• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
অবিশ্বাস্য যেন লাগিলেও সঁচা, ৫০০ কেজি হ্ৰাস কৰি চৰ্চাৰ কেন্দ্ৰবিন্দু বিশ্বৰ সবাতোকৈ শকত ব্যক্তিৰ

অবিশ্বাস্য যেন লাগিলেও সঁচা, ৫০০ কেজি হ্ৰাস কৰি চৰ্চাৰ কেন্দ্ৰবিন্দু বিশ্বৰ সবাতোকৈ শকত ব্যক্তিৰ

2 years ago
৪ৰাশিৰ ভাগ্যৰ চকা ঘুৰিব! এপ্ৰিলৰ শেষত এই ৰাশি হ’ব মালামাল

৪ৰাশিৰ ভাগ্যৰ চকা ঘুৰিব! এপ্ৰিলৰ শেষত এই ৰাশি হ’ব মালামাল

2 hours ago
সংসাৰত বিপদ অহাৰ পূৰ্বে এই ৬সংকেত পঠিয়াই তুলসী গছে! জানক এই ৬সংকেত কি কি?

সংসাৰত বিপদ অহাৰ পূৰ্বে এই ৬সংকেত পঠিয়াই তুলসী গছে! জানক এই ৬সংকেত কি কি?

3 hours ago
হাতৰ আঙুলিত নোম আছে? শুভ নে অশুভ? মানুহ হিচাপে কেনে হয় এনে ব্যক্তি? হাতৰ এই লক্ষণ চায়েই জানি থওক চৰিত্ৰ

হাতৰ আঙুলিত নোম আছে? শুভ নে অশুভ? মানুহ হিচাপে কেনে হয় এনে ব্যক্তি? হাতৰ এই লক্ষণ চায়েই জানি থওক চৰিত্ৰ

3 hours ago
এই ৩খাদ্যই বঢ়াই বেয়া কলষ্টেৰল, বঢ়াই হৃদৰোগৰ আশংকা, কি কি খাদ্য এৰাই চলিব?

এই ৩খাদ্যই বঢ়াই বেয়া কলষ্টেৰল, বঢ়াই হৃদৰোগৰ আশংকা, কি কি খাদ্য এৰাই চলিব?

3 hours ago
কাইলৈৰ ৰাশিফলঃ চ’ত পূৰ্ণিমাত মেজিক দেখুৱাব ধ্ৰুৱ যোগে, বজৰংবলীৰ কৃপা থাকিব ৫ৰাশিত

কাইলৈৰ ৰাশিফলঃ চ’ত পূৰ্ণিমাত মেজিক দেখুৱাব ধ্ৰুৱ যোগে, বজৰংবলীৰ কৃপা থাকিব ৫ৰাশিত

4 hours ago
অনামিকা আঙুলিত নহয়, মধ্যমা আঙুলিত আঙুঠি পিন্ধি চৰ্চাত ছলমান খান, নেটদুনীয়াত বহুতেই শ্বেয়াৰ কৰিছে ছলমানৰ ছবি, আঁৰৰ কাৰণ কি?

অনামিকা আঙুলিত নহয়, মধ্যমা আঙুলিত আঙুঠি পিন্ধি চৰ্চাত ছলমান খান, নেটদুনীয়াত বহুতেই শ্বেয়াৰ কৰিছে ছলমানৰ ছবি, আঁৰৰ কাৰণ কি?

5 hours ago
ইৰাণ যুদ্ধৰ প্ৰভাৱ ৰান্ধনীশালৰ পৰা বেডৰুম পালেগৈ! এইবাৰ বজাৰত নাটনি হৈছে কণ্ড**মৰ?

ইৰাণ যুদ্ধৰ প্ৰভাৱ ৰান্ধনীশালৰ পৰা বেডৰুম পালেগৈ! এইবাৰ বজাৰত নাটনি হৈছে কণ্ড**মৰ?

6 hours ago
বেবীবাম্পৰ ছবি দি পুনৰ চৰ্চাত পুনম পাণ্ডে, সঁচাকৈয়ে প্ৰেগনেণ্ট নে আন কিবা ছাৰপ্ৰাইজ?

বেবীবাম্পৰ ছবি দি পুনৰ চৰ্চাত পুনম পাণ্ডে, সঁচাকৈয়ে প্ৰেগনেণ্ট নে আন কিবা ছাৰপ্ৰাইজ?

6 hours ago
মন্দিৰৰ পৰা ওভতি অহাৰ সময়ত ক্ৰয় কৰিছিল টিকট! পিছদিনা পুৱাই দেখিলে, তেওঁ ১০ কোটিৰ মালিক

মন্দিৰৰ পৰা ওভতি অহাৰ সময়ত ক্ৰয় কৰিছিল টিকট! পিছদিনা পুৱাই দেখিলে, তেওঁ ১০ কোটিৰ মালিক

7 hours ago
এপ্ৰিলত গ্ৰহ সংযোগৰ প্ৰভাৱ ৪ৰাশিত, সতৰ্ক থাকক এইকেইটা ৰাশিৰ জাতক, জানি থওক প্ৰতিকাৰো

এপ্ৰিলত গ্ৰহ সংযোগৰ প্ৰভাৱ ৪ৰাশিত, সতৰ্ক থাকক এইকেইটা ৰাশিৰ জাতক, জানি থওক প্ৰতিকাৰো

7 hours ago
LPG চিলিণ্ডাৰৰ পাছত দাম বাঢ়িলে পেট্ৰল-ডিজেলৰো, লিটাৰে প্ৰতি নতুন দাম কিমান হ’ব?

LPG চিলিণ্ডাৰৰ পাছত দাম বাঢ়িলে পেট্ৰল-ডিজেলৰো, লিটাৰে প্ৰতি নতুন দাম কিমান হ’ব?

8 hours ago
কেইদিনমান পাছতেই ভৰণী নক্ষত্ৰলৈ আহিব বুধ, ব্যাপক অৰ্থলাভৰ সুযোগ ৫ৰাশিৰ জাতকৰ

কেইদিনমান পাছতেই ভৰণী নক্ষত্ৰলৈ আহিব বুধ, ব্যাপক অৰ্থলাভৰ সুযোগ ৫ৰাশিৰ জাতকৰ

9 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, April 1, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home জীৱনশৈলী

অবিশ্বাস্য যেন লাগিলেও সঁচা, ৫০০ কেজি হ্ৰাস কৰি চৰ্চাৰ কেন্দ্ৰবিন্দু বিশ্বৰ সবাতোকৈ শকত ব্যক্তিৰ

editor by editor
August 18, 2024
in জীৱনশৈলী, বিবিধ, বিশ্ব, ভাৰত
0
অবিশ্বাস্য যেন লাগিলেও সঁচা, ৫০০ কেজি হ্ৰাস কৰি চৰ্চাৰ কেন্দ্ৰবিন্দু বিশ্বৰ সবাতোকৈ শকত ব্যক্তিৰ
0
SHARES
168
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অবিশ্বাস্য যেন লাগিলেও সঁচা, ৫০০ কেজি হ্ৰাস কৰি চৰ্চাৰ কেন্দ্ৰবিন্দু বিশ্বৰ সবাতোকৈ শকত ব্যক্তিৰ

Fat to fit যাত্ৰা বিশ্বৰ অন্যতম শকত ব্যক্তিৰ , যি যাত্ৰাই এতিয়া আচৰিত কৰি তুলিছে বহু লোকক। ৫০০ কেজি ওজন হ্ৰাস কৰি সমগ্ৰ বিশ্বতে চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে এজন লোক। নাম খালিদ বিন মহচেন শ্বৰী। পূৰ্বে ওজন আছিল ৬১০ কেজি, এতিয়া হ্ৰাস কৰি মাত্ৰ ৬৩.৫ কেজি।

দ্ৰুতগতিত বৃদ্ধি পোৱা ওজন নিয়ন্ত্ৰণ কৰি তাৰ পিছত হ্ৰাস কৰাটো সহজ নহয়। এবাৰ ওজন বৃদ্ধি হ’বলৈ আৰম্ভ কৰিলে ওজন কমাবলৈ কঠিন হৈ পৰে। চৌদি আৰৱত বাস কৰা আটাইতকৈ শকত ব্যক্তিজনেও একে সমস্যাত পৰিছিল। মেদবহুলতাৰ বাবে এটা সময়ত এনেকুৱা অৱস্থা আছিল যে তেওঁ নিজে বিছনাৰ পৰা উঠিবও পৰা নাছিল।

দৈনন্দিন গুৰুত্বপূৰ্ণ কামৰ বাবেও তেওঁ আনৰ ওপৰত নিৰ্ভৰশীল আছিল। এনে পৰিস্থিতিত আৰ্থিক সমস্যাতো ভুগিছিল মহচেন শ্বৰী। শেষত চৌদি ৰজাৰ সমৰ্থন লাভ কৰিছিল, মহচেন শ্বৰীয়ে ৫০০ কিলোগ্ৰাম ওজন কমাবলৈ সফল হয়।

