• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
ৰাহুলৰ পৰিপক্কতাৰ আঁৰত আছে ৰাহুলৰ বিৰুদ্ধে থকা লেথাৰি নিছিগা গোচৰ! প্ৰাক্তন সাংসদ ৰাহুলৰ বিৰুদ্ধে অসমৰ আদালততো আছে গোচৰ…

ৰাহুলৰ পৰিপক্কতাৰ আঁৰত আছে ৰাহুলৰ বিৰুদ্ধে থকা লেথাৰি নিছিগা গোচৰ! প্ৰাক্তন সাংসদ ৰাহুলৰ বিৰুদ্ধে অসমৰ আদালততো আছে গোচৰ…

3 years ago
OPS বাহালৰ পৰা দৰমহা বৃদ্ধিলৈকে, কৰ্মচাৰীসকলে চৰকাৰৰ সন্মুখত কৰিছে ডাঙৰ দাবী

OPS বাহালৰ পৰা দৰমহা বৃদ্ধিলৈকে, কৰ্মচাৰীসকলে চৰকাৰৰ সন্মুখত কৰিছে ডাঙৰ দাবী

7 minutes ago
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?

কাইলৈৰ পৰা ৪ ৰাশিৰ আৰম্ভ হ’ব ভাল দিন, ধনেৰে উপচিব আপোনাৰ ঘৰ!

30 minutes ago
Harmanpreet Kaur: নাৰীৰ শক্তি! এইবাৰ বিশ্ব অভিলেখ গঢ়িলে ক্ৰিকেটাৰ হৰমনপ্ৰীত কৌৰে

Harmanpreet Kaur: নাৰীৰ শক্তি! এইবাৰ বিশ্ব অভিলেখ গঢ়িলে ক্ৰিকেটাৰ হৰমনপ্ৰীত কৌৰে

56 minutes ago
চীনে কৰিব সৰ্ববৃহৎ নদীবান্ধ নিৰ্মাণ, বিপদত পৰিব নেকি ভাৰত?

চীনে কৰিব সৰ্ববৃহৎ নদীবান্ধ নিৰ্মাণ, বিপদত পৰিব নেকি ভাৰত?

1 hour ago
ৰে’ল লাইনত কিয় শিল দিয়া হয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

ৰে’ল লাইনত কিয় শিল দিয়া হয়? ৯৯% লোকে নাজানে সঠিক উত্তৰ!

2 hours ago
আপুনি ব্যৱহাৰ কৰা বেগে সলাব ভাগ্য! কি ৰঙৰ উত্তম জানক

আপুনি ব্যৱহাৰ কৰা বেগে সলাব ভাগ্য! কি ৰঙৰ উত্তম জানক

3 hours ago
মহিলাৰ অত্যাধিক চুলি সৰাৰ সমস্যা! এয়া কোনো ৰোগৰ লক্ষণ নেকি?

য’তে ত’তে নেপেলাব চুলি, এই ভুলে সকলো সুখ কাঢ়িব আপোনাৰ!

4 hours ago
বোৰ্খা পৰিধান কৰা মহিলাক পছন্দ নকৰে ইমতিয়াজ আলীয়ে, কাৰণ জানি হ’ব আচৰিত!

বোৰ্খা পৰিধান কৰা মহিলাক পছন্দ নকৰে ইমতিয়াজ আলীয়ে, কাৰণ জানি হ’ব আচৰিত!

5 hours ago
সাধাৰণ নহয় দাঁতৰ বিষ! দাঁত সুস্থ ৰাখিবলৈ অনুসৰণ কৰক এই ৫ টা টিপচ

সাধাৰণ নহয় দাঁতৰ বিষ! দাঁত সুস্থ ৰাখিবলৈ অনুসৰণ কৰক এই ৫ টা টিপচ

6 hours ago
Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

Trigrahi Yog 2026: ২২ জুনৰ পৰা ত্ৰিগ্ৰহী যোগ, সমস্যা বাঢ়িব ৪ ৰাশিৰ!

7 hours ago
International Yoga Day: প্ৰতিদিনে ১০ মিনিট ব্যায়াম কৰিলে শৰীৰৰ কি কি পৰিৱৰ্তন হ’ব?

International Yoga Day: প্ৰতিদিনে ১০ মিনিট ব্যায়াম কৰিলে শৰীৰৰ কি কি পৰিৱৰ্তন হ’ব?

7 hours ago
টোপনিত নাকৰ শব্দ, ই কোনো ৰোগৰ লক্ষণ নেকি ?

নিশা শোৱাৰ পূৰ্বে নকৰিব ভুল, এই ৫টা অভ্যাসে নষ্ট কৰিব আপোনাৰ টোপনি!

20 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Sunday, June 21, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home অসম

ৰাহুলৰ পৰিপক্কতাৰ আঁৰত আছে ৰাহুলৰ বিৰুদ্ধে থকা লেথাৰি নিছিগা গোচৰ! প্ৰাক্তন সাংসদ ৰাহুলৰ বিৰুদ্ধে অসমৰ আদালততো আছে গোচৰ…

editor by editor
March 25, 2023
in অসম, ভাৰত, ৰাজনীতি, লেখা
0
ৰাহুলৰ পৰিপক্কতাৰ আঁৰত আছে ৰাহুলৰ বিৰুদ্ধে থকা লেথাৰি নিছিগা গোচৰ! প্ৰাক্তন সাংসদ ৰাহুলৰ বিৰুদ্ধে অসমৰ আদালততো আছে গোচৰ…
0
SHARES
6.7k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ ৰাহুল পৰিপক্ক হৈছে। বিভিন্ন সময়ত এটাৰ পিছত এটা অভিযোগ ৰাহুলৰ বিৰুদ্ধে আহিছে যদিও ৰাহুল স্থিতঃপ্ৰজ্ঞ। পিছে এই পৰিপক্কতাৰ আঁৰত কি? সাংসদ পদ হেৰুৱাইয়ো ৰাহুলে শনিবাৰে দিয়া সংবাদমেলত কেইবাটাও কথা প্ৰকাশ কৰিছে। ‘মোৰ নাম ছাভাৰকাৰ নহয়, মোৰ নাম গান্ধী। গান্ধীয়ে কাৰো ওচৰত ক্ষমা নোখোজে। গোটেই জীৱনৰ বাবে মোক সংসদৰ পৰা নিলম্বন কৰিলেও মই থমকি নৰও।’ গোচৰলৈ ৰাহুলে ভয় নকৰাৰ আঁৰত আছে এইকেইটা কাৰণ।

শেহতীয়াভাৱে, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পদবীক লৈ কটাক্ষ কৰাৰ বাবে ৰাহুল গান্ধীক দোষী সাব্যস্ত কৰি শাস্তি ঘোষণা কৰিছে চুৰট আদালতে। কাৰাদণ্ডৰ আদেশ দিয়াৰ লগে লগেই ৰাহুল গান্ধীৰ সাংসদ পদো বাতিলৰ বিশেষ জাননী মুকলি কৰে লোকসভাৰ অধ্যক্ষ ওম বিৰালাই। সাংসদ পদ খাৰিজ হোৱাৰ লগে লগেই দেশৰ ৰাজনীতিত এতিয়া ৰাহুলৰেই চৰ্চা। এই সিদ্ধান্তকলৈ শাসক আৰু বিৰোধীৰ মাজতো আৰম্ভ হৈছে তীব্ৰ বাক-বিতণ্ডাৰ। শাসক দলে ৰাহুলৰ সাংসদ পদ খাৰিজক সমৰ্থন জনোৱাৰ বিপৰীতে বিৰোধীয়ে এই সিদ্ধান্তক প্ৰতিহিংসাৰ ৰাজনীতি বুলি অভিহিত কৰিছে। কিন্তু ৰাহুল বিৰুদ্ধে মাত্ৰ এটাই গোচৰ আছেনে? দেশৰ বহুকেইখন ৰাজ্যতেই ৰাহুলৰ বিৰুদ্ধে আছে বহু গোচৰ। ৰাহুলৰ বিৰুদ্ধে আদালতত গোচৰ তৰা প্ৰায়সংখ্যকেই আকৌ বিজেপি আৰএছএছৰ নেতা, কৰ্মী আৰু সংগঠন। কি কি গোচৰ এতিয়ালৈকে পঞ্জীভূত হৈ আছে ৰাহুলৰ বিৰুদ্ধে?

