• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
৭ দিনৰ পাছত নিজৰ নক্ষত্ৰত শনি, সোণৰ দৰে উজ্বলিব ৪ৰাশিৰ ভাগ্য, বাঢ়িব যশ-খ্যাতি, উপচি পৰিব ধন

৭ দিনৰ পাছত নিজৰ নক্ষত্ৰত শনি, সোণৰ দৰে উজ্বলিব ৪ৰাশিৰ ভাগ্য, বাঢ়িব যশ-খ্যাতি, উপচি পৰিব ধন

1 year ago
তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

23 minutes ago
তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

1 hour ago
কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

2 hours ago
‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ

‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ

2 hours ago
শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত

শৰীৰত ভিটামিন আৰু মিনাৰেলছৰ অভাৱ কেনেকৈ চিনাক্ত কৰিব? জানক এই জৰুৰী সংকেত

3 hours ago
‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’

‘৩৭০ অনুচ্ছেদ থাকিলে PoK-এও হয়টো পুনৰ ভাৰতত যোগ দিলেহেঁতেন’

4 hours ago
সিংহ সংক্ৰান্তিৰ পূৰ্বে এইকেইটা ৰাশিলৈ আহি আছে বিশেষ সময়

সিংহ সংক্ৰান্তিৰ পূৰ্বে এইকেইটা ৰাশিলৈ আহি আছে বিশেষ সময়

5 hours ago
গ্ৰেট ব্ৰিটেইন নে ‘ইছলামিক ৰিপাব্লিক অব ব্ৰিটেইন’?

গ্ৰেট ব্ৰিটেইন নে ‘ইছলামিক ৰিপাব্লিক অব ব্ৰিটেইন’?

6 hours ago
দলীয় কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰীৰ চৰমপন্থা

দলীয় কাৰ্যালয়ত প্ৰাক্তন মন্ত্ৰীৰ চৰমপন্থা

6 hours ago
প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

প্ৰায় ২৪ বছৰ মূৰত পাডিক্কালৰ ৰূপত ভাৰতীয় বেটাৰে গঢ়িলে এই ৰেকৰ্ড

24 hours ago
ৰাণীৰে পৰকীয়া প্ৰেমৰ বিতৰ্ক! এইবাৰ মুখ খুলিছে অভিনেতা গোবিন্দই

ৰাণীৰে পৰকীয়া প্ৰেমৰ বিতৰ্ক! এইবাৰ মুখ খুলিছে অভিনেতা গোবিন্দই

1 day ago
কাশ্মীৰত লস্কৰ-ঈ-তৈবাৰ শীৰ্ষ কমাণ্ডাৰৰ ঘৰত উদযাপন স্বাধীনতা দিৱস

কাশ্মীৰত লস্কৰ-ঈ-তৈবাৰ শীৰ্ষ কমাণ্ডাৰৰ ঘৰত উদযাপন স্বাধীনতা দিৱস

1 day ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, August 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

৭ দিনৰ পাছত নিজৰ নক্ষত্ৰত শনি, সোণৰ দৰে উজ্বলিব ৪ৰাশিৰ ভাগ্য, বাঢ়িব যশ-খ্যাতি, উপচি পৰিব ধন

৭ দিনৰ পাছত নিজৰ নক্ষত্ৰত শনি, সোণৰ দৰে উজ্বলিব ৪ৰাশিৰ ভাগ্য, বাঢ়িব যশ-খ্যাতি, উপচি পৰিব ধন

editor by editor
April 21, 2025
in জীৱনশৈলী, বিবিধ, ভাৰত, লেখা
0
৭ দিনৰ পাছত নিজৰ নক্ষত্ৰত শনি, সোণৰ দৰে উজ্বলিব ৪ৰাশিৰ ভাগ্য, বাঢ়িব যশ-খ্যাতি, উপচি পৰিব ধন
0
SHARES
4.6k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

বৈদিক জ্যোতিষশাস্ত্ৰত শনিদেৱৰ মাহাত্ম্য অপৰিসীম৷ অত্যন্ত গুৰুত্বপূৰ্ণ গ্ৰহ শনি ন্যায় আৰু কৰ্মফলৰ দেৱতা৷ আগন্তুক ২৮ এপ্ৰিলত শনিয়ে উত্তৰভাদ্ৰপদ নক্ষত্ৰত গোচৰ কৰিব৷ ৩ অক্টোবৰ পৰ্যন্ত এই নক্ষত্ৰতেই অৱস্থান কৰিব শনিয়ে৷ শনিয়ে স্বয়ং উত্তৰভাদ্ৰপদ নক্ষত্ৰত গোচৰ কৰিছে৷ ৩ অক্টোবৰ পৰ্যন্ত এই নক্ষত্ৰতেই অৱস্থান কৰিব শনিয়ে৷ শনি স্বয়ং উত্তৰভাদ্ৰপদ নক্ষত্ৰৰ অধিপতি গ্ৰহ৷ ফলত নিজৰ ঘৰত বিৰাজ কৰি শনিৰ কেইবাগুণো শক্তি বাঢ়িব৷ অন্যহাতে ২৯ তাৰিখে শনিয়ে কুম্ভ ৰাশি ত্যাগ কৰি মীন ৰাশিৰ প্ৰৱেশ কৰিছে৷ বৰ্তমান বৃহস্পতিৰ ৰাশি মীনত আছে শনিদেৱ৷ এই দুই গ্ৰহৰ প্ৰভাৱত সোণত সোৱগা চৰিব ৪ৰাশিৰ জাতকৰ৷ কাৰ কাৰ ভাগ্যৰ চকা ঘূৰিব? জানি থওক সবিশেষ৷

