• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মৰুপ্ৰান্তত সেউজীয়া সপোন! ছৌদি আৰৱে সাজিছে ভৱিষ্যতৰ এখন চহৰ, কেনে হ’ব এই চহৰ…

মৰুপ্ৰান্তত সেউজীয়া সপোন! ছৌদি আৰৱে সাজিছে ভৱিষ্যতৰ এখন চহৰ, কেনে হ’ব এই চহৰ…

3 years ago
কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

কেতিয়াৰ পৰা Income Tax Return প্ৰক্ৰিয়া আৰম্ভ হ’ব?

10 hours ago
কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

কিমান সম্পত্তি আছে ৰাঘৱ চাদ্দাৰ? নেটৱৰ্থ জানি হ’ব আচৰিত!

10 hours ago
ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

ছোৱালীৰ জিন্স পেন্টত কিয় চেইন থাকে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

11 hours ago
বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

বিজেপিত যোগদান কৰিব নেকি ৰাঘৱ চাদ্দাই? আতিশীয়ে দিলে উত্তৰ

12 hours ago
Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

Post Office Saving Account কি? মাত্ৰ ৫০০ টকাৰে একাউণ্ট খুলি হওক ধনী!

13 hours ago
শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

শনিয়ে বনাব ৰজা, শনিৰ দৃষ্টিয়ে সলাব আপোনাৰ ভাগ্য!

14 hours ago
বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

বিপদৰ আগমণ ৩ ৰাশিৰ জীৱনলৈ, ১১ মে’ৰ পূৰ্বে হওক সজাগ!

14 hours ago
আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

আইচক্ৰীম নিষিদ্ধ এখন গাওঁ, ধৰা পৰিলেই ৫ হাজাৰ টকাৰ জৰিমনা

14 hours ago
ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

ঘৰ চাফা কৰোতে নকৰিব ভুল, ক্ষতি হ’ব আপোনাৰ অৰ্থ !

15 hours ago
প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

প্ৰস্ৰাৱৰ সৈতে তেজ ওলাই নেকি? আওকাণ নকৰিব এনে সমস্যাক

16 hours ago
ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

ব্যক্তিগত খণ্ডৰ বিদ্যালয়ক নাকী লগাবলৈ সাজু! DoE ই দিছে কঠোৰ নিৰ্দেশনা

16 hours ago
শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

শীঘ্ৰে বাঢ়িব হোটেলৰ খাদ্যৰ মূল্য, আঁৰত আছে ডাঙৰ কাৰণ

17 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, April 4, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home বিশ্ব

মৰুপ্ৰান্তত সেউজীয়া সপোন! ছৌদি আৰৱে সাজিছে ভৱিষ্যতৰ এখন চহৰ, কেনে হ’ব এই চহৰ…

editor by editor
March 24, 2023
in বিশ্ব
0
মৰুপ্ৰান্তত সেউজীয়া সপোন! ছৌদি আৰৱে সাজিছে ভৱিষ্যতৰ এখন চহৰ, কেনে হ’ব এই চহৰ…
0
SHARES
792
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ আপুনি মই ভাৱিব নোৱাৰা এক কল্পনা৷ পানীৰ অভাৱ হ’ব বিশ্বত, মৰুভূমি অঞ্চল বাঢ়িব! এই বিষয়সমূহৰ বিষয়ে আলোচনা কৰি থাকোতেই এটা বিশেষ সপোন যেন লগা প্ৰকল্প আৰম্ভ কৰিছে ছৌদি আৰৱে৷ মৰুভূমিৰ মাজত সেউজীয়া এখন চহৰ অচিৰেই গঢ়ি তুলিব ছৌদি আৰৱে৷

ভৱিষ্যতৰ এই চহৰৰ নিৰ্মাণকাৰ্য ইতিমধ্যে আৰম্ভ হৈছে৷ এই চহৰক লৈ পৰিকল্পনা কৰিছে ছৌদি আৰৱৰ ক্ৰাউন প্ৰিন্স মহম্মদ বিন ছলমানে৷ চহৰলৈ যোৱা পথো অতিকৈ সুন্দৰ হ’ব৷ সেউজীয়া পৰিবেশৰ মাজত গঢ়ি তোলা হ’ব চহৰলৈ যোৱা পথসমূহ৷ এই চহৰৰ নাম দিয়া হৈছে নিউ মুৰাব্বা৷ নিউ মুৰাব্বাৰ অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ’ব দ্যা মুকাব৷ মুকাবৰ ভিতৰত সকলো এআইৰ দ্বাৰা নিয়ন্ত্ৰিত হ’ব৷

এই চহৰত আপুনি কল্পনা কৰিব পৰা প্ৰতিটো সুবিধাই আছে৷ চহৰখনত বহুলোকক নতুনকৈ সংস্থাপিত কৰা হ’ব৷ থাকিব বিশ্ববিদ্যালয়, হাস্পতালকে ধৰি প্ৰতিটো সুবিধা৷ ৩ লাখ ৩৪ হাজাৰ আন্তঃৰাষ্ট্ৰীয় চাকৰিৰ সৃষ্টি হ’ব এই চহৰত৷ ৰিয়াডক বিশ্বৰ শীৰ্ষ ১০খন চহৰৰ ভিতৰত সন্নিবিষ্ট কৰাব এই চহৰে৷ ছায়েন্স ফিকছন ছবিত দেখাৰ দৰেকৈ প্ৰতিটো কথাই সঁচা হ’ব এই চহৰত৷ ২০৩০ ৰ ভিতৰত এই চহৰৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ’ব৷

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: assam live 24axom live 24axom live 24 digitalBest Assamese News ChannelBest news channel of assamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৫৩ বছৰৰ পাছত চন্দ্ৰাভিযানলৈ ৪ নভোচৰ পঠিয়ালে নাছাই, চন্দ্ৰত হ’ব মানুহৰ স্থায়ী বসতি?
জীৱনশৈলী

৫৩ বছৰৰ পাছত চন্দ্ৰাভিযানলৈ ৪ নভোচৰ পঠিয়ালে নাছাই, চন্দ্ৰত হ’ব মানুহৰ স্থায়ী বসতি?

April 2, 2026
আকৌ আহিছে ক’ভিডৰ নতুন ভেৰিয়েণ্ট, ই কিমান ভয়াৱহ?
স্বাস্থ্য

আকৌ আহিছে ক’ভিডৰ নতুন ভেৰিয়েণ্ট, ই কিমান ভয়াৱহ?

March 31, 2026
নেপালত ছাত্ৰ ৰাজনীতি নিষিদ্ধ, কলেজ, বিশ্ববিদ্যালয় কেম্পাছত নচলিব ছাত্ৰ ৰাজনীতি, ক্ষমতা পায়েই আৰু কি কি সিদ্ধান্ত বালেন্দ্ৰ শ্বাহৰ?
জীৱনশৈলী

নেপালত ছাত্ৰ ৰাজনীতি নিষিদ্ধ, কলেজ, বিশ্ববিদ্যালয় কেম্পাছত নচলিব ছাত্ৰ ৰাজনীতি, ক্ষমতা পায়েই আৰু কি কি সিদ্ধান্ত বালেন্দ্ৰ শ্বাহৰ?

March 30, 2026
কোনখন দেশে সৰ্বাধিক এল পি জি উৎপাদন কৰে, জানি হ’ব আচৰিত!
বিশ্ব

কোনখন দেশে সৰ্বাধিক এল পি জি উৎপাদন কৰে, জানি হ’ব আচৰিত!

March 29, 2026
Next Post
এনেকৈয়ো প্ৰতাৰণা কৰে! পাপৰি বৰা নামৰ ফেছবুক পোষ্টক লৈ সমগ্ৰতে চলিছে চৰ্চা…

এনেকৈয়ো প্ৰতাৰণা কৰে! পাপৰি বৰা নামৰ ফেছবুক পোষ্টক লৈ সমগ্ৰতে চলিছে চৰ্চা...

মিছন বসুন্ধৰা-২ অধীনত কিয় বহুতেই নাপাব ভূমিপট্টা? বুজাই ক’লে মুখ্যমন্ত্ৰীয়ে

মিছন বসুন্ধৰা-২ অধীনত কিয় বহুতেই নাপাব ভূমিপট্টা? বুজাই ক’লে মুখ্যমন্ত্ৰীয়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.