২০২৩ ত ৰাহুলৰ বিৰুদ্ধে এই গোচৰ

বৃহস্পতিবাৰে ৰাহুলক দোষী সাব্যস্ত কৰি ২ বছৰৰ কাৰাদণ্ড বিহিছে চুৰট আদালতে। আদালতে কাৰাদণ্ড দিয়াৰ লগে লগেই খাৰিজ হৈছে ৰাহুলৰ সাংসদ পদ। মোদীৰ পদবীক লৈ আপত্তিজনক মন্তব্য কৰাৰ বাবেই আদালতে এই শাস্তি বিহিছে ৰাহুলক। শাস্তি ঘোষণা কৰিলেও চুৰট আদালতে ৰাহুলক ৰায়ৰ বিৰুদ্ধে আবেদন কৰাৰ বাবে ৩০ দিনৰ সময়ো দিছে। ৰাহুলৰ বিৰুদ্ধে এই গোচৰ ৰুজু কৰিছিল গুজৰাটৰ বিজেপি বিধায়ক পূৰ্ণেশ মোদীয়ে।

২০১৯ ত তিনিটাকৈ গোচৰত জামিন লাভ

মানহানিৰ গোচৰত ২০১৯ ত পাটনাৰ এখন আদালতে ৰাহুলৰ বিৰুদ্ধে শাস্তি ঘোষণা কৰিছিল। ৰাহুলৰ বিৰুদ্ধে সেই গোচৰো ৰুজু কৰিছিল বিজেপিৰেই এজন নেতাই। তাতো ৰাহুলে এখন জনসভাত জনতাক উদ্দেশ্যি কৈছিল, ‘মোদী উপাধিৰ ব্যক্তিসকল চোৰেই হয় নেকি?’ এই মন্তব্যৰ বাবেই ৰাহুলৰ বিৰুদ্ধে এজন বিজেপি নেতাই গোচৰ তৰে। অৱশ্যে সেই গোচৰত ৰাহুলে পাটনা আদালতৰ পৰা জামিন পায়।

২০১৯ চনতেই ৰাহুলে আহমেদাবাদ আদালতৰ পৰাও এক জামিন লৈছিল। সেই গোচৰটো আছিল ২০১৬ চনৰেই। বিমুদ্ৰাকৰণৰ সময়ত ৰাহুলে আহমেদাবাদৰ জিলা সমবায় বেংকৰ বিৰুদ্ধে এক অভিযোগ আনিছিল। আহমেদাবাদৰ জিলা সমবায় বেংকে বিমুদ্ৰাকৰণৰ সময়ত যি নোট সলনি হৈছিল তাত নকল নোট বদলি কৰা বুলি ৰাহুলে অভিযোগ আনিছিল। এই অভিযোগৰ বাবেই আহমেদাবাদ জিলা সমবায় বেংকে ৰাহুলৰ বিৰুদ্ধে আদালতত গোচৰ তৰিছিল।

’১৯ চনতেই মুম্বাইৰ এক আদালতেও জামিন প্ৰদান কৰিছিল ৰাহুলক। ৰাহুলৰ বিৰুদ্ধে সেইব গোচৰ তৰিছিল আৰ এছ এছে। ৰাহুলে সাংবাদিক গৌৰী লংকেশৰ হত্যাত আৰএছএছৰ হাত থকা বুলি এক জনসভাত প্ৰকাশ কৰিছিল।

অসমৰ পৰাও ৰাহুলৰ বিৰুদ্ধে তৰা হৈছিল গোচৰ

২০১৬ চনত অসমৰ কামৰূপ জিলা আদালতত ৰাহুলৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু হৈছিল। এই গোচৰো ৰুজু কৰিছিল আৰএছএছে। ২০১৫ৰ ডিচেম্বৰত অসমৰ বৰপেটা সত্ৰত সোমাবলৈ আৰএছএছে ৰাহুলক বাধা দিয়া বুলি অভিযোগ আনিছিল ৰাহুলে। এই অভিযোগ সম্পূৰ্ণ মিছা বুলি ৰাহুলৰ বিৰুদ্ধে মানহানিৰ গোচৰ ৰুজু কৰিছিল আৰএছএছে।

’১৬তেই ৰাহুলে আন এক গোচৰতো জামিন লৈছিল মহাৰাষ্ট্ৰৰ ভিওয়াণ্ডিৰ এখন আদালতৰ পৰা। ৰাহুলৰ বিৰুদ্ধে অভিযোগ আছিল যে তেওঁ মহাত্মা গান্ধীক আৰএছএছেই হত্যা কৰা বুলি অভিযোগ আনিছিল। এই মন্তব্যৰ বাবে মহাৰাষ্ট্ৰৰ এখন আদালতত গোচৰ তৰিছিল আৰএছএছে। পাছলৈ উচ্চতম ন্যায়ালয়ে এই বিষয়টোক লৈ ৰায় দিছিল যে এই মন্তব্য ৰাহুলে সঁচা প্ৰমাণ কৰিব পাৰিলে ৰাহুল নিৰ্দোষী।