২০১৩ চনত খালিদ বিন মহচেন শ্বাৰীৰ ওজন আছিল প্ৰায় ৬১০ কিলোগ্ৰাম। এই ওজনৰ বাবে তেওঁৰ অৱস্থা এনেকুৱা আছিল যে তেওঁ উঠি বহিবও নোৱাৰে। বিচনাতে সকলো সময় শুই থাকিবলৈ বাধ্য হৈ খালিদ বিন মহচেন শ্বাৰীয়ে দৈনন্দিন কামবোৰো নিজে কৰিব পৰা নাছিল। চৌদি আৰৱৰ প্ৰাক্তন ৰজা আব্দুল্লাই তেওঁৰ অৱস্থাৰ তথ্য লাভ কৰে। ৰজাই খালিদ বিন মহচেন শ্বাৰীক শীৰ্ষ শ্ৰেণীৰ চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰে।

ওজন কমাবলৈ কৰা অস্ত্ৰোপচাৰৰ সময়ত প্ৰায় ৩০ জন চিকিৎসকে মহচেন শ্বৰীৰ বাবে চিকিৎসাৰ পৰিকল্পনা প্ৰস্তুত কৰিছিল। চিকিৎসাৰ সময়ত খালিদৰ গেষ্ট্ৰিক বাইপাছ অস্ত্ৰোপচাৰ কৰা হৈছিল প্ৰথমে। তেওঁক কাষ্টমাইজড ডায়েটত ৰখা হৈছিল।

ব্যায়াম আৰু ফিজিঅ’থেৰাপিও দিয়া হৈছিল, যাৰ জৰিয়তে খালিদে প্ৰায় ৫০০ কিলোগ্ৰাম ওজন হ্ৰাস কৰাত সফল হয়। এতিয়া তেওঁৰ ওজন প্ৰায় ৬৩.৫ কিলোগ্ৰাম। মানুহে এতিয়া মহচেন শ্বৰীক The Smiling Man নামেৰে চিনি পায়।

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: fat manfat to fitSaudi fat manweight loss
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

৪ৰাশিৰ ভাগ্যৰ চকা ঘুৰিব! এপ্ৰিলৰ শেষত এই ৰাশি হ’ব মালামাল
জীৱনশৈলী

৪ৰাশিৰ ভাগ্যৰ চকা ঘুৰিব! এপ্ৰিলৰ শেষত এই ৰাশি হ’ব মালামাল

April 1, 2026
সংসাৰত বিপদ অহাৰ পূৰ্বে এই ৬সংকেত পঠিয়াই তুলসী গছে! জানক এই ৬সংকেত কি কি?
জীৱনশৈলী

সংসাৰত বিপদ অহাৰ পূৰ্বে এই ৬সংকেত পঠিয়াই তুলসী গছে! জানক এই ৬সংকেত কি কি?

April 1, 2026
হাতৰ আঙুলিত নোম আছে? শুভ নে অশুভ? মানুহ হিচাপে কেনে হয় এনে ব্যক্তি? হাতৰ এই লক্ষণ চায়েই জানি থওক চৰিত্ৰ
জীৱনশৈলী

হাতৰ আঙুলিত নোম আছে? শুভ নে অশুভ? মানুহ হিচাপে কেনে হয় এনে ব্যক্তি? হাতৰ এই লক্ষণ চায়েই জানি থওক চৰিত্ৰ

April 1, 2026
এই ৩খাদ্যই বঢ়াই বেয়া কলষ্টেৰল, বঢ়াই হৃদৰোগৰ আশংকা, কি কি খাদ্য এৰাই চলিব?
জীৱনশৈলী

এই ৩খাদ্যই বঢ়াই বেয়া কলষ্টেৰল, বঢ়াই হৃদৰোগৰ আশংকা, কি কি খাদ্য এৰাই চলিব?

April 1, 2026
Next Post
তাইৰ শৰীৰত কেৱল এখন কাপোৰ আছিল, হাত ভঙা আছিল, চকু-মুখেৰে…মাতৃয়ে কি পৰিস্থিতিত দেখিছিল কন্যাক

তাইৰ শৰীৰত কেৱল এখন কাপোৰ আছিল, হাত ভঙা আছিল, চকু-মুখেৰে...মাতৃয়ে কি পৰিস্থিতিত দেখিছিল কন্যাক

গুৰু-বুধৰ কৃপা – ২২ ছেপ্টেম্বৰলৈকে প্ৰতিটো কামতে সফলতা লাভ কৰিব ৩টা বিশেষ ৰাশিয়ে

গুৰু-বুধৰ কৃপা - ২২ ছেপ্টেম্বৰলৈকে প্ৰতিটো কামতে সফলতা লাভ কৰিব ৩টা বিশেষ ৰাশিয়ে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.