• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ছলমানৰ ২০২৫ ঈদৰ উপহাৰ ‘চিকন্দৰ’ৰ উপাৰ্জন কেনে, পূৰ্বৰ ৫ ছবি আছিল ফ্লপ

ছলমানৰ ২০২৫ ঈদৰ উপহাৰ ‘চিকন্দৰ’ৰ উপাৰ্জন কেনে, পূৰ্বৰ ৫ ছবি আছিল ফ্লপ

2 years ago
অচিৰেই এই ৩ ৰাশিয়ে পাব বিপুল আৰ্থিক লাভ!

অচিৰেই এই ৩ ৰাশিয়ে পাব বিপুল আৰ্থিক লাভ!

28 minutes ago
নানা পাটেকাৰৰ মৃ*ত্যু সন্দেহজনক নেকি?

নানা পাটেকাৰৰ মৃ*ত্যু সন্দেহজনক নেকি?

59 minutes ago
সাগৰ তলিত চিৰনিদ্ৰাত ভাৰতৰ প্ৰাচীন চহৰ

সাগৰ তলিত চিৰনিদ্ৰাত ভাৰতৰ প্ৰাচীন চহৰ

1 hour ago
দেৱী দুৰ্গাক কোন কোন দেৱতাই কি অ*স্ত্ৰ দিছিল?

দেৱী দুৰ্গাক কোন কোন দেৱতাই কি অ*স্ত্ৰ দিছিল?

2 hours ago
শীঘ্ৰেই কমিব কৰ্কট ৰোগৰ ঔষধৰ দাম!

শীঘ্ৰেই কমিব কৰ্কট ৰোগৰ ঔষধৰ দাম!

3 hours ago
সঁচাকৈয়ে অভিশপ্ত নেকি ‘নাটসম্ৰাট’?

সঁচাকৈয়ে অভিশপ্ত নেকি ‘নাটসম্ৰাট’?

4 hours ago
নানা পাটেকাৰৰ মৃ*ত্যুত অভিনেত্ৰীগৰাকীয়ে কিয় ক’লে Evil Dead!

নানা পাটেকাৰৰ মৃ*ত্যুত অভিনেত্ৰীগৰাকীয়ে কিয় ক’লে Evil Dead!

4 hours ago
শাৰীৰিক নিৰ্যাতন! আৰক্ষীৰ জালত মহিলা ইনফ্লুৱেন্সাৰ

শাৰীৰিক নিৰ্যাতন! আৰক্ষীৰ জালত মহিলা ইনফ্লুৱেন্সাৰ

5 hours ago
UPI PF Withdrawal: আহি আছে EPFO ​​3.0! UPI ৰ জৰিয়তে মিনিটতে উলিয়াব পাৰিব PF ৰ ধন

UPI PF Withdrawal: আহি আছে EPFO ​​3.0! UPI ৰ জৰিয়তে মিনিটতে উলিয়াব পাৰিব PF ৰ ধন

6 hours ago
ইলাচিয়ে কৰিব চমৎকাৰ, পুৰুষে দেখিব শৰীৰত প্ৰভাৱ!

ইলাচিয়ে কৰিব চমৎকাৰ, পুৰুষে দেখিব শৰীৰত প্ৰভাৱ!

8 hours ago
শিক্ষাৰ্থীসকলৰ বাবে ডাঙৰ খবৰ, ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত হ’ব মেট্ৰিক পৰীক্ষা

শিক্ষাৰ্থীসকলৰ বাবে ডাঙৰ খবৰ, ফেব্ৰুৱাৰীৰ দ্বিতীয় সপ্তাহত হ’ব মেট্ৰিক পৰীক্ষা

8 hours ago
ইউ পি আইৰ ডাঙৰ আপডেট, ১৫ অক্টোবৰৰ পৰিৱৰ্তে ২০২৭ চনৰ ১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব নেকি MDR চাৰ্জ?

ইউ পি আইৰ ডাঙৰ আপডেট, ১৫ অক্টোবৰৰ পৰিৱৰ্তে ২০২৭ চনৰ ১ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব নেকি MDR চাৰ্জ?

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Thursday, October 8, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন চিনেমা

ছলমানৰ ২০২৫ ঈদৰ উপহাৰ ‘চিকন্দৰ’ৰ উপাৰ্জন কেনে, পূৰ্বৰ ৫ ছবি আছিল ফ্লপ

editor by editor
March 31, 2025
in চিনেমা, বিনোদন, বিবিধ, বিশ্ব, ভাৰত
0
ছলমানৰ ২০২৫ ঈদৰ উপহাৰ ‘চিকন্দৰ’ৰ উপাৰ্জন কেনে, পূৰ্বৰ ৫ ছবি আছিল ফ্লপ
0
SHARES
819
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

ছলমানৰ ২০২৫ ঈদৰ উপহাৰ ‘চিকন্দৰ’ৰ উপাৰ্জন কেনে, পূৰ্বৰ ৫ ছবি আছিল ফ্লপ

বলীউডৰ ছুপাৰষ্টাৰ ছলমান খান আৰু ৰশ্মিকা মাণ্ডানা অভিনীত বহু প্ৰত্যাশিত ছবি ‘চিকন্দৰ’ ঈদ উপলক্ষে ৩০ মাৰ্চত ছবিগৃহত মুক্তি লাব কৰে। ছবিখন সন্দৰ্ভত ছ’চিয়েল মিডিয়াত চলি থকা ব্যাপক হৈ চৈ দেখি ছবিখনে মুক্তিৰ দিনাই প্ৰায় ৪০ৰ পৰা ৫০ কোটি টকা সংগ্ৰহ কৰিব বুলি জল্পনা-কল্পনা কৰা হৈছিল।

কিন্তু মুক্তিৰ পাছত বক্স অফিচত আশানুৰূপ ফল লাভ কৰাত ব্যৰ্থ হৈছে ‘চিকন্দৰ’। প্ৰকাশিত প্ৰতিবেদন অনুসৰি ছবিখনে মুকলিৰ দিনটোত কেৱল ২৬ কোটি টকা সংগ্ৰহ কৰিছে। লগতে আজিৰ দিনটোৰ সৈতে ‘চিকন্দৰ’ৰ মুঠ সংগ্ৰহ ৩৪.৫১ কোটি টকা।

উল্লেখ্য যে ছলমান খানৰ ছবি ‘চিকান্দৰ’ৰ পৰিচালনা কৰিছে এ আৰ মুৰুগাডোছে, আনহাতে সাজিদ নাদিয়াৱালাই প্ৰযোজনা কৰিছে। মুক্তিৰ দিনটোত অনুৰাগীক হতাশ কৰা এইখন ছলমানৰ প্ৰথমখন ছবি নহয়। ইয়াৰ পূৰ্বেও ছলমান খানৰ  ছবিয়ে মুকলি দিনটোত আশা কৰাতকৈ বহু কম উপাৰ্জন কৰিছিল।

কিছি কা ভাই কিছি কি জান-
ছলমান খান আৰু পূজা হেগড়ে অভিনীত একচন-কমেডী ছবি ‘কিছি কা ভাই কিছি কি জান’ ছবিগৃহত মুক্তি লাভ কৰিছিল ২০২৩ চনৰ এপ্ৰিল মাহত। দৰ্শকে এই ছবিখনৰ পৰা বহু আশা কৰিছিল যদিও বক্স অফিচত প্ৰথম দিনা মাত্ৰ ১৫ কোটি টকা সংগ্ৰহ কৰিছিল।

ৰাধে-
বলীউডৰ অভিনেতা ছলমান খান, জেকী শ্ৰফ আৰু দিশা পাটানীৰ ছবি ‘ৰাধে’ ছবিগৃহত মুক্তি লাভ কৰিছিল ২০২১ চনত ঈদ উপলক্ষে। সেই সময়ত বলীউড বৰ্জনৰ প্ৰভাৱ বহু ছবিত দেখা গৈছিল। ‘ৰাধে’ই উদ্বোধনী দিনটোত উপাৰ্জন কৰিছিল মাত্ৰ ৪.৩৯ কোটি টকা।

ৰেচ- ৩-
২০১৮ চনত ছবিগৃহত মুক্তি পোৱা ‘ৰেচ ৩’ ছবিখনো ঈদ উপলক্ষে ছবিগৃহত মুক্তি লাভ কৰিছিল। ‘ৰেচ’ ফ্ৰেঞ্চাইজিৰ এইটো আছিল তৃতীয় খণ্ড য’ত জেকলিন ফাৰ্নাণ্ডেজক ছলমান খানৰ সৈতে দেখা গৈছিল। এই ছবিখনে মুকলিৰ দিনা ২৯ কোটি টকা উপাৰ্জন কৰিছিল।

টিউবলাইট-
ছলমান খান আৰু সোহেল খান অভিনীত ছবি ‘টিউবলাইট’ ছবিগৃহত মুক্তি লাভ কৰিছিল ২০১৭ চনত। এই ছবিখনো ঈদ উপলক্ষে মুক্তি লাভ কৰিছিল, যিয়ে মুকলি দিনটোত ২১ কোটি টকা সংগ্ৰহ কৰিছিল।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: BollywoodBollywood MovieEid 2025Salma KhanSikandar
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অচিৰেই এই ৩ ৰাশিয়ে পাব বিপুল আৰ্থিক লাভ!
জীৱনশৈলী

অচিৰেই এই ৩ ৰাশিয়ে পাব বিপুল আৰ্থিক লাভ!

October 8, 2026
নানা পাটেকাৰৰ মৃ*ত্যু সন্দেহজনক নেকি?
বিনোদন

নানা পাটেকাৰৰ মৃ*ত্যু সন্দেহজনক নেকি?

October 8, 2026
সাগৰ তলিত চিৰনিদ্ৰাত ভাৰতৰ প্ৰাচীন চহৰ
ভাৰত

সাগৰ তলিত চিৰনিদ্ৰাত ভাৰতৰ প্ৰাচীন চহৰ

October 8, 2026
দেৱী দুৰ্গাক কোন কোন দেৱতাই কি অ*স্ত্ৰ দিছিল?
জীৱনশৈলী

দেৱী দুৰ্গাক কোন কোন দেৱতাই কি অ*স্ত্ৰ দিছিল?

October 8, 2026
Next Post
১০ দিনৰ পাছত ৩ ৰাশিৰ জীৱনলৈ আহিব ধন-সম্পত্তি আৰু সুখৰ বৰষুণ

১০ দিনৰ পাছত ৩ ৰাশিৰ জীৱনলৈ আহিব ধন-সম্পত্তি আৰু সুখৰ বৰষুণ

ভাৰতত কেতিয়া আহিব ৬ জি সেৱা, কেন্দ্ৰীয় যোগাযোগ ৰাজ্যিক মন্ত্ৰীৰ ঘোষণা

ভাৰতত কেতিয়া আহিব ৬ জি সেৱা, কেন্দ্ৰীয় যোগাযোগ ৰাজ্যিক মন্ত্ৰীৰ ঘোষণা

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.