নেশ্ব্যনেল হেৰল্ড গোচৰো আছে ৰাহুলৰ বিৰুদ্ধে
২০১৫ চনত নেশ্ব্যনেল হেৰল্ড গোচৰত জামিন লাভ কৰিছিল ৰাহুলে। ’১৫ ৰ ডিচেম্বৰত ৰাহুল আৰু তেওঁৰ মাতৃ ছোনীয়া গান্ধীয়ে এই গোচৰত জামিন লাভ কৰিছিল। ৰাহুল আৰু তেওঁৰ মাতৃ তথা কংগ্ৰেছ নেত্ৰী ছোনীয়া গান্ধীৰ বিৰুদ্ধে এই গোচৰ তৰিছিল বিজেপি নেতা সুব্ৰমনিয়াম স্বামীয়ে।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalBest Assamese News Channelbest news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

OPS বাহালৰ পৰা দৰমহা বৃদ্ধিলৈকে, কৰ্মচাৰীসকলে চৰকাৰৰ সন্মুখত কৰিছে ডাঙৰ দাবী
বাণিজ্য

OPS বাহালৰ পৰা দৰমহা বৃদ্ধিলৈকে, কৰ্মচাৰীসকলে চৰকাৰৰ সন্মুখত কৰিছে ডাঙৰ দাবী

June 21, 2026
Daily Horoscope: গ্ৰহই সলাব গতি, উদয় হ’ব ভাগ্য! আজি কেনেকুৱা যাব আপোনাৰ দিনটো?
জীৱনশৈলী

কাইলৈৰ পৰা ৪ ৰাশিৰ আৰম্ভ হ’ব ভাল দিন, ধনেৰে উপচিব আপোনাৰ ঘৰ!

June 21, 2026
Harmanpreet Kaur: নাৰীৰ শক্তি! এইবাৰ বিশ্ব অভিলেখ গঢ়িলে ক্ৰিকেটাৰ হৰমনপ্ৰীত কৌৰে
বিনোদন

Harmanpreet Kaur: নাৰীৰ শক্তি! এইবাৰ বিশ্ব অভিলেখ গঢ়িলে ক্ৰিকেটাৰ হৰমনপ্ৰীত কৌৰে

June 21, 2026
চীনে কৰিব সৰ্ববৃহৎ নদীবান্ধ নিৰ্মাণ, বিপদত পৰিব নেকি ভাৰত?
বিশ্ব

চীনে কৰিব সৰ্ববৃহৎ নদীবান্ধ নিৰ্মাণ, বিপদত পৰিব নেকি ভাৰত?

June 21, 2026
Next Post
সংস্কৃতি কেৱল বিহুনাচেৰেই জানো জীয়াই থাকিব! অজিত গগৈয়ে নিজগৃহত সংৰক্ষণ কৰি থৈছে হেৰাই যোৱা ১০৩ বিধ আপুৰুগীয়া বাদ্যযন্ত্ৰ

সংস্কৃতি কেৱল বিহুনাচেৰেই জানো জীয়াই থাকিব! অজিত গগৈয়ে নিজগৃহত সংৰক্ষণ কৰি থৈছে হেৰাই যোৱা ১০৩ বিধ আপুৰুগীয়া বাদ্যযন্ত্ৰ

‘নাটু নাটু’ৰে বিশ্ববাসীৰ চিনাকী ৰামচৰণে টুইটাৰত অনুসৰণ কৰে মাত্ৰ ৬ জন ব্যক্তিক, ৰামচৰণে ফ’ল কৰা এই ৬ ব্যক্তিৰ ব্যক্তিত্ব সঁচাকৈয়ে বিশেষ, কোন এই ৬ ব্যক্তি?

‘নাটু নাটু’ৰে বিশ্ববাসীৰ চিনাকী ৰামচৰণে টুইটাৰত অনুসৰণ কৰে মাত্ৰ ৬ জন ব্যক্তিক, ৰামচৰণে ফ’ল কৰা এই ৬ ব্যক্তিৰ ব্যক্তিত্ব সঁচাকৈয়ে বিশেষ, কোন এই ৬ ব্যক্তি?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.