• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
কাইলৈৰ ৰাশিফলঃ কেন্দ্ৰ ত্ৰিকোণ যোগত ভাগ্যৰ চমক, শনিৰ কৃপা লাভ কৰিব কোন কোন ৰাশিয়ে?

কাইলৈৰ ৰাশিফলঃ কেন্দ্ৰ ত্ৰিকোণ যোগত ভাগ্যৰ চমক, শনিৰ কৃপা লাভ কৰিব কোন কোন ৰাশিয়ে?

4 months ago
পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

46 minutes ago
মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

1 hour ago
এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

2 hours ago
মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

3 hours ago
পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

পোষ্ট অফিচৰ এই স্কিমত ২লাখ বিনিয়োগ কৰিলে ৯০০০০ লাভ, জানি থওক হিচাপ

4 hours ago
২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

২৫ মাৰ্চৰ পৰা বুধ দক্ষিণমাৰ্গী হ’ব, কেৰিয়াৰত বৃহৎ সাফল্য পাব এই ৫ৰাশিৰ জাতকে

5 hours ago
সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

সোনম ৱাংচুকক মুক্তি দিলে কেন্দ্ৰই! ছমাহ পাছত মুক্তি লাভ লাডাখৰ পৰিবেশ কৰ্মী সোনম ৱাংছুকৰ

5 hours ago
১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

১৪ এপ্ৰিলৰ পৰা ৫ৰাশিৰ চমকিব ভাগ্য, সূৰ্যৰ গোচৰত ধনলাভ কৰিব এইকেইটা ৰাশিয়ে

6 hours ago
মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

মোবাইল ৰিচাৰ্জতো টেক্স! ২৪৯, ২৯৯ টকাৰ ৰিচাৰ্জ বাঢ়ি কিমান হ’ব, চৰকাৰৰ ১ জিবি ডাটাতো টেক্স লগোৱাৰ চিন্তা-চৰ্চা

23 hours ago
কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

কেইবাগৰাকীও বয়ফ্ৰেণ্ড, বিচ্ছেদৰো সীমা নাই! ভাঙিছে ২ ক্ৰিকেটাৰৰ মনো, এতিয়া ১২০ কোটিৰ মালিক কোন এই জনপ্ৰিয় বলীউড অভিনেত্ৰী?

1 day ago
জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

জোঁট বান্ধিব শনি-মঙ্গলে, অশুভ প্ৰভাৱ নেওচি সৌভাগ্যৰে উজলি উঠিব এই ৫ৰাশি

1 day ago
৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

৪ গ্ৰহৰ মিলনত বাম্পাৰ লাভ, এই ৩ ৰাশিৰ ভাৱিব নোৱাৰাকৈ বাঢ়িব অৰ্থসম্পদ

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, March 14, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

কাইলৈৰ ৰাশিফলঃ কেন্দ্ৰ ত্ৰিকোণ যোগত ভাগ্যৰ চমক, শনিৰ কৃপা লাভ কৰিব কোন কোন ৰাশিয়ে?

কাইলৈৰ ৰাশিফলঃ কেন্দ্ৰ ত্ৰিকোণ যোগত ভাগ্যৰ চমক, শনিৰ কৃপা লাভ কৰিব কোন কোন ৰাশিয়ে?

editor by editor
November 21, 2025
in জীৱনশৈলী
0
কাইলৈৰ ৰাশিফলঃ কেন্দ্ৰ ত্ৰিকোণ যোগত ভাগ্যৰ চমক, শনিৰ কৃপা লাভ কৰিব কোন কোন ৰাশিয়ে?
0
SHARES
1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

কাইলৈ ২২ নৱেম্বৰ ২০২৫ শনিবাৰে চন্দ্ৰই বৃশ্চিক ৰাশি এৰি ধনু ৰাশিত গোচৰ কৰিব৷ বৈদিক পঞ্জিকাই কৈছে যে কাইলৈ আঘোণ মাহৰ শুক্লা দ্বিতীয়া তিথি৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ থাকিব সুকৰ্ম যোগ আৰু ধৃতি যোগৰ প্ৰভাৱ৷ ইয়াৰোপৰি কাইলৈ থাকিব জ্যেষ্ঠা নক্ষত্ৰ আৰু মূলা নক্ষত্ৰৰ প্ৰভাৱ৷ এই সকলো যোগৰ প্ৰভাৱত কাইলৈ দিনটো বিশেষ মাহাত্ম্যপূৰ্ণ হব৷ হিন্দুধৰ্মত শনিবাৰ হৈছে শনিৰ প্ৰিয় দিন৷ জ্যোতিষ গণনা অনুসৰি কাইলৈ কোন কোন ৰাশিৰ জাতকৰ জীৱনত প্ৰচুৰ সুখ সাফল্য লাভ কৰিব৷ জানি থওক কাইলৈৰ ভাগ্যবান ৰাশিৰ তালিকাত কোন কোন আছে?

মেষ ৰাশি

কাইলৈ ২২ নৱেম্বৰত লাভজনক দিন হ’ব মেষ ৰাশিৰ জাতকৰ বাবে৷ কাইলৈ নিজৰ খৰচৰ কিছু টকা আপোনাৰ হাতত জমা হ’ব৷ কেন্দ্ৰ ত্ৰিকোণ যোগৰ শুভ প্ৰভাৱত কাইলৈ আপোনাৰ আত্মবিশ্বাস বহু পৰিমাণে বাঢ়িব৷ কাইলৈ নিজৰ ব্যক্তিগত আৰু পেছাগত জীৱন সংক্ৰান্তীয় কিছু গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’ব পাৰে আপুনি৷ নিজৰ জীৱনত কিছু পজিটিভ পৰিবৰ্তন দেখা পাব পাৰে মেষ ৰাশিৰ জাতকে৷

মিথুন ৰাশি

কাইলৈ সুকৰ্ম যোগৰ শুভ প্রভাৱ থাকিব মিথুন ৰাশিৰ জাতকৰ ওপৰত৷ ধৰ্মীয় কামত কাইলৈ আপোনাৰ উৎসাহ বাঢ়িব৷ আপুনি লোৱা সিদ্ধান্ত লাভজনক হব৷ কিছু অতিৰিক্ত উপাৰ্জন কৰিব পাৰে মিথুন ৰাশিৰ জাতকে৷ কাইলৈ নিজৰ কেৰিয়াৰত বৃহৎ উন্নতি কৰিব পাৰে৷ সিংহ ৰাশিৰ জাতকৰ জীৱনসংগীৰ সৈতে কোনো ভুল বুজাবুজি চলিলে কাইলৈ দূৰ হ’ব৷

সিংহ ৰাশি

কাইলৈ ২২ নৱেম্বৰ শনিবাৰৰ দিনটো সিংহ ৰাশিৰ জাতকৰ বাবে দিনটো লাভজনক হ’ব৷ আপোনাৰ মনৰ কোনো দীৰ্ঘদিনৰ ইচ্ছা পূৰণ হ’ব পাৰে৷ নিজৰ ৰৈ থকা কাম কাইলৈ সাফল্যৰ সৈতে সম্পূৰ্ণ কৰিব পাৰিব৷ পূৰ্বে কৰা কোনো বিনিয়োগৰ পৰা কাইলৈ আৰ্থিকভাৱে লাভৱান হ’ব৷ ইয়াৰ ফলত সিংহ ৰাশিৰ জাতকৰ আৰ্থিক অৱস্থা বহু পৰিমাণে উন্নত হ’ব৷

তুলা ৰাশি

কাইলৈ কেন্দ্ৰ ত্ৰিকোণ যোগৰ শুভ প্ৰভাৱত নিজৰ পৰিয়ালৰ সকলো প্ৰয়োজন দূৰ কৰিবলৈ সক্ষম হব তুলা ৰাশিৰ জাতক৷ পূৰ্বে কৰোবাত বিনিয়োগ কৰি থাকিলে কাইলৈ তাৰপৰা আৰ্থিকভাৱে লাভৱান হব৷ পূৰ্বে কৰা বিনিয়োগৰ পৰা ভাল ৰিটাৰ্ণ পোৱাৰ সম্ভাৱনা আছে৷ যি সমস্যাই আপোনাক দীৰ্ঘদিন ধৰি জুৰুলা কৰি ৰাখিছিল সেই সমস্যা সমাধান হব৷ কাইলৈ কোনো অতিৰিক্ত দায়িত্ব পাব পাৰে৷

ধনু ৰাশি

কাইলৈ ২২ নৱেম্বৰ ২০২৩ত সুকৰ্ম যোগৰ প্ৰভাৱত ভাগ্য খুলিব ধনু ৰাশিৰ জাতকৰ৷ কাইলৈ দিনটো আপুনি আনন্দেৰে কটাব৷ হঠাৎ কিছু ধন আপোনাৰ হাতলৈ আহিব পাৰে৷ সমাজসেৱামূলক কাম কৰাৰ ফলত সমাজত সন্মান বৃদ্ধি পাব ধনু ৰাশিৰ জাতকৰ৷ কাইলৈ আপুনি যি কামতেই হাত দিব তাতেই সাফল্য পাব৷ আৰ্থিক পৰিস্থিতি বহুপৰিমাণে উন্নত হ’ব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ
জীৱনশৈলী

পোষ্ট অফিচৰ এই স্কিমত ১৫০০০ টকাকৈ জমা কৰিলে পাব ২৫ লাখ টকা, জানি থওক হিচাপ

March 14, 2026
মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি
জীৱনশৈলী

মালব্য ৰাজযোগৰ সৈতে জোঁট বান্ধিব শুক্ৰাদিত্য ৰাজযোগে, নতুন সপ্তাহত ৰজাৰ আসনত বহিব ৫ৰাশি

March 14, 2026
এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ
জীৱনশৈলী

এদিন পাছতেই তৈয়াৰ হ’ব পাৱাৰফুল ত্ৰিগ্ৰহী যোগ, ঘৰ, বাহন সকলো লাভ হ’ব ৩ৰাশিৰ

March 14, 2026
মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা
জীৱনশৈলী

মাৰ্চৰ শেষত অৰ্থযোগ, শুক্ৰৰ কৃপাত মালামাল হ’ব এই ৫ৰাশিৰ জাতক-জাতিকা

March 14, 2026
Next Post
উজ্বলি উঠিব ভাগ্য, ২০২৬ চনত কেৰিয়াৰৰ গ্ৰাফে আকাশ চুব মকৰসহ কোন ৫ৰাশিৰ?

উজ্বলি উঠিব ভাগ্য, ২০২৬ চনত কেৰিয়াৰৰ গ্ৰাফে আকাশ চুব মকৰসহ কোন ৫ৰাশিৰ?

কাইলৈৰ পৰা সাৱধানে থাকক ৩ৰাশি, বুধৰ বক্ৰীত দুঃসময় এইকেইটা জাতকৰ

কাইলৈৰ পৰা সাৱধানে থাকক ৩ৰাশি, বুধৰ বক্ৰীত দুঃসময় এইকেইটা জাতকৰ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.