• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
আজি দেৱী সৰস্বতীক এই পাঁচ ভোগ নিবেদন কৰিলেনে? সুখেৰে ভৰি পৰিব জীৱন

আজি দেৱী সৰস্বতীক এই পাঁচ ভোগ নিবেদন কৰিলেনে? সুখেৰে ভৰি পৰিব জীৱন

2 years ago
DA ২% বৃদ্ধি, কিমান বৃদ্ধি পাব দৰমহা আৰু পেঞ্চন বুজি লওক

DA ২% বৃদ্ধি, কিমান বৃদ্ধি পাব দৰমহা আৰু পেঞ্চন বুজি লওক

28 minutes ago
মঞ্চত কোনে অপমান কৰিলে অভিনেত্ৰী বৰষা ৰাণী বিষয়াক? জানক প্ৰকৃত ঘটনা

মঞ্চত কোনে অপমান কৰিলে অভিনেত্ৰী বৰষা ৰাণী বিষয়াক? জানক প্ৰকৃত ঘটনা

2 hours ago
‘মই লেচবিয়ান’, সকলোৰে সন্মুখত কিয় এইদৰে ক’লে ক্ৰিকেটাৰ ছাৰাই?

‘মই লেচবিয়ান’, সকলোৰে সন্মুখত কিয় এইদৰে ক’লে ক্ৰিকেটাৰ ছাৰাই?

3 hours ago
সৌন্দৰ্য নহয়, পুৰুষে বিচাৰে মহিলাৰ এইবোৰ বস্তু! জানি হ’ব আচৰিত

সৌন্দৰ্য নহয়, পুৰুষে বিচাৰে মহিলাৰ এইবোৰ বস্তু! জানি হ’ব আচৰিত

3 hours ago
দেশৰ ৫০ লাখ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ! বৃদ্ধি হ’ল DA, চৰকাৰৰ ২% DA বৃদ্ধিত অনুমোদন

দেশৰ ৫০ লাখ কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ বাবে ভাল খবৰ! বৃদ্ধি হ’ল DA, চৰকাৰৰ ২% DA বৃদ্ধিত অনুমোদন

5 hours ago
জাৰ্মান মডেল লিজলাজক ইনষ্টাগ্ৰামত এটা লাইক দিছিল বিৰাট কোহলিয়ে, বিৰাটৰ লাইক পাই মডেলে কৰিলে আচৰিত কাম, হতভম্ব এতিয়া IPL প্ৰেমীও

জাৰ্মান মডেল লিজলাজক ইনষ্টাগ্ৰামত এটা লাইক দিছিল বিৰাট কোহলিয়ে, বিৰাটৰ লাইক পাই মডেলে কৰিলে আচৰিত কাম, হতভম্ব এতিয়া IPL প্ৰেমীও

6 hours ago
মহিলাৰ নাম লৈ ডাঙৰ ষড়যন্ত্ৰ কৰি বিল অনা হৈছিল! ডিলিমিটেছন আৰু মহিলা সংৰক্ষণক লৈ কি গুৰুতৰ অভিযোগ প্ৰিয়ংকা গান্ধীৰ?

মহিলাৰ নাম লৈ ডাঙৰ ষড়যন্ত্ৰ কৰি বিল অনা হৈছিল! ডিলিমিটেছন আৰু মহিলা সংৰক্ষণক লৈ কি গুৰুতৰ অভিযোগ প্ৰিয়ংকা গান্ধীৰ?

6 hours ago
অক্ষয় তৃতীয়াৰ এদিন পূৰ্বে সস্তা হ’ল সোণ, ৰূপ! আজি মহানগৰীত সোণৰ দাম কিমান?

অক্ষয় তৃতীয়াৰ এদিন পূৰ্বে সস্তা হ’ল সোণ, ৰূপ! আজি মহানগৰীত সোণৰ দাম কিমান?

7 hours ago
আজি নিশা আকাশত সৰলৰেখাত থাকিব ৪গ্ৰহ, গঠিত হ’ব ধনযোগ, টকা গণি শেষ কৰিব নোৱাৰিব ৪ৰাশিয়ে

আজি নিশা আকাশত সৰলৰেখাত থাকিব ৪গ্ৰহ, গঠিত হ’ব ধনযোগ, টকা গণি শেষ কৰিব নোৱাৰিব ৪ৰাশিয়ে

7 hours ago
ওৰেনিশা বিহু মাৰি পুৱতি নিশা ঘৰলৈ উভতিছিল বিহুদলটো, মঙলদৈ পিপৰাদোকান পাওঁতেই অঘটন, অচেতন বিহুৱাদলক হাস্পতালত ভৰ্তি, সমগ্ৰ ঘটনা কি?

