• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
মিছন বসুন্ধৰা-২ অধীনত কিয় বহুতেই নাপাব ভূমিপট্টা? বুজাই ক’লে মুখ্যমন্ত্ৰীয়ে

মিছন বসুন্ধৰা-২ অধীনত কিয় বহুতেই নাপাব ভূমিপট্টা? বুজাই ক’লে মুখ্যমন্ত্ৰীয়ে

3 years ago
শুকান আৰু নিৰ্জীৱ ছালৰ যতন কেনেদৰে ল’ব? জানক

ফেছ ৱাচ নহয়, এইকেইবিধ সামগ্ৰীৰে বঢ়াওক মুখৰ উজ্জ্বলতা

5 hours ago
নিব্বা-নিব্বি শব্দটো ক’ৰ পৰা আহিছে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

নিব্বা-নিব্বি শব্দটো ক’ৰ পৰা আহিছে? ৯৯% লোকে নাজানে সঠিক উত্তৰ

5 hours ago
বজাৰলৈ আহিব ১০ আৰু ২০ টকীয়া প্লাষ্টিক নোট, নচলিব নেকি পুৰণি কাগজৰ নোট?

বজাৰলৈ আহিব ১০ আৰু ২০ টকীয়া প্লাষ্টিক নোট, নচলিব নেকি পুৰণি কাগজৰ নোট?

6 hours ago
ভুল আঙুলিত কেতিয়াও নিপিন্ধিব আঙুঠি, নহ’লে জীৱনত লাগিব আউল!

ভুল আঙুলিত কেতিয়াও নিপিন্ধিব আঙুঠি, নহ’লে জীৱনত লাগিব আউল!

6 hours ago
২ আগষ্টৰ পৰা সলনি হ’ব ২ ৰাশিৰ ভাগ্য! ৰাহুৱে কৰিব সহায়

২ আগষ্টৰ পৰা সলনি হ’ব ২ ৰাশিৰ ভাগ্য! ৰাহুৱে কৰিব সহায়

7 hours ago
NEET পৰীক্ষাৰ ফলাফলৰ পিছত MBBS ত কেনেকৈ নামভৰ্তি হয়? জানক সম্পূৰ্ণ প্ৰক্ৰিয়া

NEET পৰীক্ষাৰ ফলাফলৰ পিছত MBBS ত কেনেকৈ নামভৰ্তি হয়? জানক সম্পূৰ্ণ প্ৰক্ৰিয়া

8 hours ago
বলীউডৰ তিক্ত সত্য, ধুনীয়া হ’বলৈ অভিনেত্ৰীয়ে কৰিলে অদ্ভুড কাণ্ড!

বলীউডৰ তিক্ত সত্য, ধুনীয়া হ’বলৈ অভিনেত্ৰীয়ে কৰিলে অদ্ভুড কাণ্ড!

9 hours ago
কোনবোৰ কামে ক্ৰোধিত কৰে ভগৱান শিৱক? সোমবাৰে নকৰিব ভুল!

শাওনত ভুলতো নাখাব এইবোৰ খাদ্য, পাপে চুব আপোনাক!

10 hours ago
চুলিৰ পৰা নখ কটালৈকে… শনিবাৰে এইবোৰ কাম কৰাৰ পূৰ্বে সাৱধান!

চুলিৰ পৰা নখ কটালৈকে… শনিবাৰে এইবোৰ কাম কৰাৰ পূৰ্বে সাৱধান!

10 hours ago
পুৰণি ফোন বিক্ৰী কৰাৰ পূৰ্বে সাৱধান! এটা ভুলে মাতিব বিপদ

পুৰণি ফোন বিক্ৰী কৰাৰ পূৰ্বে সাৱধান! এটা ভুলে মাতিব বিপদ

11 hours ago
কোনে অভিনেত্ৰী দিয়া মিৰ্জাক ব্ৰে*ষ্টৰ আকাৰ ডাঙৰ কৰাৰ পৰামৰ্শ দিছিল?

কোনে অভিনেত্ৰী দিয়া মিৰ্জাক ব্ৰে*ষ্টৰ আকাৰ ডাঙৰ কৰাৰ পৰামৰ্শ দিছিল?

12 hours ago
নিশা টোপনি নাহে বা নিশা প্ৰায়ে সাৰ পাই উঠে?

নিশা টোপনি নাহে বা নিশা প্ৰায়ে সাৰ পাই উঠে?

