আহিছিল। এই সময়ছোৱাত মহিলাগৰাকীৰ সৈতে শাৰীৰিক সম্পৰ্ক স্থাপন কৰি তাৰ পিছত মহিলাগৰাকীক পৰিত্যাগ কৰাৰ অভিযোগ পৰিচালক সনোজ মিশ্ৰৰ বিৰুদ্ধে।

লগতে ভাবুকি দিয়ে যে যদি তাই তেওঁৰ বিৰুদ্ধে অভিযোগ দাখিল কৰে তেন্তে তেওঁৰ অশ্লীল ভিডিঅ’ আৰু ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল কৰিব। ইয়াৰ পিছতে ভুক্তভোগীয়ে এজাহাৰ দাখিল কৰে। ইয়াৰ পূৰ্বে এই গোচৰৰ শুনানি গ্ৰহণ কৰি থকা দিল্লী উচ্চ ন্যায়ালয়ে তেওঁৰ জামিন আবেদন নাকচ কৰাৰ পিছতে মিশ্ৰক গ্ৰেপ্তাৰ কৰা হয়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: Directorfilm directorRape AllegationSanoj Mishra
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

‘সহায় বিচাৰিছিলো উপেক্ষা কৰিলে!’ গৌৰৱ গগৈয়ে সহায় নকৰা কংগ্ৰেছৰ কৰ্মীৰ সাহস হৈ থিয় দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা
জীৱনশৈলী

‘সহায় বিচাৰিছিলো উপেক্ষা কৰিলে!’ গৌৰৱ গগৈয়ে সহায় নকৰা কংগ্ৰেছৰ কৰ্মীৰ সাহস হৈ থিয় দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

January 29, 2026
ভাৰতৰ শিশু-কিশোৰসকলৰ বাবে নিষিদ্ধ হ’ব পাৰে ফেছবুক-ইনষ্টাগ্ৰাম? আৰ্থিক সমীক্ষাত কি ভয়ংকৰ তথ্য
জীৱনশৈলী

ভাৰতৰ শিশু-কিশোৰসকলৰ বাবে নিষিদ্ধ হ’ব পাৰে ফেছবুক-ইনষ্টাগ্ৰাম? আৰ্থিক সমীক্ষাত কি ভয়ংকৰ তথ্য

January 29, 2026
উদ্ধাৰ ব্লেকবক্স! বিমান ভাঙি পৰাৰ ঠিক পূৰ্বে কি ঘটিছিল ককপিটত? পাইলটৰ শেষ কথা কি আছিল?
জীৱনশৈলী

উদ্ধাৰ ব্লেকবক্স! বিমান ভাঙি পৰাৰ ঠিক পূৰ্বে কি ঘটিছিল ককপিটত? পাইলটৰ শেষ কথা কি আছিল?

January 29, 2026
ছেটেলাইট ছেফটি গিয়েৰ নাছিল অজিত পাৱাৰৰ বিমানত! কি এই প্ৰযুক্তি? প্ৰাথমিক তদন্তই কি কৈছে?
জীৱনশৈলী

ছেটেলাইট ছেফটি গিয়েৰ নাছিল অজিত পাৱাৰৰ বিমানত! কি এই প্ৰযুক্তি? প্ৰাথমিক তদন্তই কি কৈছে?

January 29, 2026
Next Post
অধিনায়ক হিচাপে ৰিয়ানৰ ভৱিষ্যত কি ! সঞ্জু চেমচনৰ বিশেষ সিদ্ধান্ত

অধিনায়ক হিচাপে ৰিয়ানৰ ভৱিষ্যত কি ! সঞ্জু চেমচনৰ বিশেষ সিদ্ধান্ত

ছলমানৰ ২০২৫ ঈদৰ উপহাৰ ‘চিকন্দৰ’ৰ উপাৰ্জন কেনে, পূৰ্বৰ ৫ ছবি আছিল ফ্লপ

ছলমানৰ ২০২৫ ঈদৰ উপহাৰ 'চিকন্দৰ'ৰ উপাৰ্জন কেনে, পূৰ্বৰ ৫ ছবি আছিল ফ্লপ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.