বৃষ ৰাশি

শনিৰ নক্ষত্ৰ স্থান সলনিয়ে কৰ্মক্ষেত্ৰত সাফল্য আহিব বৃষ ৰাশিৰ জাতকৰ৷ সমাজত সন্মান আৰু প্ৰতিপত্তি বাঢ়িব৷ আৰ্থিক পৰিস্থিতিৰ উন্নতি হ’ব৷ ব্যৱসায়ীয়ে কোনো প্ৰকল্পত বিনিয়োগ কৰিলে লাভৱান হব৷ বিবাহৰ প্ৰস্তাৱ পাব পাৰে৷

মিথুন ৰাশি

উত্তৰভাদ্ৰপদ নক্ষত্ৰত শনিৰ গোচৰৰ প্ৰভাৱত লাভৱান হ’ব মিথুন ৰাশিৰ জাতক জাতিকাৰ বহু দিন ধৰি পাবলগীয়া ধন এই সময়ত লাভ কৰিব৷ চাকৰিত সমস্যা থাকিলে দূৰ হব৷ শিক্ষাৰ্থীয়ে প্ৰতিযোগিতামূলক পৰীক্ষাত ভাল ফল লাভ কৰিব৷

মকৰ ৰাশি

শনিৰ নক্ষত্ৰ পৰিবৰ্তন মকৰ ৰাশিৰ জাতকৰ বাবে শুভ হব৷ সম্পৰ্কত মাধুৰ্য বাঢ়িব৷ সৃজনশীল কামৰ সৈতে যুক্ত বক্তিয়ে কেৰিয়াৰত বৃহৎ উন্নতিৰ সুযোগ পাব৷ যিকোনো বিষয়ত বছ আৰু সহকৰ্মীৰ পৰা সাহায্য পাব পাৰে৷ আয় আৰু ব্যয়ৰ সামঞ্জস্য ৰাখি সঞ্চয়ৰ পথ প্ৰশস্ত কৰিব পাৰিব৷

কুম্ভ ৰাশি

শনিৰ প্ৰভাৱত কুম্ভ ৰাশিৰ সুদিন উভতিব৷ উত্তৰাধিকাৰ সূত্ৰে সম্পত্তিৰ মালিক হ’ব পাৰে৷ নতুন কোনো ব্যৱসায়ৰ আৰম্ভণিৰ যোগ আছে৷ চাকৰিত দীৰ্ঘদিনৰ মানসিক চাপৰ পৰা মুক্তি পাব পাৰে৷ নতুন কোনো ব্যৱসায়ৰ আৰম্ভণিৰ যোগ আছে৷ চাকৰিত দীৰ্ঘদিনৰ মানসিক চাপৰ পৰা মুক্তি পাব৷ সংগীৰ সৈতে ভুল বুজাবুজি দূৰ হ’ব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন
অপৰাধ

তন্ত্ৰ-মন্ত্ৰৰ নামত মহিলাক শাৰীৰিক নিৰ্যা*তন

August 16, 2026
তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ
বিনোদন

তৃতীয়বাৰলৈ দৰা হ’ব ‘গেংগছ অব ৱাছেপুৰ’ৰ অনুৰাগ কাশ্যপ

August 16, 2026
কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি
নিয়োগ

কেইবাহাজাৰ চৰকাৰী চাকৰিৰ বিজ্ঞাপন মুকলি

August 16, 2026
‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ
বিনোদন

‘বিমল’ৰ বিজ্ঞাপন কৰি বিপদত শ্বাহৰুখ, অজয় দেৱগন আৰু টাইগাৰ শ্ৰফ

August 16, 2026
Next Post
কাৰাগাৰত মুকলি হ’ল ‘সংগম কক্ষ’, এইবাৰ কাৰাগাৰৰ ভিতৰতে দৈহিক সুখ লাভ কৰিব বন্দীয়ে

কাৰাগাৰত মুকলি হ’ল ‘সংগম কক্ষ’, এইবাৰ কাৰাগাৰৰ ভিতৰতে দৈহিক সুখ লাভ কৰিব বন্দীয়ে

প্ৰতিদিনে ৭০ টকাকৈ বিনিয়োগ কৰিলেই হ’ব! পোষ্ট অফিচৰ এই প্ৰকল্পতেই লাভ কৰিব ৩লাখ টকা সুদ

প্ৰতিদিনে ৭০ টকাকৈ বিনিয়োগ কৰিলেই হ’ব! পোষ্ট অফিচৰ এই প্ৰকল্পতেই লাভ কৰিব ৩লাখ টকা সুদ

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.