• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
১৫ জুনৰ পৰা উজ্জ্বল হ’ব এই ৩ৰাশিৰ ভাগ্য, কৰ্মফলদাতা শনিৰ শক্তিশালী যোগত সলনি হ’ব জীৱনৰ গতিপথ

8 months ago
ফেছবুক, ইনষ্টাগ্ৰাম, ইউটিউবত একাউণ্ট খুলিব নোৱাৰিব চৰকাৰী কৰ্মচাৰীয়ে! একাউণ্ট খুলিবলৈ ল’ব লাগিব সংশ্লিষ্ট দফতৰৰ অনুমতি, বিহাৰত নতুন নিয়ম

1 hour ago
সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ পৰা শৰাই, গামোচা, গীটাৰ, keyboard চুৰিৰ অভিযোগ জুবিন গাৰ্গৰ একালৰ বাদ্যযন্ত্ৰী চিৰঞ্জীৱ কাশ্যপৰ বিৰুদ্ধে, কিয় জুবিন ক্ষেত্ৰৰ পৰা এই সামগ্ৰী লৈ আহিছিল চিৰঞ্জীৱে?

2 hours ago
২৩ ফেব্ৰুৱাৰীত তৈয়াৰ হৈছে ধনশক্তি ৰাজযোগ, ৩ৰাশিৰ কপালত আছে অৰ্থপ্ৰাপ্তিৰ যোগ

ফেব্ৰুৱাৰীত উদয় হ’ব শুক্ৰ, ৯মাহ ভাল সময় এই ৪ৰাশিৰ, থাকিব লক্ষ্মীৰ অপাৰ কৃপা

4 hours ago
আনন্দ উদযাপন সকলোৱে কৰক, পিকনিকৰ বাবেই বন্ধ দিয়া হ’ল জিলা আয়ুক্তৰ কাৰ্যালয়, ক’ত এই ঘটনা?

5 hours ago
ৰাহুৰ সৈতে ৪গ্ৰহৰ সংযোগ, উত্থান-পতন থাকিব এই ৫ৰাশিৰ জাতকৰ জীৱনত

ফেব্ৰুৱাৰীৰ আৰম্ভণিতেই লক্ষ্মীনাৰায়ণ ৰাজযোগ, ২৫ দিনত ৰজা হ’ব এই ৪ৰাশিৰ জাতক-জাতিকা

6 hours ago
RTI কৰিলেই নথি নাপায় আপুনি! নথি গোপনে ৰাখিব নতুন আইনে, কংগ্ৰেছে অনা ‘তথ্য জনাৰ অধিকাৰ আইন’ৰ সংশোধনৰ সিদ্ধান্ত মোদী চৰকাৰৰ

‘সহায় বিচাৰিছিলো উপেক্ষা কৰিলে!’ গৌৰৱ গগৈয়ে সহায় নকৰা কংগ্ৰেছৰ কৰ্মীৰ সাহস হৈ থিয় দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

22 hours ago
কুম্ভ ৰাশিত চতুৰ্গ্ৰহী ৰাজযোগ, ফেব্ৰুৱাৰীত ৩ ৰাশিৰ ফুলিব ভাগ্য

23 hours ago
ভাৰতৰ শিশু-কিশোৰসকলৰ বাবে নিষিদ্ধ হ’ব পাৰে ফেছবুক-ইনষ্টাগ্ৰাম? আৰ্থিক সমীক্ষাত কি ভয়ংকৰ তথ্য

1 day ago
উদ্ধাৰ ব্লেকবক্স! বিমান ভাঙি পৰাৰ ঠিক পূৰ্বে কি ঘটিছিল ককপিটত? পাইলটৰ শেষ কথা কি আছিল?

  • About
  • Advertise
  • Careers
  • English Edition
Friday, January 30, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

১৫ জুনৰ পৰা উজ্জ্বল হ’ব এই ৩ৰাশিৰ ভাগ্য, কৰ্মফলদাতা শনিৰ শক্তিশালী যোগত সলনি হ’ব জীৱনৰ গতিপথ

১৫ জুনৰ পৰা উজ্জ্বল হ’ব এই ৩ৰাশিৰ ভাগ্য, কৰ্মফলদাতা শনিৰ শক্তিশালী যোগত সলনি হ’ব জীৱনৰ গতিপথ

editor by editor
June 13, 2025
in জীৱনশৈলী, বিবিধ, লেখা
0
১৫ জুনৰ পৰা উজ্জ্বল হ’ব এই ৩ৰাশিৰ ভাগ্য, কৰ্মফলদাতা শনিৰ শক্তিশালী যোগত সলনি হ’ব জীৱনৰ গতিপথ
0
SHARES
2.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

আগন্তুক ১৫ জুন ২০২৫ দেওবাৰে সন্ধিয়া ৭.৫৭ত বৈদিক জ্যোতিষ শাস্ত্ৰ অনুসৰি গঠিত হব এক অত্যন্ত গুৰুত্বপূৰ্ণ গ্ৰহ যোগ৷ যাক কোৱা হয় শনি গুৰু কেন্দ্ৰ যোগ৷ এই সময়ত কৰ্মফলদাতা শনি আৰু জ্ঞান আৰু সমৃদ্ধিৰ প্ৰতীক বৃহস্পতিয়ে এটাই আনটোৰ পৰা ৯০ ডিগ্ৰী কোণত অৱস্থান কৰিব৷ এই শক্তিশালী গ্ৰহ সংযোগত কেৱল মহাকাশেই নহয়, প্ৰভাৱ পৰিব কেইটামান ৰাশিৰ জীৱনত৷ বিশেষকৈ মেষ, কৰ্কট আৰু মকৰ ৰাশিৰ জাতকৰ জীৱনলৈ শুভ পৰিবৰ্তন আহিব৷ শনি আৰু বৃহস্পতিৰ শক্তিশালী কেন্দ্ৰ যোগ মেষ ৰাশিৰ জাতকৰ বাবে শুভ সুযোগৰ দ্বাৰ খুলিব পাৰে৷

মেষ ৰাশি

  • চাকৰিত সাফল্য আৰু পদোন্নতিৰ সুযোগ৷
  • দীৰ্ঘদিনৰ বাধা দূৰ হব৷
  • বিদেশত চাকৰিৰ সম্ভাৱনা
  • ধৰ্মীয় ক্ষেত্ৰত আগ্ৰহ বৃদ্ধি, ভ্ৰমণৰ সুযোগ৷
  • অৰ্থনৈতিক অৱস্থাৰ উন্নতি
  • প্ৰেম জীৱনত স্থিতি, বিবাহত সুখ
  • পৰিয়াল আৰু সমাজত সন্মান বৃদ্ধি

কৰ্কট ৰাশি

  • কৰ্কট ৰাশিৰ জাতকৰ বাবে এই কেন্দ্ৰ যোগ বিশেষ আশীৰ্বাদ স্বৰূপ৷
  • কামৰ ক্ষেত্ৰত বাধা দূৰ হব৷
  • উচ্চশিক্ষা আৰু ধৰ্মীয় বিষয়ৰ প্ৰতি আগ্ৰহ৷
  • বিদেশ ভ্ৰমণৰ সম্ভাৱনা৷
  • পাৰিবাৰিক সম্পৰ্ক মজবুত৷
  • সন্তানৰ দিশৰ পৰা সুখবৰ৷
  • ভাগ্যৰ পূৰ্ণ সমৰ্থন আৰু মানসিক শান্তি৷
  • মকৰ ৰাশি

মকর রাশি

  • মকৰ ৰাশিত জাতকে শনিৰ চাৰেসাতিৰ কষ্টৰ পৰা মুক্তি পাব৷
  • ব্যৱসায় আৰু চাকৰিত অগ্ৰগতি৷
  • সিদ্ধান্তৰ কাৰণে লাভজনক ফলাফল৷
  • ভায়েক ভনীয়েকৰ সম্পৰ্ক উন্নত৷
  • সন্তানৰ দিশৰ পৰা অগ্ৰগতি৷
  • বিবাহিত জীৱনত সুখ আৰু পত্নীৰ সমৰ্থন৷
  • স্বাস্থ্য বিষয়ত সামান্য সতৰ্কতাৰ প্ৰয়োজন৷

মনত ৰাখিব

শনি গুৰু কেন্দ্ৰ যোগত একাধিক মানসিক উন্নতি আৰু আৰ্থিক স্থিতি আহিব৷ তেনেকৈ এটা এটা গভীৰ আত্মসমীক্ষাৰো সময় এয়া৷ এই তিনিটা ৰাশিৰ জাতকে সময়ৰ সদ্ব্যৱহাৰ কৰক৷ ইয়াৰ সৈতে এটা কথা মনত ৰাখিব যে গ্ৰহ নক্ষত্ৰৰ অৱস্থান পৰিবৰ্তনৰ ফলত জীৱনত সুযোগেই আহিব তেনে নহয়, আচলতে আপুনি চেষ্টা কৰিব লাগিব৷ ভাগ্য আৰু চেষ্টা মিলিহে ফল দিয়ে৷ সেয়ে চেষ্টা কৰা জৰুৰী৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ফেছবুক, ইনষ্টাগ্ৰাম, ইউটিউবত একাউণ্ট খুলিব নোৱাৰিব চৰকাৰী কৰ্মচাৰীয়ে! একাউণ্ট খুলিবলৈ ল’ব লাগিব সংশ্লিষ্ট দফতৰৰ অনুমতি, বিহাৰত নতুন নিয়ম
প্ৰযুক্তি

January 30, 2026
সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ পৰা শৰাই, গামোচা, গীটাৰ, keyboard চুৰিৰ অভিযোগ জুবিন গাৰ্গৰ একালৰ বাদ্যযন্ত্ৰী চিৰঞ্জীৱ কাশ্যপৰ বিৰুদ্ধে, কিয় জুবিন ক্ষেত্ৰৰ পৰা এই সামগ্ৰী লৈ আহিছিল চিৰঞ্জীৱে?
জীৱনশৈলী

সোণাপুৰৰ জুবিন ক্ষেত্ৰৰ পৰা শৰাই, গামোচা, গীটাৰ, keyboard চুৰিৰ অভিযোগ জুবিন গাৰ্গৰ একালৰ বাদ্যযন্ত্ৰী চিৰঞ্জীৱ কাশ্যপৰ বিৰুদ্ধে, কিয় জুবিন ক্ষেত্ৰৰ পৰা এই সামগ্ৰী লৈ আহিছিল চিৰঞ্জীৱে?

January 30, 2026
২৩ ফেব্ৰুৱাৰীত তৈয়াৰ হৈছে ধনশক্তি ৰাজযোগ, ৩ৰাশিৰ কপালত আছে অৰ্থপ্ৰাপ্তিৰ যোগ
জীৱনশৈলী

২৩ ফেব্ৰুৱাৰীত তৈয়াৰ হৈছে ধনশক্তি ৰাজযোগ, ৩ৰাশিৰ কপালত আছে অৰ্থপ্ৰাপ্তিৰ যোগ

January 30, 2026
ফেব্ৰুৱাৰীত উদয় হ’ব শুক্ৰ, ৯মাহ ভাল সময় এই ৪ৰাশিৰ, থাকিব লক্ষ্মীৰ অপাৰ কৃপা
জীৱনশৈলী

ফেব্ৰুৱাৰীত উদয় হ’ব শুক্ৰ, ৯মাহ ভাল সময় এই ৪ৰাশিৰ, থাকিব লক্ষ্মীৰ অপাৰ কৃপা

January 30, 2026
Next Post
৫হাজাৰকৈ জমা কৰিও ৫কোটিৰ মালিক হ’ব পাৰে আপুনি, কেনেকৈ বিনিয়োগ কৰিব?

অভাৱনীয় হাৰত বাঢ়ে যৌন ক্ষমতা, দূৰ হ’ব সম্পৰ্কৰ দূৰত্ব! নিয়ম মানি এই পাচলি খাওক বহুকেইটা ৰোগেই দূৰ হব খাটাং

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন