• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
২৯ জুনৰ পৰা বক্ৰী গতিত শনি, ১৩৯ দিন প্ৰতিপদতে সফল হ’ব ৪ ৰাশি, বিপদত পৰিব কোন কোন?

২৯ জুনৰ পৰা বক্ৰী গতিত শনি, ১৩৯ দিন প্ৰতিপদতে সফল হ’ব ৪ ৰাশি, বিপদত পৰিব কোন কোন?

2 years ago
ইৰান আৰু আমেৰিকাৰ বুজাবুজি চুক্তি সম্পন্ন হ’লে ভাৰতৰ কিমান লাভ হ’ব?

ইৰান আৰু আমেৰিকাৰ বুজাবুজি চুক্তি সম্পন্ন হ’লে ভাৰতৰ কিমান লাভ হ’ব?

50 minutes ago
ৰাণু মণ্ডলক মনত আছেনে? এতিয়া কেনে আছে এসময়ৰ ভাইৰেল ৰাণু মণ্ডল?

ৰাণু মণ্ডলক মনত আছেনে? এতিয়া কেনে আছে এসময়ৰ ভাইৰেল ৰাণু মণ্ডল?

2 hours ago
ভৱিষ্যতে AIৰ ক্ষেত্ৰখনত কাম কৰিব পৰা ৫টা বিশেষ AIৰ পাঠ্যক্ৰম

ভৱিষ্যতে AIৰ ক্ষেত্ৰখনত কাম কৰিব পৰা ৫টা বিশেষ AIৰ পাঠ্যক্ৰম

3 hours ago
সমাপ্তিৰ দিশে ইৰান-আমেৰিকাৰ যুদ্ধ, তেল-গেছৰ দাম কমিবলৈ আৰু কিমান সময় লাগিব পাৰে?

সমাপ্তিৰ দিশে ইৰান-আমেৰিকাৰ যুদ্ধ, তেল-গেছৰ দাম কমিবলৈ আৰু কিমান সময় লাগিব পাৰে?

4 hours ago
ফুটবলেই উভতাই আনক যুদ্ধবিধ্বস্ত ইৰানী জনতাৰ ওঁঠলৈ হাঁহি

ফুটবলেই উভতাই আনক যুদ্ধবিধ্বস্ত ইৰানী জনতাৰ ওঁঠলৈ হাঁহি

4 hours ago
পাকিস্তান আৰক্ষীয়ে কৰিলে এই ভয়ংকৰ কাণ্ড

পাকিস্তান আৰক্ষীয়ে কৰিলে এই ভয়ংকৰ কাণ্ড

6 hours ago
২৪ জুনত টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ বিয়া, কোন হ’ব ক্ৰিকেটাৰগৰাকীৰ জীৱনসংগী?

২৪ জুনত টীম ইণ্ডিয়াৰ এইগৰাকী ক্ৰিকেটাৰৰ বিয়া, কোন হ’ব ক্ৰিকেটাৰগৰাকীৰ জীৱনসংগী?

6 hours ago
জুবিন দাৰ ‘য়া আলী’ গানটোৰ সৃষ্টিৰ আঁৰৰ কেইটামান কথা

জুবিন দাৰ ‘য়া আলী’ গানটোৰ সৃষ্টিৰ আঁৰৰ কেইটামান কথা

7 hours ago
বিতৰ্কত বৈভৱ সূৰ্যবংশী! শ্ৰীলংকা Aৰ বিৰুদ্ধে মেচখনত আচলতে হৈছিল কি?

বিতৰ্কত বৈভৱ সূৰ্যবংশী! শ্ৰীলংকা Aৰ বিৰুদ্ধে মেচখনত আচলতে হৈছিল কি?

8 hours ago
বন্ধ হ’ল Telegram, ভাৰতত আৰু কি সুবিধা বন্ধ?

বন্ধ হ’ল Telegram, ভাৰতত আৰু কি সুবিধা বন্ধ?

9 hours ago
8th Pay Commission: কৰ্মচাৰীয়ে কেতিয়া পাব বকেয়া সহ দৰমহা?

8th Pay Commission: চৰকাৰী কৰ্মচাৰীৰ দৰমহাৰ বৃহৎ পৰিৱৰ্তন, আহিছে নতুন আপডেট

21 hours ago
চুম্বনৰ সময়ত বুকুত কষ্ট পাইছিল ৰেখাই! বলীউডৰ বহু কহিনীয়ে আপোনাক কৰিব আচৰিত

চুম্বনৰ সময়ত বুকুত কষ্ট পাইছিল ৰেখাই! বলীউডৰ বহু কহিনীয়ে আপোনাক কৰিব আচৰিত

21 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Tuesday, June 16, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

২৯ জুনৰ পৰা বক্ৰী গতিত শনি, ১৩৯ দিন প্ৰতিপদতে সফল হ’ব ৪ ৰাশি, বিপদত পৰিব কোন কোন?

২৯ জুনৰ পৰা বক্ৰী গতিত শনি, ১৩৯ দিন প্ৰতিপদতে সফল হ’ব ৪ ৰাশি, বিপদত পৰিব কোন কোন?

editor by editor
June 29, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত, লেখা
0
২৯ জুনৰ পৰা বক্ৰী গতিত শনি, ১৩৯ দিন প্ৰতিপদতে সফল হ’ব ৪ ৰাশি, বিপদত পৰিব কোন কোন?
0
SHARES
37.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

২৯ জুনত ত্ৰিকোণ ৰাশি কুম্ভত বক্ৰী হৈছে শনি৷ কৰ্মফলদাতাৰ কৃপাত আগন্তুক ১৩৯ দিন বক্ৰীদশা কুম্ভ ৰাশিত বিচৰণ কৰিব৷ ১৫ নৱেম্বৰ পৰ্যন্ত এই ৰাশিত শনি বক্ৰী গতিত ভ্ৰমণ কৰিব৷ এই সময়ত শনিয়ে বিভিন্ন ৰাশিৰ জাতকক শুভ আৰু অশুভ ফলাফল প্ৰদান কৰিব৷ জ্যোতিষ গণনা অনুসৰি শনি বক্ৰী হৈ মকৰ আৰু কুম্ভসহ একাধিক ৰাশিৰ জাতকে শুভ আৰু অশুভ ফলাফল লাভ কৰিব৷ জ্যোতিষ গণনা অনুসৰি শনি বক্ৰী হৈ মকৰ আৰু কুম্ভসহ একাধিক ৰাশিৰ জাতকে আৰ্থিক লাভ পাব৷ অন্যহাতে বৃষ আৰু মিথুন ৰাশিৰ জাতকৰ জীৱনত প্ৰতিকূল প্ৰভাৱ পৰিব৷ আৰ্থিক লোকচানৰ সন্মুখীন হোৱাৰো সম্ভাৱনা আছে কেইটামান ৰাশিৰ৷ শনিৰ বক্ৰী দশাই মেষ আৰু মীন ৰাশিৰ জাতকৰ জীৱনক কেনেধৰণে প্ৰভাৱ বিস্তাৰ কৰিব জানি থওক সবিশেষ৷

মেষ ৰাশি

মেষ ৰাশিৰ একাদশ স্থানত বক্ৰী হৈছে শনি৷ চাকৰিয়াল জাতকৰ বাবে এই সময় খুব ভাল৷ চাকৰিত পূৰ্বে বাধা থাকিলেও এই সময়ত উন্নতিৰ পথত অগ্ৰসৰ হ’ব এই ৰাশিৰ জাতক৷ ব্যৱসায়ত মুনাফা অৰ্জন কৰাৰ ওপৰিও আত্মসন্তুষ্টিও থাকিব৷ টকা পইছা অৰ্জনৰ বাবে এই সময় ভাল৷ কৰ্মক্ষেত্ৰত পূৰ্বৰ বাধা ক্ৰমশ দূৰ হ’ব৷

প্ৰতিদিনে গা ধোৱাৰ সময়ত ওম নমো নাৰায়ণৰ মন্ত্ৰ ২১ বাৰ জপ কৰক৷

বৃষ ৰাশি

বৃষ ৰাশিৰ দশম স্থানত বক্ৰী শনি কেৰিয়াৰ আৰু পাৰিবাৰিক জীৱনত বাধাৰ সন্মুখীন হ’ব৷ চাকৰিয়াল অধিকাৰীসকলে আপোনাৰ ওপৰত চাপ সৃষ্টি কৰিব পাৰিব৷ ইয়াৰ ফলত আপোনাৰ সময় আৰু শক্তি নষ্ট হ’ব৷ ব্যৱসায়ীক প্ৰতিযোগীসকলৰ সৈতে প্ৰতিযোগীতাত নামিব৷ ইয়াৰ ফলত ব্যৱসায়ত ভাল সুযোগ পাব এই ৰাশিৰ জাতকে৷ আৰ্থিক জীৱনত ভাল লাভ হ’ব৷ স্বাস্থ্যৰ যত্ন লওক৷

প্ৰতিদিনে সূৰ্যক পানী নিবেদন কৰক৷

মিথুন ৰাশি

মিথুন ৰাশিৰ নৱমত বক্ৰী হৈছে শনি৷ এই সময়ত ভাগ্যৰ বিশেষ সংগ পাব আপুনি৷ আপোনাৰ মাজত আত্মবিশ্বাসৰ অভাৱে দেখা দিব৷ চাকৰিৰ ভাল সুযোগ পাব আপুনি৷ মুনাফাৰ পৰিমাণ কৰিব৷ এই সময়ত আৰ্থিক লোকচানৰ চিকাৰ হ’ব মিথুন ৰাশিৰ জাতক৷ ভৰিত বিষ অনুভৱ কৰিব পাৰে৷ অধিক ধন সঞ্চয় কৰিব নোৱাৰিব৷

শনিবাৰে পানীৰ সৈতে কলা তিল মিহলাই শনি দেৱক দান কৰক৷

কৰ্কট ৰাশি

আপোনাৰ ৰাশিৰ অষ্টম স্থানত শনি বক্ৰী হ’ব৷ ইয়াৰ শুভ প্ৰভাৱত আকস্মিক ধনলাভ সম্ভৱ৷ কেৰিয়াৰত অপ্ৰত্যাশিত উন্নতি হ’ব পাৰে৷ ব্যৱসায় সংক্ৰান্তিয় সমস্ত পৰিকল্পনাত সফল হ’ব৷ কেৰিয়াৰত ভাল সুযোগ পাব এই ৰাশিৰ জাতকে৷ কৰ্মক্ষেত্ৰত পৰিবেশ উন্নত৷ ব্যৱসায়ত লোকচানৰ সৈতে ভাৱিচিন্তি লগ্নি কৰক৷ টকা-পইছাৰ বিষয়ে সতৰ্ক থাকক৷ যাত্ৰাৰ সময়ত গাফিলতিৰ কাৰণে আৰ্থিক লোকচান হ’ব পাৰে৷ ব্যক্তিগত সম্পৰ্কক লৈ সচেতন হওক৷ স্বাস্থ্যৰ যত্ন লওক৷ প্ৰতিদিনে দূৰ্গা চালিচা পাঠ কৰক৷

সিংহ ৰাশি

জ্যোতিষ গণনা অনুসৰি আপোনাৰ ৰাশিৰ সপ্তম স্থানত শনি বক্ৰী হৈছে৷ এই সময়ত লাভাম্বিত হ’ব সিংহ ৰাশিৰ জাতক৷ কেৰিয়াৰত কোনো কাৰণে লোকচানো হ’ব পাৰে৷ অনিচ্ছাসত্ত্বেও কোনো স্থানলৈ যাত্ৰা কৰিব পাৰে৷ আৰ্থিক লোকচানৰ সম্ভাৱনা আছে এই ৰাশিৰ জাতকৰ৷ কৰোবাত ধন বিনিয়োগ কৰিলে লোকচানৰ সন্মুখীন হ’ব পাৰে৷ অৰ্থৰ অপচয় নকৰিব৷ অসুস্থতাৰ কাৰণে চিন্তিত হ’ব৷ শনিবাৰে হনুমান চালিছা পাঠ কৰক৷

কন্যা ৰাশি

আপোনাৰ ৰাশিৰ গোচৰ কোষ্ঠীৰ ষষ্ঠ স্থানত শনি বক্ৰী হ’ব৷ শনিৰ অশুভ প্রভাৱৰ কাৰণে ব্যয় বাঢ়িব আপোনাৰ৷ নিজৰ প্ৰয়োজনীয়তা পূৰণৰ বাবে ঋণ ল’ব পাৰে আপুনি৷ কাৰ্যালয়ৰ অধিকাৰীসকলৰ বিৰাগভাজন হ’ব৷ ব্যৱসায়ত বিৰোধীৰ পৰা চেলেঞ্জ পাব পাৰে৷ অৰ্থ ব্যয় হ’ব৷ লোকচানৰো সম্ভাৱনা আছে৷ প্ৰতিদিনে বিষ্ণু সহস্ত্ৰনাম পাঠ কৰক৷

তুলা ৰাশি

তুলা ৰাশিৰ জাতকৰ বাবে আগন্তুক ১৩৯ দিন অৱসাদেৰে পৰিপূৰ্ণ হৈ থাকিব৷ মনৰ মাজত ভৱিষ্যতৰ কাৰণে দুশ্চিন্তা থাকিব৷ কেৰিয়াৰত বেয়া সময়৷ ব্যৱসায়ত সঠিক সিদ্ধান্ত নোলোৱাৰ বাবে চিন্তিত থাকিব৷ পৰিয়ালত অৰ্থাভাৱৰ চিকাৰ হ’ব৷ দাম্পত্য জীৱনত স্বামী-স্ত্ৰীৰ মাজত বিবাদ হ’ব৷ সন্তানৰ স্বাস্থ্যৰ পিছত অৰ্থ ব্যয় হ’ব৷ প্ৰতিদিনে পুৱাই হনুমান চালিছা পাঠ কৰক৷

বৃশ্চিক ৰাশি

বৃশ্চিক ৰাশিৰ চতুৰ্থ স্থানত বক্ৰী হ’ব শনি৷ পৰিয়ালৰ সদস্যসকলৰ সৈতে অধিক সময় কটাব৷ কৰ্তব্য আৰু দায়িত্ব বৃদ্ধি হ’ব পাৰে৷ কৰ্তব্য আৰু দায়িত্ব বৃদ্ধি পাব পাৰে৷ ভালধৰণে নিজৰ দায়িত্ব পালন কৰক৷ কেৰিয়াৰত কামৰ চাপ কমিব৷ জীৱনসংগীৰ সৈতে অবাঞ্চিত বিবাদ আৰু মতভেদ উৎপন্ন হ’ব পাৰে৷ সাবধানে গাড়ী চলাওক৷ শনিবাৰে মিঠাতেলৰ চাকি জ্বলাওক৷

ধনু ৰাশি

গোচৰ কোষ্ঠীৰ তৃতীয় কক্ষত বক্ৰী শনিৰ প্ৰভাৱ ধনু ৰাশিৰ জাতকৰ ওপৰত পৰিব৷ এই সময়ত আত্ম উন্নতিৰ ওপৰত বিশেষ নজৰ দিব৷ যাত্ৰা কৰিব পাৰে৷ কেৰিয়াৰৰ বাবে এই সময় শুভ৷ ব্যৱসায়িক কাৰণত যাত্ৰা কৰিব পাৰে৷ এই যাত্ৰাৰ দ্বাৰা লাভাম্বিত হ’ব৷ পাৰিবাৰিক দায়িত্বৰ কাৰণে ব্যয় বাঢ়িব৷ জীৱনসংগীৰ সৈতে মতভেদ হ’ব পাৰে৷ দাম্পত্য জীৱনত খাম খেয়ালী হ’ব৷ সম্পৰ্কত আকৰ্ষণ কমিব পাৰে৷

মকৰ ৰাশি

শনিৰ বক্ৰী গতিয়ে শুভ ফল প্ৰদান কৰিব৷ ভাৱিচিন্তি কথা কওক৷ চাকৰিয়াল জাতকে কাংশিত স্থান বদলিৰ প্ৰস্তাৱ পাব পাৰে৷ ব্যৱসায়ত কঠিন প্ৰতিযোগীতাৰ মুখামুখি হ’ব পাৰে৷ ভাল পৰিমাণৰ অৰ্থ সঞ্চয়ৰ সুযোগ পাব৷ পৰিয়ালত সদস্যৰ মাজত তিক্ততা বাঢ়িব পাৰে৷ বিবাদ সম্ভৱ৷

কুম্ভ ৰাশি

এই ৰাশিৰ লগ্ন স্থানতেই বক্ৰী হৈছে শনি৷ নিজৰ স্বাস্থ্যৰ বিশেষ যত্ন লওক৷ কেৰিয়াৰৰ বাবে এই সময় খুবেই ভাল৷ চাকৰিৰ নতুন সুযোগ পাব পাৰে৷ ব্যৱসায় লগ্নিৰ পৰিকল্পনা থাকিলে এই সময় অনুকূল৷ এই লগ্নিৰ দ্বাৰা ভৱিষ্যতে অসাধাৰণ লাভ হ’ব৷ অপ্ৰত্যাশিত উৎসৰ পৰা অৰ্থৰ আগমন সম্ভৱ৷ প্ৰেম আৰু দাম্পত্য জীৱনত সন্তুষ্ট থাকিব৷ কিন্তু আপোনাৰ মাজত সামঞ্জস্য নাথাকিব৷ হজমৰ সমস্যা হ’ব পাৰে৷

প্ৰতি শনিবাৰে অসহায়জনক দান কৰক৷

মীন ৰাশি

মীন ৰাশিৰ কোষ্ঠীৰ দ্বাদশ স্থানত শনি বক্ৰী হৈছে৷ এই সময়ত অত্যাধিক চিন্তাভাৱনা কৰি ব্যয় কৰক৷ আপোনাৰ কেৰিয়াৰত চেষ্টা আৰু অভিজ্ঞতাৰ বাবে কোনোৱে প্ৰশংসা নকৰিব৷ যাৰ বাবে হতাশাৰ বলি হ’ব পাৰে আপুনি৷ চাকৰি পৰিবৰ্তনৰ কথা চিন্তাভাৱনা কৰিব পাৰে৷ ব্যৱসায়ীসকলে নিজৰ পুৰণি ৰণনীতিৰ কাৰণে ব্যৱসায়ত কঠিন প্ৰতিযোগীতাৰ সন্মুখীন হ’ব পাৰে৷ জীৱনসংগীৰ প্ৰতি সন্তুষ্ঠ নহ’ব৷ এই ১৩৯ দিন স্বাস্থ্যৰ যত্ন লওক৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ইৰান আৰু আমেৰিকাৰ বুজাবুজি চুক্তি সম্পন্ন হ’লে ভাৰতৰ কিমান লাভ হ’ব?
বিশ্ব

ইৰান আৰু আমেৰিকাৰ বুজাবুজি চুক্তি সম্পন্ন হ’লে ভাৰতৰ কিমান লাভ হ’ব?

June 16, 2026
ৰাণু মণ্ডলক মনত আছেনে? এতিয়া কেনে আছে এসময়ৰ ভাইৰেল ৰাণু মণ্ডল?
বিনোদন

ৰাণু মণ্ডলক মনত আছেনে? এতিয়া কেনে আছে এসময়ৰ ভাইৰেল ৰাণু মণ্ডল?

June 16, 2026
ভৱিষ্যতে AIৰ ক্ষেত্ৰখনত কাম কৰিব পৰা ৫টা বিশেষ AIৰ পাঠ্যক্ৰম
শিক্ষা

ভৱিষ্যতে AIৰ ক্ষেত্ৰখনত কাম কৰিব পৰা ৫টা বিশেষ AIৰ পাঠ্যক্ৰম

June 16, 2026
সমাপ্তিৰ দিশে ইৰান-আমেৰিকাৰ যুদ্ধ, তেল-গেছৰ দাম কমিবলৈ আৰু কিমান সময় লাগিব পাৰে?
বিশ্ব

সমাপ্তিৰ দিশে ইৰান-আমেৰিকাৰ যুদ্ধ, তেল-গেছৰ দাম কমিবলৈ আৰু কিমান সময় লাগিব পাৰে?

June 16, 2026
Next Post
কিয় শ্ৰী বিষ্ণুৰ আন এক নাম নাৰায়ণ? এই নামৰ অৰ্থ কি? জানক  কেনেকৈ এই নাম পালে বিষ্ণুৱে?

কিয় শ্ৰী বিষ্ণুৰ আন এক নাম নাৰায়ণ? এই নামৰ অৰ্থ কি? জানক  কেনেকৈ এই নাম পালে বিষ্ণুৱে?

আজিও জীৱিত অশ্বত্থামা! কল্কি ২৮৯৮ চিনেমাৰ মুক্তিৰ সময়তেই জানি থওক অভিশপ্ত যোদ্ধাৰ কাহিনী

আজিও জীৱিত অশ্বত্থামা! কল্কি ২৮৯৮ চিনেমাৰ মুক্তিৰ সময়তেই জানি থওক অভিশপ্ত যোদ্ধাৰ কাহিনী

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.