• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অধিনায়ক হিচাপে ৰিয়ানৰ ভৱিষ্যত কি ! সঞ্জু চেমচনৰ বিশেষ সিদ্ধান্ত

অধিনায়ক হিচাপে ৰিয়ানৰ ভৱিষ্যত কি ! সঞ্জু চেমচনৰ বিশেষ সিদ্ধান্ত

1 year ago
এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?

এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?

3 hours ago
২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?

২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?

3 hours ago
দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ

দুৰ্ঘটনাগ্ৰস্ত হৈ হাত ভাঙিলে বলীউডৰ এইগৰাকী প্ৰতিষ্ঠিত অভিনেতাৰ

4 hours ago
সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?

সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?

4 hours ago
পুনৰ ছবিৰ নেপথ্য কণ্ঠশিল্পী হিচাপে গান গাব নেকি অৰিজিৎ সিঙে?

পুনৰ ছবিৰ নেপথ্য কণ্ঠশিল্পী হিচাপে গান গাব নেকি অৰিজিৎ সিঙে?

5 hours ago
৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

7 hours ago
দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

দিন হাজিৰা, কোম্পানীৰ চাকৰিয়ালৰ বাবে সুখবৰ!

8 hours ago
গা নুধুৱাকৈ কেতিয়াও নাৰান্ধিব খাদ্য

গা নুধুৱাকৈ কেতিয়াও নাৰান্ধিব খাদ্য

8 hours ago
৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি

৪ বছৰত ভাৰতীয় ৰে’লৱেৰ বিভিন্ন AC ডবাৰ পৰা ১০৪ কোটি টকাৰ টাৱেল, গাৰুৰ কভাৰ চুৰি

9 hours ago
ধ*ৰ্ষণৰ অভিযোগত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক গ্ৰেপ্তাৰৰ নিৰ্দেশ

ধ*ৰ্ষণৰ অভিযোগত দিল্লী কেপিটেলছৰ ক্ৰিকেটাৰ অভিষেক পোৰেলক গ্ৰেপ্তাৰৰ নিৰ্দেশ

10 hours ago
আপোনাৰো ওকনি হৈছে নেকি? এই টিপছেৰে আজিয়েই কৰক দূৰ

আপোনাৰো ওকনি হৈছে নেকি? এই টিপছেৰে আজিয়েই কৰক দূৰ

11 hours ago
সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

সোণে দেখুৱাইছে যাদু! আজি হ্ৰাস নে বৃদ্ধি পাইছে সোণৰ মূল্য?

12 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, July 22, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিনোদন ক্ৰীড়া

অধিনায়ক হিচাপে ৰিয়ানৰ ভৱিষ্যত কি ! সঞ্জু চেমচনৰ বিশেষ সিদ্ধান্ত

editor by editor
March 31, 2025
in ক্ৰীড়া, বিবিধ, বিশ্ব, ভাৰত
0
অধিনায়ক হিচাপে ৰিয়ানৰ ভৱিষ্যত কি ! সঞ্জু চেমচনৰ বিশেষ সিদ্ধান্ত
0
SHARES
4.2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অধিনায়ক হিচাপে ৰিয়ানৰ ভৱিষ্যত কি ! সঞ্জু চেমচনৰ বিশেষ সিদ্ধান্ত

আই পি এল ২০২৫ৰ তিনিখন মেচৰ বাবে উইকেট ৰক্ষকৰ পৰা বিৰত থকাৰ পিছত এতিয়া ৰাজস্থান দলৰ নিয়মীয়া অধিনায়ক সঞ্জু চেমছনে বি চি চি আইৰ চেণ্টাৰ অৱ এক্সেলেন্স (চি অ’)ৰ ফাপে গতি কৰিছে। সম্পূৰ্ণ ফিট নোহোৱাৰ বাবে তেওঁ প্ৰথম তিনিখন মেচৰ বাবে উইকেটৰক্ষক আৰু অধিনায়কৰ দায়িত্ব এৰিবলগীয়া হৈছিল।