ওৰেনিশা বিহু মাৰি পুৱতি নিশা ঘৰলৈ উভতিছিল বিহুদলটো, মঙলদৈ পিপৰাদোকান পাওঁতেই অঘটন, অচেতন বিহুৱাদলক হাস্পতালত ভৰ্তি, সমগ্ৰ ঘটনা কি?

7 hours ago
ভাৰততেই চলে এছিয়াৰ আটাইতকৈ দামী ৰে’ল, ১ টা টিকটৰ দামত আপুনি কিনিব পাৰিব ১৩৫ গ্ৰাম সোণ, কি নাম এই বিলাসী ৰে’লৰ?

ভাৰততেই চলে এছিয়াৰ আটাইতকৈ দামী ৰে’ল, ১ টা টিকটৰ দামত আপুনি কিনিব পাৰিব ১৩৫ গ্ৰাম সোণ, কি নাম এই বিলাসী ৰে’লৰ?

8 hours ago
এগৰাকী যুৱতীকেই বিয়া কৰাইছিল দুই ভাতৃয়ে, দুজন ভাতৃৰ ঘৰলৈ আহিল দেৱদূত, এই সন্তানৰ জন্ম পত্ৰিকাত কোন হ’ব পিতৃ?

এগৰাকী যুৱতীকেই বিয়া কৰাইছিল দুই ভাতৃয়ে, দুজন ভাতৃৰ ঘৰলৈ আহিল দেৱদূত, এই সন্তানৰ জন্ম পত্ৰিকাত কোন হ’ব পিতৃ?

8 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিবিধ

আজি দেৱী সৰস্বতীক এই পাঁচ ভোগ নিবেদন কৰিলেনে? সুখেৰে ভৰি পৰিব জীৱন

editor by editor
February 14, 2024
in বিবিধ, ভাৰত
0
আজি দেৱী সৰস্বতীক এই পাঁচ ভোগ নিবেদন কৰিলেনে? সুখেৰে ভৰি পৰিব জীৱন
0
SHARES
434
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪- বসন্ত পঞ্চমী তিথিত বুদ্ধিৰ দেৱী সৰস্বতীৰ পূজা কৰা হয়। এই তিথিতেই দেৱীক হালধীয়া ফুল, হালধীয়া বস্ত্ৰ নিবেদনৰ ওপৰিও হালধীয়া ৰঙৰ ভোগ নিবেদন কৰা হয়। হালধীয়া ৰং দেৱীৰ অত্যন্ত প্ৰিয়। এই তিথিত হালধীয়া পোছাক পিন্ধি দেৱীৰ আৰাধনা কৰিলে বাগদেৱী প্ৰসন্ন হয়। আজিৰ দিনটোত বাগদেৱীক কি কি ভোগ নিবেদন কৰিব বিস্তাৰিতভাৱে জানি থওক।

বাসন্তী পোলাও
বসন্ত পঞ্চমী তিথিত সৰস্বতীক হালধীয়া ৰঙৰ ভোগ নিবেদন কৰাটো অতি শুভ।এই দিনটোত ঘিউ, চেনী, জাফৰান আদিৰে মিঠা পোলাও তৈয়াৰ কৰি দেৱীক নিবেদন কৰক। পাঁঁচজনী বালিকাক পোলাও খোৱাওক। পূজাৰ শেষত এই পোলাও প্ৰসাদ হিচাপে পৰিয়ালৰ লগতে শিশুসকলক খোৱাব।

ৰাজভোগ
এই তিথিত দেৱী সৰস্বতীক ৰাজভোগ নিবেদন কৰিব। হালধীয়া ৰঙৰ ৰাজভোগ নৈবেদ্য হিচাপে নিবেদন কৰাৰ পাছত সকলোৰে পাছত বিলাই দিব। ইয়াৰ ফলত সৌভাগ্য বৃদ্ধি হ’ব। ইয়াৰোপৰি দেৱীৰ আশীৰ্বাদত ব্যক্তিয়ে সদবুদ্ধি লাভ কৰিব।

বগৰী
বগৰী দেৱীৰ অত্যন্ত প্ৰিয়। সৰস্বতী পূজা নোহোৱা পৰ্যন্ত বগৰী খাব নালাগে বুলি প্ৰচলিত আছে। সৰস্বতী পুজাৰ সময়ত দেৱীক পাঁচটাকৈ হালধীয়া ফল নিবেদন কৰক। ইয়াৰ মাজতেই বগৰীও অন্যতম। ইয়াৰ ফলত দেৱীয়ে ভক্তৰ প্ৰাৰ্থনা স্বীকাৰ কৰে।

বেচনৰ লাড্ডু
বেচনৰ লাড্ডু নিবেদন কৰিলে দেৱী প্ৰসন্ন হয় আৰু সুখ আশীৰ্বাদ বৰ্তি থাকে। ইয়াৰ ফলত পৰিয়ালত ইতিবাচক শক্তিৰ প্ৰভাৱ বৃদ্ধি পায়। শাস্ত্ৰ মতে বসন্ত পঞ্চমীত বেচনৰ লাড্ডুৰ ভোগ নিবেদন কৰক। সমাজত ব্যক্তিৰ প্ৰভাৱ বাঢ়িব।

মালপোৱা
স্কুল বা কলেজ পঢ়ি থকা ছাত্ৰ-ছাত্ৰীসকলে ঘৰত সৰস্বতী পুজাৰ আয়োজন কৰা উচিত। এই তিথিত দেৱীক মালপোৱাৰ ভোগ নিবেদন নকৰিব। সন্তানৰ পঢ়াশুনা দুৰ্বল হ’লেহে দেৱীক মালপোৱাৰ ভোগ নিবেদন কৰক। ইয়াৰ পাছত মালপোৱা অসহায়সকলৰ মাজত বিতৰণ কৰি দিব।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

DA ২% বৃদ্ধি, কিমান বৃদ্ধি পাব দৰমহা আৰু পেঞ্চন বুজি লওক
বাণিজ্য

DA ২% বৃদ্ধি, কিমান বৃদ্ধি পাব দৰমহা আৰু পেঞ্চন বুজি লওক

April 18, 2026
মঞ্চত কোনে অপমান কৰিলে অভিনেত্ৰী বৰষা ৰাণী বিষয়াক? জানক প্ৰকৃত ঘটনা
বিনোদন

মঞ্চত কোনে অপমান কৰিলে অভিনেত্ৰী বৰষা ৰাণী বিষয়াক? জানক প্ৰকৃত ঘটনা

April 18, 2026
‘মই লেচবিয়ান’, সকলোৰে সন্মুখত কিয় এইদৰে ক’লে ক্ৰিকেটাৰ ছাৰাই?
বিনোদন

‘মই লেচবিয়ান’, সকলোৰে সন্মুখত কিয় এইদৰে ক’লে ক্ৰিকেটাৰ ছাৰাই?

April 18, 2026
সৌন্দৰ্য নহয়, পুৰুষে বিচাৰে মহিলাৰ এইবোৰ বস্তু! জানি হ’ব আচৰিত
জীৱনশৈলী

সৌন্দৰ্য নহয়, পুৰুষে বিচাৰে মহিলাৰ এইবোৰ বস্তু! জানি হ’ব আচৰিত

April 18, 2026
Next Post
৫০০ বছৰৰ পাছত তৈয়াৰ হৈছে কেদাৰ যোগ, ৩ৰাশিৰ আয়, উন্নতি একেবাৰে পাক্কা

৫০০ বছৰৰ পাছত তৈয়াৰ হৈছে কেদাৰ যোগ, ৩ৰাশিৰ আয়, উন্নতি একেবাৰে পাক্কা

প্ৰিয়জনক কেনেকৈ শুভেচ্ছা জনাব ভাৱি দোমোজাত পৰিছে নেকি? এইকেইটা ৰোমাণ্টিক মেছেজ আপুনিও প্ৰিয়জনক দিব পাৰে

প্ৰিয়জনক কেনেকৈ শুভেচ্ছা জনাব ভাৱি দোমোজাত পৰিছে নেকি? এইকেইটা ৰোমাণ্টিক মেছেজ আপুনিও প্ৰিয়জনক দিব পাৰে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.