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, July 19, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

মিছন বসুন্ধৰা-২ অধীনত কিয় বহুতেই নাপাব ভূমিপট্টা? বুজাই ক’লে মুখ্যমন্ত্ৰীয়ে

editor by editor
March 24, 2023
in অসম
0
মিছন বসুন্ধৰা-২ অধীনত কিয় বহুতেই নাপাব ভূমিপট্টা? বুজাই ক’লে মুখ্যমন্ত্ৰীয়ে
0
SHARES
72.1k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ মিছন বসুন্ধৰা-২ত কেৱল খিলঞ্জীয়াকহে মাটি দিয়া হ’ব
খিলঞ্জীয়াৰ নামত আন লোকক যাতে কোনোকাৰণতে মাটি দিয়া নহয়
মুখ্যমন্ত্ৰীয়ে সতৰ্ক কৰি প্ৰতিগৰাকী বিষয়াক
দেশৰ ক্ষতি হোৱা তথা সন্দেহজনক লোকক কোনোকাৰণতে মাটি নিদিব
এনআৰচিৰ দৰে কাম কৰিলে বিপদত পৰিব বিষয়াসকল
ৰায়তী মাটিত থকা লোকক দিয়া হ’ব ভূমি পট্টা
১০ শতাংশ খাজনা দিলে এইসকল লোকে পাব ভূমি পট্টা
খিলঞ্জীয়া লোকক চাহ, কবি আৰু ৰবৰৰ খেতিৰ বাবে দিয়া হ’ব ভূমি পট্টা
কিন্তু ৰাজহ ভূমিতহে এইসকল লোকে ভূমি পট্টা পাব
খিলঞ্জীয়াৰ নামত আন লোকক ভূমি দিলে বিপদ বাঢ়িব বিষয়াৰ
চাৰ্কোল অফিচাৰসকলক অভাৰ স্মাৰ্ট নহ’বলৈ মুখ্যমন্ত্ৰীৰ সঁকীয়নি
বংশানুক্ৰমিকভাৱে ২০ বছৰতকৈ অধিক সময় চৰকাৰী মাটিত থকা লোকে লাভ কৰিব ভূমি পট্টা
কিন্তু বেদখল কৰা লোকক কোনো কাৰণতে ভূমি পট্টা দিয়া নহয়
তিনি চাৰি পুৰুষ ধৰি বসবাস কৰা লোকেহে পাব ভূমি পট্টা
১ এপ্ৰিলৰ পৰা ৰাজ্যত আৰম্ভ হ’ব ই-খাজনা
জ’ন ভিত্তিত পৃথক পৃথক হ’ব খাজনা
দুৰ্নীতি কৰা লাট মণ্ডল আৰু চক্ৰ বিষয়াকো সঁকীয়াই দিলে মুখ্যমন্ত্ৰী শৰ্মাই

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digital
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

বিষাদৰ চকুলো নিগৰাই দৰ্শকক মনোৰঞ্জন দিবলৈ সাজু তপন দাস! আৰম্ভ কৰিলে থিয়েটাৰৰ আখৰা
বিনোদন

বিষাদৰ চকুলো নিগৰাই দৰ্শকক মনোৰঞ্জন দিবলৈ সাজু তপন দাস! আৰম্ভ কৰিলে থিয়েটাৰৰ আখৰা

July 17, 2026
জনতাৰ মূৰত মাধমাৰ, পুনৰ বৃদ্ধি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য
অসম

জনতাৰ মূৰত মাধমাৰ, পুনৰ বৃদ্ধি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য

July 16, 2026
NHPCয়ে এৰিছে পানী, ৰাজ্যৰ ৫ জিলাত হাই এলাৰ্ট, প্ৰশাসনে বজাইছে চাইৰেন
অসম

NHPCয়ে এৰিছে পানী, ৰাজ্যৰ ৫ জিলাত হাই এলাৰ্ট, প্ৰশাসনে বজাইছে চাইৰেন

July 13, 2026
গুৱাহাটীত প্ৰৱল বৰষুণ, বাহিৰলৈ ওলোৱাৰ পূৰ্বে ১০০ বাৰ ভাবক!
অসম

গুৱাহাটীত প্ৰৱল বৰষুণ, বাহিৰলৈ ওলোৱাৰ পূৰ্বে ১০০ বাৰ ভাবক!

July 13, 2026
Next Post
মাননিৰ লিষ্ট ভাইৰেল! এইবাৰ বিহুমঞ্চত গীত পৰিবেশনৰ বাবে কোনে কিমান মাননি ল’ব?

মাননিৰ লিষ্ট ভাইৰেল! এইবাৰ বিহুমঞ্চত গীত পৰিবেশনৰ বাবে কোনে কিমান মাননি ল’ব?

ৰাহুলৰ পৰিপক্কতাৰ আঁৰত আছে ৰাহুলৰ বিৰুদ্ধে থকা লেথাৰি নিছিগা গোচৰ! প্ৰাক্তন সাংসদ ৰাহুলৰ বিৰুদ্ধে অসমৰ আদালততো আছে গোচৰ…

ৰাহুলৰ পৰিপক্কতাৰ আঁৰত আছে ৰাহুলৰ বিৰুদ্ধে থকা লেথাৰি নিছিগা গোচৰ! প্ৰাক্তন সাংসদ ৰাহুলৰ বিৰুদ্ধে অসমৰ আদালততো আছে গোচৰ...

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.