যাৰ ফলত ৰাজস্থান দলৰ অধিনায়কৰ দায়িত্ব লাভ কৰিছিল ৰিয়ান পৰাগে। যিহেতু চেমছনে এতিয়া বহু পৰিমাণে আঘাতৰ পৰা সুস্থ হৈ উঠিছে, সেয়েহে তেওঁ চেণ্টাৰ অৱ এক্সেলেন্সলৈ গৈ নিজৰ ফিটনেছৰ মূল্যায়ন কৰি উইকেটকীপিঙৰ অনুমতি লোৱাৰ সিদ্ধান্ত লৈছে।

এই সন্দৰ্ভত সোমবাৰে গুৱাহাটীৰ পৰা বেংগালুৰুত উপস্থিত হয় চেমচন। যদি চেমচনে স্বাস্থ্য সন্দৰ্ভত অনুমোদন পায় তেন্তে পৰৱৰ্তী মেচত তেওঁ কেৱল উইকেট ৰক্ষণ কৰাই নহয়, ৰাজস্থান দলৰ অধিনায়কত্বও পুনৰ লাভ কৰিব পাৰে।

এক প্ৰতিবেদনত প্ৰকাশ পাইছে যে তেওঁৰ বুঢ়া আঙুলিৰ আঘাত সম্পূৰ্ণৰূপে ভাল হৈছে আৰু তেওঁ নিজকে যথেষ্ট ফিট অনুভৱ কৰি উইকেটৰ দায়িত্ব ল’বলৈ সক্ষম হৈছে।

সূত্ৰটোৱে কয় যে, ‘আই পি এলৰ পৰৱৰ্তী মেচসমূহত তেওঁ উইকেট কিপিঙৰ অনুমতি ল’ব আৰু ৫ এপ্ৰিলত পঞ্জাব কিংছৰ বিৰুদ্ধে খেলখনত তেওঁক অধিনায়ক হিচাপে দেখা পোৱাৰ সম্ভাৱনা আছে। যদি এনে হয় তেন্তে ৰিয়ানৰ অধিনায়ক হিচাপে কালিৰ ৩০ তাৰিখৰ খেল খনেই হ’ব এইবাৰৰ আই পি এলৰ অন্তম খন খেল।

উল্লেখ্য যে, ৰিয়ানৰ অধিনায়কত্বত ৰাজস্থান দলে ৩ খন খেলৰ প্ৰথম দুখনত বিফলতাৰ সন্মুখিন হোৱাৰ বিপৰীতে ৩০ মাৰ্চ তাৰিখৰ চেন্নাই দলৰ বিৰুদ্ধে বিজয় সাব্যস্ত কৰে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: iplIPL 2025Rajsthan teamriyan paragSanju Samson
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?
বিনোদন

এটাও গ’ল বা এছিষ্ট নকৰাকৈয়ে কিয় গোল্ডেন বলৰ সন্মান লাভ কৰিলে ৰড্ৰিয়ে?

July 21, 2026
২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?
জীৱনশৈলী

২২ জুলাইত কি ৰঙৰ পোচাক পৰিধান কৰিলে আপুনি শুভ ফল পাব?

July 21, 2026
সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?
জীৱনশৈলী

সঁচাই ডায়বেটিছৰ বাবে উপকাৰী নেকি জাম, নে ই কেৱল এক প্ৰচলিত ধাৰণাহে?

July 21, 2026
৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত
নিয়োগ

৫০ বাৰকৈ প্ৰতিযোগিতামূলক পৰীক্ষাত ব্যৰ্থ ইঞ্জিনিয়াৰিঙৰ গোল্ড মেডেলিষ্ট ছাত্ৰৰ চ*ৰম সিদ্ধান্ত

July 21, 2026
Next Post
ছলমানৰ ২০২৫ ঈদৰ উপহাৰ ‘চিকন্দৰ’ৰ উপাৰ্জন কেনে, পূৰ্বৰ ৫ ছবি আছিল ফ্লপ

ছলমানৰ ২০২৫ ঈদৰ উপহাৰ 'চিকন্দৰ'ৰ উপাৰ্জন কেনে, পূৰ্বৰ ৫ ছবি আছিল ফ্লপ

১০ দিনৰ পাছত ৩ ৰাশিৰ জীৱনলৈ আহিব ধন-সম্পত্তি আৰু সুখৰ বৰষুণ

১০ দিনৰ পাছত ৩ ৰাশিৰ জীৱনলৈ আহিব ধন-সম্পত্তি আৰু সুখৰ বৰষুণ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.