• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
শনিৰ প্ৰভাৱত ঘূৰিব ভাগ্যৰ চকা! দৌলৰ পাছত হাতৰ মুঠিত সাফল্য আহিব ৪ৰাশিৰ

শনিৰ প্ৰভাৱত ঘূৰিব ভাগ্যৰ চকা! দৌলৰ পাছত হাতৰ মুঠিত সাফল্য আহিব ৪ৰাশিৰ

2 years ago
অবিশ্বাস্য! নিশাও পৃথিৱীয়ে পাব সূৰ্যৰ পোহৰ!

অবিশ্বাস্য! নিশাও পৃথিৱীয়ে পাব সূৰ্যৰ পোহৰ!

34 minutes ago
চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ

চাহক লৈ FSSAIৰ বৃহৎ পদক্ষেপ

56 minutes ago
বিপদ অনিবাৰ্য, ৰাখী সাৱন্তে কৰিলে এই কাম

বিপদ অনিবাৰ্য, ৰাখী সাৱন্তে কৰিলে এই কাম

1 hour ago
২ লাখ টকাত নিষিদ্ধ গলিত প্ৰেমিকাক বিক্ৰী প্ৰেমিকৰ

২ লাখ টকাত নিষিদ্ধ গলিত প্ৰেমিকাক বিক্ৰী প্ৰেমিকৰ

2 hours ago
পূজাৰ আনন্দৰ মাজতে এটাৰ পিছত আনটো ভয়ংকৰ দুৰ্ঘটনা

পূজাৰ আনন্দৰ মাজতে এটাৰ পিছত আনটো ভয়ংকৰ দুৰ্ঘটনা

4 hours ago
আজি সপ্তমীৰ দিনটোত ৩ ৰাশিৰ লোকলৈ আহি আছে ভাল খবৰ

আজি সপ্তমীৰ দিনটোত ৩ ৰাশিৰ লোকলৈ আহি আছে ভাল খবৰ

4 hours ago
টোপনিত কেতিয়াবা শৰীৰত কঁপনি উঠে নেকি? ইয়াৰ কাৰণসমূহ কি কি? জানিবলৈ চাওক

জীৱন ধ্বংস হ’বলৈ বেছি পৰ নাই! ভুলতো নিশা গ্ৰহণ নকৰিব এইবোৰ বস্তু

12 hours ago
জনপ্ৰিয় কণ্ঠশিল্পীৰ মৃত্যু, ৫ দিন পিছত উদ্ধাৰ গলি যোৱা শৰীৰ!

সাংস্কৃতিক জগততলৈ আহিছে দুখবৰ! সপ্তমীৰ দিনটোতে মৃত্যু বিশিষ্ট সংগীত পৰিচালকৰ

12 hours ago
দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

দুৰ্গা পূজাত ভয়ংকৰ দুৰ্ঘটনা, পদপিষ্ট হৈ মৃত্যু প্ৰায় ২০ জন লোকৰ

13 hours ago
কাইলৈ মহালয়া, ধৰাৰ বুকুলৈ আগমণ কৰিব মা দুৰ্গাই

মা দুৰ্গাৰ কোনখন হাতত কি অস্ত্ৰ থাকে? অস্ত্ৰসমূহে কি শিক্ষা দিয়ে জানক

13 hours ago
প্ৰতিদিনে ৰাতি এটাকৈ খাওক ইলাচি, পুৰুষে দেখিব চমৎকাৰ!

প্ৰতিদিনে ৰাতি এটাকৈ খাওক ইলাচি, পুৰুষে দেখিব চমৎকাৰ!

14 hours ago
ICCক শেষ কৰি পেলোৱাৰ হুংকাৰ আমেৰিকাৰ

ভাৰতৰ ওপৰত ১০০% শুল্ক সলনি! ট্ৰাম্পে ভংগ কৰিলে নিজৰ নিয়ম

14 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, October 18, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

শনিৰ প্ৰভাৱত ঘূৰিব ভাগ্যৰ চকা! দৌলৰ পাছত হাতৰ মুঠিত সাফল্য আহিব ৪ৰাশিৰ

শনিৰ প্ৰভাৱত ঘূৰিব ভাগ্যৰ চকা! দৌলৰ পাছত হাতৰ মুঠিত সাফল্য আহিব ৪ৰাশিৰ

editor by editor
March 5, 2025
in জীৱনশৈলী, বিবিধ
0
শনিৰ প্ৰভাৱত ঘূৰিব ভাগ্যৰ চকা! দৌলৰ পাছত হাতৰ মুঠিত সাফল্য আহিব ৪ৰাশিৰ
0
SHARES
2k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চলিত বছৰত বহু শক্তিশালী গ্ৰহই অৱস্থান পৰিবৰ্তন কৰিব৷ যাৰ মাজত অন্যতম হৈছে শনি৷ গ্ৰহৰ মাজত সকলোতকৈ ধীৰ গতিত যাত্ৰা কৰে শনিয়ে৷ প্ৰতি আঢ়ৈ বছৰত শনিয়ে ৰাশি পৰিবৰ্তন কৰে৷ ২০২৫ চনৰ ২৯ মাৰ্চত শনিয়ে গোচৰ কৰিব৷ কুম্ভ ৰাশি এৰি বৃহস্পতিৰ ৰাশি অৰ্থাৎ মীন ৰাশিত প্ৰৱেশ কৰিব শনিয়ে৷ আঢ়ৈ বছৰ এই ৰাশিত থকাৰ পাছত মেষ ৰাশিত উপস্থিত হ’ব শনি৷ দৌল অৰ্থাৎ হোলিৰ পাছতেই পাছতেই শনিৰ এই অৱস্থান পৰিবৰ্তনৰ শুভ প্ৰভাৱ পৰিব ৪ ৰাশিৰ ওপৰত৷ কাৰ কাৰ ভাগ্যৰ চকৰি ঘূৰিব?

কৰ্কট ৰাশি

শনিৰ ৰাশি পৰিবৰ্তনে কৰ্কট ৰাশিৰ ওপৰত ইতিবাচক প্ৰভাৱ পেলাব৷ বহু দিন ধৰি নোহোৱা কামো এই সময়ত সম্পন্ন হ’ব৷ আৰ্থিক অৱস্থাৰ উন্নতি হ’ব৷ আয়ৰ নতুন উৎস মুকলি হ’ব৷ ব্যৱসায়ত লাভৰ মুখ দেখা পাব৷ পৰিয়ালৰ সৈতে ভাল সময় কটাব৷

তুলা ৰাশি

শনিৰ প্ৰভাৱত তুলা ৰাশিৰ সুদিন উভতি আহিব৷ যদি ব্যৱসায়ত কোনো বিনিয়োগ কৰে তেন্তে লাভৰ সম্ভাৱনা আছে৷ নতুন চাকৰি পোৱাৰ যোগ আছে৷ প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে প্ৰস্তুতি লোৱা শিক্ষাৰ্থীসকলৰ সাফল্যৰ সম্ভাৱনা আছে৷ বহু দিন ধৰি মাটি বাৰী সংক্ৰান্তিয় গোচৰ চলি থাকিলে সেই মীমাংসা সম্পন্ন হ’ব৷

বৃশ্চিক ৰাশি

শনিৰ গোচৰ বৃশ্চিক ৰাশিৰ বাবে লাভজনক হ’ব৷ জীৱনৰ বিভিন্ন বিষয়ত উন্নতিৰ পথ প্ৰশস্ত হ’ব৷ অবিবাহিতসকলে বিবাহৰ প্ৰস্তাৱ পাব পাৰে৷ ফ্লেট, মাটি বা বাহন কিনাৰ যোগ আছে৷ স্বাস্থ্যৰ দিশত নজৰ ৰাখক৷

মকৰ ৰাশি

শনিৰ ৰাশি পৰিবৰ্তনে মকৰ ৰাশিৰ ওপৰত শুভ প্ৰভাৱ পৰিব৷ ব্যৱসায়ত বৃহৎ চুক্তি কৰিব পাৰে যাৰ পৰা ভৱিষ্যতে লাভ হ’ব৷ পেছাগত জীৱনক লৈ মানসিক চাপ দূৰ হ’ব৷ প্ৰিয়জনৰ সৈতে ফুৰিবলৈ যোৱাৰ পৰিকল্পনা কৰিব পাৰে৷ সন্তানৰ পৰা সুখবৰ পাব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

অবিশ্বাস্য! নিশাও পৃথিৱীয়ে পাব সূৰ্যৰ পোহৰ!
প্ৰযুক্তি

অবিশ্বাস্য! নিশাও পৃথিৱীয়ে পাব সূৰ্যৰ পোহৰ!

October 18, 2026
পূজাৰ আনন্দৰ মাজতে এটাৰ পিছত আনটো ভয়ংকৰ দুৰ্ঘটনা
ভাৰত

পূজাৰ আনন্দৰ মাজতে এটাৰ পিছত আনটো ভয়ংকৰ দুৰ্ঘটনা

October 18, 2026
আজি সপ্তমীৰ দিনটোত ৩ ৰাশিৰ লোকলৈ আহি আছে ভাল খবৰ
জীৱনশৈলী

আজি সপ্তমীৰ দিনটোত ৩ ৰাশিৰ লোকলৈ আহি আছে ভাল খবৰ

October 18, 2026
টোপনিত কেতিয়াবা শৰীৰত কঁপনি উঠে নেকি? ইয়াৰ কাৰণসমূহ কি কি? জানিবলৈ চাওক
জীৱনশৈলী

জীৱন ধ্বংস হ’বলৈ বেছি পৰ নাই! ভুলতো নিশা গ্ৰহণ নকৰিব এইবোৰ বস্তু

October 17, 2026
Next Post
ঘৰত সোমাই চুৰি নকৰিলে, কেৱল মালিকৰ যৌ… অংগ কাটি পলাল দুষ্কৃতীকাৰী, ঘটনাক লৈ হতবাক আৰক্ষীয়ে কি কৈছে?

ঘৰত সোমাই চুৰি নকৰিলে, কেৱল মালিকৰ যৌ... অংগ কাটি পলাল দুষ্কৃতীকাৰী, ঘটনাক লৈ হতবাক আৰক্ষীয়ে কি কৈছে?

মিঞা, পাকিস্তানী বুলি কাৰোবাক মন্তব্য কৰাটো অপৰাধ নহয়ঃ ছুপ্ৰিম কৰ্ট

মিঞা, পাকিস্তানী বুলি কাৰোবাক মন্তব্য কৰাটো অপৰাধ নহয়ঃ ছুপ্ৰিম কৰ্